BASH/C3/Basics-of-Redirection-(error-handling)/Assamese
From Script | Spoken-Tutorial
Revision as of 12:12, 22 February 2017 by PoojaMoolya (Talk | contribs)
| Time | Narration |
| 00:01 | মৰমৰ বন্ধুসকল, বেচিকচ অফ ৰিদাইৰেকচন (Basics of redirection)ৰ স্প’কেন টিউটৰিয়েললৈ স্বাগতম |
| 00:07 | এই টিউটৰিয়েলটোত, আমি শিকিম |
| 00:10 | বেচ (Bash)ত ইনপুত আৰু আউতপুত |
| 00:12 | Redirection (ৰিদাইৰেকচন) আৰু file descriptors (ফাইল দেচক্ৰিপতৰচ) |
| 00:15 | Standard input (ষ্টেনদাৰ্দ ইনপুত), Standard output (ষ্টেনদাৰ্দ আউতপুত) |
| 00:18 | Standard error (ষ্টেনদাৰ্দ এৰ’ৰ), কিছু উদাহৰণৰ সহায়ত |
| 00:22 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব |
| 00:28 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক http://www.spoken-tutorial.org |
| 00:34 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
| 00:36 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম (Operating System) আৰু |
| 00:40 | GNU BASH(বেচ) তাঙৰণ 4.2 |
| 00:43 | অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
| 00:50 | GNU/Linux(লিনাক্স)ত আমি এটা ফাইললৈ আউতপুত পঠাব পাৰো বা এটা ফাইলৰ পৰা ইনপুত পঢ়িব পাৰো |
| 00:58 | প্ৰত্যেক চেল (Shell) কমান্ডৰ নিজা ইনপুতচ আৰু আউতপুতচ থাকে |
| 01:03 | Shell (চেল)টোৱে ব্যাখ্যা কৰা এটা বিশেষ স্বৰলিপি ব্যৱ্হাৰ কৰি ইনপুত আৰু আউতপুতক ৰিদাইৰেক্ত কৰা ঽয় |
| 01:11 | ইনপুত আৰু আউতপুতৰ দিফল্ট পাথটো সলনি কৰাটোকে ৰিদাইৰেকচন বোলা হয় |
| 01:18 | GNU/Linux(লিনাক্স)ত হাৰ্ডওৱেৰটোকো ধৰি সকলো বিলাক এটা ফাইল হয় |
| 01:24 | সাধাৰণতে ঘূৰাই দিয়া মান বিলাক হৈছে: |
| 01:27 | Input(ইনপুত)ৰ বাবে 0 যিটো কী বৰ্ড (Keyboard) |
| 01:31 | Output(আউতপুত)ৰ বাবে 1 যিটো স্ক্ৰিন (Screen ) |
| 01:34 | Error (এৰ’ৰ)ৰ বাবে 2 যিটো স্ক্ৰিন (Screen ) |
| 01:38 | 0, 1, 2 বিলাক হৈছে POSIX (প’জিক্স) সংখ্যা আৰু লগতে file descriptors (ফাইল দেচক্ৰিপতৰচ) (FD) বুলি জনা যায় |
| 01:46 | এটা ৰিদাইৰেক্তৰে (redirector) এজন উপভোক্তা বা আন প্ৰোগ্ৰামৰ সৈতে কথা পাতিবলৈ POSIX (প’জিক্স) সংখ্যা ব্যৱহাৰ কৰে |
| 01:54 | Standard input (ষ্টেনদাৰ্দ ইনপুত): Standard input (ষ্টেনদাৰ্দ ইনপুত)টো হৈছে দিফল্ট ইনপুত পদ্ধতি |
| 02:00 | ইয়াক সকলো কমান্ডে ইনপুত পঢ়িবলৈ ব্যৱ্হাৰ কৰে |
| 02:04 | ইয়াক শূণ্যৰ (0) দ্বাৰা চিহ্নিত কৰা হয় |
| 02:07 | লগতে stdinb(ষ্টেনদাৰ্দ ইনপুত) বুলি জনা হয় |
| 02:13 | দিফল্ট ষ্টেনদাৰ্দ ইনপুত হৈছে কীবৰ্ড খন |
| 02:17 | Less than (লেচ দেন) চিহ্নটো হৈছে ইনপুত ৰিদাইৰেকচন চিহ্ন |
| 02:22 | গাঠণিটো হৈছে Command(কমান্ড) space(স্পেছ) less than(লেচ দেন) symbol(চিহ্ন) space(স্পেছ) filename(ফাইলনেম) |
| 02:30 | মই redirection(ৰিদাইৰেকচন) dot(দত) sh নামৰ ফাইল এটা খুলিম |
| 02:34 | মই এই ফাইলটোত কিছু ক’ড লিখি থৈছো |
| 02:37 | এইটো হৈছে চিবেং শাৰী (shebang line) |
| 02:41 | লিখক sort(চৰ্ট) space(স্পেছ) less than(লেচ দেন) symbol(চিহ্ন) space(স্পেছ) file(ফাইল) dot(দত) txt |
| 02:48 | এইটো এটা ইনপুত ৰিদাইৰেকচনৰ উদাঽৰণ |
| 02:52 | ইনপুতটো file(ফাইল) dot(দত) txt ফাইলৰ পৰা লোৱা হৈছে |
| 02:57 | sort(চৰ্ট) কমান্ডে file(ফাইল) dot(দত) txtত অৱস্থিত সংখ্যা সমূহৰ শ্রেণীবিভাজন ( sorting) কৰে |
| 03:04 | ছেভত (Save) টিপক |
| 03:06 | আহক redirection(ৰিদাইৰেকচন) dot(দত) sh ফাইলটো ৰান কৰো |
| 03:10 | আপোনাৰ কীবৰ্ডত Ctrl, Alt আৰু T কীছ( keys) একেলগে টিপি টাৰ্মিনেল (terminal )টো খোলক |
| 03:18 | তাৰ আগতে, আহক আমি file(ফাইল) dot(দত) txtৰ বিষয় বস্তুটো চাওঁ |
| 03:23 | লিখক cat(কেত) space(স্পেছ) file(ফাইল) dot(দত) txt |
| 03:27 | এন্টাৰ (Enter) টিপক |
| 03:30 | আপুনি দেখিব যে ফাইলটোৱে সংখ্যাৰ ক্ৰ্ম ধৰি ৰাখে |
| 03:35 | এতিয়া লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) redirection(ৰিদাইৰেকচন) dot(দত) sh |
| 03:43 | এন্টাৰ (Enter) টিপক |
| 03:45 | লিখক dot(দত) slash(শ্লাচ) redirection(ৰিদাইৰেকচন) dot(দত) sh |
| 03:48 | এন্টাৰ (Enter) টিপক |
| 03:51 | আমি শ্রেণীবিভাজনৰ পাছত টাৰ্মিনেলত আউতপুতটো দেখিম |
| 03:56 | সংখ্যা বিলাক উৰ্ধক্ৰমত শ্রেণীবিভাজন হৈছে |
| 04:00 | আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো |
| 04:03 | Standard output (ষ্টেনদাৰ্দ আউতপুত): Standard output (ষ্টেনদাৰ্দ আউতপুত) সকলো কমান্ডে আউতপুত দৰ্শিত কৰিবলৈ ব্যৱহাৰ কৰে |
| 04:10 | দিফল্ট আউতপুতটো পৰ্দাত দৰ্শিত হৈছে |
| 04:14 | ইয়াক সংখ্যা (1)এ চিহ্নিত কৰে |
| 04:17 | লগতে stdout (ষ্টেনদাৰ্দ আউতপুত) বুলি জনা যায় |
| 04:23 | ( > )গ্ৰেটাৰ দেনচিহ্নটো হৈছে আউতপুত ৰিদাইৰেকচন চিহ্ন |
| 04:28 | গাঠণি হৈছে Command(কমান্ড) space(স্পেছ) greater symbol(গ্ৰেটাৰ চিহ্ন) space(স্পেছ) filename(ফাইলনেম) |
| 04:35 | মই redirection(ৰিদাইৰেকচন) dot(দত) sh ফাইল এটালৈ ঘূৰি যাম |
| 04:41 | পূৰ্বৰ শাৰীটোক কমেন্ত কৰক যিটো sort(চৰ্ট) |
| 04:45 | ইয়াৰ তলত,লিখক ls space(স্পেছ) greater than(গ্ৰেটাৰ দেন) space(স্পেছ) ls underscore(আন্দাৰস্ক’ৰ) file(ফাইল).txt |
| 04:55 | এইটো আউতপুত ৰিদাইৰেকচনৰ এটা উদাহৰণ |
| 04:59 | 'ls' ৰ আউতপুতটো ls_file(ফাইল) dot(দত) txt ত জমা হ’ব |
| 05:06 | ls কমান্ডে সেই নিৰ্দিষ্ট দাইৰেক্তৰীটোত ফাইলচৰ বিষয়ে তথ্য তালিকাভুক্ত কৰিব |
| 05:14 | এতিয়া, ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওঁক |
| 05:19 | মই প্ৰম্পত খালি কৰিম । প্ৰথমে আহক আমি 'ls' লিখো আৰু আউতপুতটো চাওঁ |
| 05:28 | এতিয়া আপ এৰ’ কীটো তিনিবাৰ টিপক |
| 05:33 | পূৰ্বৰ dot(দত) slash(শ্লাচ) redirection(ৰিদাইৰেকচন) dot(দত) sh কমান্ডটো পুনৰ মাতক |
| 05:38 | আৰু এন্টাৰ (Enter) টিপক |
| 05:41 | এতিয়া আহক আউতপুতটো সঠিকভাবে ৰিদাইৰেক্ত হৈছেনে নাই পৰীক্ষা কৰো |
| 05:46 | লিখক gedit space(স্পেছ) ls underscore(আন্দাৰস্ক’ৰ) file(ফাইল) dot(দত) txt আৰু এন্টাৰ (Enter) টিপক |
| 05:56 | এতিয়া আমি আউতপুতটো এই ফাইলটোত চাব পাৰো । গতিকে আমাৰ ৰিদাইৰেক্তটো সফল হ’ল |
| 06:03 | আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো |
| 06:06 | Standard error (ষ্টেনদাৰ্দ এৰ’ৰ)টো হৈছে দিফল্ট আউতপুত এৰ’ৰ |
| 06:12 | ইয়াক সকলো চিষ্টেম এৰ’ৰ লিখিবলৈ ব্যৱহাৰ কৰা হয় |
| 06:16 | ইয়াক সংখ্যা দুই (2) ৰে চিহ্নিত কৰা হয় |
| 06:20 | লগতে stderr (ষ্টেনদাৰ্দ এৰ’ৰ) বুলি জনা হয় |
| 06:25 | দিফল্ট standard error (ষ্টেনদাৰ্দ এৰ’ৰ) আউতপুতটো পৰ্দা বা মনিটৰত দৃশ্যমান হয় |
| 06:32 | Two(টু) greater(গ্ৰেটাৰ) than(দেন) symbol(চিহ্ন) (2>) হৈছে এৰ’ৰ ৰিদাইৰেকচন চিহ্ন |
| 06:36 | গাঠণি হৈছে command(কমান্ড) space(স্পেছ) 2 greater(গ্ৰেটাৰ) than(দেন) space(স্পেছ) error(এৰ’ৰ) dot(দত) txt |
| 06:44 | মই redirection(ৰিদাইৰেকচন) dot(দত) sh ফাইলটোলৈ ঘূৰি যাওঁ |
| 06:49 | আমি পূৰ্বৰ শাৰীটোত কমেন্ত কৰিম যিটো ls |
| 06:54 | ইয়াৰ তলত লিখক rm space(স্পেছ) backslash(বেকশ্লাচ) tmp backslash(বেকশ্লাচ) 4815 dot(দত) txt space(স্পেছ) 2 greater(গ্ৰেটাৰ) than(দেন) symbol(চিহ্ন) space(স্পেছ) error(এৰ’ৰ) dot(দত) txt |
| 07:11 | এৰ’ৰ আউতপুতটো error(এৰ’ৰ) dot(দত) txt file(ফাইল)লৈ ৰিদাইৰেক্ত হৈছে |
| 07:17 | এতিয়া, Save(ছেভ)ত টিপক আৰু টাৰ্মিনেলটোলৈ যাওঁক |
| 07:22 | আমি প্ৰথমে এৰ’ৰটো চাবলৈ কমান্ড এটা লিখিম |
| 07:26 | লিখক rm space(স্পেছ) backslash(বেকশ্লাচ) tmp backslash(বেকশ্লাচ) 4815 dot(দত) txt |
| 07:36 | এন্টাৰ (Enter) টিপক |
| 07:38 | এৰ’ৰটো দৰ্শিত হৈছে যে |
| 07:40 | rm: cannot(কেননত) remove(ৰিমূভ) slash(শ্লাচ) tmp slash(শ্লাচ) 4815 dot(দত) txt: No such file or directory(নৌ চাচ ফাইল অৰ দাইৰেক্তৰি) |
| 07:49 | এতিয়া আমাৰ ফাইলটো কাৰ্যকৰী কৰিম |
| 07:53 | আপ এৰ’ কীটো টিপক |
| 07:55 | আৰু, পূৰ্বৰ dot(দত) slash(শ্লাচ) redirection(ৰিদাইৰেকচন) dot(দত) sh কমান্ডটো পুনৰ মাতক |
| 08:01 | এন্টাৰ (Enter) টিপক |
| 08:03 | এতিয়া আমি এৰ’ৰটো ৰিদাইৰেক্ত হ’লনে নাই পৰীক্ষা কৰিম |
| 08:07 | লিখক gedit space(স্পেছ) error(এৰ’ৰ) dot(দত) txt আৰু এন্টাৰ (Enter) টিপক |
| 08:15 | এতিয়া আমি দেখিছো এৰ’ৰটো error(এৰ’ৰ) dot(দত) txt ফাইললৈ ৰিদাইৰেক্ত হৈছে |
| 08:22 | ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 08:26 | আহক আমি মূলভাৱ চাওঁ |
| 08:28 | এই টিউটৰিয়েলত আমি শিকিলো |
| 08:31 | বেচ (Bash)ত ইনপুত আৰু আউতপুত |
| 08:35 | Redirection (ৰিদাইৰেকচন) আৰু file descriptors (ফাইল দেচক্ৰিপতৰচ) |
| 08:38 | Standard input (ষ্টেনদাৰ্দ ইনপুত) <(লেচ দেন) চিহ্ন ব্যৱ্হাৰ কৰি |
| 08:42 | Standard output (ষ্টেনদাৰ্দ আউতপুত) >(গ্ৰেটাৰ দেন) চিহ্ন ব্যৱ্হাৰ কৰি |
| 08:47 | Standard error (ষ্টেনদাৰ্দ এৰ’ৰ) 2> (2 গ্ৰেটাৰ দেন চিহ্ন) ব্যৱ্হাৰ কৰি |
| 08:52 | এটা অনুশিলনী হিচাবে, |
| 08:54 | যিকোনো ভাষা যেনে C, C++, Javaত এটা প্ৰোগ্ৰাম লিখক |
| 08:59 | আৰু আউতপুতটো বা এৰ’ৰটো এটা নতুন ফাইললৈ ৰিদাইৰেক্ত কৰক |
| 09:04 | বা, কিছু বিষয়বস্তু যেনে আপোনাৰ নাম, ঠিকনাৰ সৈতে এটা টেকষ্ট ফাইল নিৰ্মাণ কৰক |
| 09:11 | বিষয়বস্তুটো এটা নতুন ফাইললৈ ৰিদাইৰেক্ত কৰক |
| 09:15 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
| 09:19 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 09:23 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
| 09:28 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
| 09:30 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 09:34 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 09:38 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 09:46 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
| 09:50 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 09:58 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
| 10:04 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে |
| 10:10 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |