PERL/C3/File-Handling/Assamese

From Script | Spoken-Tutorial
Revision as of 12:54, 14 July 2016 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 PERLত 'ফাইল হ্যান্ডলিং' ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি এনেধৰনৰ উপৰত শিকিম:
  • read modeত এটা ফাইল খুলা
  • এটা ফাইলত লিখক
  • 'append modeত এটা ফাইল খোলক
  • file handle বন্ধ কৰক.
00:17 এই টিউটোৰিয়েলৰ বাবে, আমি ব্যবহাৰ কৰিছো:
  • 'উবুন্টু লিনাক্স 12.04' অপাৰেটিং সিস্টেম
  • 'পার্ল 5.14.2' আৰু
  • 'Gedit টেক্সট এডিটৰ.
00:28 আপোনি আপোনাৰ পছন্দৰ যি কোনো 'টেক্সট এডিটৰ' ব্যবহাৰ কৰিব পাৰে.
00:32 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ 'পার্ল' প্রোগ্রামিংৰ জ্ঞান থাকিব লাগিব.
00:37 নহলে, 'স্পোকেন টিউটোৰিয়েল' ওয়েবসাইটত 'পার্লৰ' প্রাসঙ্গিক স্পোকেন টিউটোৰিয়েল চাওক.
00:43 পার্লত ফাইলৰ সৈতে মৌলিক অপাৰেশন এনেধৰনে:
  • এটা ফাইল খোলা
  • এটা ফাইলৰ পৰা পড়া
  • এটা ফাইলত লিখা আৰু
  • এটা ফাইল বন্ধ কৰা.
00:54 ডিফল্ট 'ফাইল হ্যান্ডেল' 'এনধৰনে:
  • STDIN

STDOUT STDERR

01:02 এইটো open ফাংশনৰ বাবে সিন্টেক্স হয়.
01:05 সিনট্যাক্সত, 'FILEHANDLE' এটা ফাইল হ্যান্ডেল হয় যি ওপেন 'ফাংশনৰ দ্বাৰা ৰিটাৰ্ন কৰা যায়.
01:11 MODEএ ফাইলটো খোলা মোডৰ বাবে প্রতিনিধিত্ব কৰে. যেনে: read, write (পড়া, লেখা) ইত্যাদি
01:18 EXPR হৈছে এটা ফিজিকেল ফাইলনাম যি পড়া বা লেখাৰ বাবে ব্যবহৃত হয়. এই ক্ষেত্রত, "First.txt" ফাইলৰ নাম হয়.
01:27 ইয়াত দেখোৱাৰ দৰে, open ফাংশন লিখিবলৈ অন্য উপায় আছে.
01:32 আমি এটা বিদ্যমান ফাইল খোলা আৰু তাৰ পৰা ডেটা কিভাবে পড়ে বুজো.
01:38 প্রথমে আমি এটা টেক্সট ফাইল তৈয়াৰ কৰো আৰু তাত কিছু তথ্য সংৰক্ষণ কৰো. টার্মিনেলত যাওক আৰু টাইপ কৰক:' gedit first.txt 'আৰু এন্টাৰ টিপক.
01:51 first dot txt ফাইলত, নিম্নলিখিত টেক্সট টাইপ কৰক:
01:55 ফাইল চেভ কৰক আৰু gedit.বন্ধ কৰক.
01:59 এতিয়া আমি এটা 'পার্ল' প্রোগ্রাম চাও যিয়ে 'first.txt' ফাইল খোলে আৰু বিষয়বস্তু ৰিদ কৰে.
02:07 মই ইতিমধ্যে চেভ কৰি থোৱা নমুনা প্রোগ্রাম 'openfile.pl' খুলো.
02:13 লিখক gedit openfile dot pl ampersand আৰু এন্টাৰ টিপক
02:19 openfile dot plত' পর্দাত প্রদর্শিত নিম্নলিখিত কোড টাইপ কৰক.
02:25 আমি কোডটো এতিয়া বুজো.
02:28 open' ফাংশনে পড়াৰ বাবে এটা ফাইল খোলে.
02:33 প্রথম প্যাৰামিটাৰ DATA এটা filehandle হয় যিয়ে 'পার্লক' ভবিষ্যতে ফাইলটোক পড়িবলৈ সক্ষম কৰে.
02:40 দ্বিতীয় প্যাৰামিটাৰে “<” লেচদেন সিম্বলে 'READ" মোডক নির্দেশ কৰে.
02:44 আপোনি 'মোডক যদি উল্লেখ কৰিবলৈ ব্যর্থ হয়, ডিফল্টৰুপে ফাইলটো “READ” মোডত খোলিব.
02:50 তৃতীয় প্যাৰামিটাৰ 'first.txt' এটা ফাইল নেম হয় যৰ পৰা ডেটা পড়িব লগা হয়.
02:57 যদি ফাইল 'first.txt' বিদ্যমান নহয় তেনেহলে কি ঘটিব?
03:02 dollar exclamation ($!) ভেৰিয়েবলত সঞ্চিত থকা স্ক্রিপ্ট উপযুক্ত 'এৰৰ বার্তা' সৈতে সমাপ্ত হৈ যাব.
03:08 ' while লুপে লাইন বাই লাইন পড়িব আৰু যেতিয়ালৈকে গোতেই লাইন পড়া নহয় ফাইলক লুপ কৰিব.
03:17 Print dollar underscore ('$_') ভেৰিয়েবলে বর্তমান লাইনৰ বিষয়বস্তুক প্রিন্ট কৰিব.
03:22 সর্বশেষত, open statementত আমি দিয়া 'FILEHANDLE' নামৰ সৈতে ফাইলটো বন্ধ কৰক.
03:29 এটা ফাইল বন্ধ কৰাত বিষয়বস্তুৰ অভাৰৰাইত হোৱা বা কোনো ফাইলৰ আকস্মিক পৰিবর্তন হোৱাৰ পৰা বাধা দিয়ে.
03:36 এতিয়া, ফাইলটো চেভ কৰিবলৈ Ctrl + S টিপক.
03:40 আহক প্রোগ্রামটো 'এক্সিকিউট' কৰো .
03:42 টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক perl openfile dot pl আৰু এন্টাৰ টিপক
03:51 আউটপুট দেখোৱাৰ দৰে প্রদর্শন কৰা হয়.
03:54 এইয়া একেই বিষয়বস্তু হয় যাক আমি আগতে first dot txt ফাইলত দেখিছিলো.
03:59 পৰবর্তী আমি এটা ফাইলত ডেটা লিখিবলৈ চাও.
04:03 greater than চিম্বলৰ সৈতে থকা open statementএ WRITE মোড সংজ্ঞায়িত কৰে.
04:08 'ফাইলৰ নামে' ফাইলৰ নাম প্রতিনিধিত্ব কৰে যত ডেটা লিখাৰ প্রয়োজন হয়.
04:13 মই ইতিমধ্যে চেভ কৰি থোৱা নমুনা প্রোগ্রাম 'writefile.pl' খুলো.
04:19 টার্মিনেললৈ যাওক.
04:21 এতিয়া টাইপ কৰক: gedit writefile dot pl ampersand আৰু এন্টাৰ টিপক.
04:29 'writefile dot pl ফাইলত, পর্দাযত প্রদর্শিত হিচাবে নিম্নলিখিত কোড টাইপ কৰক.
04:34 মই এতিয়া কোডটো ব্যাখ্যা কৰো.
04:37 'open ফাংশনে second.txt ফাইলক "write" মোডত খোলে.
04:44 ফাইল নামৰ আগত “>” - Greater than প্রতীকে "write" মোড সূচিত কৰে.
04:49 প্রথম প্যাৰামিটাৰ "FILE1" 'FILEHANDLE' হয়.
04:53 'প্রিন্ট' ফাংশনে প্রদত্ত টেক্সটক 'FILEHANDLE' i.e 'FILE1' ত প্রিন্ট কৰে.
04:59 এতিয়া, ফাইল চেভ কৰিবলৈ Ctrl + S টিপক.
05:03 প্রোগ্রাম 'এক্সিকিউট' কৰো.
05:05 টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক: perl writefile dot pl আৰু এন্টাৰ টিপক.
05:12 এতিয়া, আমি চাও যদি টেক্সটবোৰ 'second.txt' ফাইলত লেখা হৈছে.
05:18 লিখক:gedit second.txt আৰু এন্টাৰ টিপক.
05:23 আমি আমাৰ 'second.txt' ফাইলত নিম্ন টেক্সট চাব পাৰো: "Working with files makes data storage and retrieval a simple task!"
05:32 আমি 'second.txt' ফাইল বন্ধ কৰো.
05:35 কি হব যদি আমি একেই ফাইলক আকৌ " "write"" মোডত খোলো? আমি সেইটো চাও.
05:41 'Writefile.pl ফাইলত', 'আগৰ 'প্রিন্ট' বিবৃতিত কম্মেন্ট কৰক.
05:46 তলত দেখোৱাৰ দৰে 'প্রিন্ট' কমান্ড যুক্ত কৰক.
05:48 এতিয়া, 'ফাইল চেভ কৰিবলৈ Ctrl + S টিপক. আমি প্রোগ্রামটো এক্সিকিউট কৰো.
05:54 টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক perl writefile dot pl আৰু এন্টাৰ টিপক.
06:00 এতিয়া, আমি আকৌ এবাৰ 'second.txt' ফাইলটো চাও.
06:04 লিখক: "gedit second.txt" আৰু এন্টাৰ টিপক.
06:09 আমি আউটপুট দেখিব পাৰে: “Greater than symbol (>) overwrites the content of the file!"
06:14 'Second.txt' ফাইলৰ পূর্ববর্তী বিষয়বস্তু মুছি পেলোৱা হৈছে.
06:19 ইয়াৰ কাৰন হল যে, আমি আকৌ এবাৰ "write" মোডত ফাইলটো খোলিলো.
06:24 আমি 'second.txt' ফাইলটো বন্ধ কৰো.
06:27 ইয়াৰ পিছত, আমি চাও এটা বিদ্যমান ফাইলত কিভাবে ডেটা লিখে.
06:32 দুটা greater than (>>) চিম্বলৰ সৈতে open স্টেমেন্টে "APPEND"মোড নির্দেশ কৰে.
06:38 এতিয়া, মই geditত আকৌ এবাৰ writefile dot pl খোলিম.
06:44 open স্টেমেন্টত দুটা greater (>>) than চিহ্ন লিখক. এইটোৱে নির্দেশ কৰিব যে ফাইলটো append 'মোডত আছে.
06:52 আগৰ 'প্রিন্ট' বিবৃতিত Comment কৰক, ইতিমধ্যে এইটো যেনে কার্যকৰ কৰা আছে.
06:57 বিদ্যমান তথ্যত লিখিবলৈ এই লাইনটো যোগ কৰক: print FILE1 ডবল কোটত "Two greater than symbols (>>) open the file in append mode" .
07:07 এতিয়া, ফাইলটো চেভ কৰিবলৈ Ctrl + S টিপক.
07:11 আহক প্রোগ্রামটো 'এক্সিকিউট' কৰো.
07:14 টার্মিনেলত উভতি যাওক আৰু টাইপ কৰক: perl writefile dot pl আৰু এন্টাৰ টিপক.
07:20 এতিয়া, আমি চাও টেক্সটো 'second.txt' ফাইলত যোগ কৰা হৈছে নে নাই.
07:26 লিখক: gedit second.txt আৰু এন্টাৰ টিপক.
07:31 আমি দেখিব পাৰো যে টেক্সটো আমাৰ 'second.txt' ফাইলত যোগ কৰা হৈছে.
07:36 আমি 'second.txt' ফাইলটো বন্ধ কৰো.
07:39 একেইভাবে অন্যান্য মোডও আছে.
07:42 আপোনি নিজেই এই অপশনবোৰ ব্যবহাৰ কৰি চাওক আৰু বুজক কি ঘটে.
07:49 ইয়াতে এই টিউটোৰিয়েলৰ শেষলৈ আমি আহিছো. সংক্ষেপে.
07:53 এই টিউটোৰিয়েলত আমি শিকিছো:
  • "read" মোডত এটা ফাইল খোলক
  • এটা ফাইলত লিখক
  • "append" মোডত এটা ফাইল খোলক আৰু
  • 'ফাইল হ্যান্ডেল' বন্ধ কৰক.
08:03 ইয়াতে আপোনাৰ বাবে এটা অনুশীলনী আছে. 'Writefile.pl' প্রোগ্রামত file attributeক "+>"লৈ পৰিবর্তন কৰক.
08:11 প্রোগ্রামক চেভ কৰি আৰু 'এক্সিকিউট' কৰক.
08:14 আউটপুটতো চাবলৈ 'second.txt' ফাইলটো খুলক.
08:17 ফাইল অ্যাট্রিবিউট "+>" ৰ ব্যবহাৰৰ বিশ্লেষণ চাওক.
08:22 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে.

দয়া কৰি ডাউনলোড কৰি চাওক.

08:29 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
08:37 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
08:41 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
08:48 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
08:53 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble