Advance-C/C2/Union-and-Typedef/Assamese
From Script | Spoken-Tutorial
|
|
---|---|
00:01 | C ত typedef আৰু Union এৰ স্পোকেন টিউটৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটৰিয়েলত আমি শিকিম:
typedef কীওয়ার্ড, union কীওয়ার্ড। কিছু উদাহৰণৰ সাহায্যে কৰিম। |
00:17 | এই টিউটৰিয়েলৰ বাবে উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 আৰু উবুন্টুত gcc কম্পাইলাৰ সংস্কৰণ 4.6.1 ব্যবহাৰ কৰিছো। |
00:29 | টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি C টিউটৰিয়েলৰ সৈতে পৰিচিত হব লাগিব। |
00:36 | নহলে প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক। |
00:43 | আমি typedef কীওয়ার্ডৰ ভূমিকা দি আৰম্ভ কৰিম। |
00:49 | Typedef কীওয়ার্ড এটা বিদ্যমান type ত প্রতীকী নাম দিবলৈ বা ইউসাৰ-ডিফাইন্ড ডেটাটাইপ্সত ব্যবহৃত হয়। |
00:58 | এইটো কমান্ডত alias নির্ধাৰিত কৰাৰ এটা উপায়। |
01:03 | এইটোৱে কোডত স্বচ্ছতা প্রদান কৰিবলৈ সাহায্য কৰে। |
01:07 | এইটোৱে কোডক বুঝিবলৈ আৰু পৰিবর্তন কৰিবলৈ সহজ কৰি তোলে। |
01:12 | সিনট্যাক্স: typedef existing_name alias_name. উদাহৰণস্বৰুপে: typedef unsigned int uint; |
01:24 | এতিয়া এটা উদাহৰণ কোড চাও। |
01:28 | আমাৰ ফাইলৰ নাম pallindrome ডট c হয় |
01:34 | এই প্রোগ্রামত আমি চাও যে প্রদত্ত সংখ্যা pallindrome হয় কি নহয়। |
01:41 | আমি uint হিসাবে alias এৰ নাম unsigned int datatype ত দিছো, typedef কীওয়ার্ডৰ দ্বাৰা। |
01:52 | ইয়াত ভ্যাৰিয়েবল ঘোষিত কৰিবলৈ uint ব্যবহাৰ কৰিছো। |
01:59 | এইটো হল pallindrome এৰ যুক্তি। |
02:03 | এতিয়া প্রোগ্রাম এক্সিকিউট কৰো। |
02:06 | আপোনাৰ কীবোর্ডত Ctrl + Alt + T কী একেলগে টিপি টার্মিনেল খুলক। |
02:16 | লিখক: gcc স্পেস pallindrome ডট c স্পেস হাইফেন o স্পেস pallindrome. Enter টিপক। |
02:29 | লিখক : ডট স্ল্যাশ pallindrome |
02:34 | আমি দেখো: Enter any three digit number |
02:38 | আমি লিখিম 121. |
02:42 | আউটপুট হল: Given number is a palindrome number |
02:47 | এতিয়া আমি union ডেটাটাইপ সম্পর্কে শিকিম। |
02:52 | Union একেলগে দলবদ্ধ থাকা বিভিন্ন ডেটাটাইপৰ সংকলন। |
02:57 | Unionএ তাৰ সকলো সদস্যৰ বাবে এটা সাধাৰণ স্টোৰেজ স্পেসৰ বাবে স্থান নির্দেশ কৰে। |
03:03 | আমি এটা সময়ত union এৰ মাত্র এজন সদস্যক অ্যাক্সেস কৰিব পাৰো। |
03:08 | Syntax1:
union union_name কাৰ্লি বন্ধনীত members কাৰ্লি বন্ধনীৰ পিছত union_variable আৰু এটা সেমিকোলন। |
03:21 | আমাৰ উচৰত বিকল্পিত সিনট্যাক্স আছে।
Syntax 2: union union_name কাৰ্লি বন্ধনীত members কাৰ্লি বন্ধনীৰ পিছত সেমিকোলন union union_name union_variable. |
03:39 | এটা উদাহৰণ চাও। |
03:41 | আমাৰ উচৰত এটা কোড ফাইল আছে। এইটোক চাও। |
03:47 | আমাৰ ফাইলৰ নাম union ডট c হয় |
03:52 | আমি union নামৰ ছাত্র("student") ঘোষিত কৰিছো। |
03:56 | ইয়াতে তিনটা ভ্যাৰিয়েবল আছে english, maths আৰু science. |
04:02 | মেন ফাংশনত, আমি stud হিসাবে এটা union ভ্যাৰিয়েবল ঘোষিত কৰিছো। |
04:09 | ইয়াত union ভ্যাৰিয়েবল ব্যবহাৰ কৰি union সদস্যক অ্যাক্সেস কৰিব পাৰি:
stud ডট english stud ডট maths stud ডট science |
04:21 | তাৰপিছত আমি মোট মার্কস গণনা কৰি প্রদর্শন কৰো। |
04:26 | এতিয়া টার্মিনেলত এক্সিকিউট কৰো. লিখক: gcc স্পেস union ডট c স্পেস হাইফেন o স্পেস union
লিখক ডট স্ল্যাশ union |
04:44 | প্রদর্শিত আউটপুট হল :Total is 228 |
04:50 | এতিয়া structure আৰু union এৰ পার্থক্য চাও। |
04:55 | Unionএ তাৰ সকলো সদস্যৰ বাবে এটা সাধাৰণ স্টোৰেজ স্পেসৰ বাবে স্থাননির্দেশ কৰে। |
05:01 | Structure তাৰ সকলো সদস্যেৰ বাবে পৃথক স্টোৰেজ স্পেসৰ বাবে স্থাননির্দেশ কৰে। |
05:07 | Unionএ মেমৰি স্পেস কম লয়। |
05:11 | Structureএ মেমৰি স্পেস বেশী লয়। |
05:14 | Union এৰ উদাহৰণ:
union student, int marks, char name 6, double average |
05:27 | Union ভেৰিয়েবলৰ বাবে মেমৰিৰ বাবে স্থান 8 বাইট হব যিহেতো double datatypeএ সর্বোচ্চ মেমৰি স্পেস লয়। |
05:39 | Structure এৰ উদাহৰণ:
struct student, int mark, char name 6, double average |
05:48 | Structure ভেৰিয়েবলৰ বাবে মেমৰি হব: 2 bytes প্লাস 6 bytes প্লাস 8 bytes ইস ইকুয়েল টু 16 bytes. |
06:00 | আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। |
06:04 | সংক্ষিপ্তকৰণ কৰো। |
06:06 | এই টিউটৰিয়েলত শিকিছো:
typedef union union আৰু structure এৰ মাজত পার্থক্য। |
06:14 | নির্দেশিত কাম হিসাবে, |
06:17 | এজন কর্মচাৰীৰ ৰেকর্ড দেখাবলৈ এটা প্রোগ্রাম লিখক। |
06:21 | যেনে নাম, ঠিকানা, বেতন। |
06:25 | employee নামত এটা union নির্ধাৰণ কৰক। |
06:29 | typedef ব্যবহাৰ কৰি emp হিসাবে এটা alias নাম দিয়ক। |
06:35 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
06:39 | এইটোৱে স্পোকেন টিউটৰিয়েল প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
06:42 | ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটোক ডাউনলোড কৰিও চাব পাৰে। |
06:47 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
06:53 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়া হয়। বিস্তাৰিত তথ্যেৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
07:04 | স্পোকেন টিউটৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
07:08 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
07:16 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro |
07:22 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |