PHP-and-MySQL/C4/User-Registration-Part-2/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | ইউজাৰ ৰেজিষ্ট্ৰেচন টিউট’ৰিয়েলৰ দ্বিতীয় অংশলৈ স্বাগতম |
00:05 | এই অংশত আমি এই ফৰ্মচৰ অৱস্থিতিক পৰীক্ষা কৰিম । আহক আমি এই ফিল্দচৰ মানসমূহৰ পৰা পৰিত্ৰাণ পাওঁ যি আমি লিখিছিলো |
00:12 | আৰু আমি পাচৱৰ্দটোৰ এনক্ৰিপ্তিং কৰিম |
00:16 | আমি লগতে html টেগচ আতৰাম |
00:23 | ধৰক মই মোৰ ল’গিন অংশৰ বাবে এনক্ৰিপ্ত কৰিছো... মই এই "ল’গিন (login) দত (dot) php" ফাইলটো খুলিম.... আৰু আমি ইয়াত মোৰ পৃষ্ঠাটোত কিছু সালসলনি কৰিব লাগিব |
00:37 | আমি আমাৰ দাতাবেচৰ বাবে পোনপটীয়াকৈ এটা পাচৱৰ্দ ল’ম |
00:44 | গতিকে আমি এই "dbusername" মানটো আৰু আমাৰ "dbpassword" সলাব লাগিব |
00:50 | যদি আপুনি প্ৰথম ভিদিঅ’টো চোৱা নাই আপুনি তাক চাব লাগিব, এই ক’ডটো লিখিবলৈ সক্ষম হ’বলৈ |
00:56 | আমাৰ "ৰেজিষ্টাৰ (register) দত (dot) php"লৈ ঘূৰো আৰু সৰ্বপ্ৰথমে আমি চাবমিত ("submit")ৰ বাবে পৰীক্ষা কৰিম |
01:02 | মোৰ এই মূহুৰ্ত্তত এটা চাবমিত ("submit") ভেৰিয়েবল নাই |
01:06 | গতিকে ই সমান হ’ব "ডলাৰ চিহ্ন আন্দাৰস্ক’ৰ প’ষ্ট (POST)"ৰ আৰু এতিয়া চাবমিত ("submit") |
01:14 | এইটো হয় কাৰণ যেতিয়া উপভোক্তাই চাবমিত বুটামটোত টিপে ইয়াত, ই ৰেজিষ্টাৰ ("Register")ৰ মান এটা ধৰিব |
01:23 | আৰু ই ক’ব "যদি উপভোক্তাই এই বুটামটো টিপিছে", তেন্তে আমি আমাৰ ক’ডৰ সৈতে যাব পাৰো |
01:31 | এতিয়া, আমি পাব লগা অন্য মানসমূহ হৈছে উপভোক্তাৰ নামটো । গতিকে, উপভোক্তাৰ ফুলনেমটো । মই লিখিম "ফুলনেম (fullname) = $ আন্দাৰস্ক’ৰ প’ষ্ট (POST)" আৰু ফুলনেম ("fullname") । আপুনি ইয়াৰ প্ৰমাণ চাব পাৰে ইয়াত |
01:51 | গতিকে, আমি মাত্ৰ ইয়াত দিয়া নেমটো অনুকাৰী (mimicking) কৰিছো, এবাৰ আমি ফুলনেম, ইউজাৰনেম, পাচৱৰ্দ, ৰিপিত পাচৱৰ্দ পোৱাৰ পাছত, ঠিক আছে? |
01:59 | গতিকে, আমি ফুলনেম ("fullname") পালো আৰু এতিয়া আমাৰ ইউজাৰনেম ("username") আছে |
02:09 | মই যি কৰিম সেইয়া হৈছে, যেতিয়াই মই ক’ড কৰিম, মই ইয়াক ক’পি আৰু পেষ্ট কৰিম তলত |
02:12 | গতিকে পাচৱৰ্দ ("pasword") আৰু ৰিপিত পাচৱৰ্দ ("repeat password") । এইটো হৈছে পাচৱৰ্দ ("pasword") আৰু ৰিপিত পাচৱৰ্দ ("repeat password") । মই এই মানসমূহ সলাম । সিহতক লিখিব নালাগে |
02:26 | যদি আপুনি phpলৈ নতুন মই পৰামৰ্শ দিওঁ যে আপুনি এইবোৰক বাৰে বাৰে লিখক অভ্যাসৰ বাবে । গতিকে আপুনি সিহতক নাপাহৰে |
02:34 | গতিকে আমি আমাৰ সকলো মান ইয়াত পালো |
02:37 | গতিকে, ইফ চাবমিত ("submit") । মই সিহতক একৌ কৰিম আপোনাক দেখুৱাবলৈ যে এই সকলোবোৰ সঠিককৈ ভৰ্ত্তি হৈছে |
02:46 | মই আপোনাক পৰামৰ্শ দিওঁ ইয়াক দিবাগিংৰ বাবে কৰক । আপুনি হয়তো কিবা ভুলকৈ উচ্চাৰণ কৰিব পাৰে আৰু ই ভাল নহয় যদি আপুনি আপোনাৰ দাতাবেচত দাতা থ’বলৈ চেষ্টা কৰিছে যি ভুলকৈ উচ্চাৰিত হৈছে |
02:54 | ইয়াত মই ক’ম একৌ ইউজাৰনেম ("username") আৰু ফ’ৰৱাৰ্দ শ্লাচ আৰু পাচৱৰ্দ ("password") । তাৰপাছত ৰিপিত পাচৱৰ্দ ("repeat password") আৰু তাৰপাছত ফুলনেম ("fullname") উপভোক্তাৰ শাৰী অন্তকাৰকটোৰ সৈতে |
03:16 | গতিকে আমি ইয়াত সকলো দাতা পালো যি আমি আমাৰ ফৰ্মৰ পৰা নিষ্কাসিত কৰিছিলো |
03:21 | গতিকে মই ইয়াক কমেন্ত কৰিম ফৰ্ম দাতা ("form data") হিচাবে |
03:24 | আপুনি এতিয়া ইয়াক কেনেকৈ কৰা হয় জানিব লাগিব |
03:27 | যদি ফৰ্মখন ভৰ্ত্তি কৰা হ’ল, মই ইয়াক একৌ কৰিম, ই তাত থকাতো নিশ্বিত কৰিবলৈ |
03:32 | ইয়াত যদি মই ৰেজিষ্টাৰ ("Register") টিপো একো নহয় । মই টিপি আছো আৰু একো হোৱা নাই |
03:40 | গতিকে ইয়াত মই মোৰ ফুলনেম লিখিম আৰু মই মোৰ ইউজাৰনেম লিখিব পাৰো আৰু পাচৱৰ্দ এটা নিৰ্বাচিত কৰো যি এতিয়াৰ বাবে "abc" হ’ব |
03:49 | ৰেজিষ্টাৰ ("Register")ত টিপো আৰু একো নহ’ল |
03:52 | গতিকে ইফ চাবমিত ("if submit"), প’ষ্ট চাবমিত ("POST submit") |
03:57 | এইটো কিয় । আমাৰ ফৰ্ম একচন ("form action")ত আমি মেথ’দ ("method") এটা সজাব লাগিব যি হ’ব প’ষ্ট ("POST") |
04:05 | মই তাক অন্তৰ্ভুক্ত কৰিবলৈ পাহৰিলো |
04:07 | আমাক প’ষ্ট ("POST")ৰ মেথ’দ এটা লাগিব অন্যথা ই দিফল্ট হিচাবে গেত ("GET") হয় । হয়, আপুনি সকলো ইয়াত চাব পাৰে |
04:13 | মই এতিয়া যি কৰিম সেইয়া হৈছে এই পৃষ্ঠাটো ৰিফ্ৰেছ কৰিম আৰু মোৰ দাতা পুনৰ লিখিম |
04:21 | গতিকে সেইটো এলেক্স গেৰেত ("Alex Garrett") আৰু ইউজাৰনেম এলেক্স ("alex") । এইটো হ’ব "abc" আৰু "abc" । ৰেজিষ্টাৰ ("Register")ত টিপো আৰু মোৰ দাতা ইয়াত দৰ্শিত হৈছে |
04:30 | আমি ই শুদ্ধ হয়নে চাব পাৰো । মোৰ ফুলনেম এলেক্স গেৰেত ("Alex Garrett") আছিলে । মোৰ নিৰ্বাচিত ইউজাৰনেমটো এলেক্স ("alex") আছিলে আৰু নিশ্বয় "abc" ইয়াত আৰু ইয়াত |
04:40 | এতিয়া মই এই পাচৱৰ্দক এনক্ৰিপ্ত কৰিব বিচাৰো |
04:43 | আৰু যদি আপুনি গুগুল বা যিকোনো চাৰ্চ ইঞ্জিনত "MD5 এনক্ৰিপচন (encryption)"ৰ বিষয়ে পঢ়ে সি হৈছে "M D 5" । মই ইয়াক আপোনাৰ বাবে লিখো । ই দাতা এনক্ৰিপ্ত কৰাৰ এটা অতি দৰকাৰী পদ্ধতি |
04:54 | আহক ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ । এতিয়া সকলো ঠিকে আছে । phpত Md5ৰ ফাংচনে এটা ষ্ট্ৰিংগ বা সাংখ্যিক মান, ষ্ট্ৰিংগ মান বা মাত্ৰ দাতা মান এটা লয় |
05:09 | আৰু ই MD5 এনক্ৰিপচনলৈ এনক্ৰিপ্ত হয় |
05:13 | ধৰক মই এলেক্সক ("alex") Md5লৈ এনক্ৰিপ্ত কৰো । আহক ইয়াক একৌ কৰো আৰু ৰিফ্ৰেছ |
05:19 | দাতাটোক পুনৰ নপঠাব । গতিকে ই ইয়াৰ পৰা পোনপটীয়াকৈ ঘূৰি আহিব আৰু ৰেজিষ্টাৰত পুনৰ টিপক |
05:26 | আহক ইয়ালৈ যাওঁ আৰু চাওঁ ইফ চাবমিত ("if submit") ঠিকে আছে নেকি । আহক এই চৰ্তটো উঠাই লওঁ আৰু ৰিফ্ৰেছ |
05:34 | গতিকে মোৰ নেমটো Md5ত এনক্ৰিপ্ত হ’ল |
05:39 | ই সদায় একেটা লেনথৰ হয় আৰু মই বিশ্বাস কৰো ইয়াক ভাঙিবলৈ অসম্ভৱ যদিহে আপুনি ষ্ট্ৰিংগ এটা এনক্ৰিপ্ত নকৰে আৰু তাৰপাছত ইয়াক আপোনাৰ এনক্ৰিপ্ত কৰা মান দুটাৰ লগত তুলনা নকৰে |
05:53 | যদি আপুনি ইয়াক বুজা নাই মোৰ "MD5 এনক্ৰিপচন (encryption)"ৰ টিউট’ৰিয়েল এটা আছে । গতিকে চিন্তা নকৰিব । আগবাঢ়ক আৰু ইয়াক চাওঁক |
06:01 | এতিয়া মই ক’ম ইফ চাবমিত ("if submit") আৰু তাৰপাছত আমাৰ ক’ড |
06:08 | মোৰ ফুলনেম, ইউজাৰনেম আৰু পাচৱৰ্দ ঠিকে আছে |
06:10 | মই এই "MD5 এনক্ৰিপচন (encryption)"ক মোৰ ভৰ্ত্তিকৰা পাচৱৰ্দ আৰু ৰিপিত পাচৱৰ্দৰ কাষত যোগ কৰিম |
06:21 | তাক নাপাহৰিব |
06:23 | তাৰপাছত যদি মই একৌ কৰো, ধৰক, পাচৱৰ্দ ("password") আৰু এটা ব্ৰেক আৰু ৰিপিত পাচৱৰ্দ ("repeat password") |
06:32 | যেতিয়া মই ৰিফ্ৰেছ কৰো বা মোৰ ফৰ্ম ভৰ্ত্তি কৰো, মই ক’ম মোৰ পাচৱৰ্দ হৈছে "abc" আৰু মোৰ ৰিপিত পাচৱৰ্দ হৈছে "abc" |
06:45 | তাক ৰেজিষ্টাৰ কৰক |
06:46 | আপুনি দেখিছে যে মোৰ এনক্ৰিপ্তেদ পাচৱৰ্দ দুটা হুবহু আৰু সিহত দুয়োটাই দাতাবেচত থ’বলৈ সাজু হৈ আছে |
06:52 | এতিয়া যদি আপুনি কয় কোনোবাই দাতাবেচ হেক কৰিলে আৰু মানুহৰ পাচৱৰ্দ পালে যি abc হিচাবে লিখা হৈছিল, তেওঁলোকে ইয়াক সহজে পাব |
07:01 | মই ইয়াক লিখিম ইয়াত । কিন্তু এতিয়া তেওঁলোকে এইটো কি গম নাপাব কাৰণ সি এনক্ৰিপ্তেদ হয় |
07;06 | ঠিক আছে, আমি আমাৰ পাচৱৰ্দচ এনক্ৰিপ্তেদ পালো । এতিয়া আমি আমাৰ দাতাৰ যিকোনো টেগচ টুকুৰা কৰিম আৰু এইটো কৰিবলৈ আমাৰ ষ্ট্ৰিপ টেগচ আছে |
07:21 | ষ্ট্ৰিপ টেগচ ("strip tags") । ই HTML টেগচক টুকুৰা কৰিব |
07:25 | যেতিয়া মই মোৰ পাচৱৰ্দ ব্যৱ্হাৰ কৰিছো, মই "md5" ফাংচনৰ আগতে ষ্ট্ৰিপ টেগচ ("strip tags") নকওঁ |
07:36 | মই ইতিমধ্যে মোৰ পাচৱৰ্দৰ ভগ্নিত সংস্কৰণটোক এনক্ৰিপ্ত কৰিবলৈ "md5" ফাংচনটো ব্যৱ্হাৰ কৰিম |
07:41 | গতিকে সেইটো ঠিক হ’ব |
07:43 | মই তাক ক’পি আৰু পেষ্ট কৰিম তলত তাত |
07:46 | Ok, সেইটো হ’ল আৰু আহক ঘূৰি যাওঁ আৰু তাক চাওঁ |
07:54 | মই ইয়াত "html" লিখিম আৰু মোৰ ইউজাৰনেম হ’ব ব’দি ("body") আৰু মোৰ পাচৱৰ্দ "abc" হিচাবে ৰাখিম |
08:02 | আহক যাওঁ আৰু ইউজাৰনেম ("username") একৌ কৰো আৰু ব্ৰেক এটা যোগ কৰো |
08:12 | ফুলনেম । ইয়াত লিখা সকলো একৌ হ’ব |
08:19 | মই ইয়াৰ পাছত টেষ্ট ("test") লিখিম আৰু টেষ্ট ("test") ইয়াৰ পাছত |
08:23 | এতিয়া এই ষ্ট্ৰিপ টেগ ("strip tag") ফাংচনে এই "html" আৰু ব’দি ("body")ৰ পৰা পৰিত্ৰাণ পাব লাগিব |
08:27 | আপোনাৰ আমাক দিয়া টেষ্ট ("test") আৰু টেষ্ট ("test") থাকিব লাগিব |
08:31 | আমি এটা এৰ’ৰ পালো |
08:34 | ঘূৰি যাওঁ আৰু চাওঁ । শাৰী অন্তকাৰকটো ব্যৱ্হাৰ নকৰিলো । ৰিফ্ৰেছ আৰু দাতা পুনৰ পঠাওঁক |
08:38 | আপুনি ইয়াত দেখিছে, আমি টেষ্ট ("test") আৰু টেষ্ট ("test") পালো । গতিকে আপুনি ইয়াত টেগ বা html টেগ হিচাবে যিহকে লিখে, ই খালী হয় |
08:49 | গতিকে কিছু লোক হাস্যকৰ হ’ব পাৰে আৰু কয় মোৰ ইউজাৰনেমটো এটা ইমেজ ("image") হ’ব । ৰেজিষ্টাৰ । সি কাম নকৰে ! |
08:59 | ই ইয়াত একৌ হোৱা নাই |
09:01 | কিন্তু যদি আমি কওঁ এলেক্স ("alex") আৰু ৰেজিষ্টাৰ ("Register") টিপো, ইয়াক একাউন্টত লয় |
09:05 | গতিকে সেইয়াই । পাছৰ টিউট’ৰিয়েলটোত আমি চাম প্ৰতিটো একক ফিল্দ লিখা হৈছেনে যিহেতু পঞ্জীয়ণৰ বাবে সিহত সকলো প্ৰয়োজনীয় |
09:15 | Ok পাছৰ অংশটোত লগ পাম । বিদায় । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |