Inkscape/C2/Text-Manipulation/Assamese

From Script | Spoken-Tutorial
Revision as of 14:39, 24 November 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Text Manipulation এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 পাথত টেক্সট তৈয়াৰ কৰা।
00:11 নির্দিষ্ট আকাৰত টেক্সট তৈয়াৰ কৰা।
00:13 টেক্সটৰ ভিতৰত ইমেজ।
00:15 পার্সপেক্টিভত শিৰোনাম।
00:17 cut-out টেক্সট।
00:19 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো-
00:22 উবুন্টু লিনাক্স 12.04 OS
00:25 Inkscape সংস্কৰণ 0.48.4
00:28 Inkscape খুলক।
00:31 প্রথমে আমি পাথত টেক্সট তৈয়াৰ কৰা শিকিম। Text টুলত টিপক।
00:36 ক্যানভাসত এই বাক্যটা লিখক Spoken Tutorial is an Audio-Video tutorial.
00:43 ফন্টৰ আকাৰ 20 ত হ্রাস কৰক।
00:46 আমি আগৰ টিউটোৰিয়েলত Bezier টুল ব্যবহাৰ কৰি পাথ তৈয়াৰ কৰা শিকিছো।
00:51 সেয়ে, এইটোত টিপক।
00:53 ক্যানভাসত টিপক আৰু টেক্সটৰ তলত পাথ এৰ মতে এটা টিল্ডা আকাৰ তৈয়াৰ কৰক।
00:59 উভয় টেক্সট আৰু পাথ নির্বাচন কৰক।
01:03 Text মেনুত যাওক আৰু Put on Path বিকল্পত টিপক।
01:08 লক্ষ্য কৰক যে পাথ আমাৰ টেক্সটত গঠিত হৈছে।
01:12 এইবোৰ অনির্বাচিত কৰিবলৈ ক্যানভাসৰ যিকোনো এটা জাগাত টিপক।
01:16 Text টুল নির্বাচন কৰক আৰু টেক্সটৰ আৰম্ভনিৰ পয়েন্টত টিপক।
01:21 পাথত টেক্সট বিন্যস্ত কৰিবলৈ স্পেস বাৰত টিপি কিছু স্পেস দিয়ক।
01:28 এতিয়া পাথ নির্বাচন কৰক আৰু Node টুলত টিপক।
01:35 হ্যান্ডলবোৰ ব্যবহাৰ কৰি পাথৰ আকাৰ সলাওক।
01:39 লক্ষ্য কৰক যে টেক্সট পাথৰ আকাৰ সলোৱাৰ উপৰত নির্ভৰ কৰি সলায়।
01:45 পাথৰ পৰা টেক্সট মুছি পেলাবলৈ টেক্সট নির্বাচন কৰক।
01:49 Text মেনুত যাওক।
01:51 Remove from Path ত টিপক।
01:54 চাওক যে এতিয়া পাথ মুছি পেলোৱা হৈছে।
01:57 এই ক্রিয়া পূর্বাবস্থায় আনিবলৈ Ctrl + Z টিপক।
02:01 ইয়াৰ পিছত আমি এটা আকাৰত টেক্সট সন্নিবেশ কৰা শিকিম।
02:05 Polygon টুল ব্যবহাৰ কৰি, এটা ষড়ভুজ আঁকক।
02:09 এতিয়া আমি ষড়ভুজত কিছু টেক্সট সন্নিবেশ কৰিম।
02:14 আমি আগতে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা কিছু টেক্সট কপি কৰিম।
02:19 টেক্সট নির্বাচন কৰিবলৈ Ctrl + A আৰু তাক কপি কৰিবলৈ Ctrl + C টিপক।
02:25 এতিয়া Inkscape ত উভতি আহো।
02:27 Text টুলত টিপক।
02:30 টেক্সট পেস্ট কৰিবলৈ ষড়ভূজৰ তলত Ctrl + V টিপক।
02:35 উভয় টেক্সট আৰু ষড়ভুজ নির্বাচন কৰক।
02:39 এতিয়া Text মেনুত যাওক।
02:41 Flow into Frame ত টিপক।
02:45 এতিয়া আমাৰ টেক্সট ষড়ভুজৰ ভিতৰত সন্নিবেশ কৰিছে।
02:49 সকলো টেক্সট দৃশ্যমান কৰিবলৈ ফন্টৰ আকাৰ 10 লৈ হ্রাস কৰক।
02:54 ফ্লো অতৰাবলৈ Text মেনুত যাওক আৰু Unflow ত টিপক।
03:00 লক্ষ্য কৰক যে টেক্সট অদৃশ্য হৈছে। এই ক্রিয়া পূর্বাবস্থাযত আনিবলৈ Ctrl + Z টিপক।
03:07 এতিয়া আমি এটা ইমেজত টেক্সট তৈয়াৰ কৰা।
03:11 প্রথমে এটা ইমেজ ইম্পোর্ট কৰো। Fileত যাওক। Import ত টিপক।
03:19 আমি Pictures ফোল্ডাৰত এটা ইমেজ সংৰক্ষণ কৰিছো।
03:25 এতিয়া আমাৰ ক্যানভাসত ইমেজ আছে।
03:29 এইটোক নির্বাচন কৰক আৰু Object মেনুত যাওক।
03:33 Pattern আৰু Object to Pattern ত টিপক।
03:38 Text টুল ব্যবহাৰ কৰি ইমেজৰ তলত SPOKEN TUTORIAL লিখক।
03:44 এই টেক্সট বোল্ড কৰক।
03:47 Object মেনুত যাওক। Fill and Stroke বিকল্পত টিপক।
03:52 Fill ট্যাবৰ তলত Pattern ত টিপক। এতিয়া ইমেজ টেক্সটে তৈয়াৰ হৈছে।
04:01 ইমেজ বিন্যস্ত কৰিবলৈ Node টুলত টিপক।
04:04 আমি ইমেজত এটা বর্গাকাৰ আৰু বৃত্তাকাৰ হ্যান্ডেল চাব পাৰো।
04:08 টেক্সটত ইমেজ ঘোৰাবলৈ বৃত্তাকাৰ হ্যান্ডেলত টিপক।
04:13 এটাৰ মাপ পৰিবর্তন কৰিবলৈ বর্গাকাৰ হ্যান্ডেলত টিপক।
04:17 ইয়াৰ পিছত আমি পার্সপেক্টিভত টেক্সট তৈয়াৰ কৰা শিকিম।
04:21 ক্যানভাসত SPOKEN লিখক।
04:24 Path মেনুত যাওক আৰু Object to Path ত টিপক।
04:30 ইয়াৰ পিছতBezier কার্ভ নির্বাচন কৰি পাথ আঁকো।
04:34 তলত বাও ফালৰ পৰা পাথৰ অঙ্কন আৰম্ভ কৰক।
04:38 বাওফালে বৃহত্তৰ আকাৰ সহ আৰু সো ফালে সৰু এলাকা সহ পার্সপেক্টিভত এটা আয়তক্ষেত্র আঁকক।
04:46 প্রথমে টেক্সট নির্বাচন কৰক আৰু তাৰপিছত আয়তক্ষেত্রাকাৰ পাথ।
04:50 Extensions ত যাওক। Modify Path ত টিপক আৰু তাৰপিছত Perspective ত।
04:57 এতিয়া, আমি দেখিম যে টেক্সট পার্সপেক্টিভত দৃশ্যমান।
05:01 উল্লেখ্য যে টেক্সটে আৰম্ভনি পয়েন্ট লয় আৰু পাথৰ দিশ লয়।
05:07 ইয়াৰ পিছত আৰু এটা পার্সপেক্টিভত টেক্সট তৈয়াৰ কৰো।
05:11 ক্যানভাসত TUTORIAL লিখক।
05:15 Path মেনুত যাওক আৰু Object to Path ত টিপক।
05:19 Bezier টুল ব্যবহাৰ কৰি এটা অনুৰুপ পার্সপেক্টিভত আয়তক্ষেত্রাকাৰ পাথ আঁকক।
05:24 এবাৰ উপৰত বাও কোণৰ পৰা আৰম্ভ কৰি ঘড়িৰ কাঁটাৰ ফালে আগোৱাই যাওক।
05:30 প্রথম টেক্সট নির্বাচন কৰক আৰু তাৰপিছত পাথ।
05:34 Extensions ত যাওক, Modify Path আৰু তাৰপিছত Perspective ত।
05:42 এতিয়া আমি দেখো যে উপৰৰ পৰা তলৰ পর্যন্ত প্রদর্শিত টেক্সট চাও।
05:46 ইয়াৰ কাৰণ হল টেক্সট পাথৰ আৰম্ভ পয়েন্টৰ উপৰত নির্ভৰ কৰি সাৰিবদ্ধ আছে।
05:51 অবশেষত, আমি cut-out টেক্সট সম্পর্কে শিকিম।
05:55 এটা আয়তক্ষেত্র তৈয়াৰ কৰক আৰু আয়তক্ষেত্রৰ উপৰত INKSCAPE লিখক।
06:01 উভয় নির্বাচন কৰক। Path মেনুত যাওক। Difference বিকল্প নির্বাচন কৰক।
06:08 ক্যানভাসত কি হয় লক্ষ্য কৰক।
06:11 আমি cut-out টেক্সট তৈয়াৰ কৰাৰ আৰু এটা পদ্ধতি শিকিম।
06:15 আৰু এবাৰ, INKSCAPE লিখক।
06:17 Object মেনুত যাওক আৰু Fill and Stroke ত টিপক।
06:21 Stroke paint ট্যাবত যাওক, Flat color ত টিপক।
06:25 Stroke style ট্যাবত যাওক আৰু প্রস্থ 2 ত সলাওক।
06:30 Fill ট্যাবত যাওক আৰু No paint ত টিপক।
06:35 লক্ষ্য কৰক যে এটা কাট আউট আকাৰ টেক্সটত গঠিত হৈছে।
06:38 সংক্ষিপ্তকৰণ কৰো।
06:40 এই টিউটোৰিয়েলত আমি শিকিছো:
06:42 পাথত টেক্সট তৈয়াৰ কৰা।
06:44 নির্দিষ্ট আকাৰত টেক্সট তৈয়াৰ কৰা।
06:46 টেক্সটৰ ভিতৰত ইমেজ।
06:48 পার্সপেক্টিভত শিৰোনাম আৰু
06:49 কাট-আউট টেক্সট।
06:51 ইয়াতে আপোনাৰ বাবে নির্দেশিত কাম আছে।
06:54 এটা তৰঙ্গায়িত পাথত Learn FOSS using Spoken Tutorial টেক্সট তৈয়াৰ কৰক।
06:59 Bezier টুল ব্যবহাৰ কৰি এটা অসমকোণী চতুর্ভুজ আঁকক।
07:02 কোড ফাইল পৰা টেক্সট কপি কৰক আৰু অসমকোণী চতুর্ভুজত পেস্ট কৰক।
07:07 এটা ৰঙিন ইমেজ Inkscape টেক্সট সন্নিবেশ কৰক।
07:10 পৰিপ্রেক্ষিত Inkscape টেক্সট তৈয়াৰ কৰক।
07:13 SPOKEN TUTORIAL এৰ বাবে cut-out টেক্সট তৈয়াৰ কৰক।
07:17 আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত।
07:21 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটা ডাউনলোড কৰি চাওক।
07:27 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পরীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
07:34 বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।
07:36 স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
07:42 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
07:47 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। মই মৌচূমি মেধী এই টাউটোৰিয়েলটো অনুবাদ কৰিছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya