LaTeX/C2/Equations/Assamese

From Script | Spoken-Tutorial
Revision as of 16:25, 16 November 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:02 নমস্কাৰ বন্ধুগণ, লেটেক্ ইয়াৰ ব্যবহাৰ দ্বাৰা সমীকৰণ লিখা সংক্রান্ত টিউটোৰিয়াল্ ত আমি আপোনাক স্বাগত জনাইছো।
00:06 এতিয়া আপোনি তিনটা উইন্ডো দেখিব পাইছে।
00:10 আমি ১২ পয়েন্ট ফন্ট সাইজ আৰু আর্টিকল ক্লাস ইয়াৰ এটা ডকুমেন্ট তৈয়াৰ কৰিছো। লগতে, আমি AMSmath প্যাকেজ্ আৰু প্রচলিত কপিৰাইট্ স্টেটমেন্ট যেনে ইয়াত দেখা গৈছে, সেইবোৰ লিখাৰ বাবে cclicences প্যাকেজ্ ব্যবহাৰ কৰছিি।
00:30 make title কমান্ডৰ দ্বাৰা টাইটল বা শিৰোনামৰ পেজটো তৈয়াৰ কৰা যায়। New page কমান্ডৰ দ্বাৰা ডকুমেন্টৰ বাকি লিখাখিনি অন্য নতুন পাত লৈ যোৱা যায়।
00:43 লেটেকত সমীকৰণ লিখাৰ অনেকবোৰ পদ্ধতি আছে , মই সমীকৰণ লিখাৰ বাবে align star কমান্ডটো ব্যবহাৰ কৰিম।
00:51 এতিয়া এটা ম্যাটৰিক্স ডিফাৰেন্সিয়াল (matrix differential) সমীকৰণ লিখা যাওক, যাৰ চাৰিটা অংশ আছে
01:03 Align star, Frac ,d by dt of begin bmatrix, x_1, পিছৰ লাইন , x_2, end bmatrix
01:27 এইটোক বন্ধ কৰা যাওক।এবাৰ কম্পাইল্ কৰা যাওক।
01:37 তেনেহলে, এইভাবে আমি d by dt of x1 x2 ৰাশিটো লিখিব পাৰো।
01:42 এতিয়া এই ভেক্টৰটোত আৰো দুটা অংশ সংযুক্ত কৰা যাওক।
01:48 পিছৰ লাইনত x3 আৰু তাৰ পিছৰ লাইনত x4 লিখা হল। সেভ্ কৰি কম্পাইল্ কৰা যাওক। তেনেহলে এতিয়া চাৰিটা অংশ দেখা গৈছে।
02:03 এতিয়া এই সম্পূর্ণ ৰাশিটো সোফালৰ মেট্ৰিক্চৰ সমান. begin b-matrix
02:20 শূন্য, শূন্য, এক, শূন্য।
02:29 পিছৰ লাইনত শূন্য, শূন্য, শূন্য, শূন্য লিখা হল।
02:37 এবাৰ মেট্রিক্স বন্ধ কৰা যাওক।সেভ্ কৰি কম্পাইল্ কৰা হল।
02:47 চাওক, এইটো দেখা গৈছে। তেনেহলে মেট্রিক্সৰ প্রথম দুটা সাৰি লিখা হৈ গৈছে ।
02:53 কোনো ভুল, সহজে নির্ধাৰণ কৰাৰ বাবে, লেটেক্ ফাইলটো অলপ পৰিবর্তন কৰাৰ পিছত কম্পাইল্ কৰি চাওক যে সেইটো সঠিকভাবে কম্পাইল্ হৈছে কিনাই।
03:00 লক্ষ্য কৰক, এইক্ষেত্রেত, align star এনভয়ৰনমেন্টে ডলাৰচিন্হৰ ভূমিকা পালন কৰে।
03:06 উদাহৰণস্বৰুপে, ধৰা যাওক, আমি ডলাৰচিন্হ একেবাৰেই দিয়া নাই। প্রকৃতপক্ষে aligned star এনভয়ৰনমেন্টৰ সৈতে ডলাৰচিন্হ দিয়া উচিত নহয়।
03:14 আহক, সো ফালৰ মেট্রিক্সত তৃতীয় সাৰি যোগ কৰি এই বিষয়টোক সঠিকভাবে বুঝা যাওক।
03:25 শূন্য, ডলাৰ মাইনাস গামা, শূন্য, শূন্য। তেনেহলে চাৰিটা অংশ লিখা হল। কম্পাইল্ কৰিলে দেখা গৈছে যে এটা missing dollar inserted
03:50 ইয়াৰ সমাধানৰ বাবে ইয়াত আহি এই ডলাৰচিন্হবোৰ অতৰাই দিয়া যাওক। সেভ্ কৰা হল।
03:59  x টাইপ কৰি পূর্বৰ কম্পাইলেশান্টো বন্ধ কৰা হল। পুনৰায় কম্পাইল্ কৰা হল। এতিয়া মাইনাস gammaচিন্হটো দেখা গৈছে।এই মেট্রিক্সত আৰো এটা সাৰি যোগ কৰিব লাগে. সেইটো লিখা যাওক। শূন্য, আলফা যিটো ডলাৰচিন্হ নোহোৱাকৈ লিখা হয়, শূন্য, শূন্য।
04:28 এবাৰ সমীকৰণ টো শেষ কৰা যাওক। ইয়াত আৰো কিছু শর্তাবলী আছে।
04:34 ইয়াত এইটো আছে.
04:39 ইয়াৰ পৰা কাট কৰি ইয়াত পেস্ট কৰা যাওক।
04:46 এবাৰ কম্পাইল্ কৰি দেখা যাওক।
04:52 এইটো উল্টা পেনডুলামৰ মডেল হয়।
04:59 এটাতচে বেশি সমীকৰণ থাকিলে আপোনি কি কৰিব?
05:04 আৰো এটা aligned স্টেটমেন্ট লিখা যাওক। মই ইয়াত এটা সমীকৰণ লিখি ৰাখিছো।
05:13  এইটোক ইয়াৰ পৰা অনা যাওক।
05:17 ইয়াত সমীকৰণ টো লিখা যাওক। begin align star দি সমীকৰণ আৰম্ভ কৰা যাওক।
05:26 এইটোক কাট কৰি ইয়াত পেস্ট কৰা হল। align এনভয়ৰনমেন্ট্ বন্ধ কৰা যাওক।
05:39 এবাৰ কম্পাইল্ কৰিলে দ্বিতীয় সমীকৰণটোও দেখা গৈছে।
05:44 কিন্তু এইক্ষেত্রত দুটা সমস্যা আছে। দুটা সমীকৰণৰ মাজত যথেষ্ট বেশি ব্যবধান আছে আৰু হয়টো এই দুটা সমীকৰণক aligned বা সাৰিবদ্ধ কৰিব বিছাৰো।
05:52 এই সমস্যায় সমাধানৰ বাবে এই দুটা সমীকৰণক এটা aligned star এনভয়ৰনমেন্ট্ত লিখা যাওক।
06:01 এইটো কৰা যাওক। এইটোক ডিলিট্ কৰা যাওক
06:08 সেভ্ কৰি কম্পাইল্ কৰা যাওক।
06:14 কিন্তু দেখা গৈছে দুইটা সমীকৰণ এটা লাইনত আহি গৈছে।
06:20 লেটেকত বিপৰীত স্ল্যাশ্ চিন্হৰ দ্বাৰা এই দুইটাক বেলেগ লাইনত লিখা যাব পাৰে।
06:28 এটা কৰা হল আৰু কম্পাইল্ কৰা হল। এতিয়া এইটো দ্বিতীয় লাইনত গৈছে,
06:40 কিন্তু এই দুটা সমীকৰণ এতিয়াও aligned বা সাৰিবদ্ধ নাই হোৱা। ধৰা যাওক, আমি এই দুটা সমান চিন্হ-ক বিন্যস্ত কৰিবলৈ চাও।

তেনেহলে এই দুটা সমান চিন্হৰ আগত ampersand চিন্হ যোগ কৰো। ইয়াত ampersand লিখা যাওক, আৰু ইয়াতও লিখা যাওক।

07:00 এবাৰ কম্পাইল্ কৰা যাকি। লক্ষ্য কৰক, এতিয়া এই-দুটা সমান-চিন্হ এতিয়া বিন্যস্ত-ভাবে দেখা গৈছে।
07:18 ধৰা যাওক, আমি এই alignment বা বিন্যাস নষ্ট নকাৰেকে, এই দুটা সমীকৰণৰ মাজত কিছু লিখিব বিছাৰো।
07:24 inter-text কমান্ড-ইয়াৰ দ্বাৰা এইটো কৰা যাব পাৰে।
07:29 তেনেহলে আমি অতৰুৱাও। কিন্তু, এইক্ষেত্রত এটা ভুল কৰিলো। ডেল্টা মিউ (delta mu) ইয়াত আহি গৈছে। আগতে এইটোক সঠিক কৰা যাওক আৰু কম্পাইল্ কৰা যাওক।
07:48 ডেল্টা মিউ এতিয়া সঠিক স্থানত দেখা গৈছে। u of t ইয়াত আছে।
07:51 এতিয়া আমি এই দুটাত কিছু টেক্সট(text) বা লিখা যোগ কৰিবলৈ বিছাৰো। এই দুটা বিপৰীত (separator) স্ল্যাশ্, যি লাইন দুটা বিছিন্ন কৰাৰ কামত ব্যবহৃত হৈ আছিল, সেইটোক অতৰুৱা যাওক।

আৰু সেই স্থানত যি লিখাটো আমি যোগ কৰিবলৈ চাও সেইটো লিখা যাওক।

08:07 এই লিখাটোক ইয়াত যোগ কৰা যাওক। যি লিখাটো আমি যোগ কৰিবলৈ বিছাৰো, সেইটো inter-text কমান্ডৰ বন্ধনীত দেখা যায়।
08:24 মনত ৰাখিব এই opening brace বা আৰম্ভৰ বন্ধনীটো সকলো সময়তে বন্ধ হৈ থাকিব লাগে। যোনে লেটেক্ শিকিবলৈ আৰম্ভ কৰিছে, তেখেতলোকে প্রায়েই বন্ধনী বন্ধ নকৰাৰ ভুলটো কৰি থাকিব।
08:37 এইটোক কম্পাইল্ কৰা যাওক। এতিয়া এই লিখাটো দেখা গৈছেআৰু সমীকৰণ-দুটাও বিন্যস্ত ভাবে আছে।
08:50 inter-text কমান্ডত ডলাৰচিন্হৰ ব্যবহাৰটো লক্ষ্য কৰক।
08:54  inter-text হৈছে running textৰ নিচিনা। এটা align এনভয়ৰনমেন্টৰ অংশ নহয়। সেয়ে এইক্ষেত্রত ডলাৰচিন্হ ব্যবহাৰ কৰিবলৈ হয়।
09:03 এই সমীকৰণ-বোৰৰ কোনো নম্বৰ নাই। প্রকৃতপক্ষে Latexত aligned star কমান্ডত starৰ দ্বাৰাই সমীকৰণ-বোৰক equation নম্বৰ নিদিয়াৰ কথা কয়।
9:14 এবাৰ star টোক অতৰুৱাই দি দেখা যাওক, aligned এনভয়ৰনমেন্টে কি কৰে দেখা যাওক।

এই star টোক অতৰুৱাই দিয়া যাওক।

09:30 কম্পাইল্ কৰাৰ পিছত দেখা গৈছে সমীকৰণ নম্বৰবোৰ নিজে নিজেই দখা দিছে।
09:36 আমি এই সমীকৰণ-বোৰক ৰেফাৰ কৰিবলৈ পাৰো।

ধৰা যাওক আমি ৰেফাৰ কৰো

09:49 ধৰা যাওক , মই দ্বিতীয় সমীকৰণ-ক discretise কৰিবলৈ চাও। এই লিখাটো ইয়াত লিখিছো।
09:55 এটা লিখাটোক ইয়াত, ইয়াৰ তলত পেস্ট কৰা হল।
10:04 কম্পাইল্ কৰা হল। তেনেহলে এতিয়া দেখা গৈছে যে - we will now discretize the PID controller given in equation 2
10:13 কিন্তু নতুন কোনো সমীকৰণ সংযুক্ত কৰা হলে বা কোনো সমীকৰণ ডিলিট্ কৰা হলে সমীকৰণ-বোৰৰ নম্বৰ পৰিবর্তন হব পাৰে।
10:20 ইয়াক চাবলৈ আমি ইয়াত আৰু এটা সমীকৰণ যোগ কৰো।
10:32  স্ল্যাশ্, স্ল্যাশ্, a সমান b।
10:40 এই লাইনবোৰ ডিলিট্ কৰা হলি।কম্পাইল্ কৰা যাকি।
10:47 এতিয়া দ্বিতীয় সমীকৰণ হিসাবে a সমান b দেখা যাচ্ছেি।এতিয়া এইটো তৃতীয় সমীকৰণ হৈ গৈছে।
10:53 লক্ষ্য কৰক, আমি ইয়াত ২ সংখ্যাটিক সৰাসৰি লিখি লেটেক্-কত নিদেশ দিয়া হৈছে দ্বিতীয় সমীকৰণ-কে ৰেফাৰ(refer) কৰাৰ বাবে, কিন্তু বর্তমানে এইটো আৰু দ্বিতীয় সমীকৰণ নহয়।
11:04 সমীকৰণৰ reference হিসাবে সৰাসৰি সমীকৰণৰ নম্বৰ ব্যবহাৰ কৰিলে এই সমস্যাৰ সন্মুখীন হব পাৰে। label কমান্ডৰ দ্বাৰা ইয়াৰ সমাধান কৰা যাব পাৰে।
11:12 তেনেহলে ইয়াত আহা যাওক আৰু সমীকৰণ-ইয়াৰ তলত ‘label equation PID’ লিখা যাওক আৰু ইয়াত 'ref কমান্ডটি লিখা যাওক।

labelত যি লিখা আছে, ref সেইটোতেই থাকে। অর্থাৎ ইয়াত বন্ধনীত equation PID লিখা হলি।

11:39 দেখা যাওক, কম্পাইল্ কৰাৰ পিছত কি হয়ি।
11:47 ইয়াত question mark বা প্রশ্ন চিন্হ দেখা গৈছে।
11:52 দ্বিতীয়বাৰ কম্পাইল্ কৰাৰ পিছত ইয়াত ৩ দেখা যাচ্ছেি।দ্বিতীয়বাৰ কম্পাইলেশান্ -ইয়াৰ পিছ সংখ্যা-বোৰ সঠিক হৈ গেছেি।
12:03 table of contents বা সূচিপত্রেৰ ক্ষেত্রও আমি এইটো দেখেছিলাম।
12:08 এবাৰ a সমান b - এই সমীকৰণ টোক ডিলিট্ কৰে দিয়া যাকি।
12:15 এইটোৰ পৰা অতৰুৱাও দিয়ো।
12:22 এবাৰ কম্পাইল্ কৰা যাকি।দ্বিতীয় সমীকৰণ এতিয়া আৰ নেই, কিন্তু ইয়াত সমীকৰণ -ইয়াৰ ৰেফাৰেন্স নম্বৰ হিসাবে ইয়াত ৩ সংখ্যা দেখা গৈছে।
12:30 প্রথমবাৰ কম্পাইলেশান্ ইয়াৰ পিছ লেটেকে পূর্বেৰ নম্বৰ-বোৰই দেখা দিয়ে, দ্বিতীয়বাৰ কম্পাইলেশান্-ইয়াৰ পিছ সঠিক ৰেফাৰেন্স নম্বৰ বোৰ দেখা যায়।
12:40 এই label' বোৰ case sensitive।উদাহৰস্বৰুপ, ইয়াত এই সমীকৰণটোক eq:PID লেবেল্ দিয়া হৈছে। PID ডাঙৰ হাতৰ অক্ষৰে আছেি।ইয়াত ছোটো হাতেৰ অক্ষৰে pid লিখা হলি।
12:54 'কম্পাইল্ কৰিলে দেখা গৈছে, লেটেক্ এই ৰেফাৰেন্সটি চিনতে পাৰছে না।
13:02 লেটেকে এই দুটা কমান্ড-ইয়াৰ আর্গুমেন্ট কে অভিন্ন হতে হবে কিন্তু এবোৰত়ে যে শুধু অক্ষৰ-ই থাকতে হবে এমন কোনো বাধ্যবাধকতা নেয়ি। ধৰা যাওক, আমি ইয়াত সংখ্যা দিয়ে চাই।

ইয়াত ১০০ লিখা হল আৰু সেভ্ কৰে কম্পাইল্ কৰা হলি।

13:21 প্রথমবাৰ কম্পাইলেশান্-ইয়াৰ পিছ লেটেক্ নম্বৰ দুটাৰ অভিন্নতা  বুঝতে নোৱাৰিলেও , দ্বিতীয়বাৰ কম্পাইলেশান্-ইয়াৰ পিছ নম্বৰবোৰ সঠিকভাবে দেখা গৈছে।
13:30 এই পদ্ধতিতেই আমি পৰিচ্ছেদ, উপ-পৰিচ্ছেদ ইত্যাদিৰ লেবেল্ তৈয়াৰ কৰিবলৈ পারিি।
13:35  তেনেহলে এই পৰিচ্ছেদ-ইয়াৰ লেবেল্ তৈয়াৰ কৰি দেখা যাকি।আসুন, এটা কৰা যাওক।
13:45 তেনেহলে section কমান্ডত লিখা যাওক This is first section।Label, sec 100
13:56 এবাৰ ডকুমেন্ট ইয়াৰ শেষে ইয়াত যোৱা যাকি।
14:00 ইয়াত লিখা যাওক section ref sec-100, shows how to write equations অর্থাৎ পৰিচ্ছেদ ১০০ ত়ে সমীকৰণ লিখাৰ পদ্ধতি বর্ণনা কৰা আছে।
14:23 সেভ্ কৰে কম্পাইল্ কৰিলে দেখা গৈছে‘Section, question marks shows how to write equations’।
14:26 দ্বিতীয়বাৰ কম্পাইলেশান্-ইয়াৰ পিছ সঠিকভাবে পৰিচ্ছেদ-ইয়াৰ নম্বৰটি দেখা যাচ্ছেি।
14:30  ইয়াতৰ নম্বৰ আৰু ইয়াতৰ সমীকৰণ-ইয়াৰ নম্বৰ একেই।
14:34। এই প্রক্রিয়া পৰিচ্ছেদ, উপ-পৰিচ্ছেদ - সবেৰ বাবেই প্রযোজ্যি প্রকৃতপক্ষে, প্রত্যেক এনভয়ৰনমেন্ট্-ইয়াৰ সৈতেই নম্বৰ সংযুক্ত থাকেি।
14:42 এবাৰ এইটোক ডিলিট্ কৰা যাকি।
14:56  দুইবাৰ কম্পাইল্ কৰা যাকি।এতিয়া ডকুমেন্টটি পূর্বেৰ অবস্থায় উভতি আহিছো।
15:04 আমি এতিয়া বড় বা দীর্ঘ সমীকৰণ লিখাৰ পদ্ধতিটো দেখে নেবি।
15:09 আমি সমীকৰণটি ডকুমেন্টত পূর্বেই লিখে ৰেখেছি।ডকুমেন্ট-ইয়াৰ তলত যোৱা যাওক, ইয়াত এটা লিখা আছে।
15:23 সমীকৰণটি ইয়াত পেস্ট যাওক।
15:29  কম্পাইল্ কৰাৰ পিছত দেখা যাওক কি হয়়।
15:40 ইয়াত এটা তৃতীয় সমীকৰণ দেখা গৈছেআৰু সেইটো যথেষ্ট দীর্ঘ।এটা এত লম্বা হোৱাৰ ফলত এটা এটা লাইনে উপযুক্ত নহয়।
15:49 তেনেহলে এইটোক দুইভাগত বিভক্ত কৰে লিখা যাওক।ইয়াত স্ল্যাশ্, স্ল্যাশ্, আৰু ইয়াত alignement বা বিন্যাস বজায় ৰাখাৰ বাবে এটা ampersand লিখা যাওক।
16:11 সেভ্ কৰে কম্পাইল্ কৰা যাক়।

চাওক এই সমীকৰণটো দুই ভাগে বিভক্ত হৈ গৈছে আৰু যোগ-চিন্হেৰ দ্বাৰা এবোৰকে সঠিকভাবে বিন্যস্ত কৰা হৈছে।

16:26 সব সমান-চিন্হ আৰু যোগ-চিন্হ বোৰ এতিয়া বিন্যস্তভাবে দেখা গৈছে।
16:30 কিন্তু, এই সমীকৰণ-ইয়াৰ দুটা অংশতেই এতিয়া equation নম্বৰ দেখা যাচ্ছে়।
16:35 ধৰা যাওক, আমি সমীকৰণ-ইয়াৰ প্রথম অংশ-ত়ে নম্বৰ নিবিছাৰো, অর্থাৎ আমি এই নম্বৰটি চাই না।তেনেহলে স্ল্যাশ্,স্ল্যাশ্ চিন্হেৰ পূর্বে no number এই কমান্ড টি লিখক।এটা কৰা যাওক আৰু
16:51 চাওক, ইয়াত সমীকৰণটো ৰ প্রথম অংশত কোনো নম্বৰ নেই আৰু ইয়াত এই নম্বৰটি ৩ হৈ গৈছে।
17:02  লক্ষ্য কৰক, আমি যে বন্ধনী-বোৰ সমীকৰণত ৰাখতে চেয়েছিলাম, সেবোৰৰ কিছু বন্ধনী আউটপুটত দেখা গৈছেনা।উদাহৰণস্বৰুপ, ইয়াত আমি লিখতে চেয়েছিলাম e n, e n মাইনাস ১়।

কিন্তু ইয়াত এইবোৰ বন্ধনী-বোৰ নোহোৱাকৈ দেখা গৈছে।ইয়াৰ কাৰণ হল, লেটেকত বন্ধনীবোৰ delimiter হিসাবে ধৰা হয়।

17:16 তেনেহলে আমাৰ লেটেক-কে জানাতে হবে, যাতে  লেটেকে বন্ধনী বোৰকে delimiter হিসাবে গণ্য না করে়।

বন্ধনীৰ আগত বিপৰীত স্ল্যাশ্ লিখে এটা কৰা যায়।

17:24 ইয়াত এটা বিপৰীত স্ল্যাশ্ যোগ কৰা যাওক।ইয়াতও এটা বিপৰীত স্ল্যাশ্ যোগ কৰা যাওক।
17:36  চাওক, এতিয়া আউটপুটত বন্ধনীবোৰ দেখা যাচ্ছে়।

তাই আগৰ মত ইয়াতও এই দুটা স্থানে বিপৰীত স্ল্যাশ্ যোগ কৰা যাওক।

17:46 সেভ্ কৰে কম্পাইল্ কৰা যাওক।এতিয়া এটা সঠিকভাবে দেখা গৈছে।
17:58 এতিয়া দেখা যাওক, সমীকৰণত ব্র্যাকেট বড় কিভাবে লিখা যায়়। উদাহৰণস্বৰুপ, ইয়াত ব্র্যাকেট-বোৰ খুব ছোট আকাৰেৰ।
18:08 এবোৰকে বড় কৰাৰ বাবে left আৰু right কমান্ড ইয়াৰ ব্যবহাৰ কৰা হয়।
18:15 ইয়াত আহা যাওক, সমীকৰণটি ইয়াত লিখা আছে।
18:21 তেনেহলে ইয়াত K স্ল্যাশ্ লেফট আৰু ইয়াত স্ল্যাশ্ ৰাইট যোগ কৰা যাওক।
18:38 কম্পাইল্ কৰা যাক়।

চাওক, ব্র্যাকেট-বোৰ বড় আকাৰেৰ হৈ গৈছে।

18:45 এই প্রক্রিয়া square ব্র্যাকেট ইয়াৰ ক্ষেত্রেও প্রযোজ্য।
18:58 ইয়াত square ব্র্যাকেট আছে।এটা কৰে দেখা যাওক।ব্রেস বা দ্বিতীয় বন্ধনীৰ ক্ষেত্রেও এটা ব্যবহাৰ কৰা যাব পারে়। কিন্তু সেইক্ষেত্রে লেটেক-কে নির্দেশ দিতে হবে যাতে ব্রেস-কে delimiter হিসাবে গণ্য না কৰে।ইয়াত স্ল্যাশ্ ব্রেস লিখা হল।
19:12 কম্পাইল্ কৰাৰ পিছত
19:17 ব্রেস -ইয়াৰ পৰিবর্তনটি লক্ষ্য কৰুন়।
19:22 যেতিয়া এটা সমীকৰণ একাধিক লাইন জুড়ে থাকে , তেতিয়া আমাৰ স্ল্যাশ্ লেফট কমান্ডটি শুধু প্রথমে লাইনত লিখতে হবে।উদাহৰণস্বৰুপ , ইয়াত এটা বন্ধনী আছে আৰু এখান ইয়াৰতটা বন্ধনী আছে , আমি এইটোক সামান্য একটু বড় কৰিবলৈ চাই়।

তেনেহলে এটা ইয়াত কৰা যাওক।ধৰা যাওক ,

19:35 আমি ইয়াত স্ল্যাশ্ লেফট ব্র্যাকেট আৰু ইয়াত আমি স্ল্যাশ্ ৰাইট ব্র্যাকেট লিখলাম।কম্পাইল্ কৰা যাওক।
19:57 কিন্তু এটা অভিযোগ জানাচ্ছে যে , আমি স্ল্যাশ্ ৰাইট লিখতে ভুলে গেছি়।

কাৰণ ইয়াত এই লাইনত আমি ব্র্যাকেটটি আৰম্ভ কৰিছোলাম

20:04 কাৰণ ইয়াত এই লাইনত আমি ব্র্যাকেটটি আৰম্ভ কৰিছোলাম কিন্তু এটা শেষ কৰা হয়নি।এই সমস্যা দূৰ কৰাৰ বাবে , স্ল্যাশ্ ৰাইট ডট ব্যবহাৰ কৰিবলৈ হবে ,যাৰ দ্বাৰা লেটেক্ -কে সো ফালেৰ ৰাশিবোৰৰ বিষয় উপেক্ষা কৰাৰ নির্দেশ দিয়া হয়়।
20:15 একেইভাবে , ইয়াত স্ল্যাশ্ লেফট ডট ব্যবহাৰ কৰা হবে ,যাৰ অর্থ বাওফালৰ ৰাশিবোৰৰ বিষয় উপেক্ষা কৰা যাওক।এখান পৰা বাইৰে আহা যাওক।পুনৰায় কম্পাইল্ কৰা যাওক।এতিয়া সঠিক আউটপুট দেখা যাচ্ছে়।
20:30 এতিয়া ধৰা যাওক আমি এইটোক ইয়াৰ একটু ভিতৰে লিখতে চাই।এটা আমি slash h-space 1 cm কমান্ড -ইয়াৰ দ্বাৰা কৰিবলৈ পাৰি।
20:45 এতিয়া এটা কৰা যাওক।
20:51 তেনেহলে এটা ভিতৰে সৰে গৈছে আৰু এটা বিন্যস্ত-ও হৈ গেছে়।
20:54 ধৰা যাওক, যদি আপোনি ইয়াত এটা না চান , এটা যোগ চিন্হ লিখতে চান।
20:59 এটা এতিয়া কৰা যাওক , ইয়াত যোগ চিন্হ লিখা হল।
21:08 ঠিকআছে , এতিয়া যোগ চিন্হ টো কে অভ্যন্তৰে দেখা যাছে।এতিয়া এটা দেখিবও সুন্দৰ লাগছে়।
21:17 যেসব কমান্ড ডলাৰ চিন্হেৰ ভিতৰে কাম কৰে , সেবোৰ aligned এনভয়ৰনমেন্ট্ ত ভিতৰেও কাম কৰে।একমাত্র ব্যতিক্রম হল ampersand চিন্হ যা একাধিক ৰাশিকে বিন্যস্ত ৰাখাৰ বাবে ব্যবহৃত হয়়।
21:27 যেসব কমান্ড aligned এনভয়ৰনমেন্ট্-ইয়াৰ মধ্যে কাম কৰে , সেবোৰৰ সব -ই ডলাৰ চিন্হেৰ মধ্যে ব্যবহাৰ কৰা যাব পাৰে।
21:32 তাসত্ত্বেও .., aligned এনভয়ৰনমেন্ট্ আৰু ডলাৰ চিন্হেৰ মধ্যে running modeত পাওয়া আউটপুট ইয়াৰ মধ্যে সামান্য কিছু পার্থক্য থাকে়।
21:41 এই বিষয়ে বিস্তাৰিত আলোচনা কৰাৰ বাবে ইন্টিগ্রাল্ মোড্-ইয়াৰ ব্যবহাৰ কৰা যাওক।
21:46 তেনেহলে ইয়াত আহা যাওক।।
21:50 এটা ডিলিট্ কৰা যাওক
21:53 তেনেহলে ইয়াত এই স্টেটমেন্ট - টি আছে়।
22:10 এইটোক ইয়াত নিয়ে আহা যাওক,
22:15 The integral mode includes the term this integral

এতিয়া এইটোক বন্ধ কৰা যাওক, নাহলে লেটেক্ এই বিষয়ে অভিযোগ জানাবে।

তেনেহলে আমি লিখেছি ইন্টিগ্রাল্ মোড্- ইয়াৰ মধ্যে এই ইন্টিগ্রাল্ ৰাশিটি আছে়।

22:35 এই ইন্টিগ্রাল্ আৰু এই ইন্টিগ্রাল্ -ইয়াৰ মধ্যে সাইজ-ইয়াৰ পার্থক্যটো লক্ষ্য কৰক।এটা অনেক বড় আৰু এটা তুলনামূলক ভাবে ছোটো়।
22:45 সাইজ-ইয়াৰ এইপ্রকাৰ পৰিবর্তন ভগ্নাংশ, সাম বা যোগ , প্রডাক্ট বা গুণফল ইত্যাদিৰ ক্ষেত্রেও দেখা যায়।এই টিউটোৰিয়াল্টো সমাপ্ত কৰাৰ পূর্বে , আমি আৰেকটি বিষয় উল্লেখ কৰিবলৈ চাই়।
22:58 aligned এনভয়ৰণমেন্ট -ইয়াৰ মধ্যে ফাঁকা লাইন-ইয়াৰ ব্যবহাৰ কৰা উচিত নহয়।উদাহৰণস্বৰুপ, ইয়াত এটা ফাঁকে লাইন ৰাখা যাওক।এটা অভিযোগ গৈছেযে অনুচ্ছেদটো alignment সম্পূর্ণ হবাৰ পূর্বেই সমাপ্ত হৈ গেছে়।
23:19 যদি আপোনি সত্যি-ই মাঝখানে ফাঁকে লাইন ৰাখতে চান,তেনেহলে তাৰ আগত এটা percentage বা শতকৰা চিন্হ লিখক যাতে লেটেক সেই লাইনটো কমেন্ট হিসাবে গন্য করে়।
23:27 পুনৰায় কম্পাইল্ কৰা যাওক।সফলভাবে কম্পাইল্ হৈ গৈছে আৰু পূর্বেৰ সব লিখাই সঠিকভাবে দেখা গৈছে।ইয়াতই এই টিউটোৰিয়াল্ ইয়াৰ সমাপ্তি হল।ইয়াতঅংশগ্রহন কৰাৰ বাবে ধন্যবাদ়।
23:38 আমি অনামিকা ইয়াত-ই আপোনাক পৰা বিদায় লৈছো।শুভবিদায়়।

Contributors and Content Editors

Mousumi