What-is-Spoken-Tutorial/C2/What-is-Spoken-Tutorial-2min/Assamese

From Script | Spoken-Tutorial
Revision as of 17:09, 10 November 2015 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00: 00 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম
00: 06 স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয়
00: 10 স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয়
00: 13 আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়.
00: 19 আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে.
00: 26 ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে
00: 29 "ফাইল ৰেকর্ডিং"
00: 34 আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো
00: 38 ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো.
00: 41 ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো
00: 45 তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো
00: 47 আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো.
00: 51 ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো
00: 53 ৰেকর্ডিং ফাইল
00: 59 এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল.
01: 03 আমি ইয়াত উভতি আহিম.
01: 06 ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয়
01: 10 আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই
01: 15 কর্মশালা 2 ঘন্টাৰ সময়কাল হয়
01: 18 ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে
01: 21 তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে.
01: 23 সকলোৱে একেই স্তৰত পাব পাৰে.
01: 26 আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও
01: 30 এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে.
01: 33 আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো
01: 36 উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয়
01: 42 ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে.
01: 48 ইয়াত উভতি আহো.
01: 49 আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো.
01: 53 ইয়াতে এটা উদাহৰণ
01: 54 "ফাইল ৰেকর্ডিং"
02: 00 ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল.
02: 04 "ফাইল ৰেকর্ডিং"
02: 16 এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব
02: 20 এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে
02: 25 আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে?
02: 28 যোগ দিয়াৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi, PoojaMoolya