LaTeX/C2/Letter-Writing/Assamese

From Script | Spoken-Tutorial
Revision as of 13:04, 10 November 2015 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
0:00 ‌ সকলোকে আদৰণি জনালো। এই Tutorial ৰ সহায়ত Latex ব্যৱহাৰ কৰি আখৰ লিখিব শিকোৱা হব।
0:06 আপোনালোকে ইয়াত ৩ খন Window দেখাপাব:
0:08 Latex ব্যৱহাৰ কৰি এই ৩ টা Typesetting স্পশ্ত ভাবে প্রদৰশন কৰিব পাৰি:
0:13 Source file বনাবলৈআৰু Compilation প্রকৃয়া জানিবলৈ PDF file খোলক PDF Reader ৰ সহায়েৰে.
0:22 মইMac-OS-X ত “Skim” নামৰ PDF Reader ব্যৱহাৰকৰিছো, কাৰণ ই Compilation ৰ পিছতপ্রতিটো নতুন PDF file স্বয়ংকৃয়ভাবেload কৰিলয়.
0:34 Linux আৰু Windows ৰ কাৰণেওএকেধৰণ বহু PDF Reader পোৱাযায়.
0:42 প্রথমতেআমি Source file লৈগৈপ্রতিটো Command এ কিকিকৰেপর্য্যবেক্ষণ কৰিম.
0:47 প্রথম শাৰিয়ে কৈছে যে প্রতিটো শব্দDocument Class ত থাকে.
0:54 প্রতিটো শব্দ ৰ জোখ ১২ পইন্ত ৰ সমানহব.
0:57 Letter খনৰ ১ম ভাগে “from address” বুজাব । ইয়াক দুই বান্ধোনৰ মাজত পোৱা যাব ।
1:07 ফলাফল সমুহ আমি সো-হাত ৰ উপৰ ফালেOutput File ত দেখাপাম ।
1:14 দুটা একেলগে থকা slash এ এটা নতুন শাৰি আৰম্ভ হোৱা বুজাব ।
1:19 যদি মই ইয়াৰ দুয়োটা Slash নহোৱা কৰি দিও-
1:25 Save কৰক, তাৰ পিছত Compile কৰক pdflatex ৰ সহায়ত ।
1:37 আপোনালোকে ধৰিব পাৰিছে যে, সেই দুয়োটা শাৰি এটা শাৰিলৈ সলনি হয় ।
1:43 যোৱা বাৰ দুটা Slash ৰ সহায়ত আমি latex ৰ দ্বাৰা শাৰি এটা ভাগ কৰিছিলো ।
1:49 এতিয়া এই ওলটা Slash সমুহ ইয়াত নাই, সেয়েহে এতিয়া latex এ নাযানে যে এতিয়া সি শাৰিটো ইয়াতে ভাঙি বলাগিব ।
1:56 এতিয়া মই আকৌ Slash বোৰ পুণৰ তাতে প্রয়োগ কৰিলো ।
2:04 Save আৰু Compile কৰক ।
2:08 এইটো জানিব লগিয়া কথা যে, প্রতিতো সাল-সলনি ৰ পিছত আৰু Compilation ৰ আগত আমি প্রতিবাৰ Save কৰিম ।
2:15 এতিয়া আমি এটা “Empty Address” দিয়াৰ পাছত কি হয় চাম ।
2:21 এতিয়া মই ইয়ালৈ আহিম,
2:24 দাগ দিয়ক,
2:27 একেবাৰে শেষৰ শাৰিলৈ যাওক, delete কৰক, save কৰক আৰু compile কৰক ।
2:37 এতিয়া আপোনালোকে দেখা পাব“ from address” নোহোৱা হৈ গৈছে তাৰ পৰা ।
2:44 বিশেষ দ্রৱনিয়তা :আজি কালি সকলোবোৰ তাৰি খস্বয়ং কৃয় ভাবে আমেৰিকা নস্তাইল অর্থাত – “মাহ – দিন – বছৰ” ত লিখাহয় ।
2:54 ইয়াৰ command হ’ল “slash date slash today” ।
3:02 আমি তথ্য বিলাক দেখা পোৱাৰ পৰা বাধা দিবলৈ এখন Empty List ৰ প্রয়োগ কৰা হয়, যি ধৰনে কৰা হব ।
3:12 সংৰক্ষন কৰক ।
3:17 কম্পাইল কৰক ।‌‌‌‌‌‌‌‌‌‍‍‌‍
3:18 তথ্য বি‍লাক নাইকিয়া হৈগল ।
3:20 ধৰা যাওক কি আমি নিজৰ তথ্য ভৰাব খুজিছো, তেতিয়া হলে তথ্য বিলাক এই ধৰনে লিখা যাব :
3:30 ৯ জুলাই ২০০৭, সংৰক্ষন কৰক, কম্পাইল কৰক ।
3:40 তথ্য বিলা পাই গল ।
3:43 এই বিলাক তথ্যৰ ওপৰতে এই Tutorial খন বনোৱা হৈছে ।
3:47 কম্পাইল কৰা পাছত আমি Indian format তো output file ত দেখা পোবা যাব ।
3:53 address তো পোনৰ প্রয়োগ কৰা যাওক ।
4:02 আৰু documentতো আগৰ অবস্তা লৈ recompile কৰা হল ।
4:08 signature commands argumentতো letterৰ তলত দেছা পোৱা যায় ।
4:17 প্রথম document খন আৰম্ভ কৰা হয় আৰু তাৰ পাছত letterখন ।
4:22 প্রথম ‘to address’আহে । ইয়াক দেখা পোৱা যায় output ৰ উপৰৰ বাও কোণত ।
4:30 ইয়াক Mr. N. K. Sinha লৈ পঠোৱা হৈছে ।
4:34 command ‘slash opening’ব্যৱহাৰ হয় গ্রাহক গৰাকীৰ ঠিকণা দিবলৈ ।
4:40 আপোনালোকে ধৰিব পাৰিছে যে প্রত্যেক latex commands এদাল reverse slash সৈতে আৰম্ভ হয় ।
4:48 letter খনৰ শব্দ খিনি পাছত আহে ।
4:53 প্রথমে আৱম্ভ কৰা হয় এটা নতুন পংতি পৰা latex ত এদাল খালি শাৰিৰ সহায়ত যি ধৰনে এইয়াত দেখোৱা হৈছে ।
5:00 মোক ইয়ালে আহিব দিয়ক । এতিয়া এই বাক্য শাৰীৰ প্ৰথমখিনি ‘we are’ হৈছে ইয়াতে।
5:07 এতিয়া খোলো আহক। আহক এতিয়া ইয়াক পাছৰ বাক্য শাৰীলৈ লৈ যাওঁ।
5:12 মই এটি খালী শাৰী এৰিলো। ইয়াক সংৰক্ষন কৰো আহক।
5:17 ইয়াক কম্পাইল কৰক ।‌
5:19 এতিয়া আপুনি দেখা পাইছে যে এইটো এটা নতুন দফালৈ গৈছে গৈ।
5:25 এটা নতুন দফাৰ সৈতে, চিঠি খন দুই পৃষ্ঠাৰ হৈছে ।
5:29 আমি চাও, যদি font sizeটো 10 লৈ কমাব পাৰো, আমি চিঠি খন পুনৰ এক পৃষ্ঠালৈ নিব পাৰো ।
5:37 আমি এতিয়াই কৰো আহক ।
5:42 সংৰক্ষন কৰক ।
5:48 কম্পাইল কৰক ।‌
5:49 আপুনি দেখা পাব যে চিঠি খন পুনৰ এক পৃষ্ঠাৰ হৈছে ।
5:54 মই আকৌ font sizeটো 12 ptলৈ লৈ গৈছোঁ ।
6:00 আৰু মই এই দফাটা অলপ আতৰ কৰি দিছো ।
6:06 মই এইটো কমপাইল(Compile) কৰিছো ।
6:12 থিক আছে ।
6:14 মই এতিয়া itemize পৰিৱেশটো বুজাব খুজিছো, যিটো আৰম্ভণী আৰু অন্তিম itemize commandৰ সহায়ত উত্পন্ন কৰা হৈছে ।
6:29 slash itemৰে আৰম্ভ হোৱা প্ৰতিটো কথা bulleted ৰূপত দেখা পোৱা গৈছে ।
6:37 ইয়াত bullets বিলাকৰ স্থানত নম্বৰ পাব পাৰি নেকি?
6:41 তাৰ বাবে itemizeটো enumerateলৈ ৰূপান্তৰ কৰিব লাগিব, যিটো মই এতিয়া কৰিব ওলাইছো ।
6:46 মই এতিয়া ইয়াক enumerateলৈ ৰূপান্তৰ কৰিম ।
6:53 সংৰক্ষন কৰক ।
7:00 অ হয়টো ! যিমান পাৰি সিমান বাৰ save কৰিব লাগে ।
7:05 মই আকৌ কম্পাইল কৰিব ওলাইছো ।
7:09 আপোনি দেখিব যে বোলেটবোৰ এতিয়া নম্বৰ হৈ যাব।
7:15 বন্ধ কৰোতে মই ‘Yours sincerely’ যোগ কৰিলো, যি ইয়াতে আহিছে।
7:22 আমি আগতেই চিগ্নেচাৰৰ কথা কৈছো।
7:26 অবশেষত, cc কমান্দে এই চিঠিখনত বেলেগক মাৰ্ক কৰে।
7:35 ‘এন্ড লেতাৰ’ কমান্দেৰে মই চিঠিখন শেষ কৰিম আৰু তাৰপিছত দক্যুমেন্ত সমাপ্ত কৰিম ‘এন্ড দক্যুমেন্ত’ কমান্দেৰে।
7:44 নিজ ইচ্ছা অনুসৰি ইয়াৰ কন্তেন্ত্ মদিফাই কৰি চাব পাৰে।
7:48 সুন্নিশিত কৰক যে এটা সময়ত এটা বস্তুয়ে সলনি কৰা যাওক আৰু কম্পাইলেছন কৰা খিনি শুদ্ধ হৈছে নে নাই চাওক
7:58 যদিও মই MAC’ৰ চিঠি লিখাৰ পদ্ধতিৰ কথা ক’লো, একেটা চ’ৰ্চ ফাইল সকলো লেতেক্স চিচতেমত কাম কৰেই, লিনাক্স আৰু ৱিনদৌজটো কাম কৰে।
8:10 ইয়াৰে আমি এই তিউতৰিয়েলৰ শেষলৈ আহিলো।
8:13 শুনাৰ বাবে ধন্যবাদ।
8:14 এই পাঠটি প্রজ্ঞান বেজবৰুৱাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে, আই আই টি বম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো.

Contributors and Content Editors

Mousumi