PHP-and-MySQL/C3/MySQL-Part-8/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:00 | পুনৰ স্বাগতম ! আমাৰ পূৰ্বৰ টিউটৰিয়েলত, আমি কি সলাবলৈ গৈছো আৰু কেনেকৈ সলাম তাক প্ৰতিষ্ঠাপিত কৰিলো |
00:09 | আমি তাৰ সৈতে গৈছিলো |
00:11 | গতিকে, এতিয়া মই মোৰ ক’ড পৰীক্ষা কৰিম |
00:13 | যদি আমি আমাৰ দাতাবেচ চাওঁ, ইয়াত আমাৰ অতি কম ৰেকৰ্ডচ (records) আছে |
00:17 | মই ইয়াত ডেভিদৰ ৰেকৰ্ড নাইকীয়া কৰিম কাৰণ এইটো অন্য এটা টিউট’ৰিয়েলৰ |
00:23 | নাইকীয়া কৰাৰ পাছত, আমাৰ ওচৰত এলেক্স (Alex), কাইল (Kyle), ইমিলি (Emily) আৰু ডেল (Dale)ৰ ৰেকৰ্ডচ আছে |
00:29 | মই ইয়াত এটা উদাহৰণ হিচাবে কাইলৰ (Kyle's) ৰেকৰ্ড ব্যৱহাৰ কৰিম আৰু ইয়াক এটা নিৰ্দিষ্ট মানলৈ সলাম |
00:34 | আমি আমাৰ পৃষ্ঠা ৰিফ্ৰেছ (refresh) কৰিম আৰু ই আপদেত হোৱাতো নিশ্বিত কৰিম |
00:38 | মই কাইল ("Kyle") নিৰ্বাচিত কৰিম আৰু মই ইয়াক কাৰেণ ("Karen")লৈ সলাম আৰু মই চেঞ্জ (Change)ত টিপিম আৰু ইয়াত সকলো বিলাক অন্তৰধ্যান হৈছে |
00:46 | এতিয়া আমি আমাৰ টেবল (table)লৈ ঘূৰি আহিম আৰু ইয়াক ৰিফ্ৰেছ (refresh) কৰিবলৈ ব্ৰৌজ (Browse)ত টিপিম |
00:50 | আমি তললৈ যাম আৰু একো সলনি নোহোৱা পাম |
00:58 | মই ভাবো, মই এটা ভুল কৰিলো । মোৰ ভুলটো হৈছে এইটো আগতে নেম (name) আছিল আৰু এতিয়া মই ইয়াক ভেলু (value)লৈ সলাম |
01:06 | এইটো নেম (name)ৰ পৰিবৰ্তে ভেলু (value)লৈ সজোৱা দৰকাৰ |
01:09 | ভেলু (value)এ ইয়াত সকলো বিলাকৰ মানটো ধৰি ৰাখে যাক নিৰ্বাচিত কৰা হৈছে; গতিকে ভেলুটো হৈছে "$id" |
01:15 | যেতিয়া আমি আমাৰ ফৰ্ম (form) জমা কৰো, ই আহিব আৰু ভেলু (value)টো ইয়াত "id"ৰ ভিতৰত সংলগ্ন হৈ থাকিব |
01:25 | গতিকে, মই পালো আৰু ভুলটো শুধৰালো আৰু এতিয়া মই ঘূৰি যাম আৰু ৰিফ্ৰেছ (refresh) কৰিম |
01:30 | ইয়াত, মই পুনৰ কাইল ("Kyle")ক কাৰেণ ("Karen")লৈ সলাম । চেঞ্জ (Change)ত টিপি আপুনি চাব পাৰে যে একো হোৱা নাই |
01:37 | আনকি যেতিয়া মই মোৰ দাতাবেচত সোমাওঁ, আমি চাব পাৰো যে আমি এলেক্স, কাইল, ইমিলি আৰু দেল পালো |
01:42 | যিহেতু আমি কাইল ("Kyle")ক কাৰেণ ("Karen")লৈ সলালো, আমাৰ "id" এ দৃশ্যমান সলনি দেখাইছে |
01:47 | কিন্তু যেতিয়া আমি ব্ৰৌজ (Browse)ত টিপো আৰু তললৈ যাওঁ, আমি চাব পাৰো যে এতিয়া কাইল ("Kyle") কাৰেণ ("Karen")ৰ দ্বাৰা স্থানান্তৰ হৈছে |
01:54 | সেইদৰে, আপুনি লগতে ফৰ্মচ (forms) ব্যৱহাৰ কৰি মানসমূহ আপদেত কৰিব পাৰে |
01:57 | এইটো অতি সহজ, যেতিয়ালৈকে আপোনাৰ বিশেষ জ্ঞান থাকে
|
02:15 | আপুনি এই সকলো শিকিবলৈ সক্ষম হব যেতিয়া এই টিউট’ৰিয়েল সমূহৰ মূল তত্ত শিকিব |
02:20 | এতিয়াৰ বাবে, এই টিউটৰিয়েলত, আপুনি অন্তৰ্ভুক্তকৰন আৰু আপদেত কৰা আৰু সেইদৰেই শিকিলে |
02:28 | শেষত মই আপোনাক কেনেকৈ নাইকীয়া কৰা হয় দেখুৱাম |
02:34 | আপোনাক কেনেকৈ নাইকীয়া কৰা হয় দেখুৱাবলৈ, মই এই পৃষ্ঠাটো বন্ধ কৰিম আৰু এই বক্সটো আঁতৰাম আৰু ইয়াক সম্পাদন কৰিম |
02:46 | মই চেঞ্জ ("Change")ক দিলিতে ("Delete")ৰে সলনি কৰিম |
02:49 | ইয়াত মই ৰেকৰ্ডচ নাইকীয়া কৰিম য’ত আমি এটা নিৰ্দিষ্ট নাম দেখিম |
02:55 | এইটো কৰিবলৈ, মই ইয়াত লাষ্টনেম ("$lastname") যোগ কৰিম |
03:01 | এতিয়া আমি তাক ৰিচেন্দ (resend) নকৰো আৰু আহক আমি "mysql.php"লৈ ঘূৰি যাওঁ |
03:08 | ইয়াত, আমাৰ এতিয়া এলেক্স গেৰেট ("Alex Garrett"), কাৰেণ হেদেন ("Karen Headen") আছে যিটো মোৰ শেষৰ উদাহৰণটোৰ পৰা সলোৱা বা পৰিবৰ্তিত কৰা হৈছে |
03:17 | আমি কাৰেণ হেদেন ("Karen Headen")ত টিপিম আৰু আমি দিলিত ("Delete")ত টিপিম । ই ৰেকৰ্ডটো নাইকীয়া কৰিব |
03:24 | কিন্তু ই এই মূহুৰ্তত নাইকীয়া হোৱা নাই |
03:27 | আহক প্ৰথমে আমাৰ সকলো ৰেকৰ্ডচ অটুত হোৱাতো নিশ্বিত কৰো |
03:31 | ইয়াত আপুনি দেখাৰ দৰে, আমাৰ সকলো ৰেকৰ্ডচ অটুত আছে আৰু মই এটা নিৰ্দিষ্ট ৰেকৰ্ড নাইকীয়া কৰিবলৈ নিৰ্বাচিত কৰিম |
03:37 | ধৰক ইমিলি হেডেন ("Emily Headen") নাইকীয়া কৰো; গতিকে মই ইমিলি হেডেন ("Emily Headen")ৰ ৰেকৰ্ড নাইকীয়া কৰিবলৈ নিৰ্বাচিত কৰিম |
03:45 | এতিয়া আমি ইয়াক "mysql আন্দাৰস্ক’ৰ (underscore) দিলিত (delete).php" নামৰ এটা নতুন পৃষ্ঠাত জমা কৰিব লাগিব |
03:52 | ইয়াৰ বাবে, আমি এটা নতুন পৃষ্ঠা নিৰ্মান কৰিম, "mysql আন্দাৰস্কৰ (underscore) দিলিত (delete).php" হিচাবে সংৰক্ষণ কৰিম |
03:59 | আমি আগতে কৰাৰ দৰে একেদৰে কৰিম |
04:03 | আমি আমাৰ কানেক্ট ("connect")টো ৰিকুৱাইৰ (require) কৰিম, গতিকে আমি দাতাবেচৰ সৈতে সংযোগ কৰিব লাগিব |
04:10 | ক্ষমা কৰিব ! আহক তাক ৰিকুৱাইৰ (require) "কানেক্ট (connect).php" লৈ ঘূৰাই আনো আৰু আমি পুনৰ ভেৰিয়েবল বিলাক ভৰাম |
04:22 | গতিকে, আহক ইয়াত টুদিলিট ($todelete) লিখো আৰু সেইটো ইয়াত পুনৰ এটা "$_প’ষ্ট (POST)" ভেৰিয়েবলৰ সমান হ’ব |
04:29 | আমি এই ফৰ্ম (form) খন এই পৃষ্ঠাটোলৈ প’ষ্ট কৰিছো আৰু আহক আমি ইয়াত কিছু মান সলনি কৰো |
04:34 | আহক কওঁ টুদিলিট ("todelete") |
04:37 | গতিকে, আমি আমাৰ চিলেক্ত নেম (select name)ক টুদিলিট ("todelete")লৈ সলালো |
04:41 | এতিয়া, যদি আপুনি ইয়াত এই ফৰ্ম (form) খন এবাৰ ঘূৰাই চাই, মই আপোনাক ক’ড (code)টো পুনৰ দেখুৱাম |
04:47 | ইয়াত আমি চাব পাৰো যে আমাৰ ইয়াত প্ৰতিটো ৰেকৰ্ড (record)ৰ কেছৰ বাবে নেম (name) ভেলুজ আৰু id ভেলু আছে |
04:54 | যদি আামি ৰিফ্ৰেছ (refresh) কৰো, আমাৰ ফৰ্ম (form)ৰ নামটো হৈছে টুদিলিত ("todelete") আৰু আমি প্ৰত্যেক মানৰ একাউন্টলৈ তাক লৈছো |
05:01 | যদি ইমিলি (Emily)ৰ ৰেকৰ্ডটো নিৰ্বাচিত কৰা হয় আমি ৰেকৰ্ডটো নাইকীয়া কৰিম য’ত id টো 3ৰ সমান হয় |
05:08 | আহক আমাৰ ক’ডলৈ ঘূৰি যাওঁ আৰু ইয়াত আমাৰ প’ষ্ট (POST) ভেৰিয়েবল আছে |
05:14 | এতিয়া মই এইটো কেনেদৰে প্রক্রিয়াকৰণ হৈছে তাৰ এটা উদাহৰণ দিবলৈ একৌ (echo) কৰিম |
05:20 | আমাৰ ইয়াত ইমিলি হেডেন ("Emily Headen") আছে । আমাৰ তাত 3 আছে যি বুজাই যে আমি ইয়াক দাতাবেচ বা টেবলত থকা id 3 টো নাইকীয়া কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো |
05:30 | ইয়াত, আকৌ আমি এটা নতুন ভেৰিয়েবল বনাম আৰু মই ইয়াক "mysql আন্দাৰস্কৰ (underscore) কোৱেৰী (query)()" বুলি মাতিম |
05:41 | ইয়াৰ ভিতৰত । আমি ইয়াত এটা নতুন কমান্ডৰ সংহতি ব্যৱহাৰ কৰিম |
05:45 | আমি দিলিত ফৰ্ম ("DELETE FROM") লিখিম আৰু নিশ্বিতভাবে আমাৰ টেবল উল্লেখ কৰিম |
05:52 | আহক লিখো পিপল ("people") আৰু "হোৱেৰ (WHERE) id সমান (equals) টুদিলিত ("$todelete") |
05:57 | টুদিলিত ("$todelete") ভেৰিয়েবল যিটো হৈছে আমি এই তালিকা খনৰ পৰা নিৰ্বাচিত কৰা লোকজনৰ "id" টো |
06:03 | এতিয়া, আহক ইয়াক পৰীক্ষা কৰো । আহক কওঁ ইমিলি হেডেন ("Emily Headen") |
06:08 | আহক আমাৰ দাতাবেচত পৰীক্ষা কৰো যে ইমিলি হেডেন (Emily Headen)ৰ ৰেকৰ্ড এতিয়াওঁ উপলব্ধ নেকি |
06:13 | আহক ৰেকৰ্ডটো এতিয়াওঁ উপলব্ধ হয় নেকি চাবলৈ ৰিফ্ৰেছ (refresh) কৰো |
06:17 | যেতিয়া মই ইমিলি হেডেন ("Emily Headen")ত টিপিলো আৰু দিলিট (Delete)ত টিপিলো, একো নহ’ল |
06:22 | আমি একৌ কৰা নাই কিন্তু যেতিয়া আমি ৰিফ্ৰেছ কৰিবলৈ ব্ৰৌজ (Browse)ত টিপো, আমি চাব পাৰো যে ইমিলি (Emily)ৰ ৰেকৰ্ডটো দাতাবেচৰ পৰা নাইকীয়া হ’ল |
06:30 | গতিকে এই টিউটৰিয়েল সমূহত, মই আপোনাক এটা মূলতঃ কাম কৰা কমান্ড দেখুৱালো যেনে
|
06:43 | যদি মই কিবা পাহৰিছো, অনুগ্ৰহ কৰি মোক জনাব আৰু মই ইয়াক এই টিউটৰিয়েলচৰ অংশ হিচাবে যোগ কৰিম |
06:50 | আপুনি মোৰ চেনেলৰ পৰা আপদেতচৰ বাবে চাবচক্ৰাইব কৰাটো নিশ্বিত কৰক |
06:53 | মই আশাকৰো আপুনি এই টিউটৰিয়েল সমূহ উপভোগ কৰিলে । দৰ্শনৰ বাবে ধন্যবাদ |
06:55 | মই মৌচুম হাজৰিকাই স্প'কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |