Spoken-Tutorial-Technology/C2/Side-by-Side-Method/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00: 01 | side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম. মই মৌচুমী মেধী. |
00: 07 | এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম |
00: 10 | আমি side-by-side পদ্ধতি শিকিম |
00: 14 | আমি চাও কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়ত এটা কমান্ড শিকাত সাহায্য কৰে |
00: 20 | আমি শিকিম স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কেনেকৈ এজনে লাহে লাহে বা দ্রুত ভাবে শিকিব পাৰে. |
00: 26 | আমি শিকিম স্পোকেন টিউটোৰিয়েলৰ বাবে প্রয়োজনীয় উপাদান কত পোৱা যায়. |
00: 32 | আমি শিকিম স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে. |
00: 36 | আমাৰ উচৰত কর্মশালাৰ আয়োজকৰ বাবে এটা বার্তা আছে. |
00: 41 | Side-by-side পদ্ধতি এটা কৌশল (technique) হয় যি আমি IIT বম্বেত উন্নত কৰিছো. |
00: 47 | আপোনক গাইড কৰাৰ বাবে কোনো বিশেষজ্ঞ নাথাকিলেও, ই আপোনাক নিজে নিজে এটা সফটওয়্যাৰ শিকিবলৈ সাহায্য কৰে. |
00: 54 | আপোনি এইটো কেনেকৈ কৰিব পাৰিব? |
00: 56 | এটা স্পোকেন টিউটোৰিয়েলৰ পৰা এটা সময়ত মাত্র এটা কমান্ড শিকি. |
01: 01 | শিকা মানে কি বোঝায়? |
01: 03 | এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল চাই শিকা নেকি? |
01: 08 | নহয়! |
01: 09 | অথবা এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল সাবধানেৰে শুনা, নেকি? |
01: 13 | অাকৌ নহয়. |
01: 14 | শিকাৰ পদ্ধতি হৈছে ... |
01: 16 | স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে চাই অভ্যাস কৰা. |
01: 24 | কোনোএজনে টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে দেখোৱাব পাৰে নেকি? |
01: 29 | উত্তৰটো হয় হ্যাঁ . |
01: 31 | মই এইটো কলো? |
01: 33 | কাৰন আমি স্পোকেন টিউটোৰিয়েল self learning উপযুক্ত হোৱাকে বনাইছো. |
01: 39 | আমি এইটো কেনেকৈ কৰো? |
01: 41 | এইটো এটা দীঘল গল্প. |
01: 42 | মই এইটা কও যে আই আই টি বম্বেত এই উদ্দেশ্যেৰ বাবে, আমি নির্দিষ্ট পদ্ধতি উন্নয়ন কৰিছো. |
01: 49 | স্পোকেন টিউটোৰিয়েলবোৰ স্ব শিকাৰ বাবে তৈয়াৰ কৰা হৈছে. |
01: 52 | আৰু সেয়ে, আপোনি স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক প্রজনন কৰিব পাৰে. |
01: 58 | প্রতিটো কমান্ডক পুনর্গঠন কৰাৰ সবতচে ভাল উপায় কি? |
02: 02 | প্রদর্শন কৰা যাওক. |
02: 04 | আমি http://spoken-tutorial.org লৈ যাও |
02: 08 | আমি Scilab স্পোকেন টিউটোৰিয়েল সিনাক্ত কৰো |
02: 14 | মই Vector Operations বোলা স্পোকেন টিউটোৰিয়েল প্রদর্শন কৰিম. |
02: 18 | মই এই ভিডিওটো ইতিমধ্যে অবস্থিত কৰিছো. |
02: 21 | মই ভিডিওটো সর্বাধিক( maximise) কৰো নে? |
02: 23 | আকৌ এবাৰ, নহয়. |
02: 26 | আপোনি এইটোক সৰু অাকাৰত ৰাখিব পাৰে. |
02: 29 | মই ইতিমধ্যে এইটোক যিমান সম্ভব হয় সিমান সৰু কৰিলো. |
02: 33 | পর্দাৰ/স্ক্ৰিনৰ এফালে ভিডিওটো ৰাখিবলৈ মই ব্রাউজাৰটো গতি কৰাম. |
02: 43 | অন্যফালে, ভিডিওত দেখোৱা সফটওয়্যাৰটো খুলো. |
02: 49 | এই ক্ষেত্রত, Scilab খোলক. |
02: 51 | কাৰন Scilab এটা ওপেন সোর্স সফটওয়্যাৰ হয়, আমি এইটো কৰিব পাৰো. |
02: 56 | স্পোকেন টিউটোৰিয়েল প্রকল্পয়ে বাণিজ্যিক সফটওয়্যাৰ উন্নত নকৰে. |
03: 00 | সেয়ে, আপোনি কাম কৰিব বিচৰা সফটওয়্যাৰবোৰ বিনামূলিয়াকৈ ডাউনলোড কৰিব পাৰে. |
03: 05 | আমি সফটওয়্যাৰ উইন্ডো সর্বাধিক (maximise) কৰা উচিত নে? |
03: 08 | আকৌ এবাৰ নহয়. |
03: 09 | পৰিবর্তে, মই কৰাৰ দৰে ইয়াক সৰু কৰি অন্য ফালে বহুৱাওক. |
03: 15 | মই এতিয়া স্পোকেন টিউটোৰিয়েল আৰু শিকিব লগীয়া সফটওয়্যাৰটো খোলিছো মানে
SIDE BY SIDE পদ্ধতি. |
03: 20 | আমি এতিয়া কি কৰিম? |
03: 22 | আমি পৰবর্তী স্লাইডলৈ যাও. |
03: 28 | ভিডিওটো অাৰম্ভ কৰক. |
03: 29 | স্পোকেন টিউটোৰিয়েলত থকা কমান্ডটো শুনক. |
03: 32 | ভিডিওটো ৰখাওক. |
03: 34 | সফটওয়্যাৰত সেই একেই কমান্ড ব্যবহাৰ কৰি চাওক. |
03: 37 | যদি কমান্ডে কাম কৰে, পৰবর্তী কমান্ডটো শুনক. |
03: 41 | যদি এইটো কাম নকৰে, টিউটোৰিয়েলটো আগুৱাই দিয়ক. |
03: 44 | আকৌ এবাৰ শুনক আৰু চেষ্টা কৰক. |
03: 47 | পুনৰাবৃত্তি কৰক. |
03: 49 | মই এইটো Scilab ব্যবহাৰ কৰি প্রদর্শন কৰিম. |
03: 54 | |
04: 14 | ইয়াক বিৰতি কৰা যাওক. |
04: 15 | Scilab সফটওয়্যাৰত এই নির্দেশটো পুনর্গঠন ( reproduce) কৰো. |
04: 23 | P সমান 1 2 3, বন্ধ বন্ধনী. |
04: 32 | আমি ভিডিওৰ হিসাবে, অনন্য ফলাফল পাও. |
04: 35 | কিন্তু, এইটো অত্যন্ত বিৰক্তিকৰ. |
04: 37 | আমি ভিডিওটো শুনি আৰু একো নকৰা ভাল নালাগে. |
04: 40 | এটি অত্যন্ত লেহেমীয়া. |
04: 42 | একো নাই. |
04: 43 | স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহেকৈ বা দ্রুত হিচাবে অনুশীলন কৰিব দিয়ে. |
04: 48 | মই এতিয়া আপোনাক দ্রুতভাবে শিকিবলৈ ব্যাখ্যা কৰিম. |
04: 51 | আপোনি ভিডিওটো শুনি শুন, সফটওয়্যাৰটো কাম কৰিব পাৰে. |
04: 57 | আমি পৰবর্তী কমান্ডটো শুনি, তাক সফটওয়্যাৰত চেষ্টা কৰক. |
05: 03 | প্লে বাটনত টিপা যাওক. |
05: 09 | |
05: 31 | মই ভিডিওটো ৰখাও. |
05: 32 | আপোনালোকে মোক ভিডিও শুনি একে সময়তে টাইপ কৰি থকা দেখিছে. |
05: 36 | এইটো স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি দ্রুতভাবে শিকা এটা পদ্ধতি. |
05: 40 | আকৌ এবাৰ কৈছো. |
05: 41 | স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহে লাহে বা দ্রুতভাবে অনুশীলন কৰিবলৈ দিয়ে. |
05: 45 | কেতিয়াবা, এইটো ভিডিওৰ পৰা সফটওয়্যাৰটো বেলেগ কৰাতো কঠিন হব পাৰে. |
05: 50 | এই ক্ষেত্রত, এজনে কিছু ওভাৰল্যাপিং অবস্থানৰ ব্যবহাৰ কৰিব পাৰে. |
05: 54 | পৰবর্তী স্লাইডত, ইয়াৰ এটা উদাহৰণ প্রদর্শন কৰা যাওক. |
06: 03 | মই সম্প্রতি লিখিছিলো যে এইটো এটা অধ্যায়ত ব্যবহৃত এটা চিত্র হয়. |
06: 09 | আপোনি xfig ৰ স্পোকেন টিউটোৰিয়েল দেখিছে, আৰু লগতে 'xfig' সফ্টওয়্যাৰো. |
06: 15 | যদিও তাত এটা আবৃত(overlap) আছে, আপোনি এতিয়াও ইয়াৰ অংশবোৰ দেখিব পাৰিছে. |
06: 18 | আপোনি আগোৱাই যোৱাৰ লগতে অবস্থানৰ পৰিবর্তন, আৰু মাপৰ পৰিবর্তন কৰিব পাৰে. |
06: 23 | Maximizing কৰাৰ বাহিৰে বাকিবোৰ অনুমোদনযোগ্য হয়! |
06: 27 | আমি সকলো পদক্ষেপবোৰ প্রকাশ কৰিবলৈ অন্য এটা প্রয়োজনীয় সম্বোধন কৰো . |
06: 32 | কি হব যেতিয়া স্পোকেন টিউটোৰিয়েলে এটা ফাইল খোলিবলৈ কয়? |
06: 37 | সেই ফাইলৰ অবিহনে, শিকাবোৰ ব্যর্থ হব - নহয় জানো? |
06: 41 | চিন্তা নকৰিব - আমি স্পোকেন টিউটোৰিয়েলত ব্যবহৃত হোৱা প্রতিটো ফাইল উপলব্ধ কৰাও. |
06: 47 | কাৰন, এইবোৰ উপস্থিত নাথাকিলে স্পোকেন টিউটোৰিয়েলৰ সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা নহব. |
06: 55 | আমি এতিয়া এটা উদাহৰণ দি এইটোক প্রদর্শন কৰিম. |
07: 00 | ইয়াৰ বাবে, আমি এটা C আৰু C++ টিউটোৰিয়েল খুলিম. |
07: 11 | মই ইতিমধ্যে ইয়াক সঠিক অবস্থানত ৰাখিছো. |
07: 15 | এতিয়া আৰম্ভ কৰা যাওক. |
07: 20 | অডিও ----------------- |
07: 40 | বিৰতি কৰা যাওক. |
07: 41 | ভিডিওটোৱে কয় যে tokens.c' নাম ব্যবহাৰ কৰি এটা ফাইল খুলক.' |
07: 46 | যেতিয়া এইটো ফাইল উপলব্ধ কৰা হব, তেতিয়া সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা হব. |
07: 50 | আমি চাও এইটো ফাইল ওয়েব পেজত পোৱা যায় নে নেযায়. |
07: 55 | আমি ব্রাউজাৰলৈ উভতি আহো যাতে আমি সকলো লিঙ্কবোৰ চাব পাৰো. |
08: 06 | আমি তললৈ স্ক্রল কৰো. |
08: 13 | ইয়াতে এটা Code files নামৰ লিঙ্ক আছে.' |
08: 16 | ইয়াতে tokens.c ফাইলটো দেখা গৈছে. |
08: 21 | আমি চাও যদি ইয়াক ডাউনলোড কৰিব পাৰো. |
08: 24 | এই লিঙ্কটো ক্লিক কৰা যাওক. |
08: 27 | শিকক আৰু বিবেচনা কৰক, ফাইলটো সংৰক্ষণ কৰিবলৈ প্রস্তুত হয়. |
08: 31 | যি নহওক, এইটোক আমি সংৰক্ষণ নকৰো. |
08: 35 | মই এইটো আপোনালোকৰ বাবে এটা অনুশীলনী হিসাবে এৰি দিম. |
08: 38 | বিভিন্ন অপাৰেটিং সিস্টেমৰ আচৰণ কৰাত তাত কিছো পার্থক্য হব পাৰে. |
08: 43 | উদাহৰণস্বৰুপে, জিপ ফাইলটো আপোনাৰ নিশ্চিতকৰণ নোহোৱাকৈ, অবিলম্বে ডাউনলোড হব পাৰে. |
08: 48 | যি কোনো ক্ষেত্ৰত, নিশ্বিত কৰক যে সকলো প্রয়োজনীয় ফাইল এনে এটা লিঙ্কৰ মাধ্যমেৰে উপলব্ধ হব. |
08: 54 | ইন্টাৰনেট আপোনাৰ উচৰত উপলব্ধ নাথাকিলে কি কৰিব? |
08: 57 | চিন্তা নকৰিব. |
08: 58 | অফলাইন চাবৰ বাবে, এটা ইমেজ ফাইল তৈয়াৰ কৰা সম্ভব হব. |
09: 02 | মই দেখাও, স্পোকেন টিউটোৰিয়েল ওয়েব পৃষ্ঠাৰ কোনটো ঠাইত আপোনি এই ইমেজ তৈয়াৰ কৰিব পাৰিব. |
09: 09 | এইটো পিছৰ ট্যাবত আছে. |
09: 12 | যিহেতু ব্রাউজাৰটো খুব সৰুকে ৰখা হৈছে, সকলো লিঙ্কবোৰ দৃশ্যমান নহয়. |
09: 16 | সকলো লিঙ্কবোৰ দেখিবলৈ, আমি স্ক্ৰীনখন ডাঙৰ কৰি দিও. |
09: 21 | এইটো Software Training, Downloads, Create your own disk image. ইয়াত উপলব্ধ |
09: 33 | এই সুবিধাৰ মাধ্যমেৰে তৈয়াৰ হোৱা জিপ ফাইলত সকলো সংশ্লিষ্ট ফাইল আছে. |
09: 37 | কিছু ক্ষেত্রত, প্রয়োজনীয় ফাইলবোৰ অনুপস্থিত হব পাৰে. |
09: 41 | যদি সেইটো হয়, সমস্যাটো সংশোধনৰ baabe আমাক আপোনাৰ সাহায্যেৰ প্রয়োজন হয়. |
09: 44 | আমাৰ ওয়েব পেজত এইটো প্রদর্শন কৰা যাওক. |
09: 47 | স্ক্ৰিনখন আকৌ এবাৰ সৰু কৰা যাওক. |
09: 50 | আমি পূর্বৰ ট্যাবলৈ যাও. |
09: 56 | আমি উপৰলৈ স্ক্রল কৰো. |
09: 59 | Report missing component.' নামৰ লিঙ্কটো চাওক |
10: 03 | এই লিঙ্কত ক্লিক কৰক আৰু প্রয়োজনীয় তথ্য প্রদান কৰক. |
10: 08 | ইমানেই. |
10: 09 | আমি পৰবর্তী স্লাইডলৈ যাও. |
10: 12 | আমি এই টিউটোৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক. |
10: 16 | আমি শিকিলো side-by-side পদ্ধতি কি হয়. |
10: 20 | আমি দেখিলো যে কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়তে এটা কমান্ড শিকিবলৈ সাহায্য কৰে. |
10: 25 | আমি শিকিছো যে কেনেকৈ লাহে লাহে বা দ্রুতভাবে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি শিকিব পাৰে. |
10: 31 | আমি শিকিছো স্পোকেন টিউটোৰিয়েলৰ সমস্ত প্রয়োজনীয় উপাদানবোৰ কত পোৱা যায়. |
10: 36 | আমি স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে শিকিছো. |
10: 40 | আপোনি স্পোকেন টিউটোৰিয়েল মাত্ৰ চালে সম্পুৰ্ণ উপকাৰ নাপাব. |
10: 45 | এইটো খালি কর্মশালা নহয়. |
10: 47 | যদি এজন সংগঠকে মাত্ৰ স্পোকেন টিউটোৰিয়েল চাব কয় তেনেহলে তেখেতলোকে তেখেতলোকৰ দায়িত্ব পালন কৰা নাই. |
10: 52 | এই টিউটোৰিয়েলত ব্যাখ্যা কৰা হিসাবে, side-by-side পদ্ধতি অনুসৰণ কৰক. |
10: 58 | মোৰ উচৰত সৰু চাই এটা নিয়োগ আছে. |
11: 01 | এই টিউটোৰিয়েলত দেখোৱা সকলো পদক্ষেপবোৰ দেখাওক. |
11: 05 | স্পোকেন টিউটোৰিয়েলৰ অন্য এটা বিষয়ত এই পদ্ধতি প্রয়োগ কৰক. |
11: 08 | শব্দটো প্রসাৰ কৰক যে - স্পোকেন টিউটোৰিয়েলে এজন ছাত্রক কার্য কৰি শিকাত সাহায্য কৰে. |
11:14 | এই পাঠটিয়ে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ দিয়ে |
11:18 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
11:22 | আমি স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো। |
11:25 | প্রশংসাপত্র (সার্টিফিকেট) প্ৰদান কৰা হয় |
11:26 | অনুগ্ৰহ কৰি আমাক যোগযোগ কৰক |
11:28 | স্পকেন টিউটোৰিয়েল প্ৰজেক্ট ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:34 | মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ। |