PHP-and-MySQL/C2/Arrays/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | নমস্কাৰ আৰু এৰেজ (Arrays)ৰ টিউট’ৰিয়েললৈ স্বাগতম |
00:03 | এৰেজে উপভোক্তাক এটা ভেৰিয়েবলৰ ভিতৰত একাধিক দাতা জমা কৰিবলৈ অনুমতি দিয়ে |
00:08 | উদাহৰণ স্বৰূপে, ভেৰিয়েবল দেইজ ($days)টো এটা এৰে হিচাবে মতা হ’ব |
00:12 | এযোৰ বন্ধনীৰ ভিতৰত, আমি এটাতকৈ বেছি মান পাম |
00:17 | গতিকে, ইয়াৰ বাবে মই 5টা মান ল’ম আৰু ইহঁতৰ প্ৰত্যেকৰে ভিতৰত সপ্তাহটোৰ প্ৰত্যেক দিন আছে |
00:23 | মই পাম Monday, Tuesday, Wednesday, Thursday আৰু Friday - সপ্তাহটোৰ মাত্ৰ 5 দিন, যি আমাক বচায় |
00:39 | উদাহৰণ স্বৰূপে ধৰক, প্ৰথম দিন ($day1) হৈছে Monday, দ্বিতীয় দিন হৈছে Tuesday আৰু সেইদৰেই |
00:49 | আশা কৰো আপুনি বুজি পাইছে |
00:50 | একাধিক দাতা থকা ভেৰিয়েবল এটাক মতাৰ কাৰণে এইটো এটা অধিক সৰলতম আৰু বেছি দক্ষ উপায় |
00:59 | অনুগ্ৰহ কৰি মন কৰিব যে এই বোৰ আপুনি সিদ্ধান্ত কৰা সংখ্যা বা যিকোনো দাতাও হ’ব পাৰে ,আপোনাক সিহঁতৰ ভিতৰত আবশ্যক হোৱা |
01:07 | এতিয়া, আমাৰ এৰে একৌ (echo) কৰিবলৈ, মই ক’ম একৌ (echo) দেইজ ($days) |
01:12 | এতিয়া, আপুনি পাইছে যে ই কাম কৰা নাই |
01:16 | এইটো ঘটে যেতিয়া আমি আমাৰ পৃষ্ঠাটো খুলো |
01:20 | আমি মাত্ৰ এৰে ("Array") একৌ হোৱা পাইছো |
01:22 | এতিয়া, এৰে ("Array") ইয়াৰ ভিতৰত কতো নাই |
01:24 | গতিকে, PHP এ যি কৰিলে সেইয়া হৈছে আমাৰ ওচৰত এৰে থকা বুলি সত্যটো একৌ কৰিছে |
01:32 | এতিয়া, এৰে এটাৰ ভিতৰত এটা নিৰ্দিষ্ট উপাদান (element) মাতিবলৈ, আপুনি ইয়াক উপাদান বুলি ক’ব বিচাৰিব, কিছু ঠাইত ইয়াক id tags(টেগচ) বা এৰে এটাৰ উপাদান বোৰ বুলি কোৱা হয় |
01:41 | আমি বৰবন্ধনী ব্যৱহাৰ কৰিম আৰু আমি এৰেটোৰ ভিতৰত উপাদানটোৰ স্থানটো মাতিম |
01:45 | গতিকে, আপুনি ভাবিব পাৰে এইটো এক, দুই, তিনি, চাৰি, পাঁচ |
01:50 | যিকিনহওঁক, সংখ্যায়ন প্রণালীৰ কাৰণে - মান সংখ্যায়ন প্রণালী, আমি আৰম্ভ কৰিছো শূণ্য, এক, দুই, তিনি আৰু চাৰিৰে |
01:58 | গতিকে উদাহৰণস্বৰূপে, যদি মই Monday একৌ (echo) কৰিব বিচাৰো সেইটো শূণ্য হ’ব; গতিকে, তাত আপুনি শূণ্য দিয়ক আৰু আপুনি Monday একৌ কৰিছে |
02:09 | একেদৰে একৰ সৈতে Tuesday আৰু চাৰি যিটো হৈছে এৰেটোৰ অন্তিম উপাদান Friday হ’ব |
02:18 | ঠিক আছে । গতিকে, আমি আগবাঢ়িম আৰু এটা এৰেৰ ভিতৰত এটা পৃথক পদ্ধতিৰে কেনেকৈ মানবোৰ নিৰ্ধাৰিত কৰা হয় মই আপোনাক দেখুৱাম |
02:26 | এতিয়া, আহক মই যি ক’ব বিচাৰিছো তাৰ আৰম্ভনীৰ পৰা আৰম্ভ কৰো |
02:32 | মই এটা এৰে নিৰ্মান কৰিব লৈছো কিন্তু মই ইয়াক বিশেষভাবে নিৰ্মান কৰিম |
02:39 | গতিকে, দেইজ ($days) শূণ্য সমান Monday, দেইজ (days) এক সমান Tuesday |
02:53 | এতিয়া, আপুনি ভাবিব পাৰে - ইয়াৰ যুক্তিটো কি? মই বুজাওঁ, মই মূলত ইয়াত কি কৰিছো সেইয়া হৈছে মই আগতে কোৱাৰ দৰে নিৰ্মান কৰাত অলপ অসুবিধা হ’ব |
03:04 | মানে মই কব পাৰো দিন 1 সমান (day 1 equals), আপুনি জানে আৰু দিন 2 সমান (day 2 equals) আৰু আপুনি ইয়াক তেনেদৰে কৰিব পাৰে |
03:15 | যিকিনহওঁক, আমি এতিয়ালৈকে ইয়াত যি কৰি আছো সেইয়া হৈছে এৰে এটাত ৰখা |
03:19 | গতিকে, ই হয়তো এতিয়ালৈকে একেটা গাঠণি লৈ আছে কিন্তু আমি ইয়াক অন্যভাবে নিৰ্ধাৰিত কৰিছো |
03:25 | গতিকে, আপুনি ইয়াক তেনেদৰে কৰিব পাৰে । মই সদায় ইয়াক এইদৰে কৰাটো পচন্দ কৰো |
03:33 | মই ইয়াক অধিক পৰিস্কাৰ পাওঁ, অধিক সৰলতম আৰু মাত্ৰ আপোনাক জানিবলৈ দিওঁ - আপুনি ইয়াক এইদৰে তললৈ আনিব পাৰে |
03:45 | যিকিনহঁক, আপুনি যদি ইয়াক চোৱা পচন্দ কৰে, মানে যদি এতিয়া মই ইয়াক ছেভ (save) কৰো, ৰিফ্ৰেছ (refresh), একো সলনি নহয় |
03:54 | তাত কোনো ভুল নাই, আমি এতিয়াওঁ একেটা গাঠনি পাই আছো, আমি মাত্ৰ ইয়াক শাৰী বোৰত তললৈ নমাইছো |
04:01 | আপোনাৰ ফাংচনটোৰ শেষত শাৰী অন্তকাৰকটো আছে আৰু প্ৰত্যেক শাৰীৰ শেষত নাই; গতিকে, সেইটোত বিভ্ৰান্ত নহ’ব |
04:11 | ঠিক আছে । গতিকে, এতিয়া আহক ইয়ালৈ ঘূৰি যাওঁ |
04:15 | গতিকে, সেইটো হৈছে মূল এৰে (array) আৰু ইয়াৰ বাবে কেনেকৈ দুটা ভিন্ন পদ্ধতিৰে মানবোৰ নিৰ্মান কৰা হয় আৰু কেনেকৈ ইয়াৰ বাবে মানবোৰ মতা হয় |
04:23 | গতিকে, উদাহৰণ স্বৰূপে যদি মই একৌ (echo) টুদে ইজ ("Today is") দেজ ($days) কৈছিলো আৰু তাৰপাছত মই ক’ব পাৰো শূণ্য (zero) |
04:34 | এতিয়া, ইতিমধ্যে আপুনি চাব পাৰে যে মই ইয়াক প্ৰেক্ষাপতত চিহ্নাংকীত কৰিছো - মই তাক সেউজীয়াকৈ চিহ্নাংকীত কৰিছো |
04:41 | এতিয়া, যদি আপুনি ইয়াক ৰিফ্ৰেছ (refresh) কৰে, আপুনি দেখিব এইটো Monday ("This is Monday") |
04:44 | এতিয়া বিভ্ৰান্ত নহব, মই আপোনাক প্ৰেক্ষাপতবোৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিওঁ |
04:48 | যিকিনহওঁক, কন্তেক্তে (contact) ক’ডিং (coding) চিনিবলৈ এইটো এটা আদৰ্শ পদ্ধতি নহয় |
04:53 | যি ইয়াক দেখিবলৈ ভাল কৰে সেইয়া হৈছে - আপুনি দেখিব যে যেতিয়া আমি ইয়াক ইয়াৰ তলত লিখিম, আমি কব পাৰো একৌ দেইজ (echo $days) আৰু শূণ্য; আপুনি চাব পাৰে কেনেকৈ সি এটা ইন্তিজাৰ, এটা সংখ্যা দেখুৱাবলৈ ৰঙা হৈছে |
05:09 | আপুনি তেনে পদ্ধতিৰে ইয়াক লিখি ভাল পাব আৰু আমি চাব পাৰো, সেইটো ভাল |
05:16 | কিন্তু আপুনি আপোনাৰ ষ্ট্ৰিঙলৈ এৰে (array) এটা অন্তৰ্ভুক্ত কৰিব পাৰে ইয়াক একৌ (echo) কৰিবলৈ |
05:23 | যিকোনো প্ৰকাৰে, মই এচ’চিয়েতিভ এৰে (associative arrays) লৈ যাব লৈছো য’ত আমি এনে এটা পদ্ধতিৰে id tags(টেগচ) নিৰ্ধাৰিত কৰিম যাতে আমি প্ৰত্যেকটো পৰিচয়ৰ বাবে এটা মান ৰাখিব পাৰো |
05:36 | যদি আপুনি অনুসৰণ নকৰে, তেন্তে এই পদ্ধতিৰে মই ইয়াক নিৰ্মান কৰিম |
05:46 | মই ক’ম এজেচ ($ages) সমান এৰে(); এতিয়া ভিতৰত, মই এলেক্স ("Alex") ক’ম |
06:03 | এতিয়া, আগবাঢ়ি যাওঁক আৰু বিলি ("Billy") আৰু তাৰপাছত কাইল ("Kyle") কোৱাৰ পৰিবৰ্তে যিবোৰ হৈছে মই ব্যৱহাৰ কৰিবলৈ যোৱা নাম তিনিটা, মই ক’ম ঊনৈশ, চৈধ্য আৰু ওঠৰ |
06:20 | মূলত সমান আৰু এটা গ্ৰেটাৰ দেন চিহ্ন (=>) ব্যৱহাৰ কৰি |
06:24 | এতিয়া, ই কি কৰে সেইয়া হৈছে শূণ্যৰ দ্বাৰা মতা আমাৰ এৰে উপাদান সমূহৰ পৰিবৰ্তে, ইয়াক একৰ দ্বাৰা, ইয়াক দুইৰ দ্বাৰা মতা হয় |
06:34 | ইয়াক এতিয়া এলেক্স ("Alex") হিচাবে , ইয়াক বিলি ("Billy") হিচাবে আৰু ইয়াক কাইল ("Kyle") হিচাবে মতা হয় কিন্তু সিহঁতৰ মানসমূহ হৈছে চৈধ্য, ঊনৈশ আৰু ওঠৰ |
06:45 | গতিকে, প্ৰকৃততে, ই তেনেদৰে মতাৰ হৈতে একে হ’ব । আহক তাৰ পৰা পৰিত্ৰান পাওঁ আৰু ইয়াক শূণ্য, এক আৰু দুই বুলি মাতো |
06:55 | আৰু ইয়াক অলপ বন্ধুত্বপূৰ্ণ আৰু মনত ৰাখিবলৈ অলপ সহজ, মাতিবলৈ অলপ সহজ বনাবলৈ, আমি এতিয়া ক’ব পাৰো : একৌ (echo) এজেচ ($ages) এলেক্স "Alex") এনেদৰে |
07:09 | গতিকে, আমি ৰিফ্ৰেছ (refresh) কৰিলে ই ঊনৈশ একৌ কৰিব আৰু তাত চাওঁক - ঊনৈশ । যদি আপুনি বিলি ('Billy') আৰু কাইল ('Kyle')ৰ সৈতে ইয়াক কৰে একেদৰে পাব |
07:24 | গতিকে, যেতিয়া আপুনি প্ৰোগ্ৰাম এটাৰ আধা পথত থাকিব আৰু aah!! কোৱাৰ পৰিবৰ্তে মই ওপৰলৈ ঘূৰি যাব লাগিব আৰু প্ৰত্যেক শাৰীক গণনা কৰিম আৰু ক’ম “এইটো শূণ্য, এক, দুই বা তিনি হয়নে, মোৰ মনত পৰা নাই ?“ |
07:38 | এইটো কৰিবলৈ অতি সহজ । ইয়াক কৰাৰ আন এটা দৰকাৰী পদ্ধতি হৈছে, যদি মই কৈছিলো এৰে এক এলেক্সৰ সমান (array one is equal to 'Alex' ) আৰু তাৰপাছত দুইটো বিলিৰ সমান (two is equal to 'Billy' ), |
07:50 | আমি শূণ্য আৰু তাৰপাছত একত আৰম্ভ কৰা নাই । আমি এক আৰু দুইত আৰম্ভ কৰিছো সেইকাৰণে আমি তাক মনত ৰাখিবলৈ সহজ পাইছো |
08:00 | এতিয়া, আমি এতিয়া ক’ব পাৰো একৌ (echo) এজেচ ($ages) এক, সেইটো এলেক্স ("Alex") হিচাবে ওলাব |
08:08 | আমি তাৰবাবে শূণ্য ব্যৱহাৰ কৰা নাই, ই আপোনাৰ বাবে প্ৰোগ্ৰাম কৰিবলৈ অধিক বন্ধুত্বপূৰ্ণ হয় শূণ্য, এক, দুই কোৱাতকৈ |
08:17 | ইয়াক চেষ্টা কৰক - ইয়াৰ ওপৰত কাম কৰক - আপোনাৰ বাবে কি সহজ হয় চাওঁক |
08:21 | কিন্তু, মানে এইটো মোৰ বাবে যুক্তিহীন কাৰণ মই শূণ্য, এক, দুই ব্যৱহাৰ কৰাতো পচন্দ কৰো |
08:28 | কিন্তু যদি আপুনি ইয়াক মই আগতে কোৱাৰ দৰে বা এই দৰে ব্যৱহাৰ বা যিকোনো দাতা টাইপলৈ এটা ষ্ট্ৰিং মান নিৰ্ধাৰিত কৰিব বিচাৰে তেন্তে সেইটোৱেই হৈছে ইয়াক কৰাৰ পদ্ধতি |
08:37 | ঠিক আছে, সেইয়াই হৈছে এৰেৰ মূল তত্ব । মোৰ মাল্টিডাইমেনচনেল এৰেজ (multidimensional arrays)ৰ আন এটা টিউট’ৰিয়েল আছে |
08:44 | এইটো এটা পৃথক টিউটৰিয়েল । অনুগ্ৰহ কৰি ইয়াক চাওঁক |
08:47 | এই টিউট’ৰিয়েলত ইমানেই । দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । বিদায় । |