PHP-and-MySQL/C2/Variables-in-PHP/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | PHP ভেৰিয়েবলচৰ (variables) এটা প্ৰাথমিক টিউট’ৰিয়েললৈ স্বাগতম |
00:04 | প্ৰথমে মই কিছু বস্তুৰ দ্বাৰা খৰকৈ যাওঁ |
00:07 | PHP ভেৰিয়েবলচ (variables) বোৰৰ ব্যৱ্হাৰ অতি সহজ ; মই নিশ্বিত যে আপুনি সিহঁতক খৰতকীয়াকৈ বুজিব |
00:14 | আপুনি সিহঁতক দিক্লেয়াৰ(declare) কৰাৰ প্ৰয়োজন নাই আৰু সিহঁতক লিখিবলৈ বৰ সহজ |
00:18 | আপুনি স্ক্ৰিপ্ত(script)টোৰ দ্বাৰা মাজ পথত এটা ভেৰিয়েবল(variable)লৈ এটা মান যুক্ত কৰিব পাৰে |
00:23 | লগতে, সিহঁত স্বয়ংক্রিয়ভাবে আপোনাৰ প্ৰয়োজনীয় দাতা টাইপ(data type)লৈ পৰিৱৰ্তিত হয় |
00:28 | গতিকে, সিহঁতক প্ৰতিবাৰে এটা ভিন্ন পথেৰে দিক্লেয়াৰ(declare) কৰা বা প্ৰতিবাৰে সিহঁতৰ বাবে এটা মান নিৰ্মান কৰাৰ প্ৰয়োজন নাই |
00:36 | গতিকে, উদাহৰণস্বৰূপে, আহক ইয়াত আমাৰ PHP টেগচ(tags) নিৰ্মান কৰো আৰু আমাৰ বিষয়বস্তু(content) ইয়াৰ মাজলৈ যায় |
00:41 | ঠিক আছে । এতিয়া আমি ডলাৰ চিহ্নৰ ($) সৈতে আৰম্ভ কৰো আৰু তাৰপাছত আমাৰ ভেৰিয়েবল নেম (variable name)আছে |
00:48 | অনুগ্ৰহ কৰি মন কৰিব যে আপুনি এটা সংখ্যাৰ("number") সৈতে আৰম্ভ কৰিব নোৱাৰে । গতিকে মই এটা '1'ৰ সৈতে আৰম্ভ কৰিব নোৱাৰো |
00:53 | যাৰ সৈতে মই আৰম্ভ কৰিব পাৰো সেইটো হৈছে : এটা আন্দাৰস্ক’ৰ ("underscore") বা এটা আখৰ("letter") |
00:57 | আন্দাৰস্ক’ৰ(underscore),আখৰ(letter) আৰু সংখ্যা(number)সমূহৰ বাহিৰে অন্য কোনো বিশেষ কেৰেক্তাৰ (character) অনুমোদিত নহয় যেতিয়ালৈকে ই এটা সংখ্যাৰ (number) সৈতে আৰম্ভ নহয় |
01:06 | গতিকে, সেইটো ইয়াত সঠিকভাৱে গ্ৰহণযোগ্য হ’ব |
01:09 | ঠিক আছে । গতিকে মই নেম(name) নামৰ এটা ভেৰিয়েবল নিৰ্মান কৰিম আৰু সেইটো দ্বৈত উৰ্ধকমাৰ(double quotes) ভিতৰত থকা এটা ষ্ট্ৰিং(string) মানৰ লগত সমান হ’বগৈ, আমি ইকৌ("echo") ফাংচনটোৰ বাবে ব্যৱ্হাৰ কৰাৰ দৰে |
01:21 | মোৰ নাম এলেক্স ("Alex") |
01:23 | পাছৰ শাৰীত, আমি এটা ডলাৰ চিহ্ন ($) ব্যৱ্হাৰ কৰি এজ(age) নামৰ অন্য ভেৰিয়েবল নিৰ্মান কৰিম । সেইটো '19'ৰ সমান হ’বগৈ, দ্বৈত উৰ্ধকমাৰ(double quotes) অবিহনে |
01:33 | এতিয়া, ইয়াৰ বাবে কাৰণটো হৈছে যে ই এটা ইন্তিজাৰ (integer) |
01:36 | আপুনি ইয়াক দশমিক মানৰ (decimal values ) বাবেওঁ ব্যৱ্হাৰ কৰিব পাৰে । গতিকে ই '19.5' বা উনৈশ(nineteen) আৰু এক অৰ্ধ(a half) হ’ব পাৰে |
01:43 | লগতে সি স্বয়ংক্ৰিয়ভাৱে(automatically) ইয়াক এটা দশমিকলৈ(decimal) পৰিৱৰ্তন কৰিব পাৰে |
01:48 | যিকিনহওঁক, এই ক্ষণত ই মাত্ৰ এটা ইন্তিজাৰ(integer) । সেইধৰণে মই ইয়াক বিচাৰো - ভেৰিয়েবল নেম('name')টো এটা ষ্ট্ৰিং(string) আৰু ভেৰিয়েবল এজ('age')টো এটা ইন্তিজাৰ(integer) |
01:57 | গতিকে,আহক আমি ইহঁতক ইকৌ(echo) কৰো |
02:00 | আমাক যি লাগে সেয়া হৈছে ইকৌ("echo") আৰু ভেৰিয়েবল নেম(name)টো,আপোনাৰ শাৰী অন্তকাৰক(terminator)টো নাপাহৰিব |
02:06 | ঠিক আছে,আহক ভেৰিয়েবলচ("variables") নামৰ আমাৰ ফাইলটো বিচাৰো |
02:11 | ঠিক আছে, এলেক্স("Alex") ইকৌ(echo) হ’ল,মই ইয়াত কোৱাৰ দৰে,ইকৌ নেম("echo name") |
02:16 | আহক চেষ্টা কৰো আৰু মোৰ বয়স ইকৌ(echo) কৰো |
02:19 | ই মাত্ৰ এটা ইন্তিজাৰ(integer) ভেৰিয়েবল আৰু তাক ইয়াত ইকৌ(echo) কৰা হৈছে |
02:24 | ঠিক আছে, গতিকে ভেৰিয়েবল সমূহৰ সৈতে বস্তুটো হৈছে সিহঁতক ষ্ট্ৰিং(string) এটাত শ্ৰেণীবদ্ধ(concatenate) ভাবে সজাবলৈ অতি সহজ |
02:30 | প্ৰকৃততে,সম্ভবত, কনকাটেনেশন(concatenation) টো এটা ভুল শব্দ - সিহঁতক আপোনাৰ ষ্ট্ৰিং(string) টোৰ ভিতৰত সংলগ্ন কৰিবলৈ অতি সহজ |
02:37 | যদি আপুনি কনকাটেনেশন(concatenation)টো কি নাজানে, ই মাত্ৰ দুটা বস্তুক একেলগ বা দুটা ষ্ট্ৰিঙক(strings) এটা শাৰীত একেলগে সংলগ্ন কৰাটো বুজায় |
02:46 | গতিকে,কনকাটেনেশনৰ(concatenation) এটা উদাহৰণ হ’ব,আহক চাওঁ, কনকাট('concat') আৰু তাৰপাছত মই ক'ব পাৰিম, '.' আৰু তাৰপাছত ইনেশন('ination') |
02:56 | এতিয়া,ই কনকাটেনেশনক('concatination') ইকৌ(echo) কৰিব |
02:59 | আহক ইয়াক চেষ্টা কৰো । ঠিক আছে? |
03:03 | কিন্তু তাৰবাবে এটা সম্পূৰ্ণ পৃথক টিউট'ৰিয়েল আছে । গতিকে, মই যি ক’ম, এতিয়াৰ বাবে, যেতিয়া আপুনি ইয়াক ইকৌ(echo) কৰিব তেতিয়া ইয়াক আপোনাৰ এটা ভেৰিয়েবল হিচাবে অন্তৰ্ভুক্ত(include) কৰাৰ প্ৰয়োজন নাই । |
03:14 | যদি আপুনি ইয়াক অনুসৰণ(follow) কৰিব নোৱাৰে, চিন্তা নকৰিব । এইটো অতিশয় সহজ |
03:18 | মই ক'ম মোৰ নাম হৈছে("My name is") $name আৰু মোৰ বয়স হৈছে ("and my age is") আৰু তলত মোৰ বয়স দিম |
03:24 | এতিয়া, এই সকলো বিলাক এটা ষ্ট্ৰিঙত(string) ,সকলোবিলাক এটা ইকৌত(echo) আছে আৰু আমি মাত্ৰ সৰল আখৰত 'My name is'(মাই নেম ইজ) পাইছো |
03:32 | ভেৰিয়েবলটো মতা হৈছে । এইটো ইয়াত ৰখা হয় । আৰু তাৰপাছত যেতিয়া এজ(age)ক মতা হয়,এজ(age)ৰ বাবে মানটো ইয়াত ৰখা হয় |
03:40 | গতিকে, আমি তাক ৰিফ্ৰেচ (refresh) কৰিব পাৰো আৰু আপুনি দেখিব যে "My name is Alex"(মাই নেম ইজ এলেক্স), সেইটো আমাৰ ভেৰিয়েবল; "and my age is 19" (এন্দ মাই এজ ইজ 19) আৰু সেইটো আমাৰ ভেৰিয়েবল |
03:48 | গতিকে, সিহঁতক ষ্ট্ৰিঙত(string) ৰখাতো সঁচাই সহজ |
03:52 | ঠিক আছে,এইয়াই হৈছে আপুনি ভেৰিয়েবলচৰ বিষয়ে প্ৰকৃততে জানিব বিচৰা বোৰ |
03:56 | অন্য ধৰণৰ ভেৰিয়েবল আছে যেনে বুলিয়ান(boolean), দেচিমেল(decimal) - যি মই আপোনাক দেখুৱালো,উদাহৰণস্বৰূপে '19.5'ৰ দৰে |
04:06 | আপুনি সিহঁতক এটা ডলাৰ চিহ্নৰ(dollar sign) সৈতে একেদৰে দিক্লেয়াৰ(declare) কৰিব পাৰিব |
04:10 | গতিকে,ইয়াক অভ্যাস(practice) কৰক আৰু পাছত যেতিয়া মই অন্য কোনো প্ৰকল্পৰ(project) দ্বাৰা আগবাঢ়িম আপুনি ঘূৰি আহিব পাৰে আৰু কিছু অধিক উন্নত(advanced) কার্যকাৰিতা(functionality) শিকিব পাৰে |
04:19 | দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো |