PHP-and-MySQL/C2/XAMPP-in-Windows/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ আৰু PHP Academy(একাডেমি)লৈ স্বাগতম |
00:04 | এই প্ৰথম মৌলিক টিউট’ৰিয়েলত, মই আপোনাৰ ওৱেব চাৰ্ভাৰ(web server) ইনস্তলেচনৰ দ্বাৰা আপোনাক লৈ যাম । PHP ইনস্তল(install) কৰা যি পেকেজ(package)টোৰ লগত আহে আমি ব্যৱ্হাৰ কৰিম আৰু লগতে mysqlও যি এই পেকেজ(package)টোৰ লগত আহে আৰু আমি ইয়াকো ব্যৱ্হাৰ কৰিম |
00:22 | আমি XAMPP ব্যৱ্হাৰ কৰিবলৈ গৈছো । আপুনি ইয়াক জেম্প(ZAMP) বুলিও ক’ব পাৰে যিহেতু ই তেনেদৰে উচ্চাৰিত(pronounce) হয়; যিকিনহওঁক, মই ইয়াক XAMPP হিচাবে ক’ম |
00:34 | আপুনি কৰিব লগীয়াটো হৈছে : আপোনাৰ চাৰ্ভাৰ(server) উঠাবলৈ আৰু আপোনাৰ PHP ইনস্তলেচন(installation) আৰু mysql দাতাবেচৰ(database) সৈতে চলাবলৈ, আপুনি এই ওৱেবচাইত(website)টো ইয়াত পৰিদৰ্শন কৰিব লাগিব |
00:46 | "apachefriends.org" লৈ যাওঁক বা "XAMPP"ৰ বাবে গুগোল(google) কৰক |
00:52 | ই ইয়াত এইদৰে উচ্চাৰিত(spelled) হয়: X-A-M আৰু দুটা P |
00:58 | আৰু, মই উইন্দ’চৰ(Windows) বাবে ইয়াক কেনেকৈ ইনস্তল(install) কৰা হয় দেখুৱাম, কেনেকৈ সকলোবিলাক পাব পাৰি আৰু উইন্দ’চ ইনস্তলেচনৰ(Windows installation) বাবে চলোৱাতো |
01:06 | আপোনাক যদি অন্য কোনো সহায় লাগে, লিনাক্স(Linux) বা আন যিকোনো অপাৰেতিং চিষ্টেমৰ(operating System), মাত্ৰ মোক জনাব আৰু মই এটা টিউট’ৰিয়েল নিৰ্মান কৰিবলৈ সুখি হ’ম |
01:15 | গতিকে, আমি ওৱেবচাইত(website)টোলৈ আহিলো আৰু এই ইনস্তলাৰ(Installer)টো আমি ইয়াত নিৰ্বাচিত কৰিব লাগিব |
01:19 | ই এই পৃষ্ঠা(page)টো খুলিব আৰু অৱশেষত আপুনি এইটোৰ দৰে এটা দাউনল’দ(download) কৰা ফাইল পাব,এটা সংস্কৰণ সংখ্যাৰ(version number) সৈতে |
01:29 | তাৰবাবে প্ৰথমে ইনস্তলাৰ(Installer)টো নিৰ্বাচন কৰক |
01:32 | ইনস্তল(install) কৰিবলৈ, মাত্ৰ দুবাৰ টিপক(double-click) আৰু ৰান আৰু আপোনাৰ ভাষা(language) নিৰ্বাচন কৰক |
01:37 | আপুনি এই বাৰ্তাটো পাব পাৰে, মই উইন্দ’জ ভিষ্টা(Windows Vista) ব্যৱহাৰ কৰিছো,গতিকে ই কয় যে "Windows Vista Account is deactivated on your system" |
01:46 | আমি কি কাৰণে ব্যৱহাৰ কৰিছো সেইটো দৰকাৰী নহয় । গতিকে, যদি আপুনি সেইটো পাইছে তেন্তে তাক উপেক্ষা(ignore) কৰক । |
01:52 | আৰু আপুনি ইয়াত আপোনাৰ ইনস্তলেচনৰ(installation) সৈতে আগবাঢ়িব পাৰে |
01:56 | ব্স্তুবোৰ সৰল কৰিবলৈ আপুনি নিজৰ ল’কেল দ্ৰাইভ(local drive)টো এটা ফল্ডাৰৰ সৈতে নিৰ্বাচিত কৰাটো নিশ্বিত কৰক । ইয়াক প্ৰোগ্ৰাম ফাইলচত(Program Files) থ’বলৈ চিন্তা নকৰিব |
02:04 | এই বিকল্পবোৰ প্ৰকৃততে আপোনাৰ ওপৰত নিৰ্ভৰ কৰে । মই Create a XAMPP desktop বিকল্পটো নিৰ্বাচন কৰিম । কিন্তু মই এইটো নিৰ্বাচন নকৰো |
02:16 | এতিয়া আপুনিInstall Apache as service আৰু Install MySQL as service ক নিৰ্বাচিত কৰিব লাগিব |
02:24 | ই ইয়াক এটা চিষ্টেমচ চাৰ্ভিচ(Systems Service) হিচাবে যুক্ত কৰিব আৰু আপুনি আপোনাৰ কম্পিউটাৰ(computer) চলালে প্ৰতিবাৰে ই ৰান(run) হ’ব |
02:31 | আপুনি এইবোৰ নিৰ্বাচিত নকৰাকৈ ৰাখিব ;মই সিহঁতক সহজ ব্যৱহাৰৰ বাবে নিৰ্বাচিত কৰিছো |
02:36 | আৰু এইটো এতিয়া ইনস্তল(install) হ’ব । এতিয়া মই যি কৰিম সেইয়া হৈছে তাক তাত এৰিম,মই কথাচিত্ৰটো(video) ৰখাম আৰু যেতিয়া সকলো ইনস্তল(install) হৈ যাব ঘূৰি আহিম |
02:47 | তাৰপাছত মই আপোনাক PHP ইনস্তলেচনৰ(installation) বাকী থকা সংস্থাপন(setting)ৰদ্বাৰা লৈ যাম |
02:53 | অনুগ্ৰহ কৰি মন কৰিব যে আমি এইটো ইনস্তল(install) কৰাৰ আগতে, যদি ইয়াত মোৰ এটা খালী ব্ৰ’জাৰ (browser)থাকে, আৰু মই localhost(ল’কেলহ’ষ্ট)... প্ৰবেশৰ চেষ্টা কৰিম |
03:00 | এইটো ল’কেল ওৱেব চাৰ্ভাৰৰ হ’ষ্ট(local web server's host) |
03:05 | সাধাৰণতে আপোনাৰ গুগোল দত কম ("google dot com")ৰ দৰে এটা ওৱেব এদ্ৰেছ(web address ) আছে কিন্তু আমি ইয়াক ল’কেলহষ্ট("localhost") হিচাবে সম্বোধণ কৰো |
03:12 | আপুনি দেখিছে যে আমি ইয়াত "Failed to connect" ভুল বাৰ্তা এটা পাইছো |
03:17 | কিন্তু যেতিয়া আমি XAMPP ইনস্তল(install) কৰিছিলো আৰু আমি এই ল’কেলহষ্ট(localhost) বিকল্পটো নিৰ্বাচন কৰো, আমি পোনপতিয়াকৈ আমাৰ চাৰ্ভাৰৰ(server) লগত সংযুক্ত হ’ম |
03:26 | XAMPPএ আমাৰ বাবে আপাছি(Apache) ইনস্তল(install) কৰা সহজ কৰে যিটো হৈছে http webserver(ওৱেবচাৰ্ভাৰ) আৰু ই তাৰ ওপৰত php module(মডিউল) ইনস্তল(install) কৰিব আৰু তাৰপাছত চাৰ্ভাৰ(server)ত mysql database(দাতাবেচ) ইনস্তল(install) কৰিব |
03:40 | গতিকে,আমি ইনস্তল(install) কৰাৰ পাছত যেতিয়া ইয়ালৈ ঘূৰি আহিম,আমাৰ ল’কেলহ’ষ্টটো(localhost) ৰান কৰিলে কাম কৰিব লাগিব |
03:46 | আৰু মই লগতে আপোনাক কেনেকৈ এই ফাইলসমূহ আপোনাৰ ল’কেলহ’ষ্ট দাইৰেক্তৰী(localhost directory)ত থ’ব পাৰি দেখুৱাম |
03:52 | ইয়াক ল’কেলহ’ষ্ট("localhost") বুলি কোৱা নহয় কিন্তু এনেদৰেই আমাৰ ওৱেব চাৰ্ভাৰত(web server) আমি ৰোত চাৰ্ভাৰ(root server)টো সম্বোধন কৰো,এটা ৰোত ফল্ডাৰ,ক্ষমা কৰিব,আমাৰ ওৱেব চাৰ্ভাৰত(web server) |
04:01 | গতিকে, যেতিয়া সেইটো ইনস্তল কৰা(installing) সম্পূৰ্ণ হ’ব,মই কথাচিত্ৰ(video)টোলৈ ঘূৰি আহিম আৰু আমি আগবাঢ়িব পাৰিম |
4:06 | ঠিক আছে,গতিকে আমি ইনস্তল কৰি(installing) সম্পূৰ্ণ কৰিলো আৰু আমাৰ কিছু বাৰ্তা(message) আছে যি এইমাত্ৰ আহিছে |
04:11 | আগবাঢ়ি যাওঁক আৰু ফিনিচ(Finish)ত টিপক |
04:14 | আমি ইয়াত প্ৰয়োজনীয় প’ৰ্টচ(ports)ৰ বাবে কি নিৰ্বাচিত কৰিছো আপুনি চাব পাৰে |
04:23 | ই বুজায় যে প’ৰ্ট (port) 80 টো আৰু মই ভাবো mysqlটো নিৰ্বাচিত কৰিছে |
04:27 | যিকিনঽওক, যেতিয়ালৈকে আপুনি ইয়াত কোনো ভুল(errors) নাপাই তেতিয়ালৈকে আপুনি ঠিকে কৰিছে |
04:32 | আপুনি চাব পাৰে Apache(আপাছি) 2.2 ৰ সৈতে আপুনি ইয়াত সংস্থাপিত হৈ আছে |
04:36 | আৰু এইটো দেখা যায় যদিহে চাৰ্ভিচ(service)টো আৰম্ভ হৈ আছে আৰু লগতে mysql চাৰ্ভিচ(service)টোও আৰম্ভ হৈ আছে |
04:42 | আৰু আমি এটা বাৰ্তা পাওঁ যে আমাৰ ইনস্তলেচনটো(installation) সম্পূৰ্ণ হ’ল |
04:46 | এতিয়া আমি XAMPP কন্ট্ৰ’ল পেনেলটো(control panel) আৰম্ভ কৰিব পাৰো । আপুনি ইয়েচ(Yes) টিপক আৰু আমি সেইটো ইয়ালৈ আনিব পাৰো |
04:52 | আপুনি দেখিছে যে আমাৰ Apache(আপাছি) চাৰ্ভাৰ(server) আৰু Mysql চাৰ্ভাৰ(server) চলিছে |
04:58 | আপুনি ইয়াত PHP নেদেখাৰ কাৰণটো হৈছে PHPটো আমাৰ ওৱেব-চাৰ্ভাৰ(web-server)ৰ অংশ আৰু সেইদৰে আপাছি(Apache)ৰো অংশ । এইটো এটা পৃথক মদিউল(module) হিচাবে ইনস্তল(install) হয় আৰু এটা চাৰ্ভিচ(service) হিচাবে ৰান নহয় । এইটো আমাৰ ওৱেব-চাৰ্ভাৰ(web-server)লৈ এটা মদিউল(module) সংকলনতকৈ অধিক |
05:14 | গতিকে, আহক আমাৰ পৃষ্ঠা(page)টো ইয়াত ল’ড(load) কৰো |
05:17 | আৰু আপুনি দেখিছে যে ল’কেলহ’ষ্টত(localhost ) পুনৰ এন্টাৰ(Enter) টিপি,আপুনি আশা কৰা দৰে আমি "XAMPP" লৈ সংযোজিত হ’লো |
05:25 | আমি সাধাৰণতে কৰাৰ দৰে আমাৰ ওৱেব চাৰ্ভাৰত(web-server) এটা নিৰ্দিষ্ট দাইৰেক্তৰীৰ(directory) ভিতৰত চাব পাৰো |
05:30 | এতিয়া,আগবাঢ়ি যাওঁক আৰু English(ইংলিচ)ত টিপক |
05:33 | আৰু আপুনি চাব পাৰে যে ইয়াত আপোনাৰ "XAMPP" চেত-আপ(set-up) আছে |
05:37 | ঠিক আছে, এতিয়া মই মোৰ "C" দ্ৰাইভ(drive)টো ইয়াত খুলিম আৰু আপুনি ইয়াৰ ভিতৰত ইয়াক চাব পাৰে |
05:42 | আৰু মই XAMPPত টিপিম যিটো হৈছে আমি ইনস্তল কৰা ইনস্তলেচন দাইৰেক্তৰী(installation directory )টো |
05:49 | আমি ইয়াত কিছু ফাইলচ পাইছো কিন্তু প্ৰধানকৈ মনোনিবেশ কৰিব লগীয়াটো হৈছে htdocs । ওৱেব চাৰ্ভাৰত(web-server) ৰান আৰু phpত প্ৰক্ৰিয়াকৰণ(process) হ’বলগীয়া আপোনাৰ ফাইলখিনি ইয়াত থ’ব লাগিব |
06:02 | গতিকে, যদি আপুনি ইয়াত দুবাৰ টিপে(double-click), আপুনি দেখিব যে আমি ইয়াত বিভিন্ন ফাইল পাইছো |
06:07 | আৰু আপুনি এই "index.html" ফাইলটো ইয়াত দেখিছে । এইটো এতিয়াৰ বাবে "index.php", যিটো ইয়াত আছে |
06:15 | আৰু এই ফাইলত "index dot(ইন্দেক্স দত)" যিকোনো যি স্বয়ংক্ৰিয়ভাবে(automatically) আৰম্ভ হ’ব |
06:20 | আপুনি এইটো সলাব পাৰে কিন্তু বৰ্তমানৰ কাৰণে তাক এৰি যাওঁক |
06:25 | আৰু, মই ইয়াত phpacademyনামৰ ফ’ল্ডাৰ এটা পাইছো |
06:29 | মই যি কৰিম সেইয়া হৈছে, এটা নতুন টেক্স্ত দকোমেন্ত(text document) নিৰ্মান কৰিম । প্ৰকৃততে, মই এইটো মোৰ কন্টেক্স এদিটৰ(context editor)ত কৰিম যিহেতু ই অধিক সহজ |
06:38 | আহক ইয়াক এৰি যাওঁ । ঠিক আছে, মই এটা নতুন ফাইল নিৰ্মান কৰিম |
06:44 | মই তাক ছেভ(save) কৰিম আৰু যি মোৰ "htdocs" ফ’ল্ডাৰত সংৰক্ষিত হ’ব আৰু মই ইয়াক "phpinfo" আৰু দত (dot) php হিচাবে ছেভ(save) কৰিম |
06:53 | আৰু ইয়াৰ ভিতৰত, মই কিছু php ক’ড লিখিম |
06:59 | আৰু এইটো "php underscore(আন্দাৰস্ক’ৰ) info(ইনফ’)" হ’ব আৰু আপোনাক দুটা বন্ধনী(brackets) লাগিব,তাৰপাছত আপোনাক শাৰী অন্তকাৰক(line terminator) এটা লাগিব |
07:06 | ই কি বুজায় যদি আপুনি নুবুজে, আপুনি ইয়াক শিকাৰ প্ৰয়োজন নাই । এইটো এটা বিশেষ বস্তু নহয় যাক আপুনি দৈনিক ব্যৱহাৰৰ বাবে জানিব লাগিব |
07:14 | ই মাত্ৰ আমাৰ PHP server(চাৰ্ভাৰ) বা ওৱেব চাৰ্ভাৰত(web-server) php ইনস্তলেচন(installation)ৰ বিষয়ে আমাক কিছু তথ্য দিয়ে |
07:20 | গতিকে, আমি ইয়ালৈ ঘূৰি আহিব পাৰো আৰু ইয়াত আমি মাত্ৰ ইয়াক সম্বোধন(address) কৰিম;গতিকে আপোনাক ল’কেলহ’ষ্ট("localhost") লাগিব |
07:26 | আৰু আপুনি "htdocs" বা তেনেধৰণৰ একো লিখাৰ প্ৰয়োজন নাই |
07:29 | আমি মাত্ৰ ল’কেলহ’ষ্ট("localhost") লিখিব লাগিব,আহক চাওঁ আমাৰ "phpinfo dot(দত) php" ফাইলক কি দৰে মাতো । এন্টাৰ টিপক |
07:42 | আমাক আন্দাৰস্ক’ৰ(underscore)টো প্ৰয়োজন নাই । গতিকে তাক আতৰ কৰক আৰু ৰিফ্ৰেচ(refresh) কৰক |
07:50 | আপুনি চাব পাৰে যে ইয়াত আমাৰ php তথ্য(information) ফাইলটো বহুটো দাতাৰ সৈতে আছে |
07:55 | গতিকে, ইয়াত যি ঘটিছে সেইটো হৈছে আমি এটা php script(স্ক্ৰিপ্ত) আমাৰ htdocs ফাইলৰ ভিতৰত চলাইছো |
08:01 | গতিকে, যদি মই "favicon(ফেভিকন) dot(দত) ico" এদ্ৰেছ(address)টো লিখো,আমি তাক পোৱাটো আপুনি দেখিছে |
08:10 | "htdocs" ৰ ভিতৰত ৰখা যি কোনো ফাইল আপোনাৰ ওৱেব চাৰ্ভাৰে(web-server) phpৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ(process) কৰে |
08:18 | আপুনি টিউটৰিয়েলচত লিখা যিকোনো ফাইল,সিহঁতক "htdocs"ত থওঁক, এটা ফল্ডাৰ "c : \ xampp আৰু htdocs" ত আৰু তাত থকা যি কোনো বস্তু প্ৰক্ৰিয়াকৰণ(process) হ’ব |
08:34 | আৰু আপুনি ইয়াক হয়তু ল’কেলহ’ষ্ট(localhost) বা 127.0.0.1ৰ দ্বাৰা সম্বোধন কৰিব পাৰে । এন্টাৰ টিপি আপুনি দেখিছে যে একো সলনি হোৱা নাই । এইটো একে । এইটো মাত্ৰ আপোনাৰ ল’কেল ওৱেব-চাৰ্ভাৰ(local web-server) |
08:50 | আমি এটা সহজ পদ্ধতিৰে "XAMPP" ইনস্তল(install) কৰিলো ; আপোনাৰ আপাছি("Apache") আৰু "mysql" চাৰ্ভিচ(service) যিটো হৈছে দাতাবেচ চাৰ্ভিচ(database service) তাক ইনস্তল(install) কৰাৰ চমু পদ্ধতিটো আপুনি পাছত ব্যৱহাৰ কৰিব আৰু লগতে আপাছি("Apache") ৰ বাবে "php module(মদিউল)"টো যি আপোনাক php ফাইলচ প্ৰক্ৰিয়াকৰণ(process) কৰিবলৈ দিয়ে ;নিশ্বয়,সেইটো অতি দৰকাৰী |
09:10 | আমি XAMPP দাউনল’ড(download) আৰু ইনস্তল(install) কৰিলো আৰু মই কেনেদৰে এটা ফাইল নিৰ্মান আৰু আপোনাৰ ওৱেব-চাৰ্ভাৰ(web-server)ৰ দ্বাৰা ৰান(run) কৰা হয় দেখুৱালো |
09:16 | গতিকে,আশাকৰো এইটো আপোনাৰ বাবে টিউটৰিয়েলচৰ সৈতে আৰম্ভ কৰিবলৈ ব্যৱহাৰযোগ্য হ’ব । যদি আপোনাৰ কিবা সমস্যা থাকে নিঃসংকোচে মোক যোগাযোগ কৰিব |
09:23 | অনুগ্ৰহ কৰি চাবস্ক্রাইব(subscribe) কৰক আৰু মই আপোনালোকক আহিবলগীয়া টিউটৰিয়েলচত লগ পাম । দৰ্শন কৰাৰ বাবে ধন্যবাদ ! |
09:26 | মই মৌচুম হাজৰিকাই, স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |