Geogebra/C3/Radian-Measure/Assamese

From Script | Spoken-Tutorial
Revision as of 15:44, 19 May 2015 by Anamika (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ। এই টিউটোৰিয়েলত আমি জীয়োজেব্রা ব্যবহাৰ কৰি ৰেডিয়ানস আৰু বিভাগ(সেক্টৰস)ৰ উপৰত কাম কৰিম।
00:07 এই টিউটোৰিয়েলটোৰ উদ্দেশ্য, আপোনাক জীয়োজেব্রা ইনপুট বাৰৰ সৈতে পৰিচয় কৰা আৰু ৰেডিয়ানসৰ উপৰত পাঠৰ মাধ্যমেৰে ইনপুট বাৰত কমান্ডবোৰ ব্যবহাৰ কৰা।
00:15 জীয়োজেব্রা আৰম্ভকাৰীৰ বাবে, দয়া কৰি spoken-tutorial.org ওয়েবসাইটত ইন্ট্রোডাকশন টু জীয়োজেব্রা(Introduction to Geogebra) আৰু (Angles and Triangles Basics)কোণ আৰু ত্রিকোণতৰ মূলসূত্ৰ পড়ক
00:25 এই টিউটোৰিয়েলত আমি উবুন্টু সংস্কৰণ 10.04 LTS আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40ৰ উপৰত কাম কৰিছো।
00:35 এই পাঠত আমি বুঝিম যে ৰেডিয়ানৰ অর্থ কি আৰু ৰেডিয়ান কিভাবে আঁকে?
00:39 চাপৰ(arc) দৈর্ঘ্য আৰু অন্তৰিত কোণত সম্পর্ক সম্বন্ধে বুঝিম।
00:44 আৰু এটা বিভাগৰ ক্ষেত্ৰফলক গণনা কৰাৰ এটা নির্দেশিত কাম সম্পন্ন কৰিম।
00:49 আমি জীয়োজেব্রাত নিম্নলিখিত সৰঞ্জামবোৰ ব্যবহাৰ কৰিম- Circle with center and radius, circular arc with centre between two points আৰু segment between two points
01:00 অন্য উপায়েৰে ড্ৰয়িং কমান্ডক ইনপুট বাৰত লিখিও ব্যবহাৰ কৰিব পাৰে।
01:11 এই জীয়োজেব্রা উইন্ডোত এতিয়া আমি circle with centre and radius ব্যবহাৰ কৰি 5 এককৰ এটা বৃত্ত আঁকিম।
01:18 আমি circle with center and radius ৰ উপৰত টিপিম, আমি কেন্দ্ৰক মূলবিন্দুৰ উপৰত নির্বাচন কৰিম, ব্যাসার্ধ 5 একক।
01:28 আমি এতিয়া বৃত্তৰ উপৰত দুটা বিন্দু 'B' আৰু 'C' আঁকিম।
01:36 এতিয়া আমি এই দুটো বিন্দুৰ মাঝত এটা চাপ(arc) সম্পূর্ণ কৰিম, আমি চাপ আঁকাৰ বাবে circular arc with centre between two pointsৰ উপৰত টিপক।
01:47 আমি কেন্দ্ৰ 'A','B' আৰু 'C'ৰ উপৰত টিপিম। এইটোৱে চাপটোক সম্পূর্ণ কৰে। উল্লেখ্য যে চাপ দৈর্ঘ্য হয় d = 5.83 একক।
02:00 এতিয়া আমি এই চাপ মুছি পেলাম আৰু এটা অন্য উপায়েৰে গঠন কৰিম। লগতে ইয়াত ইনপুট বাৰত এটা কমান্ড লিখিও চাপ নির্মাণ কৰা যাব পাৰে।
02:10 ইয়াত এই আয়তক্ষেত্রাকাৰ বাক্সটো ইনপুট বাৰ। ইনপুট বাৰৰ আগত 3টা ড্ৰপ ডাউন বাক্স আছে। ইয়াত আপোনি কিছু ফাংশনৰ পৰিচয়, কিছু পেৰামিতাৰ নির্ধাৰিত কৰিব পাৰে আৰু এইটো হল কমান্ড কি যেতিয়া আপোনি জীয়োজেব্রা উইন্ডোত আঁকা সম্পন্ন কৰিব পাৰিব।
02:30 এতিয়া আমি ইয়াত arc লেখা আৰম্ভ কৰিম, আপোনি লক্ষ্য কৰিব যে এইটো আমাৰ বাবে কমান্ড সম্পন্ন কৰিছে। আমি এই কমান্ডক ইয়াত ড্ৰপ ডাউন বাক্সৰ পৰাও দেখিব পাৰো।
02:41 আমি arcত টিপিম, আপোনি লক্ষ্য কৰিব যে কমান্ড ইয়াত বর্গাকাৰ বন্ধনীৰ সৈতে প্ৰদর্শিত হৈছে। যদি আমি বর্গাকাৰ বন্ধনীৰ মাঝত টিপো আৰু enter ক্লিক কৰো, এই কমান্ডৰ বাবে শব্দবিন্যাস(syntax) ইয়াত প্ৰদর্শিত হব।
02:57 এতিয়া চাপৰ বাবে আমি যি শব্দবিন্যাস ব্যবহাৰ কৰো সেইটো বৃত্ত আৰু দুটা বিন্দুক সংজ্ঞায়িত কৰাৰ বাবে।
03:04 আমি বৃত্তৰ নাম আৰু দুটা বিন্দুক সংজ্ঞায়িত কৰিম যাৰ মাঝত আমি চাপ বিছাৰো।
03:10 বীজগণিত ভিউ( Algebra View) পৰা আমি দেখিব পাৰো যে বৃত্তক সৰু  হাতৰ "c" হিসাবে উল্লেখ কৰা হৈছে, আৰু বিন্দু যাক আমি চাপ (B,C) আঁকিব বিছাৰো উভয়কে ডাঙৰ হাতৰ অক্ষত উল্লেখ কৰা হৈছে।
03:24 সেয়ে আমি ইয়াত কমান্ড লিখিম Arc[c,B,C], আৰু enter টিপক। জীয়োজেব্রা কেস সেনসিটিভ হয়।
03:37 এতিয়া চাপৰ ৰঙ আৰু ghanবেধ(thickness) পৰিবর্তন কৰা যাওক যাক আমি ইয়াত অবজেক্টৰ বৈশিষ্ট্যাবলী(object properties) পৰা যুক্ত কৰিছো।
03:46 আমি colorত যাম, আমি এইটোক ৰঙা(red) হিসাবে নির্ধাৰিত কৰিম। শৈলী(Style) পৰা আমি বেধ(thickness) বৃদ্ধি কৰিম।
04:05 উল্লেখ্য যে চাপ এতিয়া এটা গাঢ়, ৰঙা ঘন চাপ হিসাবে প্ৰদর্শিত হৈছে।
04:11 এতিয়া আমি দুটা ৰেখাংশ AB আৰু AC আঁকিম। আমি আকৌ এবাৰ এইটোক দুটা উপায়েৰে কৰিম।
04:17 আমি ইয়াত 'segments between two points'ত টিপিম আৰু 'A' আৰু 'B'-ত ক্লিক কৰিম। এইটোৱে ৰেখাংশ AB-ক সম্পূর্ণ কৰে।
04:28 আমি ৰেখাংশৰ বাবে ইনপুট বাৰ পৰা এটা কমান্ডও লিখিব পাৰো। আমি ৰেখাংশ AC-ক সম্পূর্ণ কৰাৰ বাবে (Segment) ৰেখাংশ [A, C] কৰিম।
04:40 এতিয়া আমি চাপ BCক সম্পন্ন কৰি পেলাইছো, ৰেখাংশ AB আৰু AC, আৰু বিভাগ BACক আঁকা হৈছে।
04:47 এতিয়া চাপ BCৰ দ্বাৰা A-ত অন্তৰিত কোণ সংজ্ঞায়িত কৰিম। আমি এই কোণক 'α' বুলিম। আমি এইটোক ইয়াত ড্ৰপ ডাউন বাক্সৰ পৰা নির্বাচন কৰিম।
04:58 কোণ কমান্ড হল angle[B, A, C].
05:10 যেতিয়া আমি জীয়োজেব্রাত কোণক সংজ্ঞায়িত কৰো তেতিয়া আমি কোণৰ নামাঙ্কনৰ বাবে প্ৰমিত (standard angle) কোণ অনুসৰণ কৰিম।
05:18 আমি ইয়াত লক্ষ্য কৰিম যে কেন্দ্রত অন্তৰিত কোণ 'α'-ৰ মান হল 66.78 ডিগ্রী।
05:30 এতিয়া এটা ৰেডিয়ানক কেন্দ্রত অন্তৰিত কোণ বোলি বর্ণিত কৰিব পাৰে, যেতিয়া অন্তৰিত কোণৰ চাপৰ দৈর্ঘ্য বৃত্তৰ ব্যাসার্ধৰ সমান হয়।
05:40 ইয়াত অপশনত গৈ কোণৰ এককক  যদি ৰেডিয়ানসত সংজ্ঞায়িত কৰো আৰু  কোণৰ এককক(Angle Units) ৰেডিয়ানসত নির্ধাৰিত কৰো,
05:49 আমি এতিয়া পাও যে α-ৰ মান 1.17 Rad। 1 Radৰ উছৰলৈ আনাৰ বাবে আমি এতিয়া চাপৰ দৈর্ঘ্য পৰিবর্তন কৰিম।
06:04 উল্লেখ্য যে চাপৰ দৈর্ঘ্য হল d = 5 একক আৰু কেন্দ্রত অন্তৰিত কোণ α-ৰ মান হল 1 Rad।
06:17 আমি 1 Rad ক সংজ্ঞায়িত কৰিছো, আমি আৰু দেখিছো যে, এইটোৱে সেই কোণটো হয় যি অন্তৰিত হব যেতিয়া চাপ দৈর্ঘ্যক ব্যাসার্ধৰ সমান হব।
06:29 1 Rad ৰ মান ডিগ্রীত কি হয়? মই মাতৰ্ সামান্য এইটোক জুম আউট কৰিছো।
06:41 এতিয়া এই চাপৰ দৈর্ঘ্য এটা অর্ধবৃত্তৰ দৈর্ঘ্যৰ নিচিনা পৰিবর্তন কৰো, সেয়ে চাপ দৈর্ঘ্য হল [π a], যত 'a' হল বৃত্তৰ ব্যাসার্ধ।
06:53 তাৰ আগত আমি কোণৰ এককক পুনৰায় ডিগ্রীত নির্ধাৰিত কৰিম কাৰণ আমি 1 Radৰ মান ডিগ্রীত পাব বিছাৰো।
07:03 আমি লক্ষ্য কৰিম যে যেতিয়া চাপ দৈর্ঘ্য [π a]যি এটা অর্ধবৃত্ত, তেতিয়া α-ৰ মান 180.21 ডিগ্রী।
07:13 আৰু আমি যদি এই বৃত্তটো সম্পূর্ণ কৰো আমি লক্ষ্য কৰিম যে কোণ α প্রায় 360 ডিগ্রী হব।
07:27 সেয়ে আমি এই দুটাৰ পৰা লক্ষ্য কৰিছো যে 1 Rad ৰ মান 57.32 ডিগ্রী হব।
07:35 এতিয়া আমি চাপৰ দৈর্ঘ্য, ব্যাসার্ধ আৰু অন্তৰিত কোণৰ সম্পর্ক সম্বন্ধে বুঝিম। তাৰ বাবে α/57.32ৰ মান বিভাজিত কৰি আমি ৰেডিয়ানত অন্য এটা কোণৰ মান "θ" নির্ধাৰিত কৰিম।
08:03 উল্লেখ্য যে, ৰেডিয়ানত "θ"-ৰ মান হল আসলতে কোণৰ মান। যিকিনহওক বিন্যাসৰ অসুবিধাৰ কাৰণে এইটো ইয়াত এটা ডিগ্রী চিহ্নৰ সৈতে প্ৰদর্শিত হৈছে।
08:15 আমি "θ"-ৰ ব্যবহাৰ এই ভাবেই আগলৈ কৰিম আৰু কোণৰ এককক ৰেডিয়ানসত পৰিবর্তন নকৰো, কাৰণ আমি চাপ দৈর্ঘ্য আৰু অন্তৰিত কোণ ব্যবহাৰ কৰি এটা সূত্ৰ ব্যাখ্যা কৰিব বিছাৰো।
08:29 বিন্যাসৰ(formatting) অসুবিধাৰ বাবে এই সূত্ৰ মাত্ৰ এই ভাবে ব্যাখ্যা কৰা যাব পাৰে।
08:36 এতিয়া সূত্ৰ যি চাপ দৈর্ঘ্যক অন্তৰিত কোণৰ সৈতে সম্পর্কিত কৰে তাৰ পৰিচয়ৰ বাবে, আমি জীয়োজেব্রা উইন্ডোত লিখা, সন্নিবেশ কৰিম।
08:52 কিভাবে লেখা লিখে তাৰ পৰিচয়ৰ বাবে দয়া কৰি কোণ আৰু ( Angles and Triangles Basics)ত্রিকোণৰ মূলসূত্রৰ উপৰত টিউটোৰিয়েলটো চাওক।
09:34 এতিয়া লক্ষ্য কৰক যেতিয়া আমি চাপ দৈর্ঘ্য পৰিবর্তন কৰো আপোনি লক্ষ্য কৰিব যে "θ"ৰ মান পৰিবর্তন হৈ যায়, আৰু চাপ দৈর্ঘ্য আৰু অন্তৰিত কোণৰ সম্পর্ক d=r.θ হৈ যায় যত d হল চাপ দৈর্ঘ্য, r হল বৃত্তৰ ব্যাসার্ধ আৰু "θ" হল ৰেডিয়ানসত কেন্দ্রত অন্তৰিত কোণ।
09:58 এতিয়া আমি যি শিকিছো তাৰ বোঝাৰ শক্তি বাড়োৱাৰ বাবে আমি এটা নির্দেশিত কাম চাম।
10:10 আমি যি শিকিছো তাক ব্যবহাৰ কৰি, প্ৰদর্শন কৰক যে কিভাবে এটা বিভাগৰ ক্ষেত্ৰফল (Area) = ½ “a^2” “θ” হয়।
10:18 যত "a" হল ব্যাসার্ধ, "θ" হল ৰেডিয়ানত কেন্দ্রত অন্তৰিত কোণ, আৰু সূত্ৰ হল ক্ষেত্ৰফল (Area) = ½ “a^2” “θ”
10:30 এটা সৰু ইঙ্গিত, এই নির্দেশিত কাম সম্পন্ন কৰাৰ বাবে, যে এই বিভাগৰ ক্ষেত্ৰফলক চতুর্থাংশৰ সৈতে তুলনা কৰা।
10:40 নির্দেশিত কাম যেতিয়া সম্পন্ন হৈ যাব তেতিয়া এইৰকমে দেখাত হব। আমি ইয়াত বিভাগৰ ক্ষেত্ৰফলক চতুর্থাংশৰ সৈতে তুলনা কৰি গণনা কৰিব বিছাৰো।
10:55 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
11:06 আৰু তথ্য ইয়াত পাব পাৰে। জীয়োজেব্রাৰ এই টিউটোৰিয়েলত আমাৰ সৈতে যোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ। মই অনামিকা মেধী।

Contributors and Content Editors

Anamika, Mousumi