BASH/C3/Basics-of-Redirection-(error-handling)/Assamese

From Script | Spoken-Tutorial
Revision as of 03:43, 16 March 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, বেচিকচ অফ ৰিদাইৰেকচন (Basics of redirection)ৰ স্প’কেন টিউটৰিয়েললৈ স্বাগতম
00:07 এই টিউটৰিয়েলটোত, আমি শিকিম
00:10 বেচ (Bash)ত ইনপুত আৰু আউতপুত
00:12 Redirection (ৰিদাইৰেকচন) আৰু file descriptors (ফাইল দেচক্ৰিপতৰচ)
00:15 Standard input (ষ্টেনদাৰ্দ ইনপুত)
00:16 Standard output (ষ্টেনদাৰ্দ আউতপুত)
00:18 Standard error (ষ্টেনদাৰ্দ এৰ’ৰ)
00:19 কিছু উদাহৰণৰ সহায়ত
00:22 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ চেল স্ক্ৰিপতিং ইন বেচ (Shell Scripting in BASH)ৰ জ্ঞান থাকিব লাগিব
00:28 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক http://www.spoken-tutorial.org
00:34 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:36 Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম (Operating System) আৰু
00:40 GNU BASH(বেচ) তাঙৰণ 4.2
00:43 অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:50 GNU/Linux(লিনাক্স)ত আমি এটা ফাইললৈ আউতপুত পঠাব পাৰো বা এটা ফাইলৰ পৰা ইনপুত পঢ়িব পাৰো
00:58 প্ৰত্যেক চেল (Shell) কমান্ডৰ নিজা ইনপুতচ আৰু আউতপুতচ থাকে
01:03 Shell (চেল)টোৱে ব্যাখ্যা কৰা এটা বিশেষ স্বৰলিপি ব্যৱ্হাৰ কৰি ইনপুত আৰু আউতপুতক ৰিদাইৰেক্ত কৰা ঽয়
01:11 ইনপুত আৰু আউতপুতৰ দিফল্ট পাথটো সলনি কৰাটোকে ৰিদাইৰেকচন বোলা হয়
01:18 GNU/Linux(লিনাক্স)ত হাৰ্ডওৱেৰটোকো ধৰি সকলো বিলাক এটা ফাইল হয়
01:24 সাধাৰণতে ঘূৰাই দিয়া মান বিলাক হৈছে:
01:27 Input(ইনপুত)ৰ বাবে 0 যিটো কী বৰ্ড (Keyboard)
01:31 Output(আউতপুত)ৰ বাবে 1 যিটো স্ক্ৰিন (Screen )
01:34 Error (এৰ’ৰ)ৰ বাবে 2 যিটো স্ক্ৰিন (Screen )
01:38 0, 1, 2 বিলাক হৈছে POSIX সংখ্যা আৰু লগতে file descriptors (ফাইল দেচক্ৰিপতৰচ) (FD) বুলি জনা যায়
01:46 এটা ৰিদাইৰেক্তৰে (redirector) এজন উপভোক্তা বা আন প্ৰোগ্ৰামৰ সৈতে কথা পাতিবলৈ POSIX সংখ্যা ব্যৱহাৰ কৰে
01:54 Standard input (ষ্টেনদাৰ্দ ইনপুত): Standard input (ষ্টেনদাৰ্দ ইনপুত)টো হৈছে দিফল্ট ইনপুত পদ্ধতি
02:00 ইয়াক সকলো কমান্ডে ইনপুত পঢ়িবলৈ ব্যৱ্হাৰ কৰে
02:04 ইয়াক শূণ্যৰ (0) দ্বাৰা চিহ্নিত কৰা হয়
02:07 লগতে stdinb(ষ্টেনদাৰ্দ ইনপুত) বুলি জনা হয়
02:13 দিফল্ট ষ্টেনদাৰ্দ ইনপুত হৈছে কীবৰ্ড খন
02:17 Less than (লেচ দেন) চিহ্নটো হৈছে ইনপুত ৰিদাইৰেকচন চিহ্ন
02:22 গাঠণিটো হৈছে Command(কমান্ড) space(স্পেছ) less than(লেচ দেন) symbol(চিহ্ন) space(স্পেছ) filename(ফাইলনেম)
02:30 মই redirection(ৰিদাইৰেকচন) dot(দত) sh নামৰ ফাইল এটা খুলিম
02:34 মই এই ফাইলটোত কিছু ক’ড লিখি থৈছো
02:37 এইটো হৈছে চিবেং শাৰী (shebang line)
02:41 লিখক sort(চৰ্ট) space(স্পেছ) less than(লেচ দেন) symbol(চিহ্ন) space(স্পেছ) file(ফাইল) dot(দত) txt
02:48 এইটো এটা ইনপুত ৰিদাইৰেকচনৰ উদাঽৰণ
02:52 ইনপুতটো file(ফাইল) dot(দত) txt ফাইলৰ পৰা লোৱা হৈছে
02:57 sort(চৰ্ট) কমান্ডে file(ফাইল) dot(দত) txtত অৱস্থিত সংখ্যা সমূহৰ শ্রেণীবিভাজন ( sorting) কৰে
03:04 ছেভত (Save) টিপক
03:06 আহক redirection(ৰিদাইৰেকচন) dot(দত) sh ফাইলটো ৰান কৰো
03:10 আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys) একেলগে টিপি টাৰ্মিনেল (terminal )টো খোলক
03:18 তাৰ আগতে, আহক আমি file(ফাইল) dot(দত) txtৰ বিষয় বস্তুটো চাওঁ
03:23 লিখক cat(কেত) space(স্পেছ) file(ফাইল) dot(দত) txt
03:27 এন্টাৰ (Enter) টিপক
03:30 আপুনি দেখিব যে ফাইলটোৱে সংখ্যাৰ ক্ৰ্ম ধৰি ৰাখে
03:35 এতিয়া লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) redirection(ৰিদাইৰেকচন) dot(দত) sh
03:43 এন্টাৰ (Enter) টিপক
03:45 লিখক dot(দত) slash(শ্লাচ) redirection(ৰিদাইৰেকচন) dot(দত) sh
03:48 এন্টাৰ (Enter) টিপক
03:51 আমি শ্রেণীবিভাজনৰ পাছত টাৰ্মিনেলত আউতপুতটো দেখিম
03:56 সংখ্যা বিলাক উৰ্ধক্ৰমত শ্রেণীবিভাজন হৈছে
04:00 আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো
04:03 Standard output (ষ্টেনদাৰ্দ আউতপুত): Standard output (ষ্টেনদাৰ্দ আউতপুত) সকলো কমান্ডে আউতপুত দৰ্শিত কৰিবলৈ ব্যৱহাৰ কৰে
04:10 দিফল্ট আউতপুতটো পৰ্দাত দৰ্শিত হৈছে
04:14 ইয়াক সংখ্যা (1)এ চিহ্নিত কৰে
04:17 লগতে stdout (ষ্টেনদাৰ্দ আউতপুত) বুলি জনা যায়
04:23 ( > )গ্ৰেটাৰ দেনচিহ্নটো হৈছে আউতপুত ৰিদাইৰেকচন চিহ্ন
04:28 গাঠণি হৈছে Command(কমান্ড) space(স্পেছ) greater symbol(গ্ৰেটাৰ চিহ্ন) space(স্পেছ) filename(ফাইলনেম)
04:35 মই redirection(ৰিদাইৰেকচন) dot(দত) sh ফাইল এটালৈ ঘূৰি যাম
04:41 পূৰ্বৰ শাৰীটোক কমেন্ত কৰক যিটো sort(চৰ্ট)
04:45 ইয়াৰ তলত,লিখক ls space(স্পেছ) greater than(গ্ৰেটাৰ দেন) space(স্পেছ) ls underscore(আন্দাৰস্ক’ৰ) file(ফাইল).txt
04:55 এইটো আউতপুত ৰিদাইৰেকচনৰ এটা উদাহৰণ
04:59 'ls' ৰ আউতপুতটো ls_file(ফাইল) dot(দত) txt ত জমা হব
05:06 ls কমান্ডে সেই নিৰ্দিষ্ট দাইৰেক্তৰীটোত ফাইলচৰ বিষয়ে তথ্য তালিকাভুক্ত কৰিব
05:14 এতিয়া, ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওঁক
05:19 মই প্ৰম্পত খালি কৰিম । প্ৰথমে আহক আমি 'ls' লিখো আৰু আউতপুতটো চাওঁ
05:28 এতিয়া আপ এৰ’ কীটো তিনিবাৰ টিপক
05:33 পূৰ্বৰ dot(দত) slash(শ্লাচ) redirection(ৰিদাইৰেকচন) dot(দত) sh কমান্ডটো পুনৰ মাতক
05:38 আৰু এন্টাৰ (Enter) টিপক
05:41 এতিয়া আহক আউতপুতটো সঠিকভাবে ৰিদাইৰেক্ত হৈছেনে নাই পৰীক্ষা কৰো
05:46 লিখক gedit space(স্পেছ) ls underscore(আন্দাৰস্ক’ৰ) file(ফাইল) dot(দত) txt আৰু এন্টাৰ (Enter) টিপক
05:56 এতিয়া আমি আউতপুতটো এই ফাইলটোত চাব পাৰো । গতিকে আমাৰ ৰিদাইৰেক্তটো সফল হ’ল
06:03 আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো
06:06 Standard error (ষ্টেনদাৰ্দ এৰ’ৰ)টো হৈছে দিফল্ট আউতপুত এৰ’ৰ
06:12 ইয়াক সকলো চিষ্টেম এৰ’ৰ লিখিবলৈ ব্যৱহাৰ কৰা হয়
06:16 ইয়াক সংখ্যা দুই ( (2)) ৰে চিহ্নিত কৰা হয়
06:20 লগতে stderr (ষ্টেনদাৰ্দ এৰ’ৰ) বুলি জনা হয়
06:25 দিফল্ট standard error (ষ্টেনদাৰ্দ এৰ’ৰ) আউতপুতটো পৰ্দা বা মনিটৰত দৃশ্যমান হয়
06:32 Two(টু) greater(গ্ৰেটাৰ) than(দেন) symbol(চিহ্ন) (2>) হৈছে এৰ’ৰ ৰিদাইৰেকচন চিহ্ন
06:36 গাঠণি হৈছে command(কমান্ড) space(স্পেছ) 2 greater(গ্ৰেটাৰ) than(দেন) space(স্পেছ) error(এৰ’ৰ) dot(দত) txt
06:44 মই redirection(ৰিদাইৰেকচন) dot(দত) sh ফাইলটোলৈ ঘূৰি যাওঁ
06:49 আমি পূৰ্বৰ শাৰীটোত কমেন্ত কৰিম যিটো ls
06:54 ইয়াৰ তলত লিখক rm space(স্পেছ) backslash(বেকশ্লাচ) tmp backslash(বেকশ্লাচ) 4815 dot(দত) txt space(স্পেছ) 2 greater(গ্ৰেটাৰ) than(দেন) symbol(চিহ্ন) space(স্পেছ) error(এৰ’ৰ) dot(দত) txt
07:11 এৰ’ৰ আউতপুতটো error(এৰ’ৰ) dot(দত) txt file(ফাইল)লৈ ৰিদাইৰেক্ত হৈছে
07:17 এতিয়া, Save(ছেভ)ত টিপক আৰু টাৰ্মিনেলটোলৈ যাওঁক
07:22 আমি প্ৰথমে এৰ’ৰটো চাবলৈ কমান্ড এটা লিখিম
07:26 লিখক rm space(স্পেছ) backslash(বেকশ্লাচ) tmp backslash(বেকশ্লাচ) 4815 dot(দত) txt
07:36 এন্টাৰ (Enter) টিপক
07:38 এৰ’ৰটো দৰ্শিত হৈছে যে
07:40 rm: cannot(কেননত) remove(ৰিমূভ) slash(শ্লাচ) tmp slash(শ্লাচ) 4815 dot(দত) txt: No such file or directory(নৌ চাচ ফাইল অৰ দাইৰেক্তৰি)
07:49 এতিয়া আমাৰ ফাইলটো কাৰ্যকৰী কৰিম
07:53 আপ এৰ’ কীটো টিপক
07:55 আৰু, পূৰ্বৰ dot(দত) slash(শ্লাচ) redirection(ৰিদাইৰেকচন) dot(দত) sh কমান্ডটো পুনৰ মাতক
08:01 এন্টাৰ (Enter) টিপক
08:03 এতিয়া আমি এৰ’ৰটো ৰিদাইৰেক্ত হ’লনে নাই পৰীক্ষা কৰিম
08:07 লিখক gedit space(স্পেছ) error(এৰ’ৰ) dot(দত) txt আৰু এন্টাৰ (Enter) টিপক
08:15 এতিয়া আমি দেখিছো এৰ’ৰটো error(এৰ’ৰ) dot(দত) txt ফাইললৈ ৰিদাইৰেক্ত হৈছে
08:22 ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
08:26 আহক আমি মূলভাৱ চাওঁ
08:28 এই টিউটৰিয়েলত আমি শিকিলো
08:31 বেচ (Bash)ত ইনপুত আৰু আউতপুত
08:35 Redirection (ৰিদাইৰেকচন) আৰু file descriptors (ফাইল দেচক্ৰিপতৰচ)
08:38 Standard input (ষ্টেনদাৰ্দ ইনপুত) <(লেচ দেন) চিহ্ন ব্যৱ্হাৰ কৰি
08:42 Standard output (ষ্টেনদাৰ্দ আউতপুত) >(গ্ৰেটাৰ দেন) চিহ্ন ব্যৱ্হাৰ কৰি
08:47 Standard error (ষ্টেনদাৰ্দ এৰ’ৰ) 2> (2 গ্ৰেটাৰ দেন চিহ্ন) ব্যৱ্হাৰ কৰি
08:52 এটা অনুশিলনী হিচাবে,
08:54 যিকোনো ভাষা যেনে C, C++, Javaত এটা প্ৰোগ্ৰাম লিখক
08:59 আৰু আউতপুতটো বা এৰ’ৰটো এটা নতুন ফাইললৈ ৰিদাইৰেক্ত কৰক
09:04 বা, কিছু বিষয়বস্তু যেনে আপোনাৰ নাম, ঠিকনাৰ সৈতে এটা টেকষ্ট ফাইল নিৰ্মাণ কৰক
09:11 বিষয়বস্তুটো এটা নতুন ফাইললৈ ৰিদাইৰেক্ত কৰক
09:15 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
09:19 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
09:23 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
09:28 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
09:30 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
09:34 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
09:38 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
09:46 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
09:50 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
09:58 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
10:04 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে
10:10 মই মৌচম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, PoojaMoolya