LibreOffice-Suite-Base/C2/Tables-and-Relationships/Assamese
From Script | Spoken-Tutorial
LibreOffice-Suite-Base/C2/Tables-and-Relationships
Time | Narration |
---|---|
00:00 | LibreOffice বেস-এৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম | |
00:04 | এই টিউটোৰিয়েলত, আমি LibreOffice বেসত টেবোল আৰু সম্পর্ক-এৰ বিষয়ে জনাম | |
00:10 | ইয়াত, আমি শিকিম কিভাবে এটা টেবোলত তথ্য যোগ কৰা যায় | |
00:16 | সম্পর্ক নির্ধাৰণ আৰু তৈয়াৰ কৰা যায় | |
00:19 | LibreOffice বেস-এৰ পূর্ববর্তী টিউটোৰিয়েলত, আমি শিকিছো বেস, ডাটাবেস সংক্রান্ত প্রাথমিক ধাৰণা আৰু কিভাবে এটা ডাটাবেস আৰু এটা টেবোল তৈয়াৰ কৰা যায় | |
00:31 | আগৰ টিউটোৰিয়েলত আমি উদাহৰণৰ বাবে লাইব্রেৰি নামৰ এটা ডাটাবেস আৰু Books নামৰ এটা টেবোল তৈয়াৰ কৰিছিলো | |
00:42 | এই টিউটোৰিয়েলত, আমি লাইব্রেৰী ডাটাবেসৰ সৈতে আলোচনা আৰম্ভ কৰিম আৰু শিকিম কিভাবে এটা টেবোলত তথ্য যোগ কৰা যায় | |
00:51 | ইয়াৰবাবে, LibreOffice Base প্রোগ্রামটো আৰম্ভ কৰা যাওক| |
00:57 | তেনেহলে, স্ক্রিন-এৰ বাওফালে তলত উপস্থিত স্টার্ট বাটনত ক্লিক কৰক, |
01:03 | All programsত ক্লিক কৰক, আৰু তাৰ পিছত ক্লিক কৰক LibreOffice Suite আৰুশেষত LibreOffice Base. |
01:12 | যিহেতু ইতিমধ্যেই আমি শেষৰ টিউটোৰিয়েলত লাইব্রেৰী ডাটাবেস তৈয়াৰ কৰি থৈছো, সেয়ে এতিয়া সেইটো খোলা যাওক| |
01:20 | সেই ফাইলটো খুলিবলৈ, 'open an existing database file' বিকল্পত ক্লিক কৰক | |
01:28 | 'Recently Used' ড্রপ ডাউন বাক্স-ত়, আমাৰ লাইব্রেৰী ডেটাবেস দৃশ্যমান হোৱা উচিত | |
01:35 | এইবাৰ Finish বাটনত ক্লিক কৰক | |
01:38 | যদি আপোনাৰ ফাইলটো দেখিব নোৱাৰে, তেনেহলে কেন্দ্রত উপস্থিত ওপেন বাটনত ক্লিক কৰি Windows ডিৰেক্টৰিত় অর্থাৎ যত লাইব্রেৰী ডাটাবেসটো সংৰক্ষণ কৰা হৈছিল, তাত ফাইলটো বিছাৰক | |
01:50 | ফাইলটো পোৱাত, ফাইলৰ নামত ক্লিক কৰি ওপেন বোতামত ক্লিক কৰক | |
01:57 | এতিয়া, যদি LibreOffice Base প্রোগ্রাম ইতিমধ্যেই খোলা থাকে, তেনেহলে আপোনি ইয়াৰ পৰা লাইব্রেৰী ডাটাবেস খুলিব পাৰিব, |
02:07 | উপৰৰ ফাইল মেনুত ক্লিক কৰি তাৰপিছত ওপেন -এৰ উপৰত ক্লিক কৰক | |
02:14 | উইন্ডোজ ডিৰেক্টৰি-ত় অর্থাৎ যত লাইব্রেৰী ডাটাবেস ফাইল সংৰক্ষিত কৰা হৈছিল, তাত ফাইলটো বিছাৰক | |
02:21 | Library.odb ফাইল-এৰ উপৰত ক্লিক কৰক আৰু তলৰ Open বাটনত ক্লিক কৰক | |
02:31 | এতিয়া আমি লাইব্রেৰী ডাটাবেসত আছো | |
02:35 | বাওপ্যানেলৰ ডাটাবেস তালিকাৰ পৰা Tables আইকনৰ উপৰত ক্লিক কৰক | |
02:42 | লক্ষ্য কৰক সো প্যানেলৰ উপৰত টেবোলবোৰৰ তালিকাত Books টেবোল দেখা গৈছে | |
02:48 | এতিয়া, Books টেবোলত সো ক্লিক কৰক | |
02:53 | লক্ষ্য কৰক, ইয়াত বিভিন্ন বিকল্প আছে যিবোৰৰ পৰা আপোনি প্রয়োজনমতে বাছি নিব পাৰিব | |
02:58 | এইবাৰ, এই টেবোলত তথ্য যোগ কৰিবলৈ 'open'ত ক্লিক কৰক | |
03:04 | অথবা, আপোনি টেবোল-ৰ নামৰ উপৰত ডবল ক্লিক কৰি সেইটোক খোলিব পাৰিব | |
03:10 | এটা নতুন উইন্ডো খুল গৈছে যাৰ শিৰোনাম 'Books – Library – LibreOffice Base: Table Data View'. |
03:20 | এতিয়া আপোনি টেবোলৰ সেলত মানবোৰ লিখি Books টেবোলত তথ্য সোমাব পাৰিব | |
03:32 | লক্ষ্য কৰক, Bookid কলমত 'AutoField' আছে | |
03:37 | অর্থাৎ, আমি যি কোনো সাৰিত তথ্য যোগ কৰাত, baseএ স্বয়ংক্রিয়ভাবে এই কলমৰ তথ্যবোৰ ঊর্ধ্বক্ৰমত যোগ কৰিব |************** |
03:48 | এতিয়া, পর্দাত যি দেখা গৈছে, সেইৰকমে সাৰি পিছত সাৰিত প্রত্যেক সেলত তথ্য যোগ কৰা যাওক|**************৮ |
04:22 | সেয়ে, Books টেবোল-ত, ৫-টা নমুনা তথ্যৰ সাৰি আছে | |
04:29 | উপৰৰ ফাইল মেনুত ক্লিক কৰক আৰু তাৰপিছত Close নির্বাচন কৰি উইন্ডো বন্ধ কৰক | |
04:39 | এতিয়া আপোনাৰ বাবে এটা অনুশীলনী আছে | |
04:42 | এটা Members টেবোল তৈয়াৰ কৰক যিয়ে প্রত্যেক সদস্যৰ সম্পর্কে তথ্য সংৰক্ষণ কৰিব, যেনে সদস্যৰ নাম আৰু তাৰ ফোন নম্বৰ | |
04:53 | নিম্নলিখিত তিনটা ক্ষেত্রত অন্তর্ভুক্ত কৰক | |
04:57 | Member Id, ইয়াত Fieldtype বা ক্ষেত্রটোৰ প্রকাৰ পূর্ণসংখ্যা আৰু এইটোক প্রাইমেৰী কী কৰক | |
05:06 | Name, ইয়াত Fieldtype টেক্সট | |
05:10 | ফোন, এইটোৰ Fieldtype টেক্সট | |
05:15 | ঠিক আছে, আপোনাৰ কামটো কৰা সম্পূর্ণ হল, Members টেবোলটো ঠিক এইৰকমে দেখাত হব | |
05:22 | এই উইন্ডোটো বন্ধ কৰক | |
05:25 | এতিয়া, পর্দাত যেনে দেখা গৈছে, সেইৰকমে চাৰিটা নমুনা সদস্যৰ তথ্য Members টেবোলত যোগ কৰা যাওক| |
05:35 | ঠিক যিভাবে আপোনি Books টেবোলত কৰিছিলে |<pause for 10 seconds>********** |
05:46 | সম্পূর্ণ হৈ গল, এই উইন্ডোটো বন্ধ কৰি দিয়ক | |
05:50 | এতিয়া, আহক আকৌ এবাৰ প্রধান উইন্ডোত উভতি যাও আৰু Tables আইকনৰ উপৰত পুনৰায় ক্লিক কৰক | |
05:57 | এইবাৰ তৃতীয় টেবোল তৈয়াৰ কৰা যাওক: Books Issued | |
06:03 | সম্পূর্ণ হোৱাৰ পিছত, Books Issued টেবোলত এই ক্ষেত্রবোৰ থাকিব : |
06:10 | ইস্যু আইডি, এইটোৰ ক্ষেত্র প্রকাৰ Integer বা পূর্ণসংখ্যা | এইটো হল প্রাইমেৰী কী | |
06:16 | Book Id, ক্ষেত্র প্রকাৰ, পূর্ণসংখ্যা | |
06:20 | Member Id, ক্ষেত্র প্রকাৰ পূর্ণসংখ্যা | |
06:24 | Issue Date, ক্ষেত্র প্রকাৰ, তাৰিখ | |
06:28 | Return Date, ক্ষেত্র প্রকাৰ, তাৰিখ | |
06:32 | Actual Return Date, ক্ষেত্র প্রকাৰ, তাৰিখ |
06:35 | আৰু Checked In, ক্ষেত্র প্রকাৰ Yes/No অর্থাত বুলিয়েন ********* |
06:42 | ঠিক আছে, Books Issued টেবোল তৈয়াৰ হৈ গৈছে | |
06:47 | এতিয়া পর্দাত যেনে দেখা গৈছে, তেনে নমূনা তথ্য এই টেবোলত যোগ কৰক | |
06:56 | এইটোৰ অর্থ হয় এতিয়া স্পষ্ট নহব পাৰে, কিন্তু খুব শীঘ্রেই আমি বুঝিব পাৰিম ঠিক কি ঘটিছে | |
07:17 | এতিয়া, আমাৰ লাইব্রেৰী ডাটাবেসত তিনটা টেবোল আছে আৰু সেইবোৰত নমুনা তথ্যও আছে | |
07:25 | এতিয়া ডাটাবেসত সম্পর্ক তৈয়াৰ কৰা জানা যাওক| |
07:31 | তেনেহলে আমি তিনটা টেবোলত তিনটা বেলেগ তথ্য সংৰক্ষণ কৰিছো | |
07:38 | কিতাপ, সদস্য আৰু সদস্যক দিয়া কিতাপ | |
07:44 | আৰু আমি তিনটা টেবোলতেই, প্রতিটো কিতাপ, প্রত্যেক সদস্য আৰু প্রতিটো কিতাপ দিয়াক, স্বতন্ত্র ভাবে সিনাক্ত কৰাৰ বাবে, কলম নির্ধাৰিত কৰিছো | ******** |
07:57 | সেইবোৰ হল প্রাইমেৰী কি বা প্রধান কি | |
08:00 | প্রাইমেৰী কীৰ আৰো অনেক সুবিধাৰ অন্যতম হল যে এইটো টেবোলবোৰৰ সম্পর্ক স্থাপন কৰিবলৈ সাহায্য কৰে | |
08:10 | কিন্তু সম্পর্ক তৈয়াৰ কৰাৰ কি প্রয়োজন আছে? |
08:13 | Books Issued টেবোলত চাওক | ইয়াত, আপোনি কিতাপৰ আইডি আৰু সদস্যৰ আইডি ক্ষেত্র দুটা দেখিব পাৰিছে | |
08:23 | Books Issued টেবোলত যিকোনো মান থাকিব পাৰে | |
08:28 | কিন্তু, সেইবোৰৰ মান, Books আৰু Members টেবোলৰ মানৰ নিচিনা যথাক্রমে সামঞ্জস্যপূর্ণ হব লাগিব |*********** |
08:38 | অর্থাত যদি Books টেবোলত ম্যাকবেথ কিতাপৰ আইডি ৩ হয়, |
08:45 | তেনেহলে Books Issued টেবোলৰ Book Id ক্ষেত্রত ৩ লিখিলে, এইখনো একেই কিতাপক বোঝাব |********* |
08:56 | তেনেহলে, এই দুটা টেবোলক আৰো স্পষ্টভাবে সংযুক্ত কৰিবলৈ, তাত সংযোগ স্থাপনৰ প্রয়োজন আছে | |
09:05 | আৰু, উদাহৰণস্বৰুপে, কিভাবে এই সম্পর্কটো স্থাপন কৰিব যে 'ম্যাকবেথ' কিতাপখন ৰবি কুমাৰক ২ জুন ২০১১ ত দিয়া হৈছিল? |
09:16 | আৰু কিভাবে আপোনি নিশ্চিত হব যে এটা কিতাপ মাত্র গ্রন্থাগাৰৰ সদস্যক দিয়া হৈছে, অন্যবোৰক দিয়া হোৱা নাই ? |
09:25 | এইবোৰ কৰিবলৈ সম্পর্ক স্থাপন কৰিব লাগিব, যিয়ে তথ্যবোৰক পৰস্পৰ যুক্ত কৰিবলৈ সাহায্য কৰিব | |
09:34 | সংশ্লিষ্ট ক্ষেত্রবোৰক পৰস্পৰ যুক্ত কৰি, বেসক মাত্র Books টেবোল আৰু Members টেবোলে পৰা হে মান ব্যবহাৰ কৰিবলৈ জোৰ কৰিব লাগিব |*************************** |
09:46 | দেখা যাওক কিভাবে কৰা যায় | |
09:48 | Libre অফিস বেস প্রধান উইন্ডোত, Tools- এৰ উপৰত ক্লিক কৰক আৰু তাৰপিছত ক্লিক কৰক Relationships. |
09:58 | এইটোৱে সৰু পপ আপ উইন্ডো প্রদর্শিত কৰাইছে | |
10:03 | ইয়াত সবতচে উপৰৰ টেবোল নির্বাচন কৰক আৰু Add বাটনত ক্লিক কৰক । অন্যান্য দুটা টেবোলতো একেই কাম পুনৰাবৃত্তি কৰক | |
10:15 | পপ আপ উইন্ডো বন্ধ কৰক | |
10:18 | এতিয়া আমি তিনটা টেবোল দেখিব পাৰিছো - Books, Books Issued and Members. |
10:26 | ক্লিক কৰি, টানি অন্য স্থানত ৰাখি, টেবোলবোৰত আৰো স্পেচ ৰখা যাওক| |
10:35 | এতিয়া, Books টেবোলৰ Book ID-ৰ উপৰত ক্লিক কৰক আৰু সেইটোক টানি আনি Books Issued টেবোলৰ Book ID-ৰ উপৰত ৰাখক | |
10:48 | এই দুটা ক্ষেত্রৰ নামত সংযোগকাৰীৰ এটা লাইন লক্ষ্য কৰক | তেনেহলে, আপোনি এটা সম্পর্ক তৈয়াৰ কৰিছে | |
10:57 | এইবাৰ MemberId- এৰ বাবে একেই কামক পুনৰাবৃত্তি কৰক | |
11:02 | Members টেবোলৰ Member ID-ৰ উপৰত ক্লিক কৰি টানি আনি আৰু Books Issued টেবোলত বহাওক | |
11:11 | আপোনি দেখিব পাৰিছে যে, আমি এতিয়া দুটা সম্পর্ক তৈয়াৰ কৰিছো | |
11:16 | আৰু, এইভাবেই আপোনি সম্পর্ক স্থাপন কৰিবলৈ পাৰিব | |
11:20 | আৰু ৰিলেশনেল ডাটাবেস –এৰ বিভিন্ন টেবোলবোৰত সংৰক্ষিত অর্থপূর্ণ তথ্যবোৰক পৰস্পৰ সংযুক্ত কৰিবলৈ পাৰিব | |
11:30 | ইয়াতে LibreOffice-এৰ এই টেবোল আৰু সম্পর্ক সংক্রান্ত এই টিউটোৰিয়েলটো সমাপ্ত হল | |
11:36 | সাৰসংক্ষেপে, আমি শিকিছো, কিভাবে টেবোলত তথ্য যোগ কৰা যায়, সম্পর্কৰ সংজ্ঞা দিয়া আৰু সম্পর্ক গঠন কৰা যায় | |
11:45 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ যা ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত । |
11:57 | এই প্রকল্প http://spoken-tutorial.org দ্বাৰা পৰিচালিত হয় | |
12:03 | এই বিষয় বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য । |
12:08 | মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। |
12:17 | অংশগ্রহনৰ বাবে ধন্যবাদ। |