Spoken-Tutorial-Technology/C2/Dubbing-a-spoken-tutorial-using-Audacity-and-ffmpeg/Assamese

From Script | Spoken-Tutorial
Revision as of 16:12, 5 March 2015 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ বন্ধুসকল । লিনাক্স অপাৰেটিং চিস্টেমত এটা ভাষাৰ পৰা আন এটা ভাষালৈ দাব কৰিবলৈ শিকোৱা স্পৌকেন টিওটৰিয়েললৈ স্ৱাগতম ।
00:10 ইয়াৰ বাবে প্ৰয়োজনীয় হ'ব - কম্পিউটাৰৰ সৈতে যোগ দিব পৰা, অদিঅ' ইন্পুট থকা এটা হেদছট অথবা মাইক্ৰফ'ন
00:19 ধ্বনি ৰেকৰ্ডিং আৰু এদিতিং কৰিবলৈ অদেচিতি বোলা এটা অপেন চৌৰ্স ছ'ফ্টৱেৰ'ৰ প্ৰয়োজন
00:24 মেক অ'এচ এক্স, মাইক্ৰচফ্ট ৱিনদ্ৱ'চ, যি ন য়ো/লিনাক্স আৰু অন্য অপাৰেটিং চিস্টেমত ই সহজলভ্য
00:32 বিনামূলীয়া ভাৱে ইয়াক audacity.sourceforge.net/downloadৰ পৰা আপুনি দাউনল'দ কৰিব পাৰে
00:39 মই উবুন্টু লিনাক্স ১০.০৪ অপাৰেটিং চিস্টেম ব্যৱহাৰ কৰিছো
00:44 মই অদেচিতি ১.৩ দাউনল'দ কৰি, চিনেপ্টিক পেকেজ মেনেজাৰৰ যৰিয়তে মোৰ পিচিত ইন্চটল কৰিছো
00:52 উবুন্টু লিনাক্সত ছ'ফ্টৱেৰ ইন্চটলৰ বিষয়ে অধিক জানিবলৈ
00:57 এই ৱেবচাইটত থকা উবুন্টু বিষয়ৰ স্পৌকেন টিওটৰিয়েললৈ মন কৰিব
01:02 আচল ভীদিয়' শুনাতোৱেই হৈছে সৰ্বপ্ৰথমে আপুনি কৰিব লগা কাৰ্য্য
01:09 স্ক্ৰীপ্ত খন এনেদৰে পৰিৱৰ্তন কৰিব যেন প্ৰত্যেক শাৰীৰ বক্তিতাৰ সময়, আচল স্ক্ৰীপ্তৰ শাৰী সমূহৰ সময়ৰ সৈতে সমান অথবা কম পৰিমাণৰ হ'ব লাগিব
01:18 প্ৰত্যেক শাৰীৰ আৰম্ভণি সময়লৈ মন কৰিলে এই কাৰ্য্য কৰিব পাৰিব
01:23 প্ৰত্যেক শাৰীৰ বাবে কৰিব নোৱাৰিলে, দুই যোৰা শাৰীৰ বাবে কৰিব পাৰে
01:29 অৰ্থাৎ, প্ৰথম শাৰীৰ অন্তত যদি মিল নাথাকে, পাছৰ শাৰীৰ অন্তত বক্তিতা শুদ্ধ ভাৱে মিলিব লাগিব
01:37 আচল স্ক্ৰীপ্তৰ পৰা দুই এটা বাক্য অথবা শাৰী বাদ দিব পাৰে
01:42 যেতিয়ালৈকে শাৰীৰ অৰ্থ সলনি নহয় । মন কৰিব যে এনেদৰে কাৰ্য্য সম্পন্ন হয়
01:48 এতিয়া আমি অদেচিতি খোলিম, এপ্পলিকেচনত ক্লিক কৰিব
01:54 চাউন্দ আৰু ভীদিয়' আৰু চলাবলৈ অদেচিতি বাচি ল'ব
01:58 স্ক্ৰীণত খালি প্ৰজেক্ট এটা খোলিব মেনু বাৰত বীভিন্ন অপচন দেখা পাব যেনে ফাইল, এদিত, ভিউ, ট্ৰান্চপ'ৰ্ত, ট্ৰেক্স আৰু অন্যন্য
02:11 ইয়াৰে কিছুমান আমি শিকিম । মূল মেনুৰ তলত আপুনি ভী চি আৰ কন্ট্ৰ'ল সমূহ দেখা পাব যেনে - পজ, প্লে, স্টপ, ৰিৱাইন্দ, ফৰ্ৱাৰ্দ আৰু ৰেকৰ্দ
02:25 ইয়াৰ কাষতে, আপুনি অডিঅ' টুল্চ টুলবাৰ পাব
02:30 এই টিওটৰিয়েলত ব্যৱহাৰ হ'ব লগীয়া চিলেকচন টুল আৰু টাইম চিফ্ট টুল ইয়াতে আছে
02:36 চিলেকচন টুল আগৰে পৰা এক্টিভ হৈ থাকে
02:40 এতিয়া দাবীং কৰো আহক। matrixoperation.wmv বোলা ইংৰাজীত থকা চাইলেবৰ এটা টিওটৰিয়েল প্লে কৰিম(প্লে হৈছে)
03:03 আৰু মই এই টিওটৰিয়েল অদেচিতিৰ সহায়ত হিন্দীলৈ দাব কৰিম । আগতে বাখ্যা কৰাৰ দৰে ইয়াৰ ট্ৰান্চলেচন কৰিছো আৰু সময় সমূহ মনত ৰাখিছো
03:14 এতিয়া মই ৰেকৰ্ড কৰিম। ৰেকৰ্ডীংৰ বাবে ৰেকৰ্ড বাটনত ক্লিক কৰিব আৰু বক্তিতা আৰম্ভ কৰিব
03:22 (साइलैब के इस्तेमाल से मैट्रिक्स ऑपरेशन के इस ट्यूटोरियल में आपका स्वागत है । इस ट्यूटोरियल के अभ्यास लिए आपके सिस्टम में साइलैब का संस्थापन होना आवश्यक है ।)
03:32 ৰেকৰ্ডীং ৰখাবলৈ স্টপ বাটনত ক্লিক কৰিব । অডিঅ টাইমলাইনত দুটা স্টীৰিয়' ট্ৰেক দেখা পাব য'ত বক্তিতা অন্তৰ্ভুক্ত হৈ থাকে
03:43 স্পাইক সমূহ হৈছে ৱেভফৰ্ম । স্টীৰিয়' ট্ৰেক সমূহত বাওঁফালে এটা লেবেলৰ ঠাই আৰু সোঁফালে দুটা ৱেভফৰ্ম থাকে
03:50 ই ইন্পুটৰ দুটা চেনেলৰ বিষয়ে জনাই - বাওঁ চেনেল আৰু সোঁ চেনেল
03:56 সাধাৰণতে এবাৰতে ৰেকৰ্ড কৰিব। এটা অডিঅ' ট্ৰেক পাব । এই ক্ষেত্ৰত, শাৰী সমূহৰ মাজত ১ চেকেন্দৰ পজ দিবলৈ নাপাহৰিব
04:08 এতিয়া প্ৰত্যেক শাৰীৰ আৰম্ভণিতে ক্লিপৰ বিভাজন কৰি সৰু সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিব। সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিবলৈ চৰ্টকাট হৈছে CTRL+I
04:19 মই ইয়াতে অডিঅ'টো ভাগ কৰিম। আগতে কোৱাৰ দৰে শাৰীৰ সময় মিলাবলৈ, ট্ৰেকত থকা ক্লিপযোৰ স্লাইদ কৰিব
04:27 টাইম চিফ্ট টুল বাচি ল'ব । এতিয়া দেখা পাব যে কাৰ্চৰ দাল দুই মুখীয়া কাৰলৈ পৰিণত হৈছে.
04:33 মই ক্লিপ দাল এই সময়লৈ চিফ্ট কৰিম । মনত ৰাখিব যে আপুনি বিপৰীত দিশত যাব লাগিব অৰ্থাৎ শেষৰ ক্লিপৰ পৰা আৰম্ভণি কৰি প্ৰথম ক্লিপলৈ
04:42 ইয়াৰ কাৰণ হৈছে আপুনি যেতিয়ালৈকে ঠাইৰ সৃষ্টি নকৰে, আগৰ ক্লিপতো নিজৰ স্হানৰ পৰা আতঁৰাব নোৱাৰে
04:49 পাছৰ শাৰীৰ বক্তিতা আৰম্ভণি কৰিবলৈ, চিলেকচন টুলত ক্লিক কৰিব আৰু টাইমলাইনৰ যিকোনো এটা চেনেলত ক্লিক কৰিব
05:01 এতিয়া আৰম্ভণি কৰিবলৈ ৰেকৰ্ড বাটনত ক্লিক কৰিব । এতিয়া ৰখাবলৈ স্টপ বাটন ক্লিক কৰিব
05:12 দ্বীতিয় বক্তিতা বেলেগ এটা স্টীৰিয়' ট্ৰেকত আহিব । একেদৰে আপুনি বীভিন্ন বক্তিতা ৰেকৰ্ড কৰিব পাৰে যি সমূহ বেলেগ ট্ৰেকত দেখা পাব
05:22 এতিয়া সমস্ত বক্তিতা সমূহ এটা ট্ৰেকট কিদৰে আনিব পাৰি চাওঁ আহক । টাইম চিফ্ট টুল বাচি ল'ব
05:32 প্ৰথম অদিঅ' ট্ৰেকৰ অন্তত, ৰাইট ক্লিক কৰি বাচি লোৱা অদিঅ' ক্লিপতো তানি আনি পেলাই দিব । একেদৰে অন্য ট্ৰেক সমূহৰ বাবে কৰিব ।
05:43 লেবেলৰ ঠাইত থকা X বাটনত ক্লিক কৰি আমি এটা অদিঅ' ট্ৰেক আতঁৰাব পাৰো । আহক আমি খালি হৈ থকা দ্বীতিয়তো অদিঅ' ট্ৰেক আতঁৰাব চাও
05:51 আগতে কোৱাৰ দৰে মন কৰিব যাতে প্ৰথম ট্ৰেকত ক্লিপ স্লাইদ কৰোতে ক্লিপৰ আৰম্ভণিৰ সময় আৰু শাৰীৰ সময় একেই থাকে ।
06:01 এবাৰ এনে কৰিব পাৰিলে, আমি প্ৰজেক্ট সংৰক্ষণ কৰিব পাৰো । এনে কৰিবলৈ, ফাইল মেনুলৈ গৈ Save Project Asত ক্লিক কৰিব
06:15 এটা দাইলগ বক্স খুল খাব । OKত ক্লিক কৰিব । তাৰ পাছত ই ফাইলৰ নামৰ বাবে প্ৰশ্ন কৰিব । মই এই ফাইল খনৰ নাম hindi _matrix _ operation দিছো
06:29 তাৰ পাছত ই সংৰক্ষণৰ স্হানৰ বিষয়ে প্ৰশ্ন কৰিব । মই ডেস্কটপ বাচি লৈছো আৰু ছেভত ক্লিক কৰিছো । ই প্ৰজেক্টতো .aup ফাইল হিচাপে সংৰক্ষণ কৰিব ।
06:41 শেষত ফাইনেল প্ৰজেক্টটি, প্ৰয়োজন অনুযায়ী অদিঅ' ফৰ্মেটলৈ এক্সপৰ্ট কৰি দিব যেনে wav, mp3 আৰু বীভিন্ন
06:49 এনে কৰিবলৈ মেনু বাৰলৈ গৈ ফাইলত ক্লিক কৰিব । এক্সপৰ্ট অপচন বাচি ল'ব । ক্লিক কৰিব
06:58 ই ফাইলৰ নামৰ বাবে প্ৰশ্ন কৰিব । মই ইয়াৰ নাম scilab_hindi _matrix_operation দিছো
07:06 আৰু সংৰক্ষণ কৰিব লগা স্হানৰ উল্লেখ কৰিব
07:12 তাৰ পাছত সংৰক্ষণ কৰিব লগা ফৰ্মেটৰ বাচনি কৰিব । মই ogg ফৰ্মেট ক্লিক কৰিম আৰু চেভত ক্লিক কৰিম
07:21 তাৰ পাছত আপুনি এটা এদিত মেটাদাতা বোলা বক্স পাব । ইয়াত আপুনি গীতিকাৰৰ নাম আৰু প্ৰয়োজন অনুযায়ী বীভিন্ন তথ্য যোগ দিব পাৰে ।
07:29 Okত ক্লিক কৰিব। ই আপুনাৰ মূল অদিঅ' ফাইলখন সৃষ্টি কৰিব
07:35 ffmpeg হৈছে এটা অপেন চৌৰ্স অদিঅ' আৰু ভীদিয়' কনভাৰ্টাৰ যিয়ে বহুকেইটা স্টেন্দাৰ্দ কদেকলৈ সহাৰি আগবঢ়াই । ই এটা ফাইল ফৰ্মেটৰ পৰা আন এটা ফৰ্মেটলৈ অতি শুনকালে আৰু সৰল ভাৱে পৰিৱৰ্তন কৰিব পাৰে
07:48 ffmpegৰ বাইনেৰী http://ffmpeg.org/ৰ পৰা দাউনল'দ কৰিব পাৰি
07:56 দাউনল'দত ক্লিক কৰিব । তল ফালে যাব আৰু দৰকাৰীটো বাচি ল'ব
08:09 লিনাক্সত পেকেজ ইন্চটল কৰা শিকিবলৈ, এই ৱেবচাইটত থকা উবুন্টু বিষয়ৰ স্পৌকেন টিওটৰিয়েল প্ৰত্যক্ষ কৰিব । এবাৰ ffmpeg দাউনল'দ কৰি ইন্চটল কৰিলে
08:21 আপুনি শক্তিশালী কমান্দ এক্সিকিউত কৰি এটা পৰা অদিঅ' আৰু ভীদিয়' অংশ সমূহ বেলেগ কৰিব পাৰিব অথবা দুখন মিদিয়া ফাইলৰ পৰা এখনো কৰিব পাৰিব
08:37 টাৰমিনেল ৱিন্দ'লৈ যাও আহক
08:41 pwd “present working directory” টাইপ কৰি এন্টাৰ প্ৰেছ কৰিব । ই আমাৰ বৰ্তমানৰ কৰ্মৰত স্হানৰ বিষেয় জনাব । এই স্হানত থকা সকলো খিনি ফাইল আৰু ফ'ল্দাৰৰ তালিকা ls বোলা কমান্দে দিব
08:56 আহক দেস্কটপৰ স্হানলৈ ৰূপান্তৰিত কৰি পৰীক্ষা কৰো । টাৰমিনেল স্ক্ৰীণ চাফা কৰিবলৈ CTRL+L

এই স্হানত থকা সকলো খিনি ফাইলৰ তালিকা ls বোলা কমান্দে দিব

09:15 এতিয়া আহক কমান্দ টাইপ কৰো - ffmpeg -i compiling.wmv TEST0.ogv
09:30 -i য়ে ffmpegক এয়ে বাৰ্তা দিয়ে যে তাৰ পাছৰ ফাইল খন হৈছে ইন্পুট ফাইল। ইয়াত ইন্পুট ফাইল হৈছে compiling.wmv
09:42 যদি -iক বাদ দিয়া হয় ffmpegয়ে আওতপুত ফাইল সৃষ্টি কৰিব গৈ সেই ফাইল খন অভাৰৰাইট কৰিব
09:50 ব্যৱহাৰ কৰিবলগীয়া কদেক আৰু আওতপুতৰ ফৰ্মেট নিৰ্ণয় কৰিবলৈ ffmpegয়ে আওতপুত ফাইলৰ এক্সটেনচন ব্যৱহাৰ কৰে । তথাপিও, কমান্দ লাইনৰ সহায়ত এই কাৰ্য্যত সাল-সলনি ঘটাব পাৰি
10:03 এনে ধৰণৰ কিছুমান উদাহৰণ আমি অলপ পাছত চাম । ভীদিয়' সমূহ এটা ফৰ্মেটৰ পৰা আন এটালৈ পৰিৱৰ্তন কৰিবলৈ এই কমান্দৰ অতি প্ৰয়োজন
10:12 কমান্দ এক্সিকিউত কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব । কিন্তু মই বাদ দিম আৰু আগ বাঢ়িম
10:18 টাৰমিনেল ৱিন্দ'ত ffmpeg কমান্দ ব্যৱহাৰ কৰি আমি আচল স্পৌকেন টিওটৰিয়েলৰ পৰা ভীদিয়' অংশ ভাগ কৰিব পাৰো ।
10:26 এনে কৰিবলৈ টাইপ কৰিব ffmpeg -i functions.ogv -an -vcodec copy TEST1.ogv
10:45 -anয়ে নিজাকৈ আওতপুতৰ পৰা সকলো অডিঅ' আতঁৰাই দিয়ে আৰু মাথো ভীদিয়'ৰ অংশটো ৰাখে । ইয়াত TEST1.ogv টো হৈছে আওতপুত ফাইল
10:59 এন্টাৰ প্ৰেছ কৰিব । আমি এতিয়া ভীদিয়'ৰ অংশটো ভাগ কৰিলো অৰ্থাৎ ভীদিয়'টোত আচল অডিঅ' নাই
11:09 টেষ্ট ফ'ল্দাৰ খুলি চাও আহক । ইয়াত Test1.ogv আছে । এই ফাইল খন প্লে কৰো আহক ।
11:25 টাৰমিনেল ৱিন্দ' চাফা কৰো আহক । এতিয়া কমান্দ টাইপ কৰো আহক - ffmpeg -i functions_hindi.ogv -vn -acodec copy TEST2.ogg
11:54 -vnয়ে আওতপুতৰ পৰা ভীদিয়'ৰ অংশটো আতঁৰাই অডিঅ' অংশটো ৰাখে । এই কমান্দ এক্সিকিউত কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব
12:04 এতিয়া আমি অডিঅ' অংশটো আতঁৰালো অৰ্থাৎ আওতপুতত আচল ভীদিয়' নাথাকে
12:12 পৰীক্ষা কৰি চাওঁ আহক । পৰীক্ষাৰ স্হানলৈ যাও আহক । ইয়াত TEST2.ogg আছে । আহক প্লে কৰি চাও । থিক আছে
12:26 এতিয়া এইটো বন্ধ কৰি দিও আহক । টাৰমিনেল ৱিন্দ'লৈ যাও আহক । CTRL+L প্ৰেছ কৰি টাৰমিনেল ৱিন্দ'খন ছাফা কৰো আহক
12:35 আচল টিওটৰিয়েলৰ ভীদিয়'ৰ সৈতে সংৰক্ষণ কৰি ৰখা অডিঅ' কি দৰে একেলগ কৰিব পাৰি চাও আহক
12:42 টাৰমিনেলত টাইপ কৰিব - ffmpeg -i TEST1.ogv -i TEST2.ogg -acodec libvorbis -vcodec copy FINAL.ogv আৰু এন্টাৰ প্ৰেছ কৰিব ।
13:20 এতিয়া এন্ক'দিং হৈ আছে । টাৰমিনেল ছাফা কৰি দিও আহক । পৰীক্ষাৰ স্হানলৈ যাও আহক । আমি সংৰক্ষণ কৰা অনুশৰি FINAL.ogv ইয়াতে আছে ।
13:34 এই ফাইল খন প্লে কৰি চাও আহক । সৰল নহয় জানো ?
13:46 এটা স্পৌকেন টিওটৰিয়েলৰ অডিঅ' দাব কৰা অডিঅ'ৰ সৈতে সলনি কৰিবলৈ আপুনি বীভিন্ন এদিতিং পেকেজ ব্যৱহাৰ কৰিব পাৰে যেনে KdenLive, Kino, LiVES আৰু অন্য বহুতো
13:59 দাবীং কৰি বৰঙনি আগবঢ়োৱা সকলৰ বাবে এক সুখবৰ, পাইঠনত আমি এটা এপ্পলিকেচন তৈয়াৰী কৰি আছো ।
14:06 ওপৰত দিয়া সকলো কমান্দ ইয়াত এক্সিকিউত হ'ব - যেনে অডিঅ' এক্সট্ৰেক্ট কৰা, ভীদিয়'এক্সট্ৰেক্ট কৰা আৰু একেলগ কৰা
14:15 ইয়াৰ বাবে এপ্পলিকেচন আৰু স্পৌকেন টিওটৰিয়েল ৱেবচাইটত অতি শুনকালে পাব সক্ষম হ'ব
14:22 ইয়াতে অন্ত পেলাইছো । এই টিওটৰিয়েলৰ সাৰাংশ দিবলৈ চেষ্টা কৰিছো । চিনেপ্টিক পেকেজ মেনেজাৰৰ যৰিয়তে অদেচিতি ইন্চটল কৰিছো ।
14:30 টিওটৰিয়েল ভালকৈ শুনি প্ৰত্যেক শাৰীৰ আৰম্ভণিৰ সময় মন কৰিব । অদেচিতি খুলিব । প্ৰত্যেক শাৰীৰ মাজত অলপ পজ দি বক্তিতা দিবলৈ আৰম্ভ কৰিব । সাধাৰণতে এবাৰত ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিব
14:44 অডিঅ'টো শাৰীলৈ বিভাগ কৰিব। পাছৰ পৰা আৰমভ কৰি, ক্লিপ সমূহ স্লাইদ কৰি আগতে লিখি ৰখা সময়ৰ সৈতে মিলাব চেষ্টা কৰিব
14:52 যেতিয়া হৈ যাব, ogg ফৰ্মেটত অডিঅ' সংৰক্ষণ কৰিব । ffmpeg কমান্দ ব্যৱহাৰ কৰি আচল টিওটৰিয়েলৰ পৰা ভীদিয়'ৰ অংশটো ভাগ কৰিলো
15:04 দাব কৰা অডিঅ' আৰু বিভাগ কৰা ভীদিয়'ৰ অংশ সমূহ একেলগ কৰি দাব কৰা টিওটৰিয়েলৰ সৃষ্টি কৰিব ।
15:11 আই আই টি বম্বেত বিকাশ কৰা, www.spoken-tutorial.orgৰ দ্বাৰা সহযোগ পোৱা স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
15:25 বিত্ত-বিষয়ৰ কাৰ্য্য, ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
15:34 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro
15:47 এই টিওটৰিয়েলৰ অন্তত উপনীত হৈছোহি । এই স্ক্ৰীপ্তৰ বৰঙনি আগবঢ়াইছে অম্লান শইকীয়াই আৰু আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya