GIMP/C2/Sketching/Assamese

From Script | Spoken-Tutorial
Revision as of 15:36, 4 March 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:23 নমস্কাৰ দৰ্শক সকল. GIMP লগ পাবলৈ স্বাগতম জনাইছো ।মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো । ।
00:41 আজি মোৰ আপোনালোকক দেখাবলৈ নতুন কিবা এটা আছে।
00:44 যোচেফৰ দ্বাৰা ইয়াত এটা নতুন দৃশ্য পোৱা গৈছে আৰু আজি তেখেতে আপোনালোকক কেনেকৈ লেখচিত্ৰ ৱ্যবহাৰ কৰি এখন ছবি প্ৰ্স্তুত কৰিব পাৰি দেখাবলৈ গৈ আছে ।
00:55 নমস্কাৰ মোৰ নাম জোচেফ আৰু আজি মই আপোনালোকক কেনেকৈ gimp 2.4 ৱ্যবহাৰ কৰি লেখচিত্ৰ বনাব পাৰি দেখাব গৈ আছো ।
01:06 আপোনালোকক লেখচিত্ৰৰ প্ৰভাব দেখাবলৈ মই লেয়াৰ্চৰ সৈতে কাম কৰিবলৈ গৈ আছো ।
01:14 পিছৰ মই কৰিবলৈ যোৱা কামতো হৈছে যে মই এই লেয়াৰবোৰৰ নামবোৰ সলাবলৈ গৈ আছো ,যাতে মই এটা ধাৰনা পাও কোনতো লেয়াৰত মই কাম কৰি আছো।
01:23 গতিকে মই ওপৰৰ লেয়াৰতো বাচি লৈছো আৰু তাৰ পাছত ফিল্টাৰচ,ব্লাৰ,গচন ব্লাৰ লৈ গৈছো ।
01:36 মই প্ৰিভিউৰ সহায়ত ছবিখনৰ চাৰিওফালে এটা দাগ পাও বুলি ঘূৰিছো য’ত আমি কিছুমান লাইন পাও ।
01:45 আৰু ব্লাৰ ৰেদিয়াচ ইয়াত বহুত দৰকাৰি ।
01:48 মই ইয়াত দুখন প্ৰিভিউ তৈয়াৰ কৰিছো আপোনালোকক ৩০ ব্লাৰ ৰেদিয়াচ আৰু ৫ ব্লাৰ ৰেদিয়াচ ৱ্যবহাৰ কৰি পোৱা পাৰ্থক্য দেখাবলৈ ।
01:59 এই ছবিখনৰ বাবে মই ব্লাৰ ৰেদিয়াচতো ১৫ ৰাখিম আৰু Ok ত ক্লিক কৰিম ।
02:08 এতিয়া আমি ওপৰৰ লেয়াৰত ধূনীয়া প্ৰলেপ পালো ।
02:12 গতিকে পিছৰ আমি কৰিবলগিয়া কামতো হৈছে ৰং ওলোটা কৰা
02:18 গতিকে কালাৰ্চ আৰু ইনভাৰ্তলৈ যাওক ।
02:21 এতিয়া আমি তুল বক্সলৈ উভতি গৈছো,ওপৰৰ লেয়াৰতো বাচি লৈছো আৰু অপাচিতি ৫০ লৈ সংস্থাপন কৰিছো ।
02:28 আৰু আমি ধূনীয়া ধূসৰ বৰনৰ ছবি পাইছো ।
02:31 আমি এতিয়া ওপৰৰ লেয়াৰত সোফালে ক্লিক কৰি এই লেয়াৰ দুটা লগ কৰিম আৰু মাৰ্জ ভিযিব্ল লেয়াৰ বাচি লম আৰু মাৰ্যত ক্লিক কৰিম ।
02:40 পিছৰ মই কৰিব বিচৰা কামতো হৈছে ছবিখনত ক’ন্ত্ৰাস্ত বৃদ্ধি কৰা আৰু সেইতো কৰিবলৈ মই লেভেল তুল বাচি লম ।
02:48 আপোনালোকে দেখিছে যে ছবিখনৰ মাজভাগতে প্ৰায়ভাগ তথ্য আছে ।
02:54 আৰু মই শ্লাইদাৰতো সেই পৰিমানলৈ নিম ।
03:01 এতিয়া মই মধ্য শ্লাইদাৰদাল বাওফাললৈ নিম যাতে মই ছবিখন অলপ ব’গা পাও ।
03:13 আৰু Ok ত ক্লিক কৰা ।
03:16 আৰু আপোনালোকে দেখিছে যে চিনবোৰ বাহিৰ ওলাবলৈ আৰম্ভ কৰিছে,কিন্ত আমি এতিয়াও ছবিখনত কিছুমান ৰং পাইছো।
03:23 গতিকে মই কালাৰ্চ,দিচেতুৰেতলৈ গৈছো আৰু লুমিনোচিতি অপচন বাচি লৈছো আৰু আমি এতিয়া ৰঙহীন ছবি পাইছো ।
03:32 এতিয়া আকৌ মই লেভেলচ তুল নিৰ্বাচন কৰিছো আৰু শ্লাইদাৰতো ছবিখনত আৰু বেছি ক’ন্ত্ৰাস্ত পাবলৈ মিলাইছো।
03:47 শ্লাইদাৰতো এনেকৈ মিলোৱা যাতে আপোনালোকে ছবিখনত এটা ভাল ক’ন্ত্ৰাস্ত পায় ।
03:56 মই ভাবো এইতো ভাল হৈছে ।
04:00 গতিকে আমি এখন ভাল লেখচিত্ৰ ফলাফল পালো ।
04:07 মই ভাবো আমি ছবিখনলৈ পাৰি বনোৱা উচিত হব।
04:11 গতিকে মই এটা নতুন লেয়াৰ তৈয়াৰ কৰিলো,ইয়াক হুৱাইত নামেৰে নামাংকন কৰিলো আৰু লেয়াৰ ফিল তাইপতো হুৱাইত হিছাবে নিৰ্বাচন কৰিলো আৰু অস্থায়ী ভাবে মই অপাচিতিৰ পৰিমান কমালো যাতে আমি ছবিখনৰ মাজেৰে দেখা পাও ।
04:27 এতিয়া মই তুল বক্সৰ পৰা চতুৰ্ভুজ বচা তুল নিৰ্বাচন কৰিলো আৰু এটা অসংশোধিত ৰুপ ছবিখনৰ ভিতৰত বাচি ললো
04:38 আৰু চতুৰ্ভুজতো মিলাওক ।
04:42 এবাৰ আমাৰ চতুৰ্ভুজ মিলোৱা কাৰ্যসিদ্ধি হোৱাৰ পাছত বাও কোনৰ পিনে তললৈ যাওক আৰু Toggle Quick Mask ত ক্লিক কৰক আৰু আমি ক’লা আৰু ব’গা ৰংৰ সীমাৰেখা পাম যিতো সংস্কৰন কৰিব পৰা যাব ।
04:55 আমি ফিল্টাৰ কিছুমান আমোদজনক পৰিনাম সজাবলৈ ৱ্যবহাৰ কৰিব পাৰো,গতিকে মই ফিল্টাৰ্চ,দিচতোৰ্চ,ৱেভচলৈ গৈছো।
05:06 আৰু এই বক্সতোত আপোনালোকে দেখা পাব যে ইয়াত বহুত মজা সীমাৰেখাৰ ওপচন আছে ।
05:18 মই শ্লাইদাৰবোৰ মিলাম যাতে অলপ ঢৌ পাও ।
05:30 এইতো দেখিবলৈ ভাল হৈছে ।
05:32 এতিয়া মই কিছুপৰিমানে প্ৰলেপ বঢ়াব বিছাৰিছো ।
05:34 গতিকে ফিল্টাৰ্চঅলৈ যাওক কিন্তু মই ভাবো মই কিছু বেলেগ ৰূপ ৱ্যবহাৰ কৰা উচিত হব।
05:41 গতিকে মই নইজলৈ যাম আৰু স্প্ৰেদ বাচি লম আৰু মই পথালিতো ২২ নিৰ্বাচন কৰিম ।
06:02 গতিকে তোগল কুইক মাস্ক বাতান (toggle quick mask button)লৈ যাওক আৰু ইয়াত ক্লিক কৰক ।
06:09 আৰু আপোনালোকে দেখা পাব যে তাত মাৰ্জিন কৰা ঠাই আছে যাৰ মানেই হ’ল আমাৰ নিৰ্বাচন হৈ গ’ল ।
06:17 এতিয়া আমি সেই লেয়াৰত এটা লেয়াৰ মাস্ক যোগ দিব বিচাৰিছো আৰু সম্পুৰ্ন অস্বচ্ছতাৰ বাবে ইয়াক ব’গা ৰঙেৰে ভৰাইছো আৰু ছবিখনত সএটা নিৰ্বাচন আছে,আমি ক’লা ৰং সেই নিৰ্বাচন যুক্ত ঠাইলৈ তানি আনিব পাৰো আৰু আমাৰ ঠাইখিনি সম্পুৰ্ন স্বচ্ছ বনাব পাৰো ।
06:39 মই চিলেক্ট,নানঅলৈ গৈছো,লেয়াৰলৈ উভতি গৈছো য’ত আমি অস্থায়ি ভাবে স্বচ্ছতা সংস্থাপন কৰা আছিল,আৰু আমি স্বচ্ছতা ১০০%লৈ বৃদ্ধি কৰিম ।
06:53 পাছত যদি আপোনালোকে আপোনালোকৰ পৰিসীমাৰ ৰং পৰিবৰ্তন কৰিব বিছাৰে,আপোনালোকে কৰিবলগীয়া সম্পূৰ্ন কামতো হৈছে ৰং দাইলগলৈ যোৱাতো,ৰং নিৰ্বাচন কৰা সেই লেয়াৰত তানি অনা আৰু আপোনালোকে বিভিন্ন ধৰনৰ ৰংৰ লেয়াৰ পাব।
07:10 সেইতো এটা ধূনীয়া লেখচিত্ৰ আৰু ধন্যবাদ যোচেফ এই দৃশ্যতোৰ বাবে ।
07:17 এতিয়া তাত কি ঘতিছে এবাৰ ছোৱা যাওক ।
07:22 মই ইয়াত এখন ছবি সাজু কৰিছো আৰু ইয়াত মোৰ আছে ক’লা ৰংৰ পৰা ব’গা ৰংলৈৰ পৰা শুল্ক বৰনৰ গ্ৰেদিয়েন্ত আছে আৰু এটা ব’গা আৰু ক’লা ৰঙেৰে ভৰি থকা ঠাই আছে ।
07:37 আৰু মই ইতিমধ্যে লেয়াৰতো দ্বিবাৰ কৰিছো যিটো হৈছে প্ৰ্থম পদক্ষেপ।
07:45 এতিয়া মই এই ছবিখন বিপৰিত কৰিব খোজো,গতিকে ৰংলৈ,ইনভাৰ্তলৈ যাওক।
07:53 আপোনালোকে দেখা পাইছে যে এই ছবিখন এতিয়া সম্পুৰ্ন বিপৰিত আৰু মই স্পষ্টতা ৫০%লৈ কমাইছো
08:06 আৰু সেইবাবেই গোতেই ছবিখন শুল্ক বৰনৰ হৈছে আধা ক’লা আৰু আধা ব’গাই শুল্ক ৰং দিছে ।
08:19 আৰু ইয়াত আধা ব’গা আৰু আধা ক’লা লগ হৈও শুল্ক ৰঙে দিছে।
08:28 গতিকে পিছৰ পদক্ষেপতো হৈছে এই লেয়াৰতো প্ৰলেপ কৰা ।
08:33 গতিকে ফিল্টাৰচ,ব্লাৰ,গচিয়ান ব্লাৰলৈ যাওক ।
08:40 মই ইয়াত এই শৃংখলতো গুচাই দিম যাতে মই পথালি প্ৰলেপতো নকৰি লম্বীয় প্ৰলেপতো পৰিবৰ্তন কৰিব পাৰো কাৰন ছবিখন নহলে বহুত বিশৃঙ্খল হব ।
08:55 গতিকে এইতো মোৰ সকোলোতকৈ ভাল লগা ফলাফল আৰু মই Ok ত ক্লিক কৰিম ।
09:01 এতিয়া আপোনালোকে ইয়াত গাঢ় শুল্ক বৰনৰ আৰু পাতল শুল্ক বৰনৰ লাইন দেখা পাইছে
09:06 ইয়াত এই লাইনবোৰ পিছফালৰ প্ৰলেপৰ ফলাফল ।
09:18 মই যেতিয়া ইয়াত ডাঙৰকৈ চাম আৰু প্ৰলেপ বৃদ্ধি কৰিম আপোনালোকে ইয়াত ক’লা ৰং,বগা ৰং আৰু তাৰ মাজৰ এটা গ্ৰেদিয়ান্ত দেখা পাব ।
09:32 অন্য লেয়াৰত আমি ব’গা আৰু ক’লা ৰং পাইছো আৰু এতিয়া এইতো সম্পুৰ্ন বিপৰিত নহয় ।
09:44 গতিকে প্ৰলেপতপ কমোৱা আৰু এতিয়া আপোনালোকে দেখা পাব যে এইতো এটা ফালে গাঢ় শুল্ক বৰনৰ,আৰু অন্যফালে মধ্যমীয়া শুল্ক বৰনৰ ।
10:00 ইয়াত এইতো মধ্যমীয়া শুল্ক বৰনৰ আৰু ইয়াতো ।
10:05 কিন্তু প্ৰ্থমতে চকুৰ বুদ্ধি ছোৱা যাওক ।
10:10 ইয়াত এইতো নিচ্চিতভাবে গাঢ় ইয়াৰ এইতোতকৈ গতিকে মই কালাৰ পিকাৰ দাল বাচি লম আৰু আমি দেখা পাইছো যে ইয়াত এইতো ১২৮,১২৮,১২৮ ৰঙা,সেউজীয়া আৰু নীলা ৰঙৰ বাবে আৰু ৫০% শুল্ক বৰনৰ আৰু এইতো মধ্যমীয়া শুল্ক বৰনৰ আৰু ইয়াত এইতোৰ ১২৭,১২৭,১২৭ আকৌ ৫০% শুল্ক বৰনৰ ।
10:43 ইয়াত সামান্য চা আছে যি আচলতে একে ৰঙৰ আৰু আমি ১২৭ এই ফালে পাইছো আৰু ১২৮ এই ফালে পাইছো ।
10:57 যদি আমি ২৫৫ক ২ৰে ভাগ কৰো আমি ১২৭ নহলে ১২৮ পাম যদি আমাৰ কোনো ভাহি থকা বিন্দু নাথাকে ।
11:15 এতিয়া মই এই লেয়াৰবোৰ একলগ কৰিব লাগিব ।
11:19 গতিকে লেয়াৰ,মাৰ্জ দাওনলৈ যাওক ।
11:29 ইয়াত ৰঙৰ স্থৰতো পাম যিতো যোচেফে তেওৰ ছবিখনত পাইছিল আৰু এতিয়া মই মাত্ৰ এই শ্লাইদাৰবোৰ তানি আনিব পাৰো আৰু ক’লা ৰঙক গাঢ় ক’লা আৰু পাতল শুভ্ৰ ৰঙৰ বনাব পাৰো।
11:56 আপোনালোকে বিভিন্ন ডাঠ থকা লাইন দেখা পাইছে আৰু মই যদি এই শ্লাইদাৰবোৰ বাওফালে তানি আনো তেতিয়াহলে লাইনবোৰ ধূনীয়াৰ পৰা ধূনীয়া হব ।
12:12 গতিকে সম্পুৰ্ন ছবিখনত ছোৱা যাওক, Shift + Ctrl + E আৰু আপোনালোকে ইয়াত দেখা পাইছে মোৰ গ্ৰেদিয়েন্তৰ বিপৰিতে লাইন আছে আৰু মই আগতে পোৱা ৰঙবোৰ ভৰি আছে
12:25 মই আশা কৰো আপোনালোকে এইতো বুজি পাইছে আৰু আপোনালোকে এইতো কৰিবলৈ চেষ্ঠা কৰিব পাৰে ।
12:31 কিছুমান ছবি এই ৰূপৰ সৈতে বিৰাত ধুনীয়া দেখি ।
12:37 আৰু জোচেফৰ ছবিখন বিৰাত হাহী উঠা আছিল।মোৰ এইখন ভাল লাগিছে ।
12:44 Meet The GIMP ত এই সপ্তাহত মই এটা নতুন অধ্যায় আৰম্ভ কৰিম ।
12:48 যদি আপোনালোকে মূল পৃষ্ঠালৈ যায় আৰু তাত সোফালে তললৈ যায় আপোনালোকে ফোটো গ্ৰুপ 23HQ.com.লৈ ৰাষ্টা পাব ।
13:00 আৰু আপোনালোকৰ বহুত ছবি আছে যিবোৰ মই দেখাইছো আৰু সপ্তাহৰ পৰা সপ্তাহলৈ তাৰে মাজৰ এখন লম আৰু ইয়াৰ বিষয়ে কিবা কিবি কম আৰু আজি মই ইয়াত এইখন লম ।
13:13 এইখন মেঞ্জিলমেনৰ দ্বাৰা আতজবাজিৰ ওপৰত তৈয়াৰী আৰু তেখেতে ব’গা ৰঙৰ ভাৰাসাম্য আৰু ছবিখনত থকা ৰঙৰ বিষয়ে মতামত দিবলৈ কৈছে আৰু মই ভাবো ইয়াৰ মূল্য ইয়াত দেখা গৈছে ।
13:28 মই মতামত দিছিলো কিন্তু সেইতো মাত্ৰ জাৰ্মেনিত।
13:32 ঠিক আছে এবাৰ ছোৱা যাওক ।
13:35 এইখন তেওৰ ছবি যিখন মাত্ৰ ৱেবচাইদৰ পৰা তানি অনা হৈছে আৰু ইয়াৰ তুল বক্সত ৰখা হৈছে আৰু তাৰ পাছত GIMP এ ৱেবৰ পৰা ছবিখন খুলিব ।
13:48 মই ভাবো আকাশখন আৰু অলপ গাঢ় হব লাগিছিল ।
13:53 তলত থকা অট্টালিকাটো বিৰাত ধূনীয়া যিটো ছবিখনত থকিব লাগিব কিন্ত ইয়াৰ আকাশখন প্ৰায় কলা হোৱাতো উচিত হব এইতোৰ দৰে একেবাৰে ক’লা নহয় আৰু সম্ভবত ইয়াৰ কিছু ধোৱা আকাশ সংৰক্ষণ কৰিব পৰা যাব ।
14:13 গতিকে মই কাৰ্ভচ তুল বাচি লৈছো আৰু আমি কি কৰিব পাৰো চাও আহক ।
14:24 আপোনালোকে ইয়াত দেখা পাইছে যে আমি বহুত ব’গা ৰং এই ছবিখনত পাইছো ।
14:31 এই ছবিখনৰ উন্মোচন বহুত ভাল আৰু পৰিমানবোৰ বহুত ভালদৰে হিচতোগ্ৰামত ভাগ কৰা আছে আৰু আমি ইয়াত ক’লা ৰং পাইছো,আৰু আপোনালোকে দেখিছে যে সেইবোৰ প্ৰকৃততে আচল ক’লা ৰং নহয় ।
14:48 আমি ইয়াত এইতো আৰু অলপ বেছি ক’লা কৰিব পাৰিম।
14:56 গতিকে মই এই ক’লা বিন্দুতো ইয়ালৈকে তানি আনিব পাৰো ।
15:01 ক’লা বিন্দুতো হৈছে ক’লা ৰঙৰ সূত্ৰ আৰু মই এতিয়া ক’ব পাৰো যে এইতো ক’লা হয় ।
15:12 গতিকে আপোনালোকে দেখা পাইছে যে এই আতজবাজিতো অলপ ওপৰলৈ উঠি আছে আৰু মই হিচতোগ্ৰামতোৰ এই অংশতো আৰু অলপ বেছি গাঢ় কৰিব বিচাৰো ।
15:26 গতিকে মই ইয়াত এটা বিন্দু অবস্থাপন কৰিম আৰু মাত্ৰ কাৰ্ভতো তললৈ তানি আনিম ।
15:33 মই ইয়াত অলপ ঠাই অট্টালিকাতোৰ বাবে এৰিব লাগিব ।
15:41 মই ভাবো এইখিনি অট্টালিকাতোৰ দৰকাৰি অংশ হয় ।
15:52 গতিকে মই ইয়াত কাৰ্ভদাল তললৈ তানি আনিম আৰু মই চাব পাৰিছো যে অট্টালিকাতো এতিয়াও তাত আছে।
16:07 এতিয়া এই অঞ্চলতো অন্ধকাৰ আৰু এইখিনি ব’গা সম্ভবত এতিয়া বেছি ব’গা,গতিকে মই মাত্ৰ এইতো তললৈ তানি আনিম ।
16:25 আচৰিত কিছু চেষ্ঠা কৰা যাওক ।
16:32 নহব সেইতো কাম কৰা নাই ।
16:35 মাত্ৰ বিন্দুতো বাহিৰলৈ তানি আনা ।
16:39 মই এইতো আগতে চেষ্ঠা কৰা নাই গতিকে অলপ পৰীক্ষা কৰি আছো।
16:51 মই ভাবো এইতো কাম কৰিছে ।
16:54 ছবিখনৰ প্ৰথম দৰ্শনত ইয়াক অলপ তৈয়াৰ কৰিব লাগিব যেন লাগিছিল কিন্তু এতিয়া ৰংবোৰ বহুত ভালদৰে প্ৰকত হৈছে ।
17:03 মই ভাবো এই ছবিখনৰ বাবে এইখিনিয়েই যথেষ্ঠ ।
17:07 আৰু বেছি সংবাদৰ বাবে http://meetthegimp.org. লৈ যাওক আৰু আপোনালোকে যদি মতামত পঠাব বিছাৰে অনুগ্ৰহ কৰি info@meetthegimp.org. লৈ লিখক।শুভ বিদায় ।
17:22 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Mousumi