GIMP/C2/Resolutions/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:23 | Meet the GIMP টিউটৰিয়েললৈ স্বাগতম জনাইছো । |
00:25 | মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো । |
00:30 | বিশ্লেষনৰ বাবে ইমেজলৈ, ইমেজ প্ৰোপাৰ্তিলৈ যাওক আৰু ইয়াত আপোনালোকে দেখা পাব এই ছবিখনৰ ৫০৮ পিক্সেল প্ৰ্স্থতা,আৰু ৭২/৭২ পিপিআই( ppi) |
00:46 | পিপিআই প্ৰতি ইঞ্ছি পিক্সেল বুজাই । |
00:50 | গতিকে এক ইঞ্ছিৰ পৰ্দাৰ বাবে ইয়াত ই মোৰ পৰ্দাত ৭২ পিক্সেল আছে । |
00:56 | পিপিআই আচলতে দিপিআইৰ দৰে একেই(প্ৰ্তি ইঞ্ছিত বিন্দুবোৰ) |
01:03 | আৰু ছপা কৰিবলৈ শুধ্য বিশ্লেষন দৰকাৰি । |
01:07 | সিহতে আপোনালোকে এক ইঞ্ছি কাগজত কিমানটা চিয়াহীৰ বিন্দু দিয়ে তাৰ বিষয়ে কয় । |
01:14 | এক ইঞ্ছি দীঘল ৰেখাত প্ৰায় ৩০০ টা বিন্দু প্ৰতি ইঞ্ছিত ব্যবহাৰ কৰা হয় আৰু সেইবোৰ ইমান ঘনকৈ ছপা কৰা হয় যে আপোনালোকে এদাল ৰেখা দেখা পাব আৰু বিন্দুৰ ৰেখা এদাল নহয় । |
01:27 | যদি কোনোবাই এখন ছবি ছপাব বিচাৰে তেতিয়া তেওলোকে ৩০০ পিপিআইত ছবিখন বিচাৰিব লাগিব, নতুবা তেওলোকে কব পাৰে যে আমি এই ছবিখন ১৫০ দিপিআইত আৱশ্যক নতুবা গুনগত বৈশিষ্ট্যতো ভাল নহব । |
01:46 | গতিকে আপোনালোকে ইয়াৰ বিষয়ে কি কৰিব পাৰে । |
01:49 | আপোনালোকে এইটো বহুত সহজভাবে পৰিবৰ্তন কৰিব পাৰে । |
01:53 | মাত্ৰ ইমেজ,স্কেল ইমেজ দাইলগলৈ যাওক । |
01:56 | এই দাইল’গতোত আপোনালোকে প্ৰ্স্থ, দৈৰ্ঘ্য দেখা পাব পাৰে,যিটো আমি বহুত কেইবাৰ ৱ্যবহাৰ কৰিছো । |
02:04 | আকৌ আপোনালোকে ইয়াত ‘X’ৰিজোলিউচন ‘Y’ৰিজোলিউচন দেখা পাইছে আৰু পৰিমানটো হৈছে ৭২ পিক্সেল প্ৰতি ইঞ্ছিত আৰু মই এইতো পিক্সেললৈ প্ৰতি মিলিমিতাৰত নতুবা পিক্সেল পইন্ত পিকা লৈ পৰিবৰ্তন কৰিব পাৰো । |
02:21 | কিন্তু এইতো প্ৰতি ইঞ্ছিত পিক্সেলৰ সৈতে ৰখা যাওক । |
02:26 | X ৰিজোলিউচন আৰু Y ৰিজোলিউচনৰ পৰিমান হিচাবে ৭২ পিপিআই আছে আৰু মই এইতো ৩০০ পিপিআইলৈ পৰিবৰ্তন কৰিছো। |
02:40 | আৰু মই এতিয়া ছবিখন জোখ লৈছো আৰু আপোনালোকে ইয়াত দেখিছে যে একো পৰিবৰ্তন হোৱা নাই,মই ইমেজ প্ৰোপাৰ্তিজলৈ যোৱাৰ বাদে । |
02:49 | এতিয়া ইয়াত আপোনালোকে দেখা পাব যে বিশ্লেষন ৩০০/৩০০ পিপিআইলৈ পৰিবৰ্তন হৈছে আৰু ছপা কৰা আকাৰতো ৩টা ডাঙৰ মোহৰৰ সমান নতুবা তেনেকুৱা । |
03:03 | সেইটো প্ৰায় ৪/৩ ছেণ্টিমিটাৰ । |
03:07 | এইটো ডাঙৰ মোহৰ । |
03:09 | গতিকে মই ছবিখনৰ সৈতে একো পৰিবৰ্তন কৰা নাই কেৱল বিশ্লেষণৰ বাহিৰে । |
03:17 | পৰ্দাখনত একো পৰিবৰ্তন হোৱা নাই,এইটো ৭২ পিক্সেল প্ৰ্তি ইঞ্চিত । |
03:24 | এই নম্বৰতো আছলতে নিৰৰ্থক । |
03:27 | ই এটা অৰ্থ পাব যদি আপোনালোকে গম পাই যে আপোনালোকে এখন ৩০০ টা বিন্দু প্ৰতি ইঞ্ছিত থকা ছবি ছপা কৰিব লাগিব তাৰমানে সেইটো আছলতে ভাল পৰিমান আৰু আপোনালোকে এইটো ১০/১৫ পাবলৈ বিচাৰিব পাৰে,তেতিয়া আপোনালোকে দেখা পাব যে এই পিক্সেলবোৰ যথেষ্ঠ নহয় । |
03:51 | গতিকে আপোনালোকে পিস্কেলবোৰ বঢ়াব লাগিব । |
03:55 | কিন্তু প্ৰিন্তাৰৰ বাবে ছবিখনৰ গুনগত মান কিমান পিস্কেল আকাৰৰ ওপৰত নিৰ্ভৰ কৰিব আৰু কিমান দীঘল নতুবা কিমান ডাঙৰ পৰিসৰ আপোনালোকে ছপা কৰিব বিছাৰে । |
04:10 | আৰু সেই বৈশিষ্ট প্ৰিন্তাৰৰ দ্বাৰা সংস্থাপন কৰা হৈছে আৰু এইতো আপোনালোকে ছবিখনত সংস্থাপন কৰাতো সিমান দৰকাৰি নহয় । |
04:21 | কিন্তু কোনোবাই যদি আপোনালোকক ছবিখন ২০০ ৰ পৰা ৩০০বিন্দু প্ৰতি ইঞ্ছিত সংস্থাপন কৰিবলৈ কয়,মাত্ৰ এইতো কৰক আৰু এইতো আলোচনা নকৰিব । |
04:32 | ইয়াৰ বিষয়ে অনুস্থানতোৰ টোকাত মই কিছুমান লিংক অৰ্থপূৰ্ন আলোচনাৰ বাবে সংস্থাপন কৰিম আপোনালোকে তাত চাব পাৰিব । |
04:39 | মই যদি বিল বোৰ্দৰ বাবে এই ছবিখন বিচাৰো তেতিয়াহলে মই ছবিখন জুখিব লাগিব । |
04:44 | মই ভাবো বিল বোৰ্দৰ বাবে ভাল পৰিমানতো প্ৰতি ইঞ্ছিত ৫ টা বিন্দু হব । |
04:51 | ছবিখন জোখোক আৰু আপোনালোকে দেখিছে যে একো পৰিবৰ্তন হোৱা নাই কিন্তু এতিয়া ইমেজ প্ৰোপাৰ্তিজত ছপা কৰা আকাৰ ১০০/৭৬ ইঞ্ছি হৈছে তাৰ মানে ২ মিটাৰ ৫০ যিটো ইয়াত ছবিখনৰ সৈতে ধূনীয়া পোষ্টাৰ । |
05:10 | এই বিশ্লেষন আমাৰ বাবে আচলতে নিৰৰ্থক,আপোনালোকে নিজে ছপা কৰাৰ বাহিৰে । |
05:18 | বেছি সংবাদৰ বাবে http://meetthegimp.org. লৈ যাওক আৰু আপোনালোকে যদি মতামত পঠাব বিছাৰে অনুগ্ৰহ কৰি info@meetthegimp.org. লৈ লিখক । |
05:30 | এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ। |