GIMP/C2/Resolutions/Assamese

From Script | Spoken-Tutorial
Revision as of 12:21, 2 March 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:23 GIMP লগ পাবলৈ স্বাগতম জনাইছো ।
00:25 মোৰ নাম বৈজয়ন্তী ডেকা আৰু মই এইতো গুৱাহাটীত বানীবদ্ধ কৰিছো ।
00:30 বিশ্লেষনৰ বাবে ইমেজলৈ, ইমেজ প্ৰোপাৰ্তিলৈ যাওক আৰু ইয়াত আপোনালোকে দেখা পাব এই ছবিখনৰ ৫০৮ পিক্সেল প্ৰ্স্থতা,আৰু ৭২/৭২ পিপিআই( ppi)
00:46 পিপিআই প্ৰতি ইঞ্ছি পিক্সেল বুজাই ।
00:50 গতিকে এক ইঞ্ছিৰ পৰ্দাৰ বাবে ইয়াত ই মোৰ পৰ্দাত ৭২ পিক্সেল আছে ।
00:56 পিপিআই আচলতে দিপিআইৰ দৰে একেই(প্ৰ্তি ইঞ্ছিত বিন্দুবোৰ)
01:03 আৰু ছপা কৰিবলৈ শুধ্য বিশ্লেষন দৰকাৰি ।
01:07 সিহতে আপোনালোকে এক ইঞ্ছি কাগজত কিমানটা চিয়াহীৰ বিন্দু দিয়ে তাৰ বিষয়ে কয় ।
01:14 এক ইঞ্ছি দীঘল ৰেখাত প্ৰায় ৩০০ টা বিন্দু প্ৰতি ইঞ্ছিত ব্যবহাৰ কৰা হয় আৰু সেইবোৰ ইমান ঘনকৈ ছপা কৰা হয় যে আপোনালোকে এদাল ৰেখা দেখা পাব আৰু বিন্দুৰ ৰেখা এদাল নহয় ।
01:27 যদি কোনোবাই এখন ছবি ছপাব বিচাৰে তেতিয়া তেওলোকে ৩০০ পিপিআইত ছবিখন বিচাৰিব লাগিব, নতুবা তেওলোকে কব পাৰে যে আমি এই ছবিখন ১৫০ দিপিআইত আৱশ্যক নতুবা গুনগত বৈশিষ্ট্যতো ভাল নহব ।
01:46 গতিকে আপোনালোকে ইয়াৰ বিষয়ে কি কৰিব পাৰে ।
01:49 আপোনালোকে এইটো বহুত সহজভাবে পৰিবৰ্তন কৰিব পাৰে ।
01:53 মাত্ৰ ইমেজ,স্কেল ইমেজ দাইলগলৈ যাওক ।
01:56 এই দাইল’গতোত আপোনালোকে প্ৰ্স্থ, দৈৰ্ঘ্য দেখা পাব পাৰে,যিটো আমি বহুত কেইবাৰ ৱ্যবহাৰ কৰিছো ।
02:04 আকৌ আপোনালোকে ইয়াত ‘X’ৰিজোলিউচন ‘Y’ৰিজোলিউচন দেখা পাইছে আৰু পৰিমানটো হৈছে ৭২ পিক্সেল প্ৰতি ইঞ্ছিত আৰু মই এইতো পিক্সেললৈ প্ৰতি মিলিমিতাৰত নতুবা পিক্সেল পইন্ত পিকা লৈ পৰিবৰ্তন কৰিব পাৰো ।
02:21 কিন্তু এইতো প্ৰতি ইঞ্ছিত পিক্সেলৰ সৈতে ৰখা যাওক ।
02:26 X ৰিজোলিউচন আৰু Y ৰিজোলিউচনৰ পৰিমান হিচাবে ৭২ পিপিআই আছে আৰু মই এইতো ৩০০ পিপিআইলৈ পৰিবৰ্তন কৰিছো।
02:40 আৰু মই এতিয়া ছবিখন জোখ লৈছো আৰু আপোনালোকে ইয়াত দেখিছে যে একো পৰিবৰ্তন হোৱা নাই,মই ইমেজ প্ৰোপাৰ্তিজলৈ যোৱাৰ বাদে ।
02:49 এতিয়া ইয়াত আপোনালোকে দেখা পাব যে বিশ্লেষন ৩০০/৩০০ পিপিআইলৈ পৰিবৰ্তন হৈছে আৰু ছপা কৰা আকাৰতো ৩টা ডাঙৰ মোহৰৰ সমান নতুবা তেনেকুৱা ।
03:03 সেইটো প্ৰায় ৪/৩ ছেণ্টিমিটাৰ ।
03:07 এইটো ডাঙৰ মোহৰ ।
03:09 গতিকে মই ছবিখনৰ সৈতে একো পৰিবৰ্তন কৰা নাই কেৱল বিশ্লেষণৰ বাহিৰে ।
03:17 পৰ্দাখনত একো পৰিবৰ্তন হোৱা নাই,এইটো ৭২ পিক্সেল প্ৰ্তি ইঞ্চিত ।
03:24 এই নম্বৰতো আছলতে নিৰৰ্থক ।
03:27 ই এটা অৰ্থ পাব যদি আপোনালোকে গম পাই যে আপোনালোকে এখন ৩০০ টা বিন্দু প্ৰতি ইঞ্ছিত থকা ছবি ছপা কৰিব লাগিব তাৰমানে সেইটো আছলতে ভাল পৰিমান আৰু আপোনালোকে এইটো ১০/১৫ পাবলৈ বিচাৰিব পাৰে,তেতিয়া আপোনালোকে দেখা পাব যে এই পিক্সেলবোৰ যথেষ্ঠ নহয় ।
03:51 গতিকে আপোনালোকে পিস্কেলবোৰ বঢ়াব লাগিব ।
03:55 কিন্তু প্ৰিন্তাৰৰ বাবে ছবিখনৰ গুনগত মান কিমান পিস্কেল আকাৰৰ ওপৰত নিৰ্ভৰ কৰিব আৰু কিমান দীঘল নতুবা কিমান ডাঙৰ পৰিসৰ আপোনালোকে ছপা কৰিব বিছাৰে ।
04:10 আৰু সেই বৈশিষ্ট প্ৰিন্তাৰৰ দ্বাৰা সংস্থাপন কৰা হৈছে আৰু এইতো আপোনালোকে ছবিখনত সংস্থাপন কৰাতো সিমান দৰকাৰি নহয় ।
04:21 কিন্তু কোনোবাই যদি আপোনালোকক ছবিখন ২০০ ৰ পৰা ৩০০বিন্দু প্ৰতি ইঞ্ছিত সংস্থাপন কৰিবলৈ কয়,মাত্ৰ এইতো কৰক আৰু এইতো আলোচনা নকৰিব ।
04:32 ইয়াৰ বিষয়ে অনুস্থানতোৰ টোকাত মই কিছুমান লিংক অৰ্থপূৰ্ন আলোচনাৰ বাবে সংস্থাপন কৰিম আপোনালোকে তাত চাব পাৰিব ।
04:39 মই যদি বিল বোৰ্দৰ বাবে এই ছবিখন বিচাৰো তেতিয়াহলে মই ছবিখন জুখিব লাগিব ।
04:44 মই ভাবো বিল বোৰ্দৰ বাবে ভাল পৰিমানতো প্ৰতি ইঞ্ছিত ৫ টা বিন্দু হব ।
04:51 ছবিখন জোখোক আৰু আপোনালোকে দেখিছে যে একো পৰিবৰ্তন হোৱা নাই কিন্তু এতিয়া ইমেজ প্ৰোপাৰ্তিজত ছপা কৰা আকাৰ ১০০/৭৬ ইঞ্ছি হৈছে তাৰ মানে ২ মিটাৰ ৫০ যিটো ইয়াত ছবিখনৰ সৈতে ধূনীয়া পোষ্টাৰ ।
05:10 এই বিশ্লেষন আমাৰ বাবে আচলতে নিৰৰ্থক,আপোনালোকে নিজে ছপা কৰাৰ বাহিৰে ।
05:18 বেছি সংবাদৰ বাবে http://meetthegimp.org. লৈ যাওক আৰু আপোনালোকে যদি মতামত পঠাব বিছাৰে অনুগ্ৰহ কৰি info@meetthegimp.org. লৈ লিখক ।
05:30 এইতো বৈজয়ন্তী ডেকা স্পোকেন তিউতৰিয়েল প্ৰোজেক্তৰ বাবে দাবিং কৰিছো

Contributors and Content Editors

Mousumi