Spoken-Tutorial-Technology/C2/Dubbing-a-spoken-tutorial-using-Audacity-and-ffmpeg/Assamese
From Script | Spoken-Tutorial
Timing | Narration |
00:00 | নমস্কাৰ বন্ধুসকল । লিনাক্স অপাৰেটিং চিস্টেমত এটা ভাষাৰ পৰা আন এটা ভাষালৈ দাব কৰিবলৈ শিকোৱা স্পৌকেন টিওটৰিয়েললৈ স্ৱাগতম । |
00:10 | ইয়াৰ বাবে প্ৰয়োজনীয় হ'ব - কম্পিউটাৰৰ সৈতে যোগ দিব পৰা, অদিঅ' ইন্পুট থকা এটা হেদছট অথবা মাইক্ৰফ'ন |
00:19 | ধ্বনি ৰেকৰ্ডিং আৰু এদিতিং কৰিবলৈ অদেচিতি বোলা এটা অপেন চৌৰ্স ছ'ফ্টৱেৰ'ৰ প্ৰয়োজন |
00:24 | মেক অ'এচ এক্স, মাইক্ৰচফ্ট ৱিনদ্ৱ'চ, যি ন য়ো/লিনাক্স আৰু অন্য অপাৰেটিং চিস্টেমত ই সহজলভ্য |
00:32 | বিনামূলীয়া ভাৱে ইয়াক audacity.sourceforge.net/downloadৰ পৰা আপুনি দাউনল'দ কৰিব পাৰে |
00:39 | মই উবুন্টু লিনাক্স ১০.০৪ অপাৰেটিং চিস্টেম ব্যৱহাৰ কৰিছো |
00:44 | মই অদেচিতি ১.৩ দাউনল'দ কৰি, চিনেপ্টিক পেকেজ মেনেজাৰৰ যৰিয়তে মোৰ পিচিত ইন্চটল কৰিছো |
00:52 | উবুন্টু লিনাক্সত ছ'ফ্টৱেৰ ইন্চটলৰ বিষয়ে অধিক জানিবলৈ |
00:57 | এই ৱেবচাইটত থকা উবুন্টু বিষয়ৰ স্পৌকেন টিওটৰিয়েললৈ মন কৰিব |
01:02 | আচল ভীদিয়' শুনাতোৱেই হৈছে সৰ্বপ্ৰথমে আপুনি কৰিব লগা কাৰ্য্য |
01:09 | স্ক্ৰীপ্ত খন এনেদৰে পৰিৱৰ্তন কৰিব যেন প্ৰত্যেক শাৰীৰ বক্তিতাৰ সময়, আচল স্ক্ৰীপ্তৰ শাৰী সমূহৰ সময়ৰ সৈতে সমান অথবা কম পৰিমাণৰ হ'ব লাগিব |
01:18 | প্ৰত্যেক শাৰীৰ আৰম্ভণি সময়লৈ মন কৰিলে এই কাৰ্য্য কৰিব পাৰিব |
01:23 | প্ৰত্যেক শাৰীৰ বাবে কৰিব নোৱাৰিলে, দুই যোৰা শাৰীৰ বাবে কৰিব পাৰে |
01:29 | অৰ্থাৎ, প্ৰথম শাৰীৰ অন্তত যদি মিল নাথাকে, পাছৰ শাৰীৰ অন্তত বক্তিতা শুদ্ধ ভাৱে মিলিব লাগিব |
01:37 | আচল স্ক্ৰীপ্তৰ পৰা দুই এটা বাক্য অথবা শাৰী বাদ দিব পাৰে |
01:42 | যেতিয়ালৈকে শাৰীৰ অৰ্থ সলনি নহয় । মন কৰিব যে এনেদৰে কাৰ্য্য সম্পন্ন হয় |
01:48 | এতিয়া আমি অদেচিতি অপেন কৰিম, এপ্পলিকেচনত ক্লিক কৰিব |
01:54 | চাউন্দ আৰু ভীদিয়' আৰু চলাবলৈ অদেচিতি বাচি ল'ব |
01:58 | স্ক্ৰীণত খালি প্ৰজেক্ট এটা অপেন হ'ব
মেনু বাৰত বীভিন্ন অপচন দেখা পাব যেনে ফাইল, এদিত, ভিউ, ট্ৰান্চপ'ৰ্ত, ট্ৰেক্স আৰু অন্য |
02:11 | ইয়াৰে কিছুমান আমি শিকিম । মূল মেনুৰ তলত আপুনি ভী চি আৰ কন্ট্ৰ'ল সমূহ দেখা পাব যেনে - পজ, প্লে, স্টপ, ৰিৱাইন্দ, ফৰ্ৱাৰ্দ আৰু ৰেকৰ্দ |
02:25 | ইয়াৰ কাষতে, আপুনি অডি' টুল্চ টুলবাৰ পাব |
02:30 | এই টিওটৰিয়েলত ব্যৱহাৰ হ'ব লগীয়া চিলেকচন টুল আৰু টাইম চিফ্ট টুল ইয়াতে আছে |
02:36 | চিলেকচন টুল আগৰে পৰা এক্টিভ হৈ থাকে |
02:40 | এতিয়া দাবীং কৰো আহক । matrixoperation.wmv বোলা ইংৰাজীত থকা চাইলেবৰ এটা টিওটৰিয়েল প্লে কৰিম(প্লে হৈছে) |
03:03 | আৰু মই এই টিওটৰিয়েল অদেচিতিৰ সহায়ত হিন্দীলৈ দাব কৰিম । আগতে বাখ্যা কৰাৰ দৰে ইয়াৰ ট্ৰান্চলেচন কৰিছো আৰু সময় সমূহ মনত ৰাখিছো |
03:14 | এতিয়া মই ৰেকৰ্ড কৰিম । ৰেকৰ্ডীংৰ বাবে ৰেকৰ্ড বাটনত ক্লিক কৰিব আৰু বক্তিতা আৰম্ভ কৰিব |
03:22 | (साइलैब के इस्तेमाल से मैट्रिक्स ऑपरेशन के इस ट्यूटोरियल में आपका स्वागत है । इस ट्यूटोरियल के अभ्यास लिए आपके सिस्टम में साइलैब का संस्थापन होना आवश्यक है ।) |
03:32 | ৰেকৰ্ডীং ৰখাবলৈ স্টপ বাটনত ক্লিক কৰিব । অডি' টাইমলাইনত দুটা স্টীৰিয়' ট্ৰেক দেখা পাব য'ত বক্তিতা অন্তৰ্ভুক্ত হৈ থাকে |
03:43 | স্পাইক সমূহ হৈছে ৱেভফৰ্ম । স্টীৰিয়' ট্ৰেক সমূহত বাওঁফালে এটা লেবেলৰ ঠাই আৰু সোঁফালে দুটা ৱেভফৰ্ম থাকে |
03:50 | ই ইন্পুটৰ দুটা চেনেলৰ বিষয়ে জনাই - বাওঁ চেনেল আৰু সোঁ চেনেল |
03:56 | সাধাৰণতে এবাৰতে ৰেকৰ্ড কৰিব। এটা অডি' ট্ৰেক পাব । এই ক্ষেত্ৰত, শাৰী সমূহৰ মাজত ১ চেকেন্দৰ পজ দিবলৈ নাপাহৰিব |
04:08 | এতিয়া প্ৰত্যেক শাৰীৰ আৰম্ভণিতে ক্লিপৰ বিভাজন কৰি সৰু সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিব । সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিবলৈ চৰ্টকাট হৈছে CTRL+I |
04:19 | মই ইয়াতে অডি'টো ভাগ কৰিম । আগতে কোৱাৰ দৰে শাৰীৰ সময় মিলাবলৈ, ট্ৰেকত থকা ক্লিপযোৰ স্লাইদ কৰিব |
04:27 | টাইম চিফ্ট টুল বাচি ল'ব । এতিয়া দেখা পাব যে কাৰ্চৰ দাল দুই মুখীয়া কাৰলৈ পৰিণত হৈছে |
04:33 | মই ক্লিপ দাল এই সময়লৈ চিফ্ট কৰিম । মনত ৰাখিব যে আপুনি বিপৰীত দিশত যাব লাগিব অৰ্থাৎ শেষৰ ক্লিপৰ পৰা আৰম্ভণি কৰি প্ৰথম ক্লিপলৈ |
04:42 | ইয়াৰ কাৰণ হৈছে আপুনি যেতিয়ালৈকে ঠাইৰ সৃষ্টি নকৰে, আগৰ ক্লিপতো নিজৰ স্হানৰ পৰা আতঁৰাব নোৱাৰে |
04:49 | পাছৰ শাৰীৰ বক্তিতা আৰম্ভণি কৰিবলৈ, চিলেকচন টুলত ক্লিক কৰিব আৰু টাইমলাইনৰ যিকোনো এটা চেনেলত ক্লিক কৰিব |
05:01 | এতিয়া আৰম্ভণি কৰিবলৈ ৰেকৰ্ড বাটনত ক্লিক কৰিব । এতিয়া ৰখাবলৈ স্টপ বাটন ক্লিক কৰিব |
05:12 | দ্বীতিয় বক্তিতা বেলেগ এটা স্টীৰিয়' ট্ৰেকত আহিব । একেদৰে আপুনি বীভিন্ন বক্তিতা ৰেকৰ্ড কৰিব পাৰে যি সমূহ বেলেগ ট্ৰেকত দেখা পাব |
05:22 | এতিয়া সমস্ত বক্তিতা সমূহ এটা ট্ৰেকট কিদৰে আনিব পাৰি চাওঁ আহক । টাইম চিফ্ট টুল বাচি ল'ব |
05:32 | প্ৰথম অদিঅ' ট্ৰেকৰ অন্তত, ৰাইট ক্লিক কৰি বাচি লোৱা অদিঅ' ক্লিপতো তানি আনি পেলাই দিব । একেদৰে অন্য ট্ৰেক সমূহৰ বাবে কৰিব । |
05:43 | লেবেলৰ ঠাইত থকা X বাটনত ক্লিক কৰি আমি এটা অদিঅ' ট্ৰেক আতঁৰাব পাৰো । আহক আমি খালি হৈ থকা দ্বীতিয়তো অদিঅ' ট্ৰেক আতঁৰাব চাও |
05:51 | আগতে কোৱাৰ দৰে মন কৰিব যাতে প্ৰথম ট্ৰেকত ক্লিপ স্লাইদ কৰোতে ক্লিপৰ আৰম্ভণিৰ সময় আৰু শাৰীৰ সময় একেই থাকে । |
06:01 | এবাৰ এনে কৰিব পাৰিলে, আমি প্ৰজেক্ট সংৰক্ষণ কৰিব পাৰো । এনে কৰিবলৈ, ফাইল মেনুলৈ গৈ Save Project Asত ক্লিক কৰিব |
06:15 | এটা দাইলগ বক্স খুল খাব । OKত ক্লিক কৰিব । তাৰ পাছত ই ফাইলৰ নামৰ বাবে প্ৰশ্ন কৰিব । মই এই ফাইল খনৰ নাম hindi _matrix _ operation দিছো |
06:29 | তাৰ পাছত ই সংৰক্ষণৰ স্হানৰ বিষয়ে প্ৰশ্ন কৰিব । মই ডেস্কটপ বাচি লৈছো আৰু ছেভত ক্লিক কৰিছো । ই প্ৰজেক্টতো .aup ফাইল হিচাপে সংৰক্ষণ কৰিব । |
06:41 | শেষত ফাইনেল প্ৰজেক্টটি, প্ৰয়োজন অনুযায়ী অদিঅ' ফৰ্মেটলৈ এক্সপৰ্ট কৰি দিব যেনে wav, mp3 আৰু বীভিন্ন |
06:49 | এনে কৰিবলৈ মেনু বাৰলৈ গৈ ফাইলত ক্লিক কৰিব । এক্সপৰ্ট অপচন বাচি ল'ব । ক্লিক কৰিব |
06:58 | ই ফাইলৰ নামৰ বাবে প্ৰশ্ন কৰিব । মই ইয়াৰ নাম scilab_hindi _matrix_operation দিছো |
07:06 | আৰু সংৰক্ষণ কৰিব লগা স্হানৰ উল্লেখ কৰিব |
07:12 | তাৰ পাছত সংৰক্ষণ কৰিব লগা ফৰ্মেটৰ বাচনি কৰিব । মই ogg ফৰ্মেট ক্লিক কৰিম আৰু চেভত ক্লিক কৰিম |
07:21 | তাৰ পাছত আপুনি এটা এদিত মেটাদাতা বোলা বক্স পাব । ইয়াত আপুনি গীতিকাৰৰ নাম আৰু প্ৰয়োজন অনুযায়ী বীভিন্ন তথ্য যোগ দিব পাৰে । |
07:29 | Okত ক্লিক কৰিব । ই আপুনাৰ মূল অদিঅ' ফাইলখন সৃষ্টি কৰিব |
07:35 | ffmpeg হৈছে এটা অপেন চৌৰ্স অদিঅ' আৰু ভীদিয়' কনভাৰ্টাৰ যিয়ে বহুকেইটা স্টেন্দাৰ্দ কদেকলৈ সহাৰি আগবঢ়াই । ই এটা ফাইল ফৰ্মেটৰ পৰা আন এটা ফৰ্মেটলৈ অতি শুনকালে আৰু সৰল ভাৱে পৰিৱৰ্তন কৰিব পাৰে |
07:48 | ffmpegৰ বাইনেৰী http://ffmpeg.org/ৰ পৰা দাউনল'দ কৰিব পাৰি |
07:56 | দাউনল'দত ক্লিক কৰিব । তল ফালে যাব আৰু দৰকাৰীটো বাচি ল'ব |
08:09 | লিনাক্সত পেকেজ ইন্চটল কৰা শিকিবলৈ, এই ৱেবচাইটত থকা উবুন্টু বিষয়ৰ স্পৌকেন টিওটৰিয়েল প্ৰত্যক্ষ কৰিব । এবাৰ ffmpeg দাউনল'দ কৰি ইন্চটল কৰিলে |
08:21 | আপুনি শক্তিশালী কমান্দ এক্সিকিউত কৰি এটা পৰা অদিঅ' আৰু ভীদিয়' অংশ সমূহ বেলেগ কৰিব পাৰিব অথবা দুখন মিদিয়া ফাইলৰ পৰা এখনো কৰিব পাৰিব |
08:37 | টাৰমিনেল ৱিন্দ'লৈ যাও আহক |
08:41 | pwd “present working directory” টাইপ কৰি এন্টাৰ প্ৰেছ কৰিব । ই আমাৰ বৰ্তমানৰ কৰ্মৰত স্হানৰ বিষেয় জনাব । এই স্হানত থকা সকলো খিনি ফাইল আৰু ফ'ল্দাৰৰ তালিকা ls বোলা কমান্দে দিব |
08:56 | আহক দেস্কটপৰ স্হানলৈ ৰূপান্তৰিত কৰি পৰীক্ষা কৰো । টাৰমিনেল স্ক্ৰীণ চাফা কৰিবলৈ CTRL+L
এই স্হানত থকা সকলো খিনি ফাইলৰ তালিকা ls বোলা কমান্দে দিব |
09:15 | এতিয়া আহক কমান্দ টাইপ কৰো - ffmpeg -i compiling.wmv TEST0.ogv |
09:30 | -i য়ে ffmpegক এয়ে বাৰ্তা দিয়ে যে তাৰ পাছৰ ফাইল খন হৈছে ইন্পুট ফাইল । ইয়াত ইন্পুট ফাইল হৈছে compiling.wmv |
09:42 | যদি -iক বাদ দিয়া হয় ffmpegয়ে আওতপুত ফাইল সৃষ্টি কৰিব গৈ সেই ফাইল খন অভাৰৰাইট কৰিব |
09:50 | ব্যৱহাৰ কৰিবলগীয়া কদেক আৰু আওতপুতৰ ফৰ্মেট নিৰ্ণয় কৰিবলৈ ffmpegয়ে আওতপুত ফাইলৰ এক্সটেনচন ব্যৱহাৰ কৰে । তথাপিও, কমান্দ লাইনৰ সহায়ত এই কাৰ্য্যত সাল-সলনি ঘটাব পাৰি |
10:03 | এনে ধৰণৰ কিছুমান উদাহৰণ আমি অলপ পাছত চাম । ভীদিয়' সমূহ এটা ফৰ্মেটৰ পৰা আন এটালৈ পৰিৱৰ্তন কৰিবলৈ এই কমান্দৰ অতি প্ৰয়োজন |
10:12 | কমান্দ এক্সিকিউত কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব । কিন্তু মই বাদ দিম আৰু আগ বাঢ়ি যাম |
10:18 | টাৰমিনেল ৱিন্দ'ত ffmpeg কমান্দ ব্যৱহাৰ কৰি আমি আচল স্পৌকেন টিওটৰিয়েলৰ পৰা ভীদিয়' অংশ ভাগ কৰিব পাৰো । |
10:26 | এনে কৰিবলৈ টাইপ কৰিব ffmpeg -i functions.ogv -an -vcodec copy TEST1.ogv |
10:45 | -anয়ে নিজাকৈ আওতপুতৰ পৰা সকলো অডিঅ' আতঁৰাই দিয়ে আৰু মাথো ভীদিয়'ৰ অংশটো ৰাখে । ইয়াত TEST1.ogv টো হৈছে আওতপুত ফাইল |
10:59 | এন্টাৰ প্ৰেছ কৰিব । আমি এতিয়া ভীদিয়'ৰ অংশটো ভাগ কৰিলো অৰ্থাৎ ভীদিয়'টোত আচল অডিঅ' নাই |
11:09 | টেষ্ট ফ'ল্দাৰ খুলি চাও আহক । ইয়াত Test1.ogv আছে । এই ফাইল খন প্লে কৰো আহক । |
11:25 | টাৰমিনেল ৱিন্দ' চাফা কৰো আহক । এতিয়া কমান্দ টাইপ কৰো আহক - ffmpeg -i functions_hindi.ogv -vn -acodec copy TEST2.ogg |
11:54 | |
12:04 | এতিয়া আমি অডিঅ' অংশটো আতঁৰালো অৰ্থাৎ আওতপুতত আচল ভীদিয়' নাথাকে |
12:12 | পৰীক্ষা কৰি চাওঁ আহক । পৰীক্ষাৰ স্হানলৈ যাও আহক । ইয়াত TEST2.ogg আছে । আহক প্লে কৰি চাও । <৫-৬ চেকেন্দৰ বাবে প্লে কৰিব> থিক আছে |
12:26 | এতিয়া এইটো বন্ধ কৰি দিও আহক । টাৰমিনেল ৱিন্দ'লৈ যাও আহক । CTRL+L প্ৰেছ কৰি টাৰমিনেল ৱিন্দ'খন ছাফা কৰো আহক |
12:35 | আচল টিওটৰিয়েলৰ ভীদিয়'ৰ সৈতে সংৰক্ষণ কৰি ৰখা অডিঅ' কি দৰে একেলগ কৰিব পাৰি চাও আহক |
12:42 | টাৰমিনেলত টাইপ কৰিব type - ffmpeg -i TEST1.ogv -i TEST2.ogg -acodec libvorbis -vcodec copy FINAL.ogv আৰু এন্টাৰ প্ৰেছ কৰিব । |
13:20 | এতিয়া এন্ক'দিং হৈ আছে । টাৰমিনেল ছাফা কৰি দিও আহক । পৰীক্ষাৰ স্হানলৈ যাও আহক । আমি সংৰক্ষণ কৰা অনুশৰি FINAL.ogv ইয়াতে আছে । |
13:34 | এই ফাইল খন প্লে কৰি চাও আহক । <৫-৬ চেকেন্দৰ বাবে প্লে কৰিব> সৰল নহয় জানো ? |
13:46 | এটা স্পৌকেন টিওটৰিয়েলৰ অডিঅ' দাব কৰা অডিঅ'ৰ সৈতে সলনি কৰিবলৈ আপুনি বীভিন্ন এদিতিং পেকেজ ব্যৱহাৰ কৰিব পাৰে যেনে KdenLive, Kino, LiVES আৰু অন্য বহুতো |
13:59 | দাবীং কৰি বৰঙনি আগবঢ়োৱা সকলৰ বাবে এক সুখবৰ, পাইঠনত আমি এটা এপ্পলিকেচন তৈয়াৰী কৰি আছো । |
14:06 | ওপৰত দিয়া সকলো কমান্দ ইয়াত এক্সিকিউত হ'ব - যেনে অডিঅ' এক্সট্ৰেক্ট কৰা, ভীদিয়'এক্সট্ৰেক্ট কৰা আৰু একেলগ কৰা |
14:15 | ইয়াৰ বাবে এপ্পলিকেচন আৰু স্পৌকেন টিওটৰিয়েল ৱেবচাইটত অতি শুনকালে পাব সক্ষম হ'ব |
14:22 | ইয়াতে অন্ত পেলাইছো । এই টিওটৰিয়েলৰ সাৰাংশ দিবলৈ চেষ্টা কৰিছো । চিনেপ্টিক পেকেজ মেনেজাৰৰ যৰিয়তে অদেচিতি ইন্চটল কৰিছো । |
14:30 | টিওটৰিয়েল ভালকৈ শুনি প্ৰত্যেক শাৰীৰ আৰম্ভণিৰ সময় মন কৰিব । অদেচিতি খুলিব । প্ৰত্যেক শাৰীৰ মাজত অলপ পজ দি বক্তিতা দিবলৈ আৰম্ভ কৰিব । সাধাৰণতে এবাৰত ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিব |
14:44 | অডিঅ'টো শাৰীলৈ বিভাগ কৰিবা । পাছৰ পৰা আৰমভ কৰি, ক্লিপ সমূহ স্লাইদ কৰি আগতে লিখি ৰখা সময়ৰ সৈতে মিলাব চেষ্টা কৰিব |
14:52 | যেতিয়া হৈ যাব, ogg ফৰ্মেটত অডিঅ' সংৰক্ষণ কৰিব । ffmpeg কমান্দ ব্যৱহাৰ কৰি আচল টিওটৰিয়েলৰ পৰা ভীদিয়'ৰ অংশটো ভাগ কৰিলো |
15:04 | দাব কৰা অডিঅ' আৰু বিভাগ কৰা ভীদিয়'ৰ অংশ সমূহ একেলগ কৰি দাব কৰা টিওটৰিয়েলৰ সৃষ্টি কৰিব । |
15:11 | আই আই টি বম্বেত বিকাশ কৰা, www.spoken-tutorial.orgৰ দ্বাৰা সহযোগ পোৱা স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
15:25 | বিত্ত-বিষয়ৰ কাৰ্য্য, ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
15:34 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro |
15:47 | এই টিওটৰিয়েলৰ অন্তত উপনীত হৈছোহি । এই স্ক্ৰীপ্তৰ বৰঙনি আগবঢ়াইছে------------(ট্ৰান্চলেট কৰোতাৰ নাম) আৰু মই-----(ৰেকৰ্ড কৰা জনৰ নাম)------(স্হানৰ নাম) বিদায় লৈছো । |