C-and-Cpp/C2/Relational-Operators/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 00:01 | Relational Operators in (ৰিলেচনেল অপাৰেতৰচ ইন) C C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো |
| 00:06 | এই টিউট’ৰিয়েল(tutorial)ত আমি শিকিম |
| 00:09 | ৰিলেচনে(Relational)ল অপাৰেতৰচ যেনে |
| 00:11 | লেচ দেন( Less than) : উদাহৰণ a < b |
| 00:14 | গ্ৰেটাৰ দেন(Greater than) :উদাহৰণ a > b |
| 00:17 | লেচ দেন( Less than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a <= b |
| 00:22 | গ্ৰেটাৰ দেন(Greater than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a >= b |
| 00:27 | ইকুৱেল তু(equal to) :উদাহৰণ a == b |
| 00:30 | নট ইকুৱেল তু( Not equal to) :
উদাহৰণ a != b |
| 00:37 | এই শিকনিতো( tutorial)বাণীবদ্ধ (record)কৰোতে, মই উবুনটো( Ubuntu) 11.10 অপাৰেটিং ছিচটেম( operating system) ব্যৱহাৰকৰিছো |
| 00:42 | উবুনটোত gcc আৰু g++ কমপাইলাৰ (Compiler)ৰ ৪.৬.১(4.6.1) তাঙৰণ
( version)
|
| 00:50 | আহক আমি এটা পৰিচয়ৰে( introduction) আৰম্ভ( begin) কৰো |
| 00:53 | ইন্তিজাৰ( integer) আৰু ফ্ল’তিং পইন্ট নাম্বাৰৰ(floating point number)তুলনা( compare) কৰিবলৈ ৰিলেচনেল অপাৰেতৰচ (Relational operators)ব্যৱহাৰ কৰা হয় |
| 00:57 | ৰিলেচনেল অপাৰেতৰচ (Relational operators)ব্যৱহাৰ কৰা সমীকৰণে (Expressions) false'ৰ বাবে 0 আৰু trueৰ বাবে 1 return (ঘূৰাই) দিয়ে |
| 01:04 | এতিয়া মই এটা C প্ৰোগ্ৰামৰ সহায়্ত ৰিলেচনেল অপাৰেতৰচ (Relationaloperators)ৰ বিষয়ে উপস্থাপন(demonstrate) কৰিম |
| 01:09 | মই প্ৰোগ্ৰাম( program)টো আগতেই তৈয়াৰ( made) কৰি থৈছো. |
| 01:11 | গতিকে,মই এদিতৰ( editor)টো খুলিম আৰু ক’ড(code)টো বৰ্ণনা( explain) কৰিম. |
| 01:15 | প্ৰথমে, আমি a আৰু b ভেৰিয়েবলক (variable) ডিক্লেয়াৰ(declare) কৰিম |
| 01:20 | এইprintf ষ্টেটমেন্তত(statement)টোৱে ব্যৱ্হাৰ কৰোতাক( user) a আৰু b ৰ মানসমূহ( values) এন্টাৰ কৰিবলৈ কয় |
| 01:26 | এই'scanfষ্টেটমেন্তত(statement)টোৱে aআৰু b ভেৰিয়েবল (variable)ৰ বাবে ইনপুট (input) লয় |
| 01:32 | এতিয়া আমাৰ ওচৰত গ্ৰেটাৰ দেন(Greater than) অপাৰেতৰ( operator)টো আছে |
| 01:35 | এই অপাৰেতৰ( operator)টোৱে অপাৰেন্দ(operand) দুটাক অপাৰেতৰ( operator)টোৰ অন্য এটা কাষত তুলনা(compare) কৰে. |
| 01:38 | যদি a', bত্কৈ ডাঙৰ( greater)হয় ই True(ত্ৰো) returns(ৰিটাৰ্ণ) কৰে |
| 01:43 | এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো(conditions) সত্য (true) হয় |
| 01:47 | যদিহে ওপৰৰ চৰ্তটো(conditions) false (অসত্য) হয় তেন্তে এইটো এৰি দিব |
| 01:50 | তেতিয়া ক’ন্ট্ৰোল(control)টো পাছৰ ষ্টেটমেন্তত(statement)টোলৈ গতি কৰিব |
| 01:53 | এতিয়া আমাৰ ওচৰত লেচ দেন (less than) অপাৰেতৰ(execute)টো আছে |
| 01:56 | ইও অপাৰেন্দ(operand)ক তুলনা (compare) কৰে |
| 01:57 | যদি a, bত্কৈ সৰু(less)হয় ই True ঘূৰাই দিয়ে ('returns) |
| 02:02 | এই printfষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো (conditions)সত্য(true) হয় |
| 02:06 | অন্যথা( otherwise) ই এৰি দিব |
| 02:09 | আহঁক ইয়ালেকে ক’ড(code)টো কাৰ্যকৰী(execute) কৰো. |
| 02:13 | প্ৰথমে উল্লেখিত্ধৰণে কমেন্ত(comment) কৰক |
| 02:16 | লিখক /* |
| 02:21 | */ |
| 02:24 | 'Save (ছেভ)ত টিপক |
| 02:26 | মই মোৰ ফাইল( file)টো relational.c হিচাবে ছেভ কৰিছো |
| 02:29 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ ক্ৰ্মান্বয়ে(simultaneously) 'Ctrl, Alt আৰু T কীছ( keys) টিপক |
| 02:35 | কম্পাইল (compile) কৰিবলৈ, তাৰমিনেলত লিখক gcc space(স্পেছ) relational dot c space(স্পেছ) -o space(স্পেছ) rel |
| 02:49 | Enter(এন্টাৰ)টিপক |
| 02:51 | কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./rel . Enter(এন্টাৰ) টিপক
|
| 02:56 | মই aৰ বাবে 8 আৰু b ৰ বাবে 3 ভৰ্তি( enter) কৰিম |
| 03:01 | আউতপুত( output)টো দেখুৱাব যে |
| 03:03 | 8 is greater than 3. |
| 03:07 | আপুনি a আৰু bৰ বিভিন্ন( different) মানৰে এই ক’ড(code)টো কাৰ্যকৰী(execute) কৰিবলৈ চেষ্টা কৰি চাব |
| 03:11 | ক’ড(code)টো্লৈ ঘূৰি আহোঁ |
| 03:14 | ইয়াৰ পৰা মন্তব্য ( comment)টো নাইকীয়া(Delete) কৰক |
| 03:18 | আৰু ইয়াত থওক( put) |
| 03:24 | এতিয়া আমাৰ ওচৰত লেচ দেন( Less than) বা(or) ইকুৱেল তু(equal to) অপাৰেতৰ( operator)টো আছে |
| 03:28 | এই অপাৰেতৰ( operator)টোৱে অপাৰেন্দ(operand) দুটাক অপাৰেতৰ( operator)টোৰ অন্য এটা কাষত তুলনা(compare) কৰে |
| 03:33 | যদি a, bত্কৈ সৰু বা সমান হয় ই True ঘূৰাই দিয়ে ('returns) |
| 03:38 | এইprintf ষ্টেটমেন্ত(statement) টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো(conditions) সত্য (true) হয় |
| 03:42 | যদিহে ওপৰৰ চৰ্তটো(conditions) অসত্য(false ) হয় তেন্তে এইটো এৰি দিব |
| 03:45 | তেতিয়া ক’ন্ট্ৰোল(control)টো পাছৰ ষ্টেটমেন্তত(statement)টোলৈ গতি কৰিব |
| 03:49 | তাৰপাছ্ত গ্ৰেটাৰ দেন(Greater than) বা(or) ইকুৱেল তু(equal to) অপাৰেটৰ( operator) আহিব. |
| 03:52 | ই a আৰু b ক তুলনা কৰে আৰু যদি a', bত্কৈ ডাঙৰ বা সমান( greater than or equal)হয় ই True returns (ৰিটাৰ্ণ) কৰে |
| 04:00 | যদিহে চৰ্তটো(conditions) সত্য (true)হয় তেন্তে এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব |
| 04:05 | এতিয়া আহঁক ইয়ালৈকে ক’ড(code)টো কাৰ্যকৰী( execute) কৰো |
| 04:07 | 'Save (ছেভ)ত টিপক |
| 04:09 | তাৰমিনেল( terminal)লৈ ঘূৰি যাঁও |
| 04:12 | আগৰ দৰে কম্পাইল( Compile) আৰু কাৰ্যকৰী( execute) কৰো
|
| 04:17 | মই aৰ বাবে 8 আৰু b ৰ বাবে 3 এন্টাৰ কৰিম |
| 04:22 | আউতপুত( output)টো দেখুৱাব( displayed) যে |
| 04:25 | 8 is greater than or equal to 3 |
| 04:30 | এতিয়া বাকী থকা ক’ডলৈ ঘূৰি আহোঁ |
| 04:33 | ইয়াৰ পৰা মাল্টিলাইন কমেন্ত্চ(multiline comments) নাইকীয়া( Delete) কৰক |
| 04:39 | আৰু ইয়াত |
| 04:43 | এতিয়া আমাৰ ওচৰত ইকুৱেল তু(equal to) অপাৰেতৰ( operator)টো আছে |
| 04:47 | ইয়াক দুটা equal(ইকুৱেল) (==) চিহ্ন(sign)ৰে পৰিদৰ্শন(denote) কৰা হয় |
| 04:50 | এই অপাৰেটৰ( operator)টোৱে True' returns (ৰিটাৰ্ণ) কৰে যেতিয়া দুয়োটা অপাৰেন্দ (operand)এটা আনটোৰ সমান( equal) হয় |
| 04:57 | এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব যেতিয়া a ,bৰ সমান( equal) হ’ব |
| 05:00 | যদি নহয়,তেন্তে ক’ন্ট্ৰোল(control)টো পাছৰ ষ্টেটমেন্তত(statement)টোলৈ গতি(jump) কৰিব. |
| 05:06 | একেদৰে,আমাৰ ওচৰত নট ইকুৱেল তু( Not equal to) অপাৰেটৰ (operator)আছে |
| 05:08 | এই অপাৰেটৰ( operator)টোৱে True' returns (ৰিটাৰ্ণ) কৰে যেতিয়া অপাৰেন্দ(operand) কেইটা এটা আনটোৰ সমান নহয়( not equal) |
| 05:15 | এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী হ’ব যেতিয়া a ,bৰ সমান নহয়( not equal) |
| 05:20 | প্ৰোগ্ৰাম( program)টোৰ শেষলৈ যাওঁ Return 0; |
| 05:24 | 'Save (ছেভ)ত টিপক |
| 05:26 | তাৰ্মিনেল( terminal)লৈ ঘূৰি আহো |
| 05:28 | আগৰ দৰে কম্পাইল( Compile) আৰু কাৰ্যকৰী( execute) কৰো
|
| 05:32 | aৰ বাবে 8 আৰু b ৰ বাবে 3 এন্টাৰ কৰক |
| 05:38 | আউতপুত( output)টো পৰ্দাত( screen) দেখুৱাব(display) যে |
| 05:40 | 8 is not equal to 3 |
| 05:44 | গতিকে,আমি দেখিলো যে কেনেদৰে ৰিলেচনেল অপাৰেতৰচ (Relational operators)য়ে কাম কৰে. |
| 05:48 | বিভিন্ন ধৰণৰ যোৰীয়া( set) ইনপুট(input)ৰ সহায়ত ক’ড( code)টো কাৰ্যকৰী(execute) কৰিবলৈ চেষ্টা কৰক |
| 05:51 | এতিয়া C++ ত একেধৰণৰ প্ৰোগ্ৰাম( program) এটা লিখিবলৈ একেবাৰে সহজ( quite easy) |
| 05:56 | গাঠনি(syntax)ত কিছু পাৰ্থক্য(difference)আছে |
| 05:59 | মই C++ত ক’ড( code)টো আগতীয়াকৈ( already) লিখি থৈছো |
| 06:04 | এইটো C++ত ৰিলেচনেল অপাৰেতৰচ (Relational operators)ৰ বাবে ক’ড( code) |
| 06:08 | লক্ষ্য(Notice) কৰিব যে হেডাৰ (header)টো বেলেগ |
| 06:12 | লগতে আমাৰ ওচৰত ইয়াত using (ইউজিং) ষ্টেটমেন্ত আছে. |
| 06:15 | C++ত আউতপুট ষ্টেটমেন্ত (output statement)টো হৈছে cout |
| 06:19 | আৰু C++ত ইনপুট ষ্টেটমেন্ত (input statement) টো হৈছে cin |
| 06:22 | গতিকে, এই পাৰ্থক্য(difference) দুটাৰ বাহিৰে, ক’ড দুটা যথেষ্ট একে(similar) |
| 06:26 | 'Save (ছেভ)ত টিপক |
| 06:28 | অনুগ্ৰহ কৰি মন কৰিব যে ফাইলটো .cpp extension(এষ্টেনচন) ৰে ছেভ কৰাটো প্ৰয়োজনীয় |
| 06:32 | মই মোৰ ফাইলটো relational.cpp হিচাবে ছেভ কৰিছো |
| 06:37 | আহক ক’ডটো কম্পাইল( compile) কৰো |
| 06:39 | তাৰমিনেল খোলক আৰু g++ relational.cpp space minus o space rel1 লিখক |
| 06:50 | কাৰ্যকৰী( execute) কৰিবলৈ লিখক './ rel1, এন্টাৰ টিপক |
| 06:56 | মই aৰ বাবে 8 আৰু b ৰ বাবে 3 এন্টাৰ কৰিছো |
| 07:00 | আউতপুত( output)টো দেখুৱাব যে: |
| 07:02 | আমি দেখিছো যে আউতপুত( output)টো C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে. |
| 07:07 | এতিয়া আমি এটা ভূল( error) চাম যিটো আমি সচৰাচৰ পাই আহিছো. |
| 07:10 | প্ৰোগ্ৰামটোলৈ ঘূৰি আহো |
| 07:13 | ধৰাহ’ল আমি ইয়াত দুটা সমান চিহ্ন( double equal to sign)এটা সমান চিহ্ন( equal)ৰে সলনি( replace) কৰিলো |
| 07:19 | 'Save (ছেভ)ত টিপক |
| 07:21 | তাৰ্মিনেল( terminal)লৈ ঘূৰি আহক |
| 07:23 | আগৰ দৰে ক’ম্পাইল( Compile) আৰু কাৰ্যকৰী( execute) কৰক. |
| 07:33 | ইয়াত আমি দেখিছো 3 is equal to 3 বুলি দেখাইছে(show) |
| 07:37 | আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহো |
| 07:40 | এইটো এইকাৰণেই যে ইয়াত আমাৰ ওচৰত এটা এচাইনমেন্ত অপাৰেটৰ(assignment operator) আছে. |
| 07:43 | সেয়ে bৰ মান aত জমা(assigne) হব |
| 07:46 | এতিয়া আহঁক আমি ভুল( error)টো ঠিক কৰো |
| 07:49 | এটা সমান চিহ্ন(equal to sign) লিখক |
| 07:51 | 'Save (ছেভ)ত টিপক |
| 07:54 | তাৰ্মিনেল( terminal)লৈ উভতি আহো |
| 07:56 | আগৰ দৰে কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰো |
| 08:04 | এতিয়া আউতপুত( output)টো শুদ্ধ(correct) হৈছে |
| 08:06 | আহক টিউটৰিয়েল( tutorial)ৰ মূলভাব( summarize) চাওঁ. |
| 08:08 | এই টিউটৰিয়েল( tutorial)ত, আমি শিকিলো |
| 08:10 | ৰিলেচনেল অপাৰেতৰচ (Relational operators) যেনে |
| 08:12 | লেচ দেন( Less than) : উদাহৰণ a < b |
| 08:14 | গ্ৰেটাৰ দেন(Greater than) :উদাহৰণ a > b |
| 08:17 | লেচ দেন( Less than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a <= b |
| 08:22 | গ্ৰেটাৰ দেন(Greater than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a >= b |
| 08:27 | ইকুৱেল তু(equal to) :উদাহৰণ a==b |
| 08:29 | নট ইকুৱেল তু( Not equal to) :
উদাহৰণ a != b |
| 08:34 | অনুশিলনী( assignment) হিচাবে |
| 08:35 | এটা প্ৰোগ্ৰাম লিখক যি তিনিটা ছাত্ৰ (student)ৰ নম্বৰ(marks) ইনপুত( input) হিচাবে লয়. |
| 08:39 | নম্বৰসমূহ তুলনা( Compare) কৰক চাবলৈ যে কোনজন ছাত্ৰ(student)ই সৰ্বোচ্চ(highest) পাইছে |
| 08:43 | লগতে পৰীক্ষা( Check) কৰক যে দুই বা ততোধিক ছাত্ৰ(student)ই সমান নম্বৰ( marks) পাইছে নেকি |
| 08:48 | এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব |
| 08:51 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
| 08:54 | আপোনাৰ যদি বেণ্ডউইথ (bandwidth) ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download) কৰি চাওঁক |
| 08:58 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে |
| 09:00 | স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে |
| 09:03 | অনলাইন পৰীক্ষাত( online test) উত্তীৰ্ন সকলক প্ৰমানপত্ৰ( certificates) দিয়ে |
| 09:06 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক
|
| 09:14 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয় |
| 09:18 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে |
| 09:24 | ইয়াৰ বিষয়ে অধিক দেখা পাব |
| 09:27 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
| 09:34 | মই কৃষ্ণ কমল দুৱৰা
উপভোগ কৰাৰ বাবে ধন্যবাদ । |