Java-Business-Application/C2/Java-servlets-and-JSPs/Assamese
From Script | Spoken-Tutorial
Java-Business-Application/C2/Java-servlets-and-JSPs/English-timed
Time | |
00.01 | জাভা চাৰ্ভলেট আৰু JSPৰ স্পৌকেন টিওটৰিয়েললৈ স্বাগতম |
00.06 | এই টিওটৰিয়েলত আমি শিকিম |
00.09 | ৱেব চাৰ্ভাৰ |
00.10 | ৱেব ক'ন্টেইনাৰ |
00.12 | আমি এটা সৰল জাভা চাৰ্ভলেট আৰু JSP সৃষ্টি কৰিবলৈ শিকিম |
00.18 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
00.20 | ""উবুন্তু ভাৰ্চন 12.04"" |
00.23 | নেটবীন্চ IDE 7.3 |
00.27 | JDK 1.7 |
00.29 | ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 21.0 |
00.33 | নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে । |
00.37 | এই টিউটৰিয়েল বুজিবলৈ, আপুনাৰ |
00.41 | Netbeans IDE ব্যৱহাৰ কৰি Core Java |
00.45 | HTMLৰ সামান্য জ্ঞান থকা উচিত । |
00.47 | যদিহে নাই, তেন্তে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক । |
00.52 | চাৰ্ভলেট আৰু JSPলৈ যোৱা আগতে প্ৰথমে আমি ৱেব চাৰ্ভাৰ বিষয়ে বুজো আহক |
00.58 | ৱেব চাৰ্ভাৰ হৈছে এটা চিস্টেম যাৰ সহায়ত ইন্টাৰনেটৰ দ্বাৰা ব্যৱহাৰকাৰীক বিষয়বস্তু প্ৰদান কৰা হয় |
01.05 | ইয়াক ইন্টাৰনেট চাৰ্ভাৰ বোলা হয় |
01.10 | ৱেব ক'ন্টেইনাৰ এটা ৱেব চাৰ্ভাৰৰ অংগ হয় যিটোৱে জাভা চাৰ্ভলেটৰ লগত ভাব বিনিময় কৰে |
01.18 | ইয়াক চাৰ্ভলেট ক'ন্টেইনাৰ বুলিয়ো জনা যায় |
01.22 | চাৰ্ভলেট ক'ন্টেইনাৰে চাৰ্ভলেট সমূহক তাৰ ভিতৰত এক্সিকিউত হ'বলৈ অনুমতি দিয়ে |
01.28 | এতিয়া এটা সৰল চাৰ্ভলেট লিখিবলৈ শিকো আহক |
01.32 | নেটবীন্চ IDEলৈ যাও আহক |
01.35 | IDEৰ বাও হাতে থকা প্ৰজেক্ট টেবত ক্লিক কৰিব |
01.40 | আগতে আমি MyFirstProject বুলি এটা সৰল প্ৰজেক্ট সৃষ্টি কৰিছিলো |
01.46 | ইয়াত সেইটো IDEৰ বাও হাতে দেখা পাব |
01.50 | এই প্ৰজেক্টৰ ভিতৰত এটা সৰল চাৰ্ভলেট সৃষ্টি কৰো আহক |
01.55 | MyFirstProjectত ৰাইট ক্লিক কৰিব |
01.59 | Newলৈ যাব আৰু Servletsত ক্লিক কৰিব |
02.03 | এটা নতুন চাৰ্ভলেট ৱিনড' খোল খাব |
02.05 | ক্লাছৰ নামটো MyServlet বুলি টাইপ কৰিব |
02.09 | পেকেজৰ নামটো org.spokentutorial বুলি টাইপ কৰিব |
02.16 | তাৰ পাছত নেক্সট ত ক্লিক কৰিব |
02.18 | Add information to deployment descriptor (web.xml) ত ক্লিক কৰিব |
02.23 | আমি দেখা পাম যে ক্লাছৰ নামটো org.spokentutorial.MyServlet হয় |
02.30 | আমি দেখা পাম যে চাৰ্ভলেটৰ নামটো ক্লাছৰ নামৰ সৈতে একেই যিটো হৈছে MyServlet |
02.37 | মন কৰিব যে URLৰ পেটাৰ্ণটো ক্লাছৰ নামৰ সৈতে একেই অৰ্থাৎ MyServlet |
02.45 | আমি ইয়াক MyServletPathলৈ সলনি কৰিব পাৰো |
02.50 | তাৰ পাছত Finishত ক্লিক কৰিব |
02.53 | Source Editor ৱিনড'ত IDEয়ে MyServlet.javaৰ বাবে সৃষ্টি কৰা চৌৰ্স ক'ড খিনি দেখা পাম |
03.01 | MyServlet.java ফাইল খন org.spokentutorial পেকেজত সৃষ্টি হৈ থকা পাম |
03.09 | মন কৰিব যে এটা চাৰ্ভলেট যিকোনো আন এটা জাভা ক্লাছৰ সৈতে একেই |
03.14 | চাৰ্ভলেটৰ মাথো মেইন মেঠদ নাথাকে |
03.19 | এতিয়া Glassfish চাৰ্ভাৰৰ বিষয়ে শিকো আহক |
03.24 | চাৰ্ভলেট ক'ন্টেইনাৰত এটা চাৰ্ভলেট প্ৰস্তুত কৰোৱা হয় |
03.28 | আমি চাৰ্ভাৰ হিচাপে Glassfish ব্যৱহাৰ কৰিছো |
03.32 | এটা চাৰ্ভলেট ক'ন্টেইনাৰ Glassfishৰ অংগ হয় যিটোৱে চাৰ্ভলেটৰ লগত ভাব বিনিময় কৰে |
03.39 | এতিয়া নেটবীন্চ IDEলৈ যাও আহক |
03.42 | মন কৰিব যে MyServletয়ে HttpServletক বহলাই দিয়ে |
03.48 | ক'ডৰ তল ভাগত আমি HttpServlet মেঠদ দেখা পাম |
03.54 | এই মেঠদ সমূহ চাবলৈ বাও ফালে থকা যোগ চিহ্নত ক্লিক কৰিব |
03.59 | আমি এই সমূহ মেঠদ দেখা পাম - doGet, doPost আৰু getServletInfo মেঠদ |
04.09 | এই মেঠদ সমূহ প্ৰত্যাখ্যান কৰিব পাৰো |
04.12 | ওপৰত processRequest বুলি আন এটা মেঠদ দেখা পাব |
04.18 | ভুল বুজাবুজি আতঁৰাবলৈ আমি processRequest দিলিট কৰিম আৰু getServletInfo মেঠদ ব্যৱহাৰ কৰিম |
04.25 | আমাৰ হাতত দুটা মেঠদ আছে doGet আৰু doPost |
04.31 | এতিয়াৰ বাবে আমি doGet মেঠদ চাও আহক |
04.35 | এটা সৰল URL ৰিকোৱেষ্টৰ বাবে doGet মেঠদ ব্যৱহাৰ কৰা হয় |
04.41 | তাৰ বাবে আমি doGet মেঠদৰ অন্তৰ্গত কিছুমান ক'ড লিখিম |
04.45 | processRequest মেঠদ আমি আগতেই দিলিট কৰিলো |
04.49 | তাৰ বাবে processRequest মেঠদৰ মেঠদ কল আতঁৰাব লাগিব |
04.54 | ইয়াক doPost মেঠদৰ পৰা আতঁৰাব লাগিব |
04.58 | এতিয়া doGet মেঠদলৈ আহক |
05.01 | আমি দেখা পাম যে doGet মেঠদলৈ দুটা পাৰামিটাৰ পাছ কৰা হৈছে |
05.07 | এটা হৈছে ৰিকোৱেষ্ট আৰু আনটো হৈছে response অবজেক্ট |
05.12 | আৰু মন কৰিব যে ৰিকোৱেষ্টো HttpServletRequest ধৰণৰ |
05.18 | আৰু response অবজেক্টো HttpServletResponse ধৰণৰ |
05.22 | ক্লায়েন্টলৈ HTML response পথাবলৈ আমি response অবজেক্ট ব্যৱহাৰ কৰিম |
05.30 | তাৰ বাবে আমি PrintWriter অবজেক্ট এটা সৃষ্টি কৰিব লাগিব |
05.35 | মন কৰিব যে PrintWriter ক্লাছটো আগতে আমদানি কৰা হৈছে |
05.40 | সেইবাবে doGet মেঠদৰ অন্তৰ্গত টাইপ কৰিব PrintWriter space writer equal to response dot getWriter open আৰু close brackets semicolon |
05.57 | এন্টাৰ প্ৰেছ কৰিব |
05.59 | পাছৰ শাৰীত টাইপ কৰিব |
06.02 | writer dot println within brackets আৰু double quotes welcome |
06.09 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl S প্ৰেছ কৰিব |
06.14 | এতিয়া চাৰ্ভলেট ৰাণ কৰো আহক |
06.17 | প্ৰজেক্ট টেবৰ বাও হাতে MyServlet.javaত ৰাইট ক্লিক কৰিব |
06.24 | তাৰ পাছত Run Fileত ক্লিক কৰিব |
06.27 | Set Servlet Execution URI বুলি আমি এটা দাইলগ বক্স পাম |
06.32 | ক্লিক কৰিব OKত |
06.35 | যেতিয়া ব্ৰাউচাৰ ৱিনড' খোল খাব URLলৈ মন কৰিব |
06.39 | ই হৈছে localhost colon 8080 slash MyFirstProject slash MyServletPath |
06.47 | ইয়াত MyFirstProject হৈছে context name আৰু আমি নিৰ্ধাৰণ কৰা MyServletPath হৈছে URL পেটাৰ্ণ |
06.55 | আমি ব্ৰাউচাৰত welcome প্ৰীন্ট হোৱা দেখা পাম |
07.00 | এতিয়া নেটবীন্চ IDE লৈ যাও আহক |
07.03 | println মেঠদত আমি html ক'ড পাচ কৰিব পাৰিম |
07.07 | উদাহৰণ স্বৰুপে h3 টেগত welcome লিখি দিব |
07.12 | এতিয়া ফাইল সংৰক্ষণ কৰিব |
07.14 | যিহেতু আমি এই চাৰ্ভলেটটো আগতে প্ৰস্তুত কৰিছো ইয়াক আকৌ ৰাণ কৰিব নালাগে |
07.20 | ৱেব ক'ন্টেইনাৰে ইয়াক নিজাকৈ ধৰা পেলাব |
07.23 | সেইবাবে আমি ব্ৰাউচাৰলৈ ঘূৰি যাব পাৰো |
07.27 | ৰিফ্ৰেচ |
07.28 | এটা বেলেগ ফৰ্মেটত আমি Welcome বুলি বাৰ্তা পাম |
07.32 | এতিয়া IDE লৈ ঘূৰি আহক |
07.35 | আমি সফলতাৰে এটা চাৰ্ভলেট সৃষ্টি কৰিলো |
07.39 | চাৰ্ভলেট ব্যৱহাৰ কৰি আমি যিকোনো ধৰণৰ ৱেব এপ্পলিকেচন সৃষ্টি কৰিব পাৰিম |
07.45 | আমি ইয়াত HTML ক'ড প্ৰদৰ্শন কৰিবলৈ চাৰ্ভলেট ব্যৱহাৰ কৰিলো |
07.49 | মন কৰিব যে জাভা ক'ডৰ অন্তৰ্গত HTML ক'ড আছে |
07.54 | যদিও এই কাৰ্য্য কৰিব পাৰি তথাপিও ডাঙৰ ৱেব এপ্পলিকেচনৰ বাবে ই সুবিধাজনক নহয় |
08.00 | সেইবাবে এনে কৰিবলৈ উৎসাহ দিয়া নহয় |
08.03 | JSP (Java Server Pages) ব্যৱহাৰ কৰি ইয়াক সলনি কৰিলে ভাল হ''ব' |
08.10 | আমি চাৰ্ভলেট আৰু jsp ব্যৱহাৰ কৰিবলৈ শিকো আহক |
08.13 | বিষয়বস্তুৰ পৰা প্ৰেচেন্টেচন পৃথক কৰিবলৈ চাৰ্ভলেট আৰু JSP একেলগে ব্যৱহাৰ কৰা হয় |
08.20 | চাৰ্ভলেট সমূহে কন্ট্ৰলাৰ হিচাপে কাম কৰে আৰু JSPয়ে দৰ্শনৰ |
08.25 | চাৰ্ভলেট সমূহৰ জাভা ক'ডৰ অন্তৰ্গত HTML ক'ড থাকে |
08.30 | JSPত HTML ক'ডৰ অন্তৰ্গত জাভা ক'ড থাকে |
08.35 | এই বিষয়ে আমি আগন্তুক টিওটৰিয়েলত শিকিম |
08.39 | এতিয়া নেটবীন্চ IDEলৈ যাও আহক |
08.42 | এতিয়া আমি এখন সৰল JSP পাঠ সৃষ্টি কৰিম |
08.47 | তাৰ বাবে MyFirstProjectত ৰাইট ক্লিক কৰিব |
08.50 | New লৈ যাব |
08.51 | আৰু JSPত ক্লিক কৰিব |
08.54 | এখন নতুন JSP ৱিনড' খোল খাব |
08.57 | ফাইলৰ নাম welcome বুলি টাইপ কৰিব |
09.01 | আৰু তাৰ পাছত Finishত ক্লিক কৰিব |
09.04 | বাও হাতে থকা প্ৰজেক্ট টেবত ক্লিক কৰিব |
09.07 | ৱেব Pages ফ''ল্দাৰৰ অন্তৰ্গত' Welcome.jsp ফাইল খন দেখা পাম |
09.13 | এতিয়া, এডিটৰত Hello World Welcome লৈ সলনি কৰো আহক |
09.19 | মন কৰিব যে Welcome, h1 টেগৰ অন্তৰ্গত |
09.23 | এতিয়া ফাইল সংৰক্ষণ কৰিব |
09.25 | ব্ৰাউচাৰলৈ ঘূৰি আহিব |
09.27 | Urlত, MyFirstProject slashৰ পাছত টাইপ কৰিব welcome.jsp |
09.35 | আমি আওতপুতত Welcome দেখা পাম |
09.38 | সেইবাবে প্ৰেচেন্টেচনৰ বাবে jsp ব্যৱহাৰ কৰা হয় |
09.42 | সাৰাংশ বৰ্ণনা কৰো আহক |
09.44 | এই টিওটৰিয়েলত আমি শিকিলো |
09.47 | ৱেব চাৰ্ভাৰ আৰু ৱেব ক'ন্টেইনাৰ |
09.49 | এটা সৰল চাৰ্ভলেট সৃষ্টি কৰিবলৈ |
09.52 | এটা সৰল jsp সৃষ্টি কৰিবলৈ |
09.55 | অনুগ্ৰহ কৰি এই টিওটৰিয়েল সম্পূৰ্ণ কৰি আগবাঢ়িব |
10.01 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
10.04 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
10.08 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
10.13 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
10.15 | স্পৌকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
10.19 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10.22 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
10.28 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
10.32 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
10.40 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro |
10.50 | Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে |
11.00 | তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে । |
11.04 | এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ । |