Java-Business-Application/C2/Creating-a-Java-web-project/Assamese
From Script | Spoken-Tutorial
Java-Business-Application/C2/Creating-a-Java-web-project/English-timed
|
|
00.00 | Creating a Java Web Projectৰ স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম |
00.06 | এই টিউটৰিয়েলত আমি শিকিম |
00.09 | এটা জাভা ৱেব প্ৰজেক্ট সৃষ্টি কৰিবলৈ |
00.12 | দেপ্লইমেন্ট দেস্ক্ৰীপ্তৰ ৰ বিষয়ে |
00.15 | web.xml ফাইলৰ বিষয়ে |
00.19 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
00.20 | ""উবুন্তু ভাৰ্চন 12.04"" |
00.23 | নেটবীন্চ IDE 7.3 |
00.26 | JDK 1.7 |
00.28 | ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 21.0 |
00.32 | নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে । |
00.35 | এই টিউটৰিয়েল বুজিবলৈ, আপুনাৰ |
00.39 | Netbeans IDE আৰু HTMLব্যৱহাৰৰ দ্ৱাৰা |
00.42 | Core Java ৰ সামান্য জ্ঞান থকা উচিত । |
00.44 | যদিহে নাই, তেন্তে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক । |
00.50 | Netbeans IDE ব্যৱহাৰ কৰি এটা সৰল জাভা ৱেব প্ৰজেক্ট সৃষ্টি কৰিবলৈ শিকো আহক |
00.56 | তাৰ বাবে আমি Netbeans IDE লৈ যাও আহক |
01.01 | IDEৰ ওপৰৰ বাওঁ ফালে থকা ফাইলত ক্লিক কৰি New Projectত ক্লিক কৰিব |
01.08 | এখন নতুন প্ৰজেক্ট ৱিন্দৱ মেল খাব |
01.12 | শ্ৰেণী সমূহৰ পৰা জাভা ৱেব চিলেক্ট কৰি প্ৰজেক্টৰ পৰা ৱেব এপ্পলিকেচন চিলেক্ট কৰিব |
01.18 | তাৰ পাছত নেক্সট ক্লিক কৰিব |
01.20 | তাৰ পাছত যিখন ৱিন্দৱ মেল খাব |
01.23 | প্ৰজেক্টৰ নাম MyFirstProject বুলি টাইপ কৰিব |
01.27 | প্ৰজেক্টৰ স্হান আৰু ফলদাৰ যি দৰে আছে থাকিব দিয়ক |
01.31 | তাৰ পাছত Nextত ক্লিক কৰিব |
01.35 | চাৰ্ভাৰ হিচাপে GlassFish server বাচি ল’ব |
01.39 | মন কৰিব যে ইয়াত Context Path হৈছে MyFirstProject, যিটো আমাৰ প্ৰজেক্টৰ নামৰ সৈতে একেই |
01.47 | এই বিষয়ে আমি বহলাই পঢ়িম |
01.50 | এতিয়া Nextত ক্লিক কৰিব আৰু তাৰ পাছত Finishত |
01.55 | Projects টেবত ক্লিক কৰিব |
01.58 | ইয়াত আমি My First Project বুলি এটা ৱেব এপ্লিকেচন আৰু লগতে বহুকেইটা বীভিন্ন ন’দ দেখা পাম । |
02.08 | আমি এই ন’দ সমূহৰ বিষয়ে চিন্তা নকৰো |
02.11 | ইয়াত কি আছে চাও আহক |
02.16 | Deployment Descriptor কি হয় জানিবলৈ চেষ্টা কৰো আহক |
02.21 | এটা ৱেব এপ্লিকেচনৰ Deployment Descriptorয়ে : |
02.25 | ক্লাছ, সম্পদ(resources ) আৰু এপ্লিকেচনৰ (configuration )বহিৰ্গঠন আৰু |
02.31 | কিদৰে ৱেব চাৰ্ভাৰে এইখিনি ব্যৱহাৰ কৰি ৱেব ৰিকোৱেষ্ট সমূহ পৰিৱেশন কৰে আদি বুজাবলৈ চেষ্টা কৰে |
02.37 | এপ্লিকেচনৰ বাবে ৱেব চাৰ্ভাৰে এটা ৰিকোৱেষ্ট পাবলৈ সক্ষম হয় |
02.42 | ই deployment descriptor ব্যৱহাৰ কৰি ৰিকোৱেষ্টৰ URL মেপ কৰে |
02.48 | ই URLটো ৰিকোৱেষ্ট পৰিচালনা কৰিব পৰা ক’দ খিনিলৈ মেপ কৰি দিয়ে |
02.52 | web.xml বোলা ফাইল এটা হৈছে deployment descriptor |
02.57 | এতিয়া IDE লৈ ঘূৰি আহক |
03.00 | ইয়াত থকা ন’দ সমূহৰ ভিতৰত web.xml বোলা ফাইলটো বিচাৰি পোৱা নাযায় |
03.07 | ইয়াক বিচাৰিবলৈ IDE ৰ ওপৰৰ বাওঁ ফালে থকা ফাইলত ক্লিক কৰিব আৰু তাৰ পাছত নিউ ফাইলত |
03.16 | বীভিন্ন শ্ৰেণীৰ পৰা ৱেব বাচি ল’ব |
03.19 | আৰু ফাইল টাইপৰ পৰা Standard Deployment Descriptor(web.xml) বাচি ল’ব |
03.25 | তাৰ পাছত Nextত ক্লিক কৰিব |
03.27 | আৰু ক্লিক কৰিব Finishত |
03.30 | IDEৰ বাও ফালে থকা ফাইল টেবত ক্লিক কৰিব |
03.34 | ৱেব ন’দৰ WEB-INF ফ’ল্দাৰৰ ভিতৰত web.xml ফাইল পোৱা যাব |
03.42 | আপুনি এতিয়া Source ক’দ খিনি দেখা পাব |
03.46 | ইয়াত এটা xml হেদাৰ আছে |
03.50 | আমি এটা ৱেব-এপ্প ন’দ দেখা পাম |
03.53 | এতিয়া আমি এপ্পলিকেচনটো ৰাণ কৰাবলৈ চেষ্টা কৰিম |
03.57 | MyFirstProjectত ৰাইট ক্লিক কৰিব |
04.02 | Clean and Buildত ক্লিক কৰিব |
04.04 | এনে কৰিলে আগৰ কম্পাইল হৈ থকা ফাইল আৰু বীভিন্ন আওতপুত সমূহ আতঁৰাই দিয়ে |
04.10 | ই এপ্পলিকেচনটো পুনৰ কম্পাইল কৰিব |
04.14 | MyFirstProjectত ৰাইট ক্লিক কৰিব আৰু তাৰ পাছত ৰাণত ক্লিক কৰিব |
04.20 | চাৰ্ভাৰ আৰম্ভ হোৱাৰ পাছত My first Project ৰাণ হৈছে |
04.27 | Hello World বুলি এখন ব্ৰাউচাৰ ৱিনড’ত প্ৰদৰ্শন হ’ব । |
04.32 | আমি যেতিয়া প্ৰজেক্টটি ৰাণ কৰিম, ৱেব এপ্পলিকেচনটিয়ে আমি দেখা পাঠ খন অনুবাদ কৰে । |
04.39 | পাঠ খন অনুবাদ কৰা URLটি লৈ মন কৰিব |
04.44 | ই হৈছে localhost : 8080/MyFirstProject |
04.49 | আমি যেতিয়া MyFirstProject ৰাণ কৰিম তেতিয়া এখন JSP পাঠত HelloWorld! বুলি প্ৰদৰ্শিত হ’ব |
04.57 | এতিয়া IDE লৈ ঘূৰি আহক |
05.00 | মন কৰিব WEB-INF ফ’ল্দাৰৰ ভিতৰত index . jsp বোলা এটা ফাইল থাকিব |
05.07 | index.jspত দুবাৰ ক্লিক কৰিব |
05.10 | আমি ইয়াত এই ক’দ খিনিৰ উৎস দেখা পাম |
05.12 | ই এটা HTML টেগ থকা সৰল JSP পাঠ |
05.17 | ইয়াৰ শিৰোনামা হৈছে JSP Page আৰু ইয়াৰ শীৰ্ষ হৈছে Hello World |
05.24 | ৱেব এপ্পলিকেচনটো ৰাণ কৰিলে চাৰ্ভাৰে index.jsp ফাইল খন যোগান ধৰে |
05.30 | মনত পেলাব যে আগতে আমি ContextPath বুলি এটা বিষয়ে পঢ়ি আহিছো |
05.36 | আমি ContextPathটি MyFirstProject হিচাপে ধাৰ্য্য কৰি থৈছো |
05.41 | এতিয়া ব্ৰাউচাৰলৈ ঘূৰি যাও আহক |
05.44 | URLটি টাইপ কৰিব localhost: 8080 বুলি আৰু এন্টাৰ প্ৰেছ কৰিব |
05.50 | আমি Glassfish serverৰ হ’ম স্ক্ৰীণ দেখা পাম |
05.56 | এইটো মেচিনৰ 8080 হৈছে দিফ’ল্ট পথ য’ত চাৰ্ভাৰ চলিব |
06.01 | উদাহৰণ স্বৰূপে এই Glassfish serverত বহু এপ্পলিকেচন চলি থাকিব পাৰে |
06.08 | এটা নিৰ্দিষ্ট এপ্পলিকেচন চলাবলৈ, সেই এপ্পলিকেচনৰ নামটো URLত টাইপ কৰিব |
06.15 | সেই সময়ত প্ৰস্ত্তুত কৰা নিৰ্দিষ্ট এপ্পলিকেচনটো টাইপ কৰিব |
06.21 | তাৰ বাবে আমি টাইপ কৰিম slash MyFirstProject |
06.26 | আৰু এন্টাৰ প্ৰেছ কৰিব |
06.27 | স্ক্ৰীণত Hello World প্ৰদৰ্শিত হ’ব |
06.31 | সাৰাংশ বৰ্ণনা কৰো আহক |
06.32 | এই টিওটৰিয়েলত আমি শিকিলো |
06.35 | এটা সৰল Java Web প্ৰজেক্ট সৃষ্টি কৰিবলৈ |
06.38 | এটা ৱেব প্ৰজেক্ট এক্সিকিউত কৰিবলৈ |
06.41 | আৰু web.xml ফাইলৰ বিষয়ে |
06.44 | এই স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে |
06.46 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
06.50 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
06.54 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
06.58 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
07.00 | স্পৌকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
07.04 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
07.07 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
07.13 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
07.17 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
07.23 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব |
07.27 | http://spoken-tutorial.org/NMEICT-Intro |
07.34 | Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে |
07.44 | তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে । |
07.48 | এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ । |