LaTeX/C3/Feedback-diagram-with-Maths/Assamese

From Script | Spoken-Tutorial
Revision as of 10:41, 13 October 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
0:00 Xfig-অত mathematics embeddingৰ কথন প্ৰশিক্ষনলৈ স্বগতম
0:05 এই প্ৰশিক্ষনত, মই, কেনেকই এই ফিগাৰটো প্ৰস্তত কৰে তাৰ উপৰত বাখয়া আগবৰহাম
0:11 দ্বীতিয় বল্কটোত অন্ক উকটিবোৰ (mathematical expression) লক্ষয় কৰক
0:16 এই প্ৰশিক্ষন suwarলোৱাৰ পিছত আপােনি যিকোনো অন্ক উকটিবোৰ প্ৰকাশভগনিক (embed) কৰিব পাৰিব
0:23 আমি "Feedback diagrams through X fig” অৰ কথন প্ৰশিক্ষনt প্ৰস্তত কৰা figureটোৰ পৰা আৰম্ভ হয় kori purbo (pasor) slidat figure eta toiyar korim
0:36 এইটো শিকাৰ আগত আপোনি সেই প্ৰশিক্ষনটো শিকা (লোৱা) উচিত
0:42 আপোনাক এই প্ৰশিক্ষন খিকাবলৈ প্ৰয়োজন হোৱা সকলৱাবোৰ শিখনিটো (material) মোক কব দিয়ক
0:48 মই X fig , version 3.2 patch level 5 টো ৱয়বহাৰ কৰিম
0:52 আপোনাক latex প্ৰয়োজন হব আৰু ইয়াৰ সৈতে আটমিয়তা লাগিব
0:56 আপোনাক image cropping softwareটো লাগিব
1:01 pdfcrop এ Linux আৰু Mac OS X ট কাম কৰে. আমি এই প্ৰশিক্ষনত সেইতোউ dekhuam (খনগোৰি লম)
1:09 Windowsট Briss উ কাৰজকৰি হই, কিন্ত এই প্ৰশিক্ষনত dekhua (খনগোৰি লোৱা) নাই
1:15 Xfig টােলই যাউ
1:19 file টো বাচি laokলোৱা, টাৰ পাছত খোলা
1:26 যদি আমি listখনৰ মাজেৰে scroll কৰো আমি “Feedback Diagrams through Xfig” কথন প্ৰশিক্ষন t প্ৰস্তত কৰা “feedback.fig”file টো দেখা পাম, ইয়াত click কৰক
1:42 আমি এই box টোৰ ভিতৰত এই figure টো দেখিম
1:45 এইটোk খোলো
1:53 এইটোক ভিতৰলৈ আনি লোৱা jauk
2:01 এইটোক zoom উ কৰাkoru
2:05 file অত save as bikalpaটো ৱয়বহাৰ কৰি আমি এই figureটো maths বোলি sangrakhan(ৰাখি) kori থম
2:20 এইটোক খন্গৰক্ষন কৰি থউ
2:24 আমাৰ usorotএটিয়া file maths.fig আছে
2:27 “Edit টো বাচি লোৱা louk আৰু Plant লেখaটোত click কৰা korok
2:34 মোক মাউচটো ইয়ালৈ আনিব দিয়া. মোক এইটো delete কৰিব দিয়া আৰু $G(z) = \frac z{z-1}$ অন্তৰ্ভুত্ত কৰিব দিয়া
2:50 নিস্চিত হৈ লব যাতে যেতিয়া jeলিখাr smayat মাউচটো বক্চটোৰ ভিতৰত থাকে
2:56 "Flag”অৰ চয়নত্রিয়া মুলয় টো হল “normal” ইয়াক “special” লৈ প্ৰৰিৱত্তন কৰা
3:01 “done” অত কিল্ক কৰা
3:07 জিহেটো লিখোতে দিঘল hoi,এইটো অনয় bur r উপৰত upora উপৰী হই জাব
3:12 Likha kihini boxtur bahirat loi jau aru iyar soite kaam koru
3:23 মোক ইয়াত কিল্ক কৰিব দিয়া
3:26 মোক grid mode টো বাচি লব দিয়া
3:31 আামি iyate bisoraইয়াতো বিচাৰো জিকোনো প্ৰৰিৱত্তনৰ সৈতে এবাৰ সন্তূচত হোৱাৰ পিছত যিতো আমি ,আমি ইয়াক box টোt পুনৰ rakhiboকৰিব পাৰো 3:39 fileটো ৰাখি থোৱা
3:44 combined pdf and latex file বয়ৱহাৰ কৰি export কৰো
3:51 Export কৰো আহা ***
4:03 মই এটা ভুল হোৱা বাৰ্তা পাইচাে.কিন্ত ইয়াৰ বিষয়ে চিন্তা কৰিব নালাগে
4:11 মোক terminal লৈ জাব দিয়া
4:13 মই “ls -lrt” লিখিম
4:21 অামি file বোৰৰ এখন talika list পাম, ji একেবাৰে শেখৰ talika dekhuie
4:26 শেখৰ file দুটা হৈচে maths.pdf _t আৰু and maths.pdf
4:33 আমি “open maths.pdf” নি্ৰদেশটো দিউ আহা.
4:42 এইটো ভিতৰলৈ অনা যাউক
4:45 আমি mathematical expression টোৰ অবিহনে block diagramটো দেখা পাম
4:50 এইটো বন্দ কৰা
4:52 মই ইতিমধয় খুলি ৰাখা emacs editorঅত maths.pdf_t টো চাব দিয়াu
5:01 এইটো দিয়া, মােক খুলিব দিয়া
5:14 অনুগ্ৰহ কৰি মন কৰিবা জে তোমাৰ বয়ৱহাৰ কাৰনে emacs নাই.
5:17 তুমি জিতুতে সুবিধা পাউ সেইটো editorবয়ৱহাৰ কৰিব পাৰা
5:22 তুমি দেখা পাবা জে “picture” environment টো ৱয়বহাৰ কৰা হইচে
5:26 ই “includegraphics” অাৰু “color” packagesবো্ৰ বয়ৱহাৰ কৰে-আমি এইখিনি প্ৰয়োজনীতাৰ চোৱাছিতা কৰিবলৈ LaTeX অক কব লাগিব.
5:41 Atia aie tutoriat itimodhye toiyar hua maths-bp.tex filetu khulu
5:59 মই article class উ লইছো.
6:02 মই color আৰু graphicx packages বো্ৰো বয়ৱহাৰ কৰিছো জিবো্ৰৰ pdf_t t বয়ৱহাৰ হৈছিল যিতো তুমি এবাৰ দেখা পাইছা
6:15 মই জিহেতো প্ৃছতা নম্বৰ থাকাতো নিবিচাৰু সেয়ে মই khali একো নথকা pagestyle বিচাৰু.
6:20 শেষত মই maths.pdf_t fileটো অন্তৰভুক্ত কৰিব বিচাৰু
6: 27 আমি terminalঅত দিয়া “pdflatex maths-bp” নি্ৰদেশটো invoke কৰো আহা.
6:42 আমি maths-bp.pdf প্ৰষ্তুট কৰা ব্ৰতাটো পাম
6:48 আহক “open maths-bp.pdf” নি্ৰদেশ মতে খোলো
6:58 আমি বিচৰা fileটো আমি পাইছো.মোক এইটো zoom কৰিব দিয়া
7:07 এটিয়া জিহেটো আমি জানো জে mathematical expression বোৰে কাম কৰি আছে, আমি লিখাখিনি bloc টো ভিতৰলৈ নিউ আহা
7:30 save আৰু export কৰো আহা . এইটো ইতিমধয় আৱশয়কিয় ভাষাটোতে আছে.
7:38 warning টো dismiss কৰি দিয়ো আহা.
7:41 এইটো মোক পুনৰ compile কৰিব দিয়া
7:44 fileটো থকা pdf browser অত clickকৰাে আহা
7: 49 এটিয়া আমি জি ধাৰনা বিছাৰিছিলো সেইধৰে boxটোৰ ভিতৰত mathematical expressionবোৰ dekha পাম
7:56 আমি জদী special flag খন বাছি নলউ তেন্তে কি হয় চাউ আহা.
8:01 মােক ইয়ালৈ আহিব দিয়া
8:04 মোক লেখাটো পৰিৱত্তন কৰিব দিয়া “Special Flag” k to “normal” লৈ সলনি কৰা
8:25 File অত গই save কৰা .export কৰা
8:37 মোক compile কৰিব দিয়া. আকৌ ইয়ালৗ আহিব দিয়া.
8:41 আামি বিচৰা মতে formulaটো আৰু নাই
8:46 “special flag” k পুনৰ “special” লই পৰিৱত্তন কৰা.
9:03 Save কৰা আৰু export কৰা
9:12 পুনৰ compile কৰা.চাবা জাতে fileটো আমি বিবৰা গথনটোত আছে
9:18 এই formulaটোৰakar অৱয়বটো (appearance) কিছু উন্নত কৰা যাউক
9:22 এই খেত্ৰত dfrac অৰ ৱয়বহাৰ e fraction টো rakarঅৱয়বটো বেছি ভাল দেখুৱাব
9:28 এইটোলৈ লক্ষৗ ৰাখি frac k to dfracলৌ সলনি কৰো আহা
9:38 ইয়াত কিল্ক কৰা. mouseটো boxটোৰ ভিতৰত ৰাখি থবা
9:43 ইয়াত d বহুৱা. সমপুন্ন হল. Save কৰা export কৰা
9:52 “pdflatex” ৱয়বহাৰ কৰি মোক আকৌ এবাৰ compile কৰি দিয়া.
10:03 আমি “Undefined control sequence” \dfrac বোলি ভূল হুৱা ৱাত্তা পাম
10:11 LaTeX এ অভিযোগ কৰিব কাৰনে \dfrac commandটো “Amsmath” packageতোতে আছে কিন্ত আমি এইটোk অন্তৰভুত্ত নকৰিলো
10:21 আমি এইটোক maths-bp.tex fileটোত অন্তৰভুত্ত কৰিব লাগিব
10:27 এইটো কৰা যাউক.emacs লই জাউ বলা
10:35 “\usepackage{amsmath}” Enter টিপক
10:41 fileটো ৰাখি থুৱা যাউক.আকৌ এবাৰ compile কৰো আহা.প্ৰথমে বাহিৰলৈ জোৱা.
10:49 এতিয়া মোক পুনৰ compile কৰিব দিয়া. এতিয়া এইটো compile খনকলিত হল এইটোত কিল্ক কৰা যাউক
10:59 আমি এতিয়া দেখিম যে fractionটো ধুনীয়াকৈ উলাইছে
11:03 আমি এতিয়া অামাৰ উদ্দেশ্য Xfigঅত কেনেকৈ খঙখিক প্ৰকাশবোৰ (mathematical expressions) স্থাপিত কৰা হয়, সেইতো শিকিলো palu
11:11 এইতো মনত ৰখা উচিত যে Xfigয়ে LaTeX commandবোৰ মোথেই বোজাই নিদিয়ে
11:16 বয়খাখৰনটো “pdflatex” commandটোয়ে কৰে
11:20 খঙকলনৰ সময়ত LaTeX commandsবোৰ শুধ অাৰু বিশ্বাস যোগয় হব লাগিব
11:25 এতিয়া অামি figureটোr চাৰিউফালে থকা বগা খালি থাইখিনি কেনেকৈ অতৰাই, খিকিম
11:31 মোক terminalলই যাব দিয়া
11:33 “pdfcrop maths-bp.pdf” নিদেশটো লিখি দিয়া . এইটো “maths-out.pdf” অত toiyar কৰা file
11:53 Pdfcropএ এই fileটোত এটা প্ৰষ্টা লিখি থকাটো কব
11:57 "pdfcrop” এ এটা input file লব, figureটোৰ চাৰিউকাশৰ খালি থাইখিনি কমাই দিয়ে আৰু cropped কৰা file টো output fileটোত লিখি দিয়ে.
12:09 মোৰ systemটোত ইতিমধয় “pdfcrop” টো install কৰা হইছে
12:12 যদি তোমাৰ এইটো নাই তেন্তে তুমি এইটো প্ৰথমে install কৰিব লাগিব
12:15 আমি এই output file টো “open maths-out.pdf" নিদেশ দি চাউ আহা
12:15 "open maths-out.pdf" কমান্ডৰ দ্বাৰা আমি এই আউটপুট ফাইল দেখিব পাৰিম।
12:29 ইয়াক ভিতৰলৈ আনিম ।
12:31 চিত্রটি এতিয়া অত্যন্ত সৰু(কমপ্যাক্ট) হৈ গৈছে ।
12:34 খালি স্থান যিটো ইয়াত আছিল সম্পূর্ণ মুছি গল।
12:38 আমি এতিয়া এইটোক এই ডকুমেন্টসবোৰলৈ সন্নিবেশ কৰিব পাৰো।
12:42 এটোক বন্ধ কৰো. এইটোকোও বন্ধ কৰা যাওক । 

এইটোকোও বন্ধ কৰা যাওক ।  

12:52 স্লাইডলৈ উভতি আহো ।
12:57 খালি স্থান বোৰ অতৰুৱাবলৈও "briss" সফ্টওয়্যাৰটোউ বয়ৱহাৰ কৰিব পাৰে।
13:01 এইটো লিনাক্স, Mac OS X আৰু উইন্ডোজটো কাম কৰে।
13:08 আমি Mac OS X -ত ইয়াৰ কাৰ্য বোৰ পৰীক্ষা কৰিছো. কিন্তু আমি এইটোক ইয়াত প্রদর্শন নকৰো ।
13:17 আমি ইয়াতে এই টিউটোৰিয়ালটোৰ শেষলৈ আহিলো
13:20 আমাৰ উচৰত আপনাৰ বাবে এটি কাৰ্য আছে । এই টিউটোৰিয়ালত তৈয়াৰ কৰা ছবিটো আৰো প্রতিসম আৰু সুন্দৰ কৰি তুলক ।
13:27 বিভিন্ন গাণিতিক ৰাশি ব্যবহাৰ কৰক ।
13:30 ফ্লিপ আৰু ৰোটেট নামেৰে অন্যান্য বিকল্পও ব্যবহাৰ কৰক যি এই টিউটোৰিয়ালত উল্লেখ কৰা হোৱা নাই।
13:36 বিভিন্ন চিত্র নির্মাণ কৰা চেষ্টা কৰক । library টো চাওক ।
13:41 ইন্টাৰনেটে অনুসন্ধান কৰক আৰু Xfig প্রাসঙ্গিক তথ্য সিনাক্ত কৰক ।
13:47 পড়াশোনাৰ বাবে দৰকাৰী তথ্য spoken tutorial.org-এ উপলব্ধ । এইটিো ইয়াত উপস্থিত ।
14:02 স্পকেন টিউটোৰিয়ালৰ ধাৰণা "what is spoken tutorial" –ত ব্যাখ্যা কৰা হৈছে ।
14:09 আপোনি ইয়াত উপলব্ধ স্পকেন টিউটোৰিয়েলৰ পৰা LaTeX শিকিব পাৰিব যি আমি অন্য এটা ট্যাবত ডাউনলোড কৰিছো।
14:19 Mathematical Typesetting টিউটোৰিয়ালত LaTeX-ত কিভাবে গাণিতিক ৰাশি লেখা যায় তাৰ ব্যাখ্যা কৰা আছে ।
14:29 টেবোল আৰু ফিগাৰস এৰ উপৰ এই টিউটোৰিয়েলে ব্যাখ্যা কৰিছে যে কিভাবে এই টিউটোৰিয়ালত তৈয়াৰ কৰা ফিগাৰস বা ছবিবোৰৰ ডকিউমেন্টত যুক্ত কৰা যায় ।
14:38 এই ওয়েবসাইটত Xfig টিউটোৰিয়াল সহ আৰু অনেক দৰকাৰী তথ্য পাব । স্লাইডলৈ উভতি আহক ।
14:53 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
15:03 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
15:12 আমি আপোনাৰ অংশগ্রহণ আৰু প্রতিক্রিয়া স্বাগত জনাইছো.
15:16 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Nancyvarkey