LaTeX/C3/Feedback-diagram-with-Maths/Assamese

From Script | Spoken-Tutorial
Revision as of 10:06, 13 October 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
0:00 Xfig-অত mathematics embeddingৰ কথন প্ৰশিক্ষনলৈ স্বগতম
0:05 এই প্ৰশিক্ষনত, মই, কেনেকই এই ফিগাৰটো প্ৰস্তত কৰে তাৰ উপৰত বাখয়া আগবৰহাম
0:11 দ্বীতিয় বল্কটোত অন্ক উকটিবোৰ (mathematical expression) লক্ষয় কৰক
0:16 এই প্ৰশিক্ষন suwarলোৱাৰ পিছত আপােনি যিকোনো অন্ক উকটিবোৰ প্ৰকাশভগনিক (embed) কৰিব পাৰিব
0:23 আমি "Feedback diagrams through X fig” অৰ কথন প্ৰশিক্ষনt প্ৰস্তত কৰা figureটোৰ পৰা আৰম্ভ হয় kori purbo (pasor) slidat figure eta toiyar korim
০:36
0:42 আপোনাক এই প্ৰশিক্ষন খিকাবলৈ প্ৰয়োজন হোৱা সকলৱাবোৰ শিখনিটো (material) মোক কব দিয়ক *****
0:48 মই X fig , version 3.2 patch level 5 টো ৱয়বহাৰ কৰিম
0:52 আপোনাক latex প্ৰয়োজন হব আৰু ইয়াৰ সৈতে আটমিয়তা লাগিব
0:56 আপোনাক image cropping softwareটো লাগিব
1:01 pdfcrop এ Linux আৰু Mac OS X ট কাম কৰে. আমি এই প্ৰশিক্ষনত সেইতোউ dekhuam (খনগোৰি লম)
1:09 Windowsট Briss উ কাৰজকৰি হই, কিন্ত এই প্ৰশিক্ষনত dekhua (খনগোৰি লোৱা) নাই
1:15 Xfig টােলই যাউ
1:19 file টো বাচি laokলোৱা, টাৰ পাছত খোলা
1:26 যদি আমি listখনৰ মাজেৰে scroll কৰো আমি “Feedback Diagrams through Xfig” কথন প্ৰশিক্ষন t প্ৰস্তত কৰা “feedback.fig”file টো দেখা পাম, ইয়াত click কৰক
1:42 আমি এই box টোৰ ভিতৰত এই figure টো দেখিম
1:45 এইটোk খোলো
1:53 এইটোক ভিতৰলৈ আনি লোৱা jauk
2:01 এইটোক zoom উ কৰাkoru
2:05 file অত save as bikalpaটো ৱয়বহাৰ কৰি আমি এই figureটো maths বোলি sangrakhan(ৰাখি) kori থম
2:20 এইটোক খন্গৰক্ষন কৰি থউ
2:24 আমাৰ usorotএটিয়া file maths.fig আছে
2:27 Let us select “Edit” and click the text “Plant”
2:34 Let me take the mouse here. Let me delete this and enter $G(z) = \frac z{z-1}$

মোক মাউচটো ইয়ালৈ আনিব দিয়া. মোক এইটো delete কৰিব দিয়া আৰু $G(z) = \frac z{z-1}$ অন্তৰ্ভুত্ত কৰিব দিয়া

2:50 Make sure that the mouse stays within the box while typing নিস্চিত হৈ লব যাতে যেতিয়া jeলিখাr smayat মাউচটো বক্চটোৰ ভিতৰত থাকে
2:56 The default value for “Flag” is “normal” - change it to “special”. “Flag”অৰ চয়নত্রিয়া মুলয় টো হল “normal” ইয়াক “special” লৈ প্ৰৰিৱত্তন কৰা
3:01 Click “done”
“done” অত কিল্ক কৰা
3:07 As the text is long, it overlaps with other entries জিহেটো লিখোতে দিঘল hoi,এইটো অনয় bur r উপৰত upora উপৰী হই জাব
3:12 Let us move the text outside the box and work with it.

Likha kihini boxtur bahirat loi jau aru iyar soite kaam koru

3:23 Let me click here. মোক ইয়াত কিল্ক কৰিব দিয়া
3:26 Let me choose grid mode.
3:31 Once we are satisfied with any changes that we may want here, we can put it back inside the box. আামি iyate bisoraইয়াতো বিচাৰো জিকোনো প্ৰৰিৱত্তনৰ সৈতে এবাৰ সন্তূচত হোৱাৰ পিছত যিতো আমি ,আমি ইয়াক box টোt পুনৰ rakhiboকৰিব পাৰো 3:39 Let us save the file. fileটো ৰাখি থোৱা
3:44 Let us export using combined pdf and latex files.

combined pdf and latex file বয়ৱহাৰ কৰি export কৰো

3:51 File Export. Combined pdf and LaTeX. Export কৰো আহা
4:03 There is an error message I get. But let us not worry about this. মই এটা ভুল হোৱা বাৰ্তা পাইচাে.কিন্ত ইয়াৰ বিষয়ে চিন্তা কৰিব নালাগে
4:11 Let me go to the terminal. মোক terminal লৈ জাব দিয়া
4:13 Let me type “ls -lrt” .মই “ls -lrt” লিখিম
4:21 We get a list of files, with the last one being the most recent অামি file বোৰৰ এখন talika list পাম, ji একেবাৰে শেখৰ talika dekhuie
4:26 The last two files are maths.pdf_t and maths.pdf শেখৰ file দুটা হৈচে maths.pdf _t আৰু and maths.pdf
4:33 Let us give the command “open maths.pdf” আমি “open maths.pdf” নি্ৰদেশটো দিউ আহা.
4:42 Let us bring it inside. এইটো ভিতৰলৈ অনা যাউক
4:45 We can see the block diagram without the mathematical expression আমি mathematical expression টোৰ অবিহনে block diagramটো দেখা পাম
4:50 Let me close this এইটো বন্দ কৰা
4:52 Let us see maths.pdf_t in emacs editor that I have already opened .মই ইতিমধয় খুলি ৰাখা emacs editorঅত maths.pdf_t টো চাব দিয়াu
5:01 It is here. Let me open it. এইটো দিয়া, মােক খুলিব দিয়া
5:14 Please note that you do NOT have to use emacs অনুগ্ৰহ কৰি মন কৰিবা জে তোমাৰ বয়ৱহাৰ কাৰনে emacs নাই.
5:17 You can use WHATEVER editor that you are comfortable with তুমি জিতুতে সুবিধা পাউ সেইটো editorবয়ৱহাৰ কৰিব পাৰা
5:22 You can see that the “picture” environment is used তুমি দেখা পাবা জে “picture” environment টো ৱয়বহাৰ কৰা হইচে
5:26 It also makes use of “includegraphics” and “color” packages – we need to tell LaTeX to take care of this requirement. ই “includegraphics” অাৰু “color” packagesবো্ৰ বয়ৱহাৰ কৰে-আমি এইখিনি প্ৰয়োজনীতাৰ চোৱাছিতা কৰিবলৈ LaTeX অক কব লাগিব.
5:41 Let me now open the file maths-bp.tex,I have already created for this tutorial.

Atia aie tutoriat itimodhye toiyar hua maths-bp.tex filetu khulu

5:59 I have used article class. মই article class উ লইছো.
6:02 I have used color and graphicx packages as these are used in the file pdf_t, the one we saw earlier. মই color আৰু graphicx packages বো্ৰো বয়ৱহাৰ কৰিছো জিবো্ৰৰ pdf_t t বয়ৱহাৰ হৈছিল যিতো তুমি এবাৰ দেখা পাইছা
6:15 I want empty pagestyle, as I do not want the page number . মই জিহেতো প্ৃছতা নম্বৰ থাকাতো নিবিচাৰু সেয়ে মই khali একো নথকা pagestyle বিচাৰু.
6:20 Finally, I want to include the file maths.pdf_t. শেষত মই maths.pdf_t fileটো অন্তৰভুক্ত কৰিব বিচাৰু
6: 27 Let us invoke the command “pdflatex maths-bp” in the terminal. আমি terminalঅত দিয়া “pdflatex maths-bp” নি্ৰদেশটো invoke কৰো আহা.
6:42 We get the message that the maths-bp.pdf is created. আমি maths-bp.pdf প্ৰষ্তুট কৰা ব্ৰতাটো পাম
6:48 Let us open it with the command “open maths-bp.pdf”. আহক “open maths-bp.pdf” নি্ৰদেশ মতে খোলো
6:58 We have the file we want. Let me zoom it. আমি বিচৰা fileটো আমি পাইছো.মোক এইটো zoom কৰিব দিয়া
7:07 Now that we know that the mathematical expression is working, let us move the text inside the block. এটিয়া জিহেটো আমি জানো জে mathematical expression বোৰে কাম কৰি আছে, আমি লিখাখিনি bloc টো ভিতৰলৈ নিউ আহা
7:30 Let us save and export. It is already in the required language. Export. save আৰু export কৰো আহা . এইটো ইতিমধয় আৱশয়কিয় ভাষাটোতে আছে.
7:38 Let us dismiss this warning. warning টো dismiss কৰি দিয়ো আহা.
7:41 Let me compile it again. এইটো মোক পুনৰ compile কৰিব দিয়া
7:44 Let us click the pdf browser that has the file. fileটো থকা pdf browser অত clickকৰাে আহা
7: 49 Now you see the mathematical expression inside the box, the way we want. এটিয়া আমি জি ধাৰনা বিছাৰিছিলো সেইধৰে boxটোৰ ভিতৰত mathematical expressionবোৰ dekha পাম
7:56 Let us now see what happens if we do not choose the special flag. আমি জদী special flag খন বাছি নলউ তেন্তে কি হয় চাউ আহা.
8:01 Let me come here. মােক ইয়ালৈ আহিব দিয়া
8:04 Let me edit the text, change the “Special Flag” to “normal”. Done.. মোক লেখাটো পৰিৱত্তন কৰিব দিয়া “Special Flag” k to “normal” লৈ সলনি কৰা
8:25 File, save. Let me export .
8:37 Let me compile. Let me come here. মোক compile কৰিব দিয়া. আকৌ ইয়ালৗ আহিব দিয়া.
8:41 The formula is no longer in the form we want. আামি বিচৰা মতে formulaটো আৰু নাই
8:46 Let us change the “special flag” back to “special”.
9:03 Save, export .Save কৰা আৰু export কৰা
9:12 Recompile. See that the file is in the form we want.
9:18 Let us now improve the appearance of this formula. এই formulaটোৰakar অৱয়বটো (appearance) কিছু উন্নত কৰা যাউক
9:22 In this case, the use of dfrac will make the fraction look better. এই খেত্ৰত dfrac অৰ ৱয়বহাৰ e fraction টো rakarঅৱয়বটো বেছি ভাল দেখুৱাব
9:28 In view of this, let us change frac to dfrac. এইটোলৈ লক্ষৗ ৰাখি frac k to dfracলৌ সলনি কৰো আহা
9:38 Let me click here. Keep the mouse inside the box. ইয়াত কিল্ক কৰা. mouseটো boxটোৰ ভিতৰত ৰাখি থবা
9:43 Put d here. Done. Save, export. ইয়াত d বহুৱা. সমপুন্ন হল. Save কৰা export কৰা
9:52 Let us compile once again using “pdflatex”. “pdflatex” ৱয়বহাৰ কৰি মোক আকৌ এবাৰ compile কৰি দিয়া.
10:03 We get the error message “Undefined control sequence” \dfrac. আমি “Undefined control sequence” \dfrac বোলি ভূল হুৱা ৱাত্তা পাম
10:11 LaTeX complains because the command \dfrac is defined in the package “Amsmath” but we have not included it. LaTeX এ অভিযোগ কৰিব কাৰনে \dfrac commandটো “Amsmath” packageতোতে আছে কিন্ত আমি এইটোk অন্তৰভুত্ত নকৰিলো
10:21 We need to include it in the file maths-bp.tex. আমি এইটোক maths-bp.tex fileটোত অন্তৰভুত্ত কৰিব লাগিব
10:27 Let us do it. Let us go to emacs.এইটো কৰা যাউক.emacs লই জাউ বলা
10:35 Enter “\usepackage{amsmath}” . “\usepackage{amsmath}” Enter টিপক
10:41 Let us save the file. Let us compile once again. Let me first exit. fileটো ৰাখি থুৱা যাউক.আকৌ এবাৰ compile কৰো আহা.প্ৰথমে বাহিৰলৈ জোৱা.
10:49 Let me now recompile. Now it compiles.Let us click this. এতিয়া মোক পুনৰ compile কৰিব দিয়া. এতিয়া এইটো compile খনকলিত হল এইটোত কিল্ক কৰা যাউক
10:59 We see that the fraction has now come out nicely. আমি এতিয়া দেখিম যে fractionটো ধুনীয়াকৈ উলাইছে
11:03 We have now achieved our objective of learning how to embed mathematical expressions in Xfig. আমি এতিয়া অামাৰ উদ্দেশ্য Xfigঅত কেনেকৈ খঙখিক প্ৰকাশবোৰ (mathematical expressions) স্থাপিত কৰা হয়, সেইতো শিকিলো palu
11:11 It is important to note that Xfig does not interpret the LaTeX commands at all.এইতো মনত ৰখা উচিত যে Xfigয়ে LaTeX commandবোৰ মোথেই বোজাই নিদিয়ে
11:16 The interpretation is done by the “pdflatex” command .বয়খাখৰনটো “pdflatex” commandটোয়ে কৰে
11:20 The LaTeX commands have to be correct and consistent at the time of compilation. খঙকলনৰ সময়ত LaTeX commandsবোৰ শুধ অাৰু বিশ্বাস যোগয় হব লাগিব
11:25 We will now explain how to remove the white space around the figure. এতিয়া অামি figureটোr চাৰিউফালে থকা বগা খালি থাইখিনি কেনেকৈ অতৰাই, খিকিম
11:31 Let me go to the terminal. মোক terminalলই যাব দিয়া
11:33 Let me type the command “pdfcrop maths-bp.pdf” - this is the file we created, into “maths-out.pdf”. “pdfcrop maths-bp.pdf” নিদেশটো লিখি দিয়া . এইটো “maths-out.pdf” অত toiyar কৰা file
11:53 Pdfcrop says one page written on this file. Pdfcropএ এই fileটোত এটা প্ৰষ্টা লিখি থকাটো কব
11:57 “pdfcrop” takes an input file, trims the space around the figure and writes out the cropped file in the output file. “pdfcrop” এ এটা input file লব, figureটোৰ চাৰিউকাশৰ খালি থাইখিনি কমাই দিয়ে আৰু cropped কৰা file টো output fileটোত লিখি দিয়ে.
12:09 “pdfcrop” is already installed in my system. মোৰ systemটোত ইতিমধয় “pdfcrop” টো install কৰা হইছে
12:12 If you do not have it, you need to install it first. যদি তোমাৰ এইটো নাই তেন্তে তুমি এইটো প্ৰথমে install কৰিব লাগিব
12:15 Let us view this output file by the command, “open maths-out.pdf”. আমি এই output file টো “open maths-out.pdf" নিদেশ দি চাউ আহা
12:15 "open maths-out.pdf" কমান্ডৰ দ্বাৰা আমি এই আউটপুট ফাইল দেখিব পাৰিম।
12:29 ইয়াক ভিতৰলৈ আনিম ।
12:31 চিত্রটি এতিয়া অত্যন্ত সৰু(কমপ্যাক্ট) হৈ গৈছে ।
12:34 খালি স্থান যিটো ইয়াত আছিল সম্পূর্ণ মুছি গল।
12:38 আমি এতিয়া এইটোক এই ডকুমেন্টসবোৰলৈ সন্নিবেশ কৰিব পাৰো।
12:42 এটোক বন্ধ কৰো. এইটোকোও বন্ধ কৰা যাওক । 

এইটোকোও বন্ধ কৰা যাওক ।  

12:52 স্লাইডলৈ উভতি আহো ।
12:57 খালি স্থান বোৰ অতৰুৱাবলৈও "briss" সফ্টওয়্যাৰটোউ বয়ৱহাৰ কৰিব পাৰে।
13:01 এইটো লিনাক্স, Mac OS X আৰু উইন্ডোজটো কাম কৰে।
13:08 আমি Mac OS X -ত ইয়াৰ কাৰ্য বোৰ পৰীক্ষা কৰিছো. কিন্তু আমি এইটোক ইয়াত প্রদর্শন নকৰো ।
13:17 আমি ইয়াতে এই টিউটোৰিয়ালটোৰ শেষলৈ আহিলো
13:20 আমাৰ উচৰত আপনাৰ বাবে এটি কাৰ্য আছে । এই টিউটোৰিয়ালত তৈয়াৰ কৰা ছবিটো আৰো প্রতিসম আৰু সুন্দৰ কৰি তুলক ।
13:27 বিভিন্ন গাণিতিক ৰাশি ব্যবহাৰ কৰক ।
13:30 ফ্লিপ আৰু ৰোটেট নামেৰে অন্যান্য বিকল্পও ব্যবহাৰ কৰক যি এই টিউটোৰিয়ালত উল্লেখ কৰা হোৱা নাই।
13:36 বিভিন্ন চিত্র নির্মাণ কৰা চেষ্টা কৰক । library টো চাওক ।
13:41 ইন্টাৰনেটে অনুসন্ধান কৰক আৰু Xfig প্রাসঙ্গিক তথ্য সিনাক্ত কৰক ।
13:47 পড়াশোনাৰ বাবে দৰকাৰী তথ্য spoken tutorial.org-এ উপলব্ধ । এইটিো ইয়াত উপস্থিত ।
14:02 স্পকেন টিউটোৰিয়ালৰ ধাৰণা "what is spoken tutorial" –ত ব্যাখ্যা কৰা হৈছে ।
14:09 আপোনি ইয়াত উপলব্ধ স্পকেন টিউটোৰিয়েলৰ পৰা LaTeX শিকিব পাৰিব যি আমি অন্য এটা ট্যাবত ডাউনলোড কৰিছো।
14:19 Mathematical Typesetting টিউটোৰিয়ালত LaTeX-ত কিভাবে গাণিতিক ৰাশি লেখা যায় তাৰ ব্যাখ্যা কৰা আছে ।
14:29 টেবোল আৰু ফিগাৰস এৰ উপৰ এই টিউটোৰিয়েলে ব্যাখ্যা কৰিছে যে কিভাবে এই টিউটোৰিয়ালত তৈয়াৰ কৰা ফিগাৰস বা ছবিবোৰৰ ডকিউমেন্টত যুক্ত কৰা যায় ।
14:38 এই ওয়েবসাইটত Xfig টিউটোৰিয়াল সহ আৰু অনেক দৰকাৰী তথ্য পাব । স্লাইডলৈ উভতি আহক ।
14:53 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
15:03 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
15:12 আমি আপোনাৰ অংশগ্রহণ আৰু প্রতিক্রিয়া স্বাগত জনাইছো.
15:16 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Nancyvarkey