Advanced-Cpp/C2/Exception-Handling/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | C++ত Exception Handling স্পেকেন টিউটোৰিয়েলৈ স্বাগতম. |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম |
00:09 | Exception Handling. |
00:11 | আমি এইটোক এটা উদাহৰণ সাহায্যে কৰিম. |
00:14 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
00:16 | 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10 |
00:20 | g++ compiler 'v. 4.6.1 |
00:25 | আমি Exceptionৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো |
00:29 | এটা exception এটা সমস্যা হয় যি প্রোগ্রাম এটা চলোৱাৰ সময়ত দেখা যায় |
00:34 | এইটো এটা প্রোগ্রামে সিনাক্ত কৰিব পৰা এটা run-time এৰৰ হয় |
00:39 | আমি exception handling যাও |
00:42 | প্রোগ্রাম চলোৱাৰ সময়ত ঘটা সমস্যাৰ বাবে প্রতিক্রিয়া দিয়াকে exception handling বোলি কোৱা হয় |
00:50 | Exception handlingএ এটা প্রোগ্রাম কার্যকৰি কৰিবলৈ অনুমতি দিয়ে. |
00:55 | ই এটা সমস্যা চিহ্নিত কৰাত সহায় কৰে. |
00:57 | আৰু এটা নিয়ন্ত্রিত পদ্ধতিত প্রোগ্রাম বন্ধ কৰা হয়. |
01:02 | আমি Exceptionsৰ প্রকাৰ বোৰ চাও |
01:05 | Try |
01:06 | Catch |
01:07 | আৰু ' Throw |
01:09 | আমি try ব্লকৰ ভিতৰত এৰৰে দোষিত কোডটো লিখো |
01:13 | তাৰপিছত ইয়াক throw ব্যবহাৰ কৰি হেন্দেল কৰা হয় |
01:16 | ইয়াৰ পিছত catch স্তেটমেন্ট ব্যবহাৰ কৰি exceptionটো ধৰা হয়. |
01:21 | আৰু তাৰপিছত ই প্রক্রিয়া হয় |
01:23 | try, catch আৰু throw ৰ বাবে সিন্টেক্স হল: |
01:27 | Throw: |
01:28 | try ব্লক আৰু catch বল্ক |
01:32 | ইয়াতে আমি যুক্তি পাস কৰো |
01:35 | try বল্কৰ ভিতৰতো throw স্তেটমেন্ট লিখিব পাৰি |
01:40 | আমাৰ উচৰত try, catch ব্লকত কৈয়ো আৰু বেছি থাকিব পাৰে. |
01:44 | এতিয়া আমি exception handlingৰ এটা উদাহৰণ চাও. |
01:48 | আমাৰ উচৰত কোড আছে, আমি এটা খোলিম |
01:51 | মন কৰিব যে আমাৰ ফাইলৰ নাম exception.cpp 'হয় |
01:55 | এই প্ৰোগ্ৰামত আমি exception handling ব্যবহাৰ কৰি শূন্য এৰৰ দ্বাৰা বিভক্তক সমাধান কৰিম. |
02:02 | আমি কোড টো চাও |
02:04 | এইটো আমাৰ iostream"' হিচাবে header file হয় |
02:07 | ইয়াত আমি ' std namespace. ব্যবহাৰ কৰিছো |
02:11 | ইয়াত অামাৰ উচৰত argument হিচাবে থকা int a আৰু int b. ৰ সৈতে division 'ফাংশন আছে' |
02:18 | তাৰ পিছত আমি b ==0.' হয় নে নহয় প্ৰশিক্ষন কৰিম |
02:22 | যদি সত্য হয়, আমি শূন্য শর্ত দ্বাৰা এটা exception division ৰাখিম (throw) |
02:27 | সেই ফাংশনে a আৰু b দিভিজন উভতাই দিয়ে |
02:32 | এইটো আমাৰ প্রধান ফাংশন হয়. |
02:34 | ইয়াত আমি x, y ক পূর্ণসংখ্যা ভেৰিয়েবল হিসাবে ঘোষণা কৰিছো আৰু ডবল ভেৰিয়েবল হিচাবে z |
02:42 | ইয়াত আমি x আৰু y. মান গ্রহণ কৰিম. |
02:46 | এইটো আমাৰ try block' হয় |
02:48 | ইয়াত আমি ফাংশন "' divisionক কল কৰিম |
02:51 | আৰু z. ত ফলাফলটো সংৰক্ষণ কৰিম |
02:54 | তাৰপিছত আমি ' z.' এৰ মান প্রিন্ট কৰিম. |
02:57 | এইটো আমাৰ catch block. হয় |
02:59 | ইয়াত আমি এটা character constant.' হিসাবে' এটা argument msg পাচ কৰিম |
03:06 | তাৰপিছত আমি msg. প্রিন্ট কৰিম |
03:08 | আৰু এইটো আমাৰ ৰিটাৰ্ন স্তেটমেন্ট হয় |
03:11 | এতিয়া আমি প্রোগ্রামটো সম্পাদন কৰো |
03:13 | আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল খুলক |
03:21 | কম্পাইল কৰিবলৈ টাইপ কৰক g++ স্পেচ exception dot cpp স্পেচ hyphen o স্পেচ ex Press Enter. |
03:32 | টাইপ কৰক dot slash ex Press Enter. |
03:36 | Enter the value of x and y: মান অন্তৰ্ভুত্ত কৰক |
03:38 | আমি 3 আৰু 0 দিম 'I will give as 3 and 0 |
03:42 | আউটপুটটো এনেধৰনে প্রদর্শিত হয়: Division by zero condition |
03:46 | 'আমি আকৌ এবাৰ কম্পাইল কৰো |
03:48 | 'আপ এৰো কী দুইবাৰ প্রেস কৰক ' |
03:51 | 'এন্টাৰ টিপক |
03:52 | আকৌ 'আপ এৰো কি দুইবাৰ টিপক |
03:55 | 'X আৰু y এৰ মান লিখক' |
03:57 | আমি 8 আৰু 2 দিম ' |
04:01 | 'আউটপুটৃো 4 হয়' |
04:04 | এইভাবে যি try, catch আৰু throw ব্লক কাম কৰে |
04:08 | এই টিউটোৰিয়েলৰ শেষলৈ আহিছো |
04:11 | আমি স্লাইড বোৰলৈ যাও |
04:14 | আমি সংক্ষেপ কৰো |
04:16 | এই টিউটোৰিয়েলত, আমি "Exception Handling' Try Catch আৰু Throw blocks.
দেখা পাইছো |
04:23 | এটা নিয়োগ হিসাবে Employess বয়স প্রদর্শন কৰক. |
04:26 | বয়স যাতে 15 বছৰ বুয়ষততৈ কম নহয় তাক প্ৰশিক্ষমন কৰিবলৈ exception দি চাওক. |
04:31 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
04:34 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
04:38 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
04:42 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
04:48 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
04:52 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
04:59 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
05:04 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
05:11 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
05:16 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |