Advanced-Cpp/C2/Exception-Handling/Assamese

From Script | Spoken-Tutorial
Revision as of 17:05, 10 October 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

| border=1 | Time | Narration

|- | 00:01 |C++ত Exception Handling স্পেকেন টিউটোৰিয়েলৈ স্বাগতম.

|- | 00:07 |  এই টিউটোৰিয়েলত আমি শিকিম

|- | 00:09 | Exception Handling.

|- | 00:11 | আমি এইটোক এটা উদাহৰণ সাহায্যে কৰিম.

|- | 00:14 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো

|- | 00:16 | 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10

|- | 00:20 | g++ compiler 'v. 4.6.1

|- | 00:25 | আমি  Exceptionৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো

|- | 00:29 | এটা exception এটা সমস্যা হয় যি প্রোগ্রাম এটা চলোৱাৰ সময়ত দেখা যায়

|- | 00:34 | এইটো এটা প্রোগ্রামে সিনাক্ত কৰিব পৰা এটা run-time এৰৰ হয়

|- | 00:39 | আমি exception handling যাও

|- | 00:42 | প্রোগ্রাম চলোৱাৰ সময়ত ঘটা সমস্যাৰ বাবে প্রতিক্রিয়া দিয়াকে exception handling বোলি কোৱা হয় |- | 00:50 | Exception handlingএ এটা প্রোগ্রাম কার্যকৰি কৰিবলৈ অনুমতি দিয়ে.

|- | 00:55 | ই এটা সমস্যা চিহ্নিত কৰাত সহায় কৰে.

|- | 00:57 | আৰু এটা নিয়ন্ত্রিত পদ্ধতিত প্রোগ্রাম বন্ধ কৰা হয়.

|- | 01:02 | আমি Exceptionsৰ প্রকাৰ বোৰ চাও

|- | 01:05 | Try

|- | 01:06 | Catch

|- | 01:07 | আৰু ' Throw |- | 01:09 | আমি try ব্লকৰ ভিতৰত এৰৰে দোষিত কোডটো লিখো

|- | 01:13 | তাৰপিছত ইয়াক throw ব্যবহাৰ কৰি হেন্দেল কৰা হয় |- | 01:16 | ইয়াৰ পিছত catch স্তেটমেন্ট ব্যবহাৰ কৰি exceptionটো ধৰা হয়.

|- | 01:21 | আৰু তাৰপিছত ই প্রক্রিয়া হয়

|- | 01:23 | try, catch আৰু throw ৰ বাবে সিন্টেক্স হল:

|- | 01:27 |Throw:

|- | 01:28 | try ব্লক আৰু catch বল্ক |- | 01:32 | ইয়াতে আমি যুক্তি পাস কৰো |- | 01:35 | try বল্কৰ ভিতৰতো throw স্তেটমেন্ট লিখিব পাৰি |- | 01:40 | আমাৰ উচৰত try, catch ব্লকত কৈয়ো আৰু বেছি থাকিব পাৰে.

|- | 01:44 | এতিয়া আমি  exception handlingৰ এটা উদাহৰণ চাও.

|- | 01:48 | আমাৰ উচৰত কোড আছে, আমি এটা খোলিম

|- | 01:51 | মন কৰিব যে আমাৰ ফাইলৰ নাম exception.cpp 'হয়

|- | 01:55 | এই প্ৰোগ্ৰামত আমি exception handling ব্যবহাৰ কৰি শূন্য এৰৰ দ্বাৰা বিভক্তক সমাধান কৰিম.

|- | 02:02 | আমি কোড টো চাও

|- | 02:04 | এইটো আমাৰ  iostream"' হিচাবে header file হয়

|- | 02:07 | ইয়াত আমি ' std namespace. ব্যবহাৰ কৰিছো |- | 02:11 | ইয়াত অামাৰ উচৰত argument হিচাবে থকা int a আৰু int b. ৰ সৈতে division 'ফাংশন আছে' |- | 02:18 | তাৰ পিছত আমি b ==0.' হয় নে নহয় প্ৰশিক্ষন কৰিম |- | 02:22 | যদি সত্য হয়, আমি শূন্য শর্ত দ্বাৰা এটা exception division  ৰাখিম (throw) |- | 02:27 | সেই ফাংশনে a আৰু b দিভিজন উভতাই দিয়ে |- | 02:32 | এইটো আমাৰ প্রধান ফাংশন হয়.

|- | 02:34 | ইয়াত আমি x, y ক পূর্ণসংখ্যা ভেৰিয়েবল হিসাবে ঘোষণা কৰিছো আৰু ডবল ভেৰিয়েবল হিচাবে  z |- | 02:42 | ইয়াত আমি x আৰু y. মান গ্রহণ কৰিম.

|- | 02:46 | এইটো আমাৰ try block' হয়

|- | 02:48 | ইয়াত আমি ফাংশন "' divisionক কল কৰিম |- | 02:51 | আৰু z. ত ফলাফলটো সংৰক্ষণ কৰিম |- | 02:54 | তাৰপিছত আমি ' z.' এৰ মান প্রিন্ট কৰিম. |- | 02:57 | এইটো  আমাৰ catch block. হয়

|- | 02:59 | ইয়াত আমি এটা character constant.' হিসাবে' এটা argument msg পাচ কৰিম |- | 03:06 | তাৰপিছত আমি msg.  প্রিন্ট কৰিম

|- | 03:08 | আৰু এইটো আমাৰ ৰিটাৰ্ন স্তেটমেন্ট হয়

|- | 03:11 | এতিয়া আমি প্রোগ্রামটো সম্পাদন কৰো |- | 03:13 | আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল খুলক 

|- | 03:21 |  কম্পাইল কৰিবলৈ টাইপ কৰক g++ স্পেচ exception dot cpp স্পেচ hyphen o স্পেচ ex Press Enter.

|- | 03:32 | টাইপ কৰক  dot slash ex Press Enter.

|- | 03:36 |Enter the value of x and y: মান অন্তৰ্ভুত্ত কৰক |- | 03:38 | আমি 3 আৰু 0 দিম 'I will give as 3 and 0

|- | 03:42 | আউটপুটটো এনেধৰনে প্রদর্শিত হয়: Division by zero condition

|- | 03:46 | 'আমি আকৌ এবাৰ কম্পাইল কৰো

|- | 03:48 | 'আপ এৰো কী  দুইবাৰ প্রেস কৰক '

|- | 03:51 | 'এন্টাৰ টিপক |- | 03:52 | আকৌ 'আপ এৰো কি দুইবাৰ  টিপক

|- | 03:55 | 'X আৰু y এৰ মান লিখক'

|- | 03:57 |   আমি 8 আৰু 2 দিম '

|- | 04:01 | 'আউটপুটৃো 4 হয়'

|- | 04:04 | এইভাবে যি try, catch আৰু throw ব্লক কাম কৰে

| -  | 04:08 | এই টিউটোৰিয়েলৰ শেষলৈ আহিছো

|- | 04:11 | আমি স্লাইড বোৰলৈ যাও

|- | 04:14 | আমি সংক্ষেপ কৰো

|- | 04:16 | এই টিউটোৰিয়েলত, আমি "Exception Handling' Try Catch আৰু Throw blocks. দেখা পাইছো |- | 04:23 | এটা  নিয়োগ হিসাবে  Employess বয়স প্রদর্শন কৰক.

|- | 04:26 | বয়স যাতে 15 বছৰ বুয়ষততৈ কম নহয় তাক প্ৰশিক্ষমন কৰিবলৈ exception দি চাওক. |- | 04:31 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |- | 04:34 |কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে

|- | 04:38 |যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।

|- | 04:42 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.

|- | 04:48 |এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.

|- | 04:52 |অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

|- | 04:59 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

|- | 05:04 |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

|- | 05:11 |ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।

|- | 05:16 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |}

Contributors and Content Editors

Mousumi, PoojaMoolya