C-and-Cpp/C2/First-Cpp-Program/Assamese
From Script | Spoken-Tutorial
| Time' | Narration |
| 00.02 | প্রথম C++ প্ৰোগ্ৰাম ( program)ৰ স্পকেন টিউট’ৰিয়েললৈ( Spoken Tutorial) আদৰণি জনাইছো |
| 00.07 | এই টিউট’ৰিয়েল( tutorial) ত মই ব্যাখ্যা কৰিবলৈ লৈছো |
| 00.10 | C++ ৰ প্ৰোগ্ৰাম (program) এটা কেনেকৈ লিখিব লাগে |
| 00.13 | কেনেকৈ কমপাইল(compile) কৰে |
| 00.14 | কেনেকৈ কাৰ্যকৰী(execute) কৰে |
| 00.17 | কিছুমান সচৰাচৰ ভুল(error) আৰু তাৰ সমাধানৰ( solution) বিষয়ে আমি আলোচনা কৰিম |
| 00.22 | মই এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰকৰিছো উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) ১১.১০(11.10) তাঙৰণ(version) আৰু |
| 00.29 | উবুনটোত( Ubuntu) G++ কমপাইলাৰৰ( Compiler) ৪.৫.২(4.5.2) তাঙৰণ(version) |
| 00.35 | এই টিউট’ৰিয়েল(tutorial) টো অভ্যাস কৰিবলৈ |
| 00.37 | উবুনটো অপাৰেটিং ছিচটেম( Ubuntu Operating System) আৰু এটা এদিটৰ ( Editor) বিষয়ে আপুনি জানিব লাগিব |
| 00.44 | কিছুমান এদিটৰ(editor) হৈছে vim আৰু gedit |
| 00.48 | এই টিউট’ৰিয়েল(tutorial) টোত মই gedit ব্যৱহাৰ কৰিছো |
| 00.50 | সঙ্গত টিউট’ৰিয়েলৰ( relevant tutorials) বাবে অনুগ্রহ কৰি আমি দেখুওৱা ৱেবচাইত( website) পৰিদৰ্শন কৰক |
| 00.56 | মই আপোনাক উদাহৰণৰ যোগেদি এটা C++ প্ৰোগ্ৰাম(program) কেনেকৈ লিখা হয় তাক ক’বলৈ লৈছো |
| 01.01 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ আপোনাৰ কিবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক |
| 01.09 | টেক্চট এদিটৰ( text editor) খুলিবলৈ তাৰমিনেল(terminal) ত লিখক |
| 01.13 | “gedit” স্পেছ(space) “talk” “.cpp” স্পেছ(space) “&” চিহ্ন(sign). |
| 01.21 | আমি প্রম্পট( prompt)খালি কৰিবলৈ এমপাৰচেণ্ড(&)ব্যৱহাৰ কৰোঁ |
| 01.25 | অনুগ্রহ কৰি মন কৰিব যে সকলো C++ ফাইল(file) একষ্টেনচন( extension.cpp) “.cpp”হব লাগিব |
| 01.31 | এতিয়া এন্টাৰ(enter) টিপক |
| 01.33 | টেক্চট এডিতৰ( text editor) খোলা গৈছে |
| 01.35 | এতিয়া আমি এটা প্ৰোগ্ৰাম( program) লিখিবলৈ আৰম্ভ কৰিম |
| 01.38 | দুটা চ্লেচ “//” আৰু স্পেছ(space)এৰি লিখক “My first C++ program” |
| 01.44 | ইয়াত এটা শাৰীত কমেন্ত( comment) কৰিবলৈ দুটা চ্লেচ( double slash) ব্যৱহাৰ কৰা হৈছে |
| 01.49 | প্ৰোগ্ৰাম( program)টো কেনেকৈ আগবাঢ়িছে বুজাবলৈ কমেন্ত( comment)দিয়া হৈছে |
| 01.52 | ই ডকোমেন্তেচনৰ(documentation) বাবে উপযোগী |
| 01.55 | ই আমাক প্ৰোগ্ৰাম( program) টোৰ বিষয়ে কয় |
| 01.59 | দুটা চ্লেচে( double slash) এটা শাৰীৰ কমেন্ত( comment) বুজায় ৷এতিয়া এন্টাৰ(enter) টিপক |
| 02.05 | হেচ “#include” স্পেছ( space) এৰি আৰম্ভনি কোণবন্ধনী( opening angle bracket),সামৰণি কোণবন্ধনী(closing angle bracket) লিখক |
| 02.13 | সদায় আগতিয়াকৈ বন্ধনী(bracket) দুটা লিখি পাচত সিহঁতৰ ভিতৰত লিখা এটা ভাল অভ্যাস হয় |
| 02.20 | এতিয়া বন্ধনীৰ(bracket) ভিতৰত iostream লিখক |
| 02.23 | ইয়াত iostream টো হেদাৰ ফাইল(header file) হয় |
| 02.26 | এই file টোৱে C++ ৰ ষ্টেনদাৰ্দ ইন্পুত আউত্পুত ফাংচন(standard input output function) ঘোষনা (declare) কৰে .এতিয়া এন্টাৰ(enter) টিপক |
| 02.35 | “using”স্পেছ(space)“namespace”স্পেছ(space) “std” আৰু এটা চেমিকলন (semicolon)(;) লিখক |
| 02.45 | “using” ষ্টেটমেন্তে( statement) কম্পাইলাৰ(compiler) ক “std namespace” ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে |
| 02.52 | “namespace” ৰ প্ৰধান কাম হ’ল নামৰ মাজৰ অন্তৰ্কন্দল ( collisions)আতঁৰোৱা |
| 02.56 | আইডেন্তিফায়াৰ(Identifier) বোৰৰ নামবোৰ নীৰ্দিষ্ট ঠাইত বহুৱাই এই কাম কৰা হয় |
| 03.00 | ই এক ব্যাখ্যাসূচক অংশ( declarative region) বনাই সীমা( scope) নিৰোপণ কৰে |
| 03.05 | “namespace” ৰ ভিতৰত ব্যাখ্যা কৰা সকলোবোৰে “namespace” ৰ সীমা( scope) নিৰ্ধাৰণ কৰে |
| 03.11 | ইয়াত std'”হৈছে সেই namespace টো য’ত বিশেষ (standard) C++ লাইব্ৰেৰী(library)বোৰ ঘোষণা(declare) কৰা হয়. এতিয়া এন্টাৰ(enter) টিপক |
| 03.20 | “int” লিখি স্পেছ(space)এৰি “main” লিখি আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
| 03.26 | main' এটা বিশেষ ফাংচন(function)হয় |
| 03.30 | ই এই শাৰীটোৰ পৰা এটা প্ৰোগ্ৰাম( program) কাৰ্যকৰী(execute) হোৱাটো বুজায় |
| 03.34 | আৰম্ভনি বন্ধনী( opening bracket) আৰু সামৰণি বন্ধনীক(closing bracket)পেৰেন্ঠেছিচ (parenthesis) বোলে৷ |
| 03.39 | main ৰ পাচৰ পেৰেন্ঠেছিচয়ে(Parenthesis) ব্যৱ্হাৰ কৰোতা(user) ক কয় যে মেইন(main) টো এটা ফাংচন('function.) |
| 03.45 | ইয়াত int' main function য়ে কোনো আৰগুমেন্ত্চ(arguments) নলয় আৰু ই ইন্তিজাৰ(integer) ধৰণৰ এটা মান(value) ঘুৰাই দিয়ে |
| 03.52 | আমি দাতা টাইপ (data types)ৰ বিষয়ে বেলেগ টিউটৰিয়েলত( tutorial) শিকিম |
| 03.56 | এতিয়া আমি মেইন(main) ফাংচন (function) ৰ বিষয়ে অধিক জানিবলৈ শ্লাইড(slide) কেইখনলৈ গৈছো |
| 04.02 | সকলো “প্ৰোগ্ৰাম”(program)ৰ এটা মেইন(main) ফাংচন(function) থাকিব লাগিব |
| 04.04 | এটাতকৈ বেছি মেইন(main) ফাংচন(function) থাকিব নোৱাৰে |
| 04.09 | নহলে কম্পাইলাৰে(compiler) প্ৰোগ্ৰামটো কত আৰম্ভ হৈছে ধৰিব নোৱাৰিব |
| 04.13 | খালী পেৰেন্ঠেছিচ( parentheses) যোৰাই মেইন(main) ৰ কোনো আৰগুমেন্ত্চ (arguments) নোহোৱাটো বুজায় |
| 04.19 | আৰগুমেন্ত্চৰ(Arguments) ধাৰণাৰ বিষয়ে আমি আহিব লগীয়া টিউটৰিয়েলত( tutorials) বহলকৈ বুজিম. |
| 04.24 | এতিয়া আমি আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ এন্টাৰ(enter) টিপক |
| 04.29 | আৰম্ভনি মাজু বন্ধনী( opening curly bracket)“{” লিখক |
| 04.32 | আৰম্ভনি মাজু বন্ধনীয়ে( opening curly bracket)'“{” mainfunctionটোৰ আৰম্ভণিক সূচায় |
| 04.37 | তাৰ পাছত সামৰণি মাজু বন্ধনী( closing curly bracket) “}” লিখক |
| 04.40 | সামৰণি মাজু বন্ধনীয়ে ( closing curly bracket) “}”' mainfunction টোৰ শেষলৈ সূচায় |
| 04.45 | এতিয়া বন্ধনীৰ( bracket) ভিতৰত এন্টাৰ(enter) টো দুবাৰ টিপক |
| 04.49 | কাৰচাৰ( cursor) এটা শাৰীৰ ওপৰলৈ নিয়ক |
| 04.51 | অলংকৰণ(indentation)এ ক’ড( code) পঢ়া সহজ কৰি তোলে |
| 04.54 | ভুল (error)বোৰৰ অৱস্থান উলিওৱাতো ই সহায় কৰে |
| 04.58 | সেইকাৰনে ইয়াত এটা স্পেছ(space) দিয়া হৈছে |
| 05.01 | “cout স্পেছ(space) ” দুটা আৰম্ভনি কোণবন্ধনী( opening angle bracket)লিখক |
| 05.07 | ইয়াত টাৰ্মিনেল(terminal) ত আউত্পুত(output)ছ্পা( print) কৰিবলৈ cout এটা বিশেষ( standard) c++ ফাংচন( function). |
| 05.14 | এতিয়া বন্ধনী(bracket) ৰ পিছত দ্বৈত উৰ্দ্ধ ক’মাৰ (double quotes) ৰ ভিতৰত লিখিব লাগে |
| 05.18 | “cout” ফাংচনত(function) দ্বৈত উৰ্দ্ধ ক’মাৰ (double quotes) ভিতৰত থকা সকলোখিনি ছ্পা( print) হয়. |
| 05.24 | এতিয়া উৰ্দ্ধ ক’মাৰ (quotes) ভিতৰত “talk to a teacher backslash n”(/n)লিখা হ’ল |
| 05.31 | ইয়াত “\n” য়ে নতুন শাৰী সূচায় |
| 05.35 | ফলাফল( result) হিচাপে “cout function”ৰ কাৰ্যকৰণ(execution) ৰ পিছত কাৰচৰ(cursor) টো নতুন শাৰীলৈ গতি কৰে |
| 05.41 | প্ৰত্যেক c++ ষ্টেটমেন্তত(statement) এটা চেমিকলন(semicolon) ৰ পিছত শেষ হ’ব লাগে |
| 05.45 | গতিকে ইয়াক এই শাৰীৰ শেষত টাইপ(type) কৰিব লাগে |
| 05.48 | চেমিকলনে( Semicolon) ষ্টেটমেন্ত(statement) এটা শেষ কৰে. এতিয়া এন্টাৰ(enter) টিপক |
| 05.53 | ইয়াত এটা স্পেছ(space) দিয়ক আৰু “return” খালী ঠাই(space) “0” আৰু এটা চেমিকলন(“;”) লিখক |
| 06.00 | এই ষ্টেটমেন্ত(statement) টোৱে ইন্তিজাৰ(integer) 0 টো ঘুৰাই দিয়ে |
| 06.03 | এই ফাংচনটোৰ(function) কাৰণে এটা ইন্তিজাৰ(integer) ঘুৰাব লাগে কাৰণ ফাংচনটোৰ(function) ধৰণ(type) হ’ল int |
| 06.10 | return ষ্টেটমেনতটোৱে( statement) কাৰ্যকৰণীয়(executable) ষ্টেটমেনতবোৰ( statement) শেষ হোৱাতো চিহ্নিত কৰে |
| 06.14 | বেলেগ এটা টিউটৰিয়েলত( tutorial) আমি ঘুৰাই দিয়া(returned) মান(value) বোৰৰ বিষয়ে আলোচনা কৰিম |
| 06.20 | এতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ("Save") বুটামটো টিপক |
| 06.23 | ফাইলবোৰ মাজে মাজে সংৰক্ষণ( save) কৰাটো এটা ভাল অভ্যাস হয় |
| 06.26 | ই আপোনাক আকষ্মিক যান্ত্রিক বিজুতিৰ পৰাও ৰক্ষা কৰিব |
| 06.30 | ই প্রয়োগিক এপ্লিকেচনটো( applications) বিকল( crash) হৈ পৰিলেও উপযোগী হৈ ৰব |
| 06.34 | আমি এতিয়া প্ৰোগ্ৰামটো কম্পাইল( compile) কৰিম |
| 06.36 | আমাৰ এটা প্রান্তলৈ( terminal) ঘুৰি আহক |
| 06.39 | “g++” স্পেছspace) “talk.cpp” স্পেছ(space) হাইফফেন “-o” স্পেছ(space) “output”লিখক |
| 06.49 | ইয়াত c++ প্ৰোগ্ৰামখিনি( programs) কম্পাইল( compile) কৰিব’লৈ g++ হৈছে এটা কম্পাইলাৰ( compiler) |
| 06.55 | Talk.cpp হৈছে আমাৰ ফাইলটোৰ নাম( filename) |
| 06.59 | hyphen -o output এ কয় যে কাৰ্যকৰণীয়টো( executable) আউত্পুত(output) ফাইলত যোৱা উচিত |
| 07.05 | এতিয়া এন্টাৰ(Enter) টিপক |
| 07.07 | আমি দেখিলো যে প্ৰোগ্ৰামটো কম্পাইল( compile) হৈ গ’ল |
| 07.10 | ls space hyphen lrt লিখিলে আমি দেখিম যে শেষত নিৰ্মান কৰিবলগীয়া ফাইলটো আউত্পোত(output')'হয় |
| 07.19 | প্ৰোগ্ৰামটো কাৰ্যকৰী(execute) কৰিবলৈ “./output” (dot slash output) লিখক |
| 07.24 | আৰু এন্টাৰ(Enter) টিপক |
| 07.27 | ইয়াত আউতপুটটো( output) “Talk To a Teacherবুলি দৰ্শিত হৈছে |
| 07.30 | এতিয়া ইয়াৰ ভিতৰত হোৱা কিছুমান সাধাৰণ ভুল চোৱা যাওক |
| 07.35 | আমাৰ টেক্স্ট এডিটৰ(text editor) টোলৈ আকৌ ঘূৰি যোৱা হৈছে |
| 07.38 | ধৰা হওক ইয়াত আমাৰ “}”(সামৰণি মাজু বন্ধনী) টো দিবলৈ থাকি গৈছে |
| 07.42 | এতিয়া ফাইল(file) টো ছেভ(save) কৰা হৈছে |
| 07.44 | এতিয়া আমি কাৰ্যকৰী( execute) কৰিম প্রান্তলৈ( terminal) ঘূৰি আহোঁ |
| 07.48 | এতিয়া আগতে ব্যৱহৃত কমান্ড(command) ব্যৱহাৰ কৰি আমি প্ৰোগ্ৰাম্(program) টো কম্পাইল(compile) আৰু ৰান(run) কৰিছো,আমি এটা ভুল দেখিবলৈ পাইছো |
| 07.55 | আমি দেখিবলৈ পাইছো যে talk.cpp ফাইলৰ ৭ নম্বৰ শাৰী (line) ত এটা ভুল আছে যে আশাকৰা মাজু বন্ধনী(curly bracket) টো ইন্পুত(input) ৰ শেষত দিব লাগে |
| 08.07 | এতিয়া আমাৰ টেক্স্ট এডিটৰ(text editor) লৈ ঘূৰি আহিছো. |
| 08.09 | যিহেতু মই আগতে কৈ আহিছো যে সামৰণী মাজু বন্ধনী(closing curly bracket) য়ে main ফাংচন(function) ৰ শেষলৈ চিহ্নিত কৰে |
| 08.14 | গতিকে ইয়াত বন্ধনী(bracket) টো আকৌ লিখিব লাগিব. এতিয়া ফাইল(file) টো ছেভ(save) কৰা হ’ল |
| 08.19 | ইয়াক আকৌ কাৰ্যকৰী(execute) কৰা হ’ল |
| 08.21 | আপোনালোকে আপ এৰো (up arrow) কী ব্যৱহাৰ কৰি আগতে লিখা কমান্ড(command) বোৰ পুনৰ মাতিব(recall) পাৰে |
| 08.26 | এইটোৱেই মই এতিয়া কৰিলো |
| 08.30 | হয় এইটোৱে কাম কৰিছে |
| 08.32 | মই আপুনাক বেলেগ এটা সাধাৰণ ভুল দেখুৱাইছো |
| 08.35 | আমাৰ টেক্স্ট এডিটৰ(text editor) লৈ ওভটি আহিছো |
| 08.37 | এতিয়া ধৰা হ’ল ইয়াত আমি “std” দিয়া নাছিলো |
| 08.41 | এতিয়া ফাইল(file) টো ছেভ(save) কৰা হ’ল |
| 08.44 | আমাৰ প্ৰান্তলৈ(terminal) ওভটি আহিছো |
| 08.46 | কম্পাইল(Compile) কৰা হৈছে |
| 08.48 | আমি দেখিছো যে talk.cpp ফাইলৰ ৩ নম্বৰ শাৰী(line)আৰু ৬নম্বৰ শাৰী(line)ত এটা ভুল
দেখা পোৱা গৈছে |
| 08.56 | নীৰ্ধাৰিত সীমাৰ ভিতৰত চেমিকলন(Semicolon) আৰু 'coutৰ আগত আশাকৰা আইদেন্তিফায়াৰ(identifier) টো ঘোষণা(declare) কৰা হোৱা নাই |
| 09.05 | যিহেতু cout টো বিশেষ (standard) C++ লাইব্ৰেৰী(library)ফাংচন (function) হয় |
| 09.09 | আৰু গোটেই C++ লাইব্ৰেৰী(library)ফাংচন(function)টো “std namespace” ৰ তলত নীৰ্ধাৰিত কৰা থাকে |
| 09.15 | গতিকে ই এটা ভুল দেখুৱাই আছে |
| 09.18 | এতিয়া ভুলটো ভালদৰে চোৱা যাওক |
| 09.19 | আমাৰ টেক্স্ট এদিটৰ(text editor) লৈ ঘূৰি আহিছো. ইয়াত std টাইপ(Type) কৰা হ’ল |
| 09.23 | এইটো ছেভ(Save) কৰা হ’ল |
| 09.25 | ইয়াক আকৌ কম্পাইল(compile) কৰা হ’ল |
| 09.29 | হয়,ই কাম কৰিছে |
| 09.32 | অনুশিলনী হিচাপে |
| 09.33 | আপোনাৰ আৰু চহৰখনৰ নাম ছপা( print) কৰিবলৈ এটা প্ৰোগ্ৰাম (program) লিখক |
| 09.37 | এই টিউটৰিয়েল(tutorial) টোত আমি একক শাৰীৰ মন্তব্য(single line comment) ব্যৱহাৰ কৰিছো |
| 09.40 | এতিয়া এটা বহু শাৰীৰ মন্তব্য(multiline comment) দিবলৈ যত্ন কৰক |
| 09.44 | তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব |
| 09.46 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
| 09.48 | আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক |
| 09.53 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে |
| 09.55 | স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও পাতে |
| 09.58 | অনলাইন পৰীক্ষাত উৰ্ত্তিন সকলক প্রমাণপত্র দিয়ে |
| 10.01 | অধিক জানিবলৈ অনুগ্রহ কৰি contact @spoken-tutorial.org লৈ লিখক |
| 10.10 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয় |
| 10.14 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ |
| 10.20 | ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ |
| 10.25 | মই কৃষ্ণ কমল দুৱৰা |
| 10.28 | উপভোগ কৰাৰ বাবে ধন্যবাদ |