LibreOffice-Suite-Calc/C3/Linking-Calc-Data/Assamese

From Script | Spoken-Tutorial
Revision as of 12:24, 17 September 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Linking in Calc

Time Narration
00: 00 LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00: 06 এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম:
00: 10   ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে.
00: 13 কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়.
00: 17 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসেবে  আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4  ব্যবহাৰ কৰিছো.
00: 29 LibreOffice ক্যালকে আপোনাক 
00: 033 অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা
00: 37 এটা সেল অন্য শীটৰ পৰা

আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে

00: 44 “Personal-Finance-Tracker.ods” খোলো
00: 49 আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে. 
00: 55 মই  “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো.
01: 04 এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো.
01: 11 C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”.
01: 24 তাৰপিছত " “Enter” " কি টিপক.
01: 27 D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক  .
01: 36 এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” and “Spent”আৰু সেল উল্লেখ কৰে এটা  "ব্যয়" এৰ অধীনে মোট ভাৰসাম্য প্রদর্শন কৰা হব.
01: 45 এৰ "শিট 2" ট্যাবে ক্লিক কৰক.
01: 48 এই নতুন শীট প্রর্দশিত হব.
01: 51 এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT”শিৰোনাম টাইপ কৰক.
02: 00 B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক.
02: 07 এতিয়া,  শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক.
02: 12 A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক
02: 19 " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক.
02: 27 এতিয়া, খালি চেল B3ত ক্লিক কৰক.
02: 31  “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব
02: 38 যি আমি "“Sheet 1” ত গণনা কৰো.
02: 41 এইটো উল্লেখিত কৰি কৰা হয়.
02: 44 চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী  “equal to” সাইনত ক্লিক কৰক.
02: 53 এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক.
02: 59 এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে
03: 07 মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়.
03: 15 এতিয়া  "Input line”ৰ  পিছত থকা চেক চিহ্নত ক্লিক কৰক.
03: 20 মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে

“Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়.

03: 34 একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো.
03: 41 যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়.
03: 49  এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো.
03: 55 আপোনি  হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে
  • এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ
  • বিভিন্ন ফাইল লৈ বা
  • আৰু ওয়েব সাইটৰলৈয়ো.
04: 06 “Personal-Finance-Tracker.ods”ত  personal finance tracker, Sheet 1” ত আছে আৰু  বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে.
04: 17 আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো
04: 22 প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক.
04: 25 ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক.
04: 33 আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে
04: 38 এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক 
04: 44 টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক.
04: 51 “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়.
04: 55 বাও ফালে, “Document” বিকল্প নির্বাচন কৰক.
04: 59 ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক 
05: 04 এটা নতুন " “Target in document”ডায়লগ বক্স প্রদর্শিত হয়.
05: 08 এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক.
05: 13 ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক.
05: 18 এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
05: 24 এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
05: 32 “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে |
05: 40 এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই  আমাক সেই  শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো
05: 51 আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো!
05: 55 হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক.
06: 01 এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক.
06: 09 টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই.
06: 12 এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়.
06: 16 আমি পৰিবর্তনবোৰ  বাতিল কৰা যাওক.
06: 20 ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো.
06: 25 সংক্ষেপ কৰো, আমি  শিকিলো :

ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা .

06: 31 ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা
06:36 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
06:40 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:43 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
06:47 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
06:52 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
06:56 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:03 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:07 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:15 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:25 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble