C-and-Cpp/C2/Scope-Of-Variables/Assamese
From Script | Spoken-Tutorial
Time' | Narration |
00.01 | |
00.08 | এই টিউটৰিয়েলত( tutorial) আমি শিকিম |
00.11 | ভেৰিয়েবলৰ পৰিসৰ( Scope of variable) কি? |
00.13 | গ্ল’বেল ভেৰিয়েবল ( Global variable) কি? |
00.16 | ল’কেল ভেৰিয়েবল ( Local variable) কি? |
00.19 | কিছুমান উদাহৰণ |
00.22 | আমি কিছুমান সাধাৰন ভুল( errors) আৰু সেইবোৰৰ সমাধানৰো( solutions) বিৱৰণ দিম |
00.27 | মই এই টিউটৰিয়েলটো tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ কৰিছো |
00.30 | উবুনটো অপাৰেটিং ছিচটেমৰ(Ubuntu Operating System) ১১.০৪(11.04) তাঙৰণ( version) আৰু উবুনটোত gcc আৰু g++ কমপাইলাৰৰ(Compiler) ৪.৬.১(4.6.1) তাঙৰণ( version) |
00.41 | আহ্ক আমি ভেৰিয়েবলৰ পৰিসৰৰ( Scope of variable) চিনাকীৰে আৰম্ভ কৰো |
00.47 | এইটো এটা ক’ড(code)ৰ অঞ্চল যাৰ ভিতৰত ভেৰিয়েবলটো( variable) ব্যবহাৰ কৰা সম্ভৱ |
00.54 | ইয়াৰ ধৰণ আৰু ঘোষনা(declare) কৰা ঠাইৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগোৱা
হৈছে |
00.59 | গ্ল’বেল ভেৰিয়েবল ( Global variable) আৰু |
01.02 | ল’কেল ভেৰিয়েবল ( Local variable) |
01.05 | এতিয়া আমি এটা উদাহৰণ চাম |
01.07 | মই এদিতৰত( editor) আগতিয়াকৈ প্ৰোগ্ৰাম( program)টো লিখি থৈছো |
01.10 | এইটো খুলিছো |
01.14 | লক্ষ্য কৰিব যে আমাৰ ফাইল নামটো( file name)scope.c. |
01.19 | এতিয়া ক’ডটো( code) বৰ্ণনা( explain) কৰিম |
01.23 | এইটো আমাৰ হেদাৰ ফাইল(header file.) |
01.26 | ইয়াত আমি দুটা গ্ল’বেল ভেৰিয়েবল ( global variables) a আৰু bঘোষনা( declared) কৰিছো |
01.32 | আৰু আমি সিহঁতৰ মান 5(৫) আৰু 2(২) ৰে প্ৰাৰম্ভিকৰণ(initialized) কৰিছো |
01.39 | এটা গ্ল’বেল ভেৰিয়েবল ( Global variable) প্ৰোগ্ৰাম( program)ৰ সকলো ফাংচন(function) ৰ বাবে উপলব্ধ থাকে |
01.44 | ইয়াক কোনো ফাংচন(function)ৰ বাহিৰত আৰু main()ফাংচন(function)ৰ ওপৰত ঘোষণা কৰা হয় |
01.51 | ইহঁতৰ এটা গ্ল’বেল পৰিসৰ( Global scope) থাকে |
01.53 | আমি ইয়াত এটা ফাংচন(function) add কোনো আৰগুমেন্ত্চ(arguments) নোহোৱাকৈ ঘোষণা( declared) কৰিছো |
01.59 | ইয়াত চাম(sum) এটা ল’কেল ভেৰিয়েবল ( local variable) হয় যাক add ফাংচন(function) ৰ ভিতৰত ঘোষণা কৰা হৈছে
|
02.07 | এটা ল’কেল ভেৰিয়েবল ( local variable)মাত্ৰ ঘোষণা কৰা ফাংচন(function) টোৰ ভিতৰতহে উপলব্ধ হয় |
02.13 | এই ভেৰিয়েবলবোৰক( variables) এটা ব্লকৰ(block) ভিতৰত ঘোষণা কৰা হয় |
02.16 | ইহঁতৰ ল’কেল পৰিসৰ(local scope) থাকে |
02.19 | A আৰু b ৰ যোগফলটো চাম(sum) ভেৰিয়েবলত( variable) জমা হয়।এতিয়া আমি চাম(sum) টো ছপা( print) কৰিম |
02.29 | এইটো আমাৰ main ফাংচন(function)”’ |
02.33 | add ফাংচন(function) টো মতা হৈছে আৰু কাৰ্য্কৰী( executed) কৰা হৈছে |
02.38 | আৰু এইটো আমাৰ ৰিটাৰ্ণ(return) ষ্টে্টমেন্ত( statement) |
02.40 | এতিয়া ছে’ভ(save) টিপক |
02.43 | প্ৰোগ্ৰাম( program)টো কাৰ্য্কৰী( execute) কৰো আহ্ক |
02.45 | তাৰমিনেল উইনড’(terminal window) খুলিবলৈ আপোনাৰ কীবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কী টিপক |
02.55 | কম্পাইল(Compile) কৰিবলৈ লিখক, |
02.56 | gcc space scope.c space hyphen o space sco আৰু এন্টাৰ(enter) টিপক |
03.05 | কাৰ্য্কৰী( execute) কৰিবলৈ |
03.06 | ./sco (dot slash) লিখক, এন্টাৰ(enter) টিপক |
03.10 | আউট পু্ট(Output)টো দেখুৱাব |
03.13 | Sum of a and b is 7 |
03.16 | এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ত কেনেদৰে কা্ৰ্যকৰী( execute) কৰা হয় চাম |
03.20 | প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহ্ক,প্ৰথমে আপোনাৰ কীবৰ্ডত একেলগে Shift Ctrl' আৰু S কী টিপক |
03.31 | এতিয়া ফাইলটো( file) এটা extension .cppত ছেভ(Save) কৰক আৰু ছেভ(Save)ত টিপক
|
03.41 | আমি হেদাৰ ফাইল(header file)টো iostreamলৈ সলনি কৰিম
|
03.47 | এতিয়া 'using ষ্টেটমেন্ত্টো( statement) স্ংলগ্ন( include) কৰক, ছেভ(save)ত টিপক |
03.58 | C++ ত গ্ল’বেল ভেৰিয়েবল ( Global variable) আৰু ল’কেল ভেৰিয়েবল ( Local variable)ৰ ঘোষণা( declaration) একেদৰে কৰা হয় |
04.03 | সেয়ে একো সলাবৰ প্ৰয়োজন নাই |
04.07 | এতিয়া printf ষ্টেটমেন্তটো( statement) coutষ্টেটমেন্তটো( statement)ৰে সলনি কৰক
|
04.13 | format specifierআৰু '\n'ক নাইকীয়া( Delete) কৰক |
04.17 | এতিয়া কমা( comma) নাইকীয়া( Delete) কৰক |
04.19 | দুটা আৰম্ভণী কোণ ব্ন্ধনী (opening angle brackets) লিখক |
04.22 | সামৰণী বন্ধনী( closing bracket) নাইকীয়া কৰি,আকৌ দুটা আৰম্ভণী কোণ ব্ন্ধনী((opening angle brackets)) লিখক |
04.26 | আৰু দুটা উৰ্দ্ধক’মাৰ(quotes)ৰ ভিতৰত “/ n” লিখক, এতিয়া ছেভ(save) টিপক |
04.35 | আহ্ক আমি প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী( execute) কৰো |
04.39 | প্ৰান্তলৈ( terminal) ঘুৰি আহো |
04.42 | কম্পাইল(Compile) কৰিবলৈ লিখক,g++ space scope dot cpp space -o space sco1, |
04.52 | ইয়াত আমাৰ sco1আছে কাৰণ আমি scope .cফাইলৰ আউত্পুত পেৰামিটাৰ(output parameter)টো অভাৰৰাইট(overwrite) কৰিব নিবিচাৰো |
05.04 | এতিয়া এন্টাৰ(enter) টিপক
|
05.07 | কাৰ্যকৰী( execute) কৰিবলে লিখক ./sco1আৰু এন্টাৰ(enter টিপক |
05.14 | আউট পুট(Output)টো দেখিবলৈ পোৱা যাব Sum of a and b is 7 |
05.19 | আমি দেখিছো যে এইটো C ক’ড(code)ৰ সৈতে একে |
05.27 | এতিয়া আমি হৱ পৰা সাধাৰণ ভুল বিলাক লক্ষ্য কৰিম |
05.31 | এতিয়া প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহোঁ, ধৰিলো মই ইয়াত এটা ভেৰিয়েবল(variable)aআকৌ ঘোষণা( declare) কৰিম |
05.41 | int a আৰু এটা ছেমিক’লন(semicolon) লিখক |
05.45 | ছেভ(Save) টিপক,আমি a ভেৰিয়েবলটো( variable) main ফাংচন(function)ৰ ওপৰত আৰু add ফাংচন(function)ৰ পাছ্ত ঘোষণা( declared) কৰিলো |
05.55 | কি হয় চাও আহক |
05.57 | প্ৰান্তলৈ( terminal) ঘুৰি আহো |
06.01 | এতিয়া আগৰ দৰে কম্পাইল(compile) কৰিম
|
06.05 | আমি ভুল(error) দেখিম, intaৰ পুনৰঘোষণা( Redefinition),int a ক ইয়াত আগতেই ঘোষণা কৰা হৈছে. প্ৰোগ্ৰামলৈ ঘুৰি আহো |
06.18 | a' এটা গ্লবেল ভেৰিয়েবল ( global variable)
|
06.20 | ইয়াৰ এটা গ্ল’বেল পৰিসৰ(global scope.) আছে |
06.22 | আমি ভেৰিয়েবলক( variable) দুবাৰ ঘোষণা( declare) কৰিব নোৱাৰো কাৰণ ইয়াক আগতেই গ্লবেলী(globally) ঘোষণা( declare) কৰা হৈছে
|
06.27 | আমি মাত্ৰ a ভেৰিয়েবলক( variable) এটা ল’কেল ভেৰিয়েবল ( local variable) হিচাপে ঘোষণা কৰিব পাৰো
|
06.34 | আহক আমি ভুল সমাধান কৰো |
06.36 | এইটো নাইকিয়া কৰক |
06.39 | ছেভ(Save) টিপক |
06.41 | আহক আমি আকৌ কাৰ্যকৰী( execute) কৰোঁ
|
06.42 | আমাৰ প্ৰান্তলৈ( terminal) ঘূৰি আহক |
06.45 | এতিয়া আগৰ দৰে কম্পাইল(compile) আৰু কাৰ্যকৰী( execute) কৰক |
06.49 | হয় ই কাম কৰিছে
|
06.52 | ইয়াৰ দ্বাৰাই আমাৰ টিউটৰিয়েলটো( tutorial) সামৰনি মাৰিম |
06.56 | আহক আমি মূলভাৱ চাও |
06.58 | এই টিউটৰিয়েলটোত( tutorial) আমি শিকিলো, |
07.00 | ভেৰিয়েবলৰ পৰিসৰ,( Scope of variable) |
07.02 | গ্ল’বেল ভেৰিয়েবল ( Global variable), যেনেঃ int a=5(৫) আৰু |
07.07 | ল’কেল ভেৰিয়েবল ( local variable), যেনেঃ int sum |
07.12 | অনুশিলনী হিচাপে
|
07.14 | দুটা সংখ্যাৰ ভিন্নতা(difference) ছ্পাবলৈ( print) এটা প্ৰোগ্ৰাম( program) লিখক |
07.19 | এই কথাচিত্রটো( video) তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পাব ৷
|
07.22 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (Spoken Tutorial project)ৰ মূলভাৱ
|
07.25 | আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক |
07.30 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে
|
07.32 | স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে
|
07.35 | “অনলাইন পৰীক্ষাত”( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ দিয়ে |
07.40 | অধিক জানিবলৈ অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক |
07.47 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়
|
07.52 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ |
08.00 | ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ |
08.04 | মই কৃষ্ণ কমল দুৱৰা
|
08.08 | উপভোগৰ বাবে ধন্যবাদ । |