Ruby/C3/for-and-each-Looping-Statements/Assamese
From Script | Spoken-Tutorial
Time' | Narration |
00.01 | “Ruby”ৰ for আৰু each Loopsৰ এই টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00.05 | এই টিওটৰিয়েলত আমি শিকিম |
00.07 | “loop” সংজ্ঞাৰ অৰ্থ |
00.08 | “Ruby”ত থকা ভিন্ন ধৰনৰ লুপ |
00.11 | “for”লুপৰ ব্যৱহাৰ আৰু |
00.12 | “each” লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ |
00.14 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
00.16 | ‘‘উবুন্টু লিনাক্স 12.04 |
00.19 | “Ruby” 1.9.3 |
00.22 | এই টিওটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ “ইণ্টাৰনেট” সংযোগ থাকিব লাগিব । |
00.25 | “Linux” কমাণ্ড, ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
00.30 | অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰিব ৷ |
00.34 | “Ruby”ত “লুপ”ৰ অৰ্থ কি চাওঁ আহক । |
00.38 | “লুপ” হল এটা কমাণ্ড বা কমাণ্ডৰ সংহতি যি এটা নিৰ্দিষ্ট বাৰলৈ হে সম্পাদন হব । |
00.44 | “Ruby”ত প্ৰধানকৈ এইকেইটা লুপিং ষ্টেটমেণ্ট থাকে । |
00.47 | for |
00.48 | each |
00.49 | while |
00.49 | until |
00.50 | এই টিওটৰিয়েলত আমি শিকিম forআৰু “ each লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ । |
00.55 | আমি আৰম্ভ কৰা আগতে আপোনাৰ হ’ম ডেৰেক্টৰিত এইকেইটা ফ`ল্ডাৰ তৈয়াৰ কৰি লওঁক । |
01.02 | ttt, ruby হাইফেন tutorial, looping হাইফেন statements. |
01.07 | আনুগ্ৰহ কৰি উল্লেখ কৰা দৰে চাব ফ`ল্ডাৰ তৈয়াৰ কৰি লব । |
01.11 | এতিয়া আমি প্ৰয়োজনীয় ফ`ল্ডাৰ কেইটা তৈয়াৰ কৰি ললো । |
01.13 | আহক আমি আগ বাঢ়ো । |
01.15 | “Ruby”ত “ফৰ লুপ” ৰ চিন্টেক্স এই দৰে হয় - |
01.19 | for “variable” in “a collection of objects” |
01.22 | ruby code |
01.23 | end |
01.25 | উদাহৰণ এটা চাওঁ আহক । |
01.28 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
01.32 | নাম ৰাখক “for hyphen loop dot rb” |
01.36 | মোৰ লগত “for” লুপৰ উদাহৰণ এটা আছে । |
01.39 | আপোনি এই টিওটৰিয়েল ৰখাই ক’ড টাইপ কৰি যাব পাৰে । |
01.44 | মই এই উদাহৰণত “for” লুপ এটা ঘোষণা কৰিছো । |
01.47 | আমাৰ লগত ১ৰ পৰা -২০ৰ লৈকে সংখ্যাৰ সংহতি এটা আছে । |
01.50 | “i” নামৰ ল’কেল ভেৰিয়েবল এটা “for” লুপৰ ভিতৰত ঘোষণা কৰিলো । |
01.55 | “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো ১ৰ পৰা -২০ৰ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব । |
02.00 | “for” লুপৰ ঘোষণাই ক’ডটো ১ৰ পৰা -২০ৰ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগ উপৰত দোহাৰাই থকাত সহাই কৰে । |
02.07 | “for” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
02.14 | এতিয়া “টাৰমিনেল” লৈ যাওক আৰু টাইপ কৰক |
02.17 | “ruby space for hyphen loop dot rb” আৰু আওতপুত চাওঁক |
02.22 | আওতপুটত ১ৰ পৰা -২০ৰ সংখ্যা লৈকে array দেখা পাব । |
02.26 | এই উদাহৰণত আমি এটা “for” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম । |
02.31 | যিটোয়ে ১ৰ পৰা -২০ৰ সংখ্যা লৈকে সন্নিবিষ্ট কৰিব । |
02.35 | এটিয়া আমি “ফৰ লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰা হিকিম । |
02.41 | এটিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক । |
02.44 | ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্পৰ্যৰ সংগ্ৰহৰ অন্তিম অংশটো সন্নিবিষ্ট নকৰে । |
02.49 | ইয়াত “ফৰ” লুপ ১ৰ পৰা -২০ৰ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে উপয়োগ হৈছে । |
02.55 | আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় । |
02.59 | আমাৰ সংখ্যাৰ ভিতৰত ৩’টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয় । |
03.04 | “টাৰমিনেল” লৈ যাওক আৰু টাইপ কৰক “ruby স্পেচ for hyphen loop dot rb |
03.13 | আৰু আওতপুত চাওঁক । |
03.17 | আওতপুটত এটিয়াও সংখ্যাৰ “এৰে” এটা দেখা পাব কিন্তু ২০ সংখ্যাটো সন্নিবিষ্ট নকৰে । |
03.22 | এতিয়া আপোনি আপোনাৰ নিজৰ “for” লুপ লিখিব পাৰিব লাগে । |
03.27 | “each”' লুপৰ চিন্টেক্স এই দৰে হয় - |
03.31 | “a collection of objects” dot each do item |
03.36 | ruby code end |
03.38 | উদাহৰণ এটা চাই বোজো আহক । |
03.42 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
03.46 | নাম ৰাখক “each hyphen loop dot rb” |
03.50 | মোৰ লগত each লুপৰ উদাহৰণ এটা আছে । |
03.53 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
03.58 | মই এই উদাহৰণত 'each লুপ এটা ঘোষণা কৰিছো । |
04.03 | আমাৰ লগত ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতি এটা আছে । |
04.06 | “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা 'each লুপৰ ভিতৰত ঘোষণা কৰিলো । |
04.11 | “i” নামৰ ল’কেল ভেৰিয়েবলটো ১ৰ পৰা ২০ৰ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব । |
04.17 | “ইচ” লুপৰ ডিক্লেৰেছনে (ঘোষণাই) ক’ডটো ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগৰ উপৰত দোহাৰাই থকাত সহাই কৰে । |
04.23 | “ইচ” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
04.30 | টাৰমিনেল” যাওক আৰু টাইপ কৰক “ruby space each hyphen loop dot rb” |
04.39 | আৰু আওতপুত চাওঁক । |
04.43 | আওতপুটত১ৰ পৰা ২০ৰ সংখ্যা লৈকে “এৰে” দেখা পাব । |
04.46 | এই উদাহৰণত আমি এটা “ইচ” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম । |
04.51 | যিটোয়ে ১ৰ-২০ৰ পৰা সংখ্যা লৈকে সন্নিবিষ্ট কৰিব । |
04.54 | এতিয়া আমি “ইচ” লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জৰ বাবে উপয়োগ কৰা চাম। |
05.00 | এতিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক । |
05.04 | ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্পৰ্যৰ সংগ্ৰহৰ অন্তিম এলিমেন্টো (অংশটো) সন্নিবিষ্ট নকৰে । |
05.10 | ইয়াত each' লুপ ১ৰ পৰা ২০ৰ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে উপয়োগ হৈছে । |
05.16 | আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় । |
05.20 | আমাৰ সংখ্যাৰ ভিতৰত ৩’টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয় । |
05.25 | “terminal(টাৰমিনেল)” যাওক আৰু টাইপ কৰক “ruby space each hyphen loop dot rb” |
05.34 | আৰু আওতপুত চাওঁক । |
05.39 | এতিয়া আপোনি আপোনাৰ নিজৰ each লুপ লিখিব পাৰিব লাগে । |
05.44 | আমি কেনেকৈ নিৰ্ণয় কৰিম যে কোনতো লুপিং কনষ্ট্ৰাক্ট বাচনিকৰিম ? |
05.48 | forলুপ কনষ্ট্ৰাক্ট বিষয়ে ৰিকল মানে ৰোমন্থন কৰো আহক । |
05.53 | প্ৰথম উদাহৰণত for লুপ ব্যৱহাৰ কৰি ১ৰ পৰা ২০ সংখ্যাৰ সংহতিৰ উপৰত আমি দোহাৰাইছিলো । |
05.59 | টাৰমিনেলত “ruby space for hyphen loop dot rb” সম্পাদন কৰি আওতপুত চাওঁক । । |
06.08 | এতিয়া “gedit”টত থকা ক’দ চাওঁক । |
06.11 | আপোনি যেতিয়া for loop ইন্ভক কৰে তেতিয়া প্ৰকৃততে “Ruby”এ “ইচ” মেথডেটোহে ক’ল বা মাতি থাকে । |
06.16 | আৰু each' বা for কল কৰিলে , আওতপুত একেটা উত্পন্ন হব । |
06.21 | যিহেটো for ক’ল কৰিলে eachহে ক’ল হয়, সেইহে “ফৰ”ৰ সলনি eachলুপেই ব্যৱহাৰ কৰিব । |
06.28 | আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো । |
06.30 | পৰ্য্যালোচনা কৰো আহক । |
06.32 | আমি এই টিওটৰিয়েলত শিকিলো |
06.33 | for' লুপৰ ব্যৱহাৰ |
06.35 | “each” কনষ্ট্ৰাক্টৰ ব্যৱহাৰ |
06.38 | for ইয়াৰ ঠাইত each ব্যৱহাৰ কৰা উপলক্ষ্য |
06.41 | উপৰ’ৰ লুপিং কনষ্ট্ৰাক্ট’ৰ ব্যৱহাৰ কৰি কৰা উদাহৰণ |
06.45 | কাৰ্য্য হিচাবে কৰক |
06.47 | উপযোগী লুপ কনষ্ট্ৰাক্ট ব্যৱহাৰ কৰি এটা ৰূৰ্বী প্ৰ’গ্ৰেম লিখক |
06.50 | এটা সংখ্যাৰ সংহতিৰ পৰা, ধৰক ১ৰ পৰা ২০ৰ’লৈ ইভেন(even) সংখ্যাৰ আওতপুত এটা ডিচপ্লে কৰক |
06.56 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
07.00 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
07.03 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
07.08 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
07.11 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
07.14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
07.18 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
07.23 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
07.26 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
07.33 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
07.41 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |