Ruby/C3/for-and-each-Looping-Statements/Assamese
From Script | Spoken-Tutorial
| Time' | Narration |
| 00.01 | “Ruby”ৰ for আৰু each Loopsৰ টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
|
| 00.05 | এই টিওটৰিয়েলত আমি শিকিম |
| 00.07 | “loop” সংজ্ঞাৰ অৰ্থ |
| 00.08 | “Ruby”ত থকা ভিন্ন তৰহৰ লুপ |
| 00.11 | “for”লুপৰ ব্যৱহাৰ আৰু |
| 00.12 | “each” লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ |
| 00.14 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
| 00.16 | ‘‘উবুন্টু লিনাক্স 12.04 |
| 00.19 | “Ruby” 1.9.3 |
| 00.22 | এই টিওটৰিয়েল অনুকৰণ কৰিবলৈ আপোনাৰ “ইণ্টাৰনেট” সংযোগ থাকিব লাগিব । |
| 00.25 | “Linux” কমাণ্ড, ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
| 00.30 | অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব ৷ |
| 00.34 | “Ruby”ত “লুপ”ৰ অৰ্থ কি চাওঁ আহক । |
| 00.38 | “লুপ” হল এটা কমাণ্ড বা কমাণ্ডৰ সংহতি যি এটা নিৰ্দিষ্ট বাৰলৈ হে সম্পাদন হব । |
| 00.44 | “Ruby”ত প্ৰধানকৈ এইকেইটা লুপিং ষ্টেটমেণ্ট থাকে । |
| 00.47 | for |
| 00.48 | each |
| 00.49 | while |
| 00.49 | until |
| 00.50 | এই টিওটৰিয়েলত আমি শিকিম forআৰু “ each লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ । |
| 00.55 | আমি আৰম্ভ কৰা আগতে আপোনাৰ হ’ম নিৰ্দেশিকাত এইকেইটা ফ`ল্ডাৰ তৈয়াৰ কৰি লওঁক । |
| 01.02 | ttt, ruby hyphen tutorial, looping hyphen statements. |
| 01.07 | আনুগ্ৰহ কৰি উল্লেখ কৰা দৰে চাব ফ`ল্ডাৰ তৈয়াৰ কৰি লব । |
| 01.11 | এটিয়া আমি প্ৰয়োজনীয় ফ`ল্ডাৰ কেইটা তৈয়াৰ কৰি ললো । |
| 01.13 | আহক আমি আগ বাঢ়ো । |
| 01.15 | “Ruby”ত “ফৰ লুপ” ৰ পদান্বয় (বা চিন্টেক্স) এই দৰে হয় -
|
| 01.19 | for “variable” in “a collection of objects”
|
| 01.22 | ruby code |
| 01.23 | end |
| 01.25 | উদাহৰণ এটা চাওঁ আহক । |
| 01.28 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
| 01.32 | নাম ৰাখক “for hyphen loop dot rb”
|
| 01.36 | মোৰ লগত “for” লুপৰ উদাহৰণ এটা আছে । |
| 01.39 | আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে । |
| 01.44 | মই এই উদাহৰণত “for” লুপ এটা ঘোষণা কৰিছো । |
| 01.47 | আমাৰ লগত ১-২০ সংখ্যাৰ সংহতি এটা আছে । |
| 01.50 | “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা “for” লুপৰ ভিতৰত ঘোষণা কৰিলো । |
| 01.55 | “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো ১-২০ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব । |
| 02.00 | “for” লুপৰ ঘোষণাই ক’ডটো ১-২০ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগ উপৰত দোহাৰাই থকাত সহাই কৰে । |
| 02.07 | “for” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।
|
| 02.14 | “টাৰমিনেল” যাওক আৰু টাইপ কৰক |
| 02.17 | “ruby space for hyphen loop dot rb” আৰু আওতপুত চাওঁক |
| 02.22 | আওতপুটত ১-২০ সংখ্যা লৈকে array দেখা পাব ।
|
| 02.26 | এই উদাহৰণত আমি এটা “for” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম । |
| 02.31 | যিটোয়ে ১-২০ সংখ্যা লৈকে সন্নিবিষ্ট কৰিব । |
| 02.35 | এটিয়া আমি “ফৰ লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰা হিকিম । |
| 02.41 | এটিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক । |
| 02.44 | ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্পৰ্যৰ সংগ্ৰহৰ অন্তিম অংশটো সন্নিবিষ্ট নকৰে । |
| 02.49 | ইয়াত “ফৰ” লুপ ১-২০ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে প্ৰণয়ন হৈছে । |
| 02.55 | আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় । |
| 02.59 | আমাৰ সংখ্যাৰ ভিতৰত ৩’টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয় । |
| 03.04 | “টাৰমিনেল” যাওক আৰু টাইপ কৰক “ruby space for hyphen loop dot rb |
| 03.13 | আৰু আওতপুত চাওঁক । |
| 03.17 | আওতপুটত এটিয়াও সংখ্যাৰ “এৰে” এটা দেখা পাব কিন্তু ২০ সংখ্যাটো সন্নিবিষ্ট নকৰে । |
| 03.22 | এতিয়া আপোনি আপোনাৰ নিজৰ “for” লুপ লিখিব পাৰিব লাগে । |
| 03.27 | “each”'লুপৰ পদান্বয় (বা চিন্টেক্স) এই দৰে হয় - |
| 03.31 | “a collection of objects” dot each do item |
| 03.36 | ruby code end |
| 03.38 | উদাহৰণ এটা চাওঁ আহক । |
| 03.42 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
|
| 03.46 | নাম ৰাখক “each hyphen loop dot rb”
|
| 03.50 | মোৰ লগত each লুপৰ উদাহৰণ এটা আছে । |
| 03.53 | আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে । |
| 03.58 | মই এই উদাহৰণত 'each লুপ এটা ঘোষণা কৰিছো । |
| 04.03 | আমাৰ লগত ১-২০ সংখ্যাৰ সংহতি এটা আছে । |
| 04.06 | “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা 'each লুপৰ ভিতৰত ঘোষণা কৰিলো । |
| 04.11 | “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো ১-২০ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব । |
| 04.17 | “ইচ” লুপৰ ঘোষণাই ক’ডটো ১-২০ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগ উপৰত দোহাৰাই থকাত সহাই কৰে । |
| 04.23 | “ইচ” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
| 04.30 | টাৰমিনেল” যাওক আৰু টাইপ কৰক “ruby space each hyphen loop dot rb” |
| 04.39 | আৰু আওতপুত চাওঁক । |
| 04.43 | আওতপুটত ১-২০ সংখ্যা লৈকে “এৰে” দেখা পাব । |
| 04.46 | এই উদাহৰণত আমি এটা “ইচ” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম । |
| 04.51 | যিটোয়ে ১-২০ সংখ্যা লৈকে সন্নিবিষ্ট কৰিব । |
| 04.54 | এটিয়া আমি “ইচ” লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰা হিকিম । |
| 05.00 | এটিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক ।
|
| 05.04 | ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্পৰ্যৰ সংগ্ৰহৰ অন্তিম অংশটো সন্নিবিষ্ট নকৰে । |
| 05.10 | ইয়াত each' লুপ ১-২০ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে প্ৰণয়ন হৈছে । |
| 05.16 | আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় । |
| 05.20 | আমাৰ সংখ্যাৰ ভিতৰত ৩’টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয় । |
| 05.25 | “terminal(টাৰমিনেল)” যাওক আৰু টাইপ কৰক “ruby space each hyphen loop dot rb” |
| 05.34 | আৰু আওতপুত চাওঁক । |
| 05.39 | এতিয়া আপোনি আপোনাৰ নিজৰ each লুপ লিখিব পাৰিব লাগে । |
| 05.44 | আমি কেনেকৈ নিৰ্ণয় কৰিম যে কোন্টা লুপিং কনষ্ট্ৰাক্ট চয়ন কৰিম ? |
| 05.48 | forলুপ কনষ্ট্ৰাক্ট বিষয়ে ৰোমন্থন কৰো আহক । |
| 05.53 | প্ৰথম উদাহৰণত for লুপ ব্যৱহাৰ কৰি ১-২০ সংখ্যাৰ সংহতিৰ উপৰত আমি দোহাৰাইছিলো । |
| 05.59 | টাৰমিনেলত “ruby space for hyphen loop dot rb” সম্পাদন কৰি আওতপুত চাওঁক । । |
| 06.08 | এটিয়া “gedit”টত থকা ক’দ চাওঁক । |
| 06.11 | আপোনি যেতিয়া for loop ইন্ভক কৰে তেতিয়া প্ৰকৃততে “Ruby”এ “ইচ” মেথডেটোহে ক’ল বা মাতি থাকে । |
| 06.16 | আৰু each' বা for মাতক, আওতপুত একেটা উত্পন্ন হব । |
| 06.21 | যিহেটো for ক’ল কৰিলে eachহে ক’ল হয়, সেইহে “ফৰ”ৰ সলনি eachলুপেই ব্যৱহাৰ কৰিব । |
| 06.28 | আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো । |
| 06.30 | পৰ্য্যালোচনা কৰো আহক । |
| 06.32 | আমি এই টিওটৰিয়েলত শিকিলো |
| 06.33 | for' লুপৰ ব্যৱহাৰ
|
| 06.35 | “each” কনষ্ট্ৰাক্টৰ ব্যৱহাৰ |
| 06.38 | for ঠাইত each ব্যৱহাৰ কৰা উপলক্ষ্য |
| 06.41 | উপৰ’ৰ লুপিং কনষ্ট্ৰাক্ট’ৰ ব্যৱহাৰ কৰি কৰা উদাহৰণ |
| 06.45 | কাৰ্য্য হিচাবে কৰক |
| 06.47 | উপযোগী লুপ কনষ্ট্ৰাক্ট ব্যৱহাৰ কৰি এটা ৰূৰ্বী প্ৰ’গ্ৰেম লিখক |
| 06.50 | এটা সংখ্যাৰ সংহতিৰ পৰা, ধৰক ১-২০’লৈ ইভিন(even) সংখ্যাৰ আওতপুত এটা ডিচপ্লে কৰক |
| 06.56 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
| 07.00 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 07.03 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
|
| 07.08 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
| 07.11 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
| 07.14 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 07.18 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
| 07.23 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 07.26 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 07.33 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
| 07.41 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |