LibreOffice Suite Base/C2/Add-List-Box-form-control-to-a-form/Assamese

From Script | Spoken-Tutorial
Revision as of 17:51, 10 September 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Visual Cues
Narration


00:03 লিবাৰ অফিচ বেইছৰ এই স্প’কেন টিউট’ৰিয়েললৈ আপোনাৰলোকক স্বাগতম.
00:06 এই টিউট’ৰিয়েলত আমি  ফৰ্ম এখনৰলৈ এটা লিষ্ট বক্স ফৰ্ম কন্ট্ৰল যোগ কৰা শিকিম|
00:14 ইয়াৰ পূৰ্ব টিউট’ৰিয়েলত আমি লিবাৰ অফিচ বেইছ ব্যৱহাৰ কৰি এখন ফৰ্ম ম’ডিফাই কৰা শিকিলো|
00:20 আমি ইয়াৰ পূৰ্ব টিউট’ৰিয়েলত ফৰ্মখনৰ এই চিত্ৰটোও দেখিলো যেতিয়া আমি ইয়াক সৄষ্টি আৰু ম’ডিফাই কৰিবলৈ আৰম্ভ কৰিছিলো|
00:33 আৰু আমি আমাৰ ডিজাইনৰ কাম সমাপ্ত কৰাত ফৰ্ম খন এই ধৰণৰ দেখা যাব|
00:45 ইয়াত লক্ষয় কৰক যে আমি বুকচ ইছ্যুড টেইবলত প্ৰথম ৰেকৰ্ডটো দেখা পাইছো|
00:52 আৰু লগতে আমি বুক আই ডিৰ আৰু মেমবাৰ আইদিৰ সলনি ৰিয়েল বুক টাইটল আৰু মেম্বাৰ নেইমচ-ৰ সৈতে লিষ্ট বক্সবিলাক দেখা পাইছো|
01:01 ইয়াত এটা ৰেকৰ্ড ছেভ কৰা, সালসলনিবোৰ আনডু কৰা ইত্যাদি কাম কৰিবলৈ তলত কিছুমান পুশ বাটন আছে|  
01:11 সেয়ে এই টিউট’ৰিয়েলত আমি আমাৰ ফৰ্মত এটা লিষ্ট বক্স ফৰ্ম কন্ট্ৰল যোগ কৰা শিকিম|
01:20 যদি ই ইতিমধ্যে খোলা হৈ থকা নাই তেন্তে আমি প্ৰথমে লিবাৰ অফিচ বেইছ প্ৰোগ্ৰাম খোলো আহক|
01:32 আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছ খোলো|
01:35 যদিহে বেইছ ইতিমধ্যে খোলা হৈ আছে তেন্তে আমি লাইব্ৰেৰী ডেটাবেইছটো ফাইল মেন্যুত থকা অপেনত ক্লিক কৰিও খোলিব পাৰো|
01:45 বা ফাইল মেন্যুত থকা ৰিচেন্ট ডুকুমেন্টত ক্লিক কৰিও খোলিব পাৰে
01:50 এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো|
01:54 আমি পূৰ্ব টিউট’ৰিয়েলত তৈয়াৰ কৰা “Books Issued to Members” ফৰ্মখন খোলা যাওক|
02:01 সেইটো কৰিবলৈ আমি বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো


02:07 আৰু সো পেনেলত থকা “Books Issued to Members” ফৰ্মখনত সো ক্লিক কৰক আৰু তাৰ পাছত এদিটত ক্লিক কৰক|
02:17  আমি এতিয়া ফৰ্ম ডিজাইন ৱিণ্ড’খনত আছো|
02:21  আমি প্ৰথমে ’Book Title’ লেবেলটো বিবেচনা কৰি চাও,আহক|
02:25 মন কৰক যে ইয়াত টেক্সট বক্সটোয়ে কেৱল বুকআইডি নাম্বাৰচ হে দেখোৱাব যিটো আমাৰ চকুৰ বাবে অনুকূল নহয়|
02:34 আমাৰ বাবে বুক টাইটলবোৰ অধিক উপযোগী হয়|
02:37 গতিকে, এই সকলোবোৰ টাইটল প্ৰদৰ্শন কৰিবলৈ বেইছ এ কিছুমান উপায় দিছে, তাৰে এটা উপায় হৈছে লিষ্ট বক্স ফৰ্ম কন্ট্ৰলৰ ব্যৱহাৰ কৰি
02:49 কেনেকৈ হয় চাও|
02:51 এইটোৰ বাবে, প্ৰথমে বুক টাইটল লেবেলটোৰ কাষত থকা টেক্সট বক্সটো অতৰুৱা যাওক|
02:59 আমি এইটো টেক্সট বক্সত ক্লিক কৰি কৰিব পাৰো যিয়ে ইয়াক প্রচলিত সেউজীয়া  বক্সৰ সৈতে বাচনি কৰিব|
03:09 আৰু তাৰ পাছত সো ক্লিক কৰি আৰু তলত থকা ’Cut’ত ক্লিক কৰি| 
03:16 এইয়া আমি টেক্সট বক্সটো আতৰাই দিলো
03:20 এতিয়া আমি ইয়াত লিষ্ট বক্স ফৰ্ম কন্ট্ৰল স্থাপন কৰিম|
03:26 ফৰ্ম কন্ট্ৰলচ টুলবাৰত এইটো একচেচ কৰিব পাৰি
03:31 আমি ভিউ মেন্যু বয়ৱহাৰ কৰি আৰু ফৰ্ম কন্ট্ৰলচত ক্লিক কৰি ইয়াক প্ৰদৰ্শন কৰিব পাৰো|
03:39 মন কৰক যে বেইছ এ আমাক বহুতো ফৰ্ম কন্ট্ৰলচৰ যোগান দিয়ে আৰু টুল টিপচবোৰ পঢ়িবলৈ আমি কাৰচাৰদাল এই আইকন বিলাকৰ উপৰত ৰাখো
04:01 আহক আমি আমাৰ লিষ্ট বক্স আইকনটো বিচাৰি উলিয়াও|
04:05 ইয়াত আছে,এই আইকনটোত মাত্ৰ এবাৰ ক্লিক কৰো আহক|
04:11 আৰু আমি মাউছ পইন্টাৰটো ফৰ্মলৈ লৈ যাও, মন কৰক যে ই এটা সৰু প্লাছ ছিম্বললৈ পৰিবর্তন  হৈছে|
04:21 এতিয়া আমি আমাৰ ফৰ্মত লিষ্ট বক্স ফৰ্ম কন্ট্ৰলটো ড্ৰ’ কৰিব পাৰিম|
04:26 ইয়াৰ বাবে, আমি আমাৰ ফৰ্মত ইয়াক মাত্ৰ ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰিম
04:34 ইয়াক আমি আগতে য’ৰ পৰা টেক্সট বক্সটো অতৰাইছিলো তাত ৰখা যাওক|
04:39 মন কৰক যে ’List Box Wizard’ নামৰ এটা নতুন ৱিজাৰ্ড ফৰ্মচ ডিজাইন ৱিণ্ড’খনৰ উপৰত খোলা  খাইছে
04:48 এতিয়া এই ৱিজাৰ্ডটোৱে আমাক লিষ্ট বক্সক বুক টাইটেল লেবেলৰ সৈতে সংযোগ কৰিবলৈ সহায় কৰিব|
04:56 সেইটো কেনেকৈ কৰা হয় চাও আহক|
04:58 এই ৱিজাৰ্ডত, প্ৰথমে আমি সেই টেইবল খন বাচি লও য’ৰ পৰা আমি বুক টাইটেল বোৰ পাব পৰো|
05:07 আমি লিষ্টৰ পৰা বুক টেইবল খন বাচি লম আৰু নেক্সট বাটনত ক্লিক কৰিম|
05:15 এতিয়া, এই ৱিণ্ড’খনত লিষ্ট বক্সত দেখুওৱাব লগীয়া ফিল্ড বাচি লব লাগিব|
05:24 আৰু আমি জানো যে টাইটল ফিল্ডএ বুক টাইটলবোৰ সংৰক্ষণ কৰে|
05:29 গতিকে আমি পাচৰ পদক্ষেপটোলৈ য়াও|
05:32 এই অন্তিম ৱিণ্ড’খনতেই যি আমি মেজিকটো কৰিম|
05:36 আমি টেবোল আৰু সম্পৰ্কিত ফিল্ডবিলাকক সংযোগ কৰিম|
05:41 ফিল্ড নেইমলৈ চাওক| বুক ইছ্যুড টেইবল-ত বাওফালে থকা ’Fields in the Value table’ হৈছে ফিল্ড|
05:52 আৰু সোঁফলে থকা ’Fields in the list table’ হৈছে বুকচ টেইবলৰ ফিল্ড|
05:59 আমি জানো যে বুক আইডি হৈছে বুকচ টেইবলৰ কী ফিল্ড আৰু ইয়াক বুক ইছ্যুড টেবোলত প্ৰতিনিধিত্ব কৰিছে|
06:10 গতিকে আমি বাওফালৰ লিষ্টত থকা বুকআইডিত ক্লিক কৰিম যিয়ে "Field from the value table' বোলি কয়
06:20 পিছত আমি সোঁফলে থকা বুকআইডিত ক্লিক কৰিম যি 'Field from the list table’ বুলি কয়
06:29 ৱিজাৰ্ডটো বন্ধ কৰিবলৈ ফিনিশ্ব বাটনটোত ক্লিক কৰক|
06:34 এইয়া আমি সমপৰ্কিত টেইবলচ আৰু ফিল্ডচবোৰ সংযোগ কৰিলো|
06:40 এতিয়া বেইছে সকলো বুক টাইটলবোৰ স্বয়ংক্রিয়ভাবে এই লিষ্ট বক্সত প্ৰদৰ্শন কৰিব|
06:46  এতিয়া আমি এই ফৰ্ম খন সংৰক্ষন কৰো|
06:49 আৰু এই ৱিণ্ড’ খন বন্ধ কৰক
06:51 বেইছৰ পৰৱৰ্তী টিউট’ৰিয়েলৰ অংশত আমি আমাৰ ফৰ্মত বাকী ফৰ্ম কন্ট্ৰলবিলাক যোগ কৰা অব্যাহত ৰাখিম|
07:00 আমাৰ কাম শেষ হোৱাত আমাৰ ফৰ্ম খন এনে ধৰণে দেখাত হব|
07:06 ইয়াতে এটা কাৰ্য আছে|
07:08 আনফ্ৰেন্ডলি মেম্বাৰ আই ডি-ৰ সলনি মেম্বাৰ নেইম অন্তৰ্ভূক্ত কৰিবলৈ দ্বিতীয় লিষ্ট বক্স যোগ কৰক|
07:17 লিষ্ট বক্সটোৰ অৱস্থানকলৈ চিন্তা নকৰিব| মাত্ৰ ইয়াক মেম্বাৰ নেইম লেবেলৰ বাওফালে ড্ৰ কৰক|
07:27 আমি ইয়াক আমাৰ পৰৱৰ্তী টিউট’ৰিয়েলত মেম্বাৰ নেইম লেবেলখনত সঠিকভাৱে অৱস্থান কৰিম|
07:34 এইখিনিতে আমাৰ লিবাৰ অফিচ বেইছত লিষ্ট বক্স কন্ট্ৰল বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে|
07:40 চমুৱাই কবলৈ হ’লে আমি শিকিলো: এখন ফৰ্মত লিষ্ট বক্স কন্ট্ৰল যোগ কৰা শিকিলো|
07:47 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ| ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|
07:58 এই প্ৰজেক্টটো http://spoken-tutorial.org.-এ সঞ্চালনা কৰিছে|
08:04 অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro.
08:08   এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে আৰু এইয়া হৈছে মৌচুমী মেধে আই আই টি বম্বেৰ পৰা|
08:16 অংশ গ্ৰহণৰ বাবে ধন্যবাদ|

Contributors and Content Editors

Mousumi