Ruby/C2/Logical-and-other-Operators/Assamese
From Script | Spoken-Tutorial
Time' | Narration |
00.02 | নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Logical & অন্য Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00.06 | এই টিওটৰিয়েলত আমি শিকিম |
00.09 | Logical Operators |
00.11 | “Parallel assignment” আৰু |
00.13 | Range Operators |
00.15 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
00.17 | ‘‘উবুন্টু লিনাক্স 12.04 |
00.20 | Ruby 1.9.3 |
00.23 | এই টিওটৰিয়েলটো অনুসৰণ কৰিবলৈ “লিনাক্সত ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাটো দৰকাৰ ৷ |
00.29 | ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ |
00.33 | অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰিব ৷ |
00.38 | লাজিকেল অপাৰেটৰক “Boolean Operator” বোলিও জনা যায় । |
00.42 | কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে |
00.45 | আৰু “true” বা “false” ভেলু উভতাই । |
00.48 | লজিকেল অপাৰেটৰ হল, |
00.51 | “double ampersand (&&)” মানে, “(and)” |
00.54 | “double pipe” মানে, “(or)” |
00.56 | “Exclamation (!)”মানে, “(not)” |
01.00 | “&&(double ampersand)” আৰু “and” “ট্ৰু” বোলি ইভালুৱেট হ'ব যদিহে দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয় । |
01.07 | দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হ’ব যদিহে প্ৰথমটো “ট্ৰু” হয় । |
01.12 | দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা” |
01.15 | সাঙ্কেতিক “and”, মানে, “&&(double ampersand)”ৰ উচ্চতৰ প্ৰধানতা আছে । |
01.20 | উদাহৰণ কিছোমান চাওঁ আহক । |
01.22 | আমি ইয়াৰ বাবে “irb” ব্যৱহাৰ কৰিম । |
01.25 | “Ctrl, Alt আৰু T” একেলগে টিপি “টাৰমিনেল” খোলক । |
01.31 | “interactive Ruby” উৎক্ষেপ কৰিবলৈ “irb” টাইপ কৰি “এণ্টাৰ” টিপক |
01.36 | টাইপ কৰক – “3 greater than 2 space double ampersand space 4 less than 5” |
01.47 | “এণ্টাৰ” টিপক |
01.49 | আমি আওতপুত “true” বোলি পাওঁ । |
01.53 | ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, ৩>২ হয় বোলি “true” হয় । |
01.59 | “এক্সপ্ৰেচন” 2, অৰ্থাৎ, ৪>৫ এইতো “true” হয় । |
02.03 | যিহেটো দুয়োটা এক্সপ্ৰেচন “true” হয়, সেয়েহে আমি আওতপুত “true” বোলি পাওঁ । |
02.08 | এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ “আপ এৰো’” কি টিপক । |
02.12 | আৰু “double ampersand(&&)” চিহ্নটো “and” শব্দৰে সলনি কৰক । |
02.17 | “এণ্টাৰ” টিপক |
02.19 | আমি একেইটা ফলাফল পাম । |
02.22 | এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ আকৌ “আপ এৰো’” কি টিপক । |
02.27 | “এক্সপ্ৰেচন” 1 “>”চিহ্ন “<”চিহ্নৰ সৈতে সলনি কৰক |
02.32 | “এণ্টাৰ” টিপক |
02.35 | আমি আওতপুত “false” বোলি পাওঁ । |
02.38 | কাৰণ “৩<২” “false” অৰ্থাৎ মিথ্যা হয় । |
02.43 | যিহেটো প্ৰথম এক্সপ্ৰেচনটো “false” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় । |
02.49 | সেই বাবে আমি আওতপুত “false” বোলি পাওঁ । |
02.53 | “double pipe” আৰু “or” “true” হব, যদি দুয়োটা ভিতৰত যিকোনো এটা “এক্সপ্ৰেচন” “true” হয় । |
02.59 | দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো “false” হয় । |
03.04 | দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা” |
03.07 | সাঙ্কেতিক “or”, মানে, “double pipe”ৰ উচ্চতৰ প্ৰধানতা আছে । |
03.11 | উদাহৰণ কিছোমান চাওঁ আহক । |
03.15 | 10 greater than 6 স্পেচ double pipe স্পেচ 12 less than 7 |
03.23 | “এণ্টাৰ” টিপক |
03.26 | আমি আওতপুত “true” বোলি পাওঁ । |
03.29 | ইয়াত “এক্সপ্ৰেচন 1”, অৰ্থাৎ, 10>6 “true” হয় । |
03.35 | যিহেটো প্ৰথম এক্সপ্ৰেচনটো “true” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় । |
03.40 | সেই বাবে আমি আওতপুত “true” বোলি পাওঁ । |
03.42 | এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ “আপ এৰো’” টিপক । |
03.46 | "এক্সপ্ৰেচন” 1 “>”চিহ্ন “<”চিহ্নৰ সৈতে সলনি কৰক |
03.52 | আৰু “pipe” চিহ্নটো “or” শব্দৰে সলনি কৰক । |
03.57 | “এণ্টাৰ” টিপক |
04.00 | ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, 10<6 “false” হয় । |
04.05 | “এক্সপ্ৰেচন” 2, অৰ্থাৎ, 12<7 ইয়ো “false” হয় । |
04.10 | যিহেটো দুয়োটা এক্সপ্ৰেচন “false” হয়, সেয়েহে আমি আওতপুত “false” বোলি পাওঁ । |
04.15 | “!(exclamation mark)” আৰু “not” অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত মোল ঘূৰাই দিয়ে । |
04.20 | যদি “এক্সপ্ৰেচনটো” “true” হয়, তেতিয়া “exclamation mark” অপাৰেটৰে “false” ভেলু ঘোৰাই দিব । |
04.27 | ই “true” ৰিটাৰ্ন কৰিব যদিহে এক্সপ্ৰেচনটো “false” হয় । |
04.30 | দুইটাৰ মাজত এটাই পাৰ্থক্য – “প্ৰধানতা” |
04.33 | সাঙ্কেতিক “not”, মানে, “ ! ”ত উচ্চতৰ “প্ৰধানতা” আছে । |
04.37 | “not” অপাৰেটৰটো চাওঁ আহক । |
04.40 | প্ৰথমে টাইপ কৰক “10 double equal to 10” |
04.45 | “এণ্টাৰ” টিপক |
04.47 | আমি আওতপুত “true” বোলি পাওঁ । |
04.50 | উপৰ’ৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ, |
04.53 | এক্সপ্ৰেচনটোৰ আগত “not” অপাৰেটৰ বহাওঁক । |
04.57 | টাইপ কৰক “Exclamation mark ব্ৰেকেটত 10 double equal to 10” |
05.04 | “এণ্টাৰ” টিপক |
05.06 | আমি আওতপুত “false” বোলি পাওঁ । |
05.10 | “irb” কনচ’ল পৰিস্কাৰ কৰিবলৈ “Ctrl+L” একেলগে টিপক । |
05.15 | এতিয়া “parallel assignment”ৰ বিষয়ে চাওঁ । |
05.20 | “Parallel assignment”ৰ যৰিয়তে একক লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক ভেৰিয়েবল ইনিচিয়েলাইজ মানে আৰম্ভনি কৰিব পাৰি । |
05.26 | “টাৰমিনেল”লৈ যাওক । |
05.29 | “Parallel assignment” ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল “a,b,c” ঘোষণা কৰক । |
05.36 | টাইপ কৰক “a কমা b কমা c equal to 10 কমা 20 কমা 30” |
05.45 | আৰু “এণ্টাৰ” টিপক । |
05.47 | ইয়াত “১০”ক “a” ভেৰিয়েবল দি আৰোপ কৰিম । |
05.52 | “২০”ক “b” ভেৰিয়েবল দি আৰোপ কৰিম । |
05.54 | “৩০”ক “c” ভেৰিয়েবল দি আৰোপ কৰিম । |
05.56 | সোঁহাতৰ চাইদে “এৰে” দৰে কর্ম কৰে । |
06.01 | যদি আমি বাওহাতৰ ফালে গুণিতক ভাৰিয়েবলবোৰ তালিকাবদ্ধ কৰো, তেতিয়া এৰেটো আনপেক্দ আৰু আনুষঙ্গিক () ভেৰিয়েবললৈ আৰোপ হয় থাকে । |
06.10 | আামি “এৰে” বিষয়ে পাছত সৰ্বাঙ্গীন ভাবে অধ্যয়ন কৰিম । |
06.14 | বৰ্তমান আমি “assignment”টো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক । |
06.20 | “a” টাইপ কৰি “এণ্টাৰ” টিপক । |
06.23 | “a” ভেৰিয়াবোলত থকা মান“10” দেখোৱা হব । |
06.28 | “b” টাইপ কৰি “এণ্টাৰ” টিপক । |
06.31 | আমি ২০ পাম । |
06.33 | “c” টাইপ কৰি “এণ্টাৰ” টিপক । |
06.37 | ৩০ দেখোৱা হব । |
06.40 | দুটা ভেৰিয়েবোলত থকা ভেলু আদান-প্ৰদান কৰিবলৈও “Parallel assignment” কামত অাহে । |
06.45 | a আৰু b’ৰ মান আদান-প্ৰদান কৰো আহক । |
06.50 | টাইপ কৰক “puts স্পেচ ডবল কোট্চত a equal to hash কাৰ্লী ব্ৰেকেটত a কমা ডবল কোট্চত b equal to hash কাৰ্লী ব্ৰেকেটত b” |
07.11 | “এণ্টাৰ” টিপক |
07.13 | আমি আওতপুত “a=১০” পাম |
07.16 | b=২০ |
07.20 | এতিয়া a আৰু b আদান-প্ৰদান কৰো আহক । |
07.23 | টাইপ কৰক - |
07.25 | a কমা b equal to b কমা a |
07.31 | “এণ্টাৰ” টিপক |
07.33 | এতিয়া “puts” কমাণ্ডটো পাবলৈ “আপ এৰো” কি দুবাৰ টিপক । |
07.39 | আমি আওতপুত এই দৰে পাম |
07.41 | a=২০ |
07.44 | b=১০ |
07.47 | এতিয়া আমি “Ruby”ত “range(বিস্তাৰ)”ৰ বিষয়ে শিকিম । |
07.50 | “ৰেঞ্জ”ত থকা মান সংখ্যা, কেৰেক্টাৰ, চ্ট্ৰীং বা অব্জেক্ট হব পাৰে । |
07.58 | “চিকুৱেন্স (শৃংখল)” প্ৰকাশ কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় । |
08.02 | “চিকুৱেন্স ৰেঞ্জ” এটা ক্ৰমত থকা মানৰ ৰেঞ্জ উত্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় । |
08.06 | ইয়াত এটা start ভেলু, range of values আৰু এটা end ভেলু থাকে । |
08.13 | “(..) দুটা ডট অপাৰেটৰে” “inclusive range” উত্পন্ন কৰে । |
08.16 | “(...) তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে । |
08.20 | এটা মান প্ৰধানকৈ কোন্তো ৰেঞ্জত পৰে তাকেই চিনাক্ত কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় । |
08.26 | আমি এইটো “equality” (===) অপাৰেটৰ ব্যৱহাৰ কৰি কৰো । |
08.30 | “ৰেঞ্জ’ৰ” উদাহৰণ এটা চাওঁ আহক । |
08.33 | “টাৰমিনেল”লৈ যাওক । |
08.36 | টাইপ কৰক “ব্ৰেকেটত 1 দুটা ডট 10 তাৰপিছত ডট to underscore a” |
08.46 | “Two dot” অপাৰেটৰে “inclusive range” এটা উত্পন্ন কৰে । |
08.50 | “Inclusive operator”ত ৰেঞ্জত থকা আৰম্ভনি মান আৰু শেষৰ মান দুয়োটা থাকে । |
08.57 | ইয়াত “to_a” মেথদটো “ৰেঞ্জ” এটা তালিকালৈ পৰিণত কৰিবলৈ ব্যৱহাৰ কৰা হয় । |
09.03 | “এণ্টাৰ” টিপক |
09.05 | ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে । |
09.11 | এতিয়া আমি “exclusive range” অপাৰেটৰ চাম । |
09.16 | টাইপ কৰক “ব্ৰেকেটত 1 তিনিটা ডট 10 তাৰপিছত ডট to underscore a” |
09.27 | তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে । |
09.31 | “Exclusive range” অপাৰেটৰে শৃংখলৰ শেষৰ মানটো সন্নিবিষ্ট নকৰে । |
09.37 | “এণ্টাৰ” টিপক |
09.39 | ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে । |
09.45 | এতিয়া ১-১০’ৰ ৰেঞ্জত ৫ আছে নে নাই চাওঁ আহক । |
09.50 | টাইপ কৰক ““ব্ৰেকেটত 1 দুটা ডট 10 তিনিবাৰ ইকুয়েল টু তাৰপিছত ৫" |
10.00 | “এণ্টাৰ” টিপক |
10.02 | এই মানটো ৰেঞ্জত আছে নে নাই অনুসন্ধান কৰিবলৈ “Equality operator” ব্যৱহাৰ কৰা হয় । |
10.07 | আমি আওতপুত “true” বোলি পাওঁ যিহেটো ৫, ১-১০’ৰ ৰেঞ্জত থাকে । |
10.14 | এই স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল । |
10.17 | আমি এই টিওটৰিয়েলত শিকিলো |
10.20 | Logical operator মানে double ampersand, double pipe আৰু exclamation mark operators |
10.27 | Parallel assignment উদাহৰন হিচাবে: a,b,c=10,20,30 |
10.34 | Range Operator, Inclusive operator (..) আৰু Exclusive operator(...) |
10.39 | কাৰ্য্য হিচাবে কৰক |
10.41 | “Parallel assignment” ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু |
10.45 | তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক |
10.49 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
10.52 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
10.56 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
11.00 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে : |
11.03 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
11.05 | এটা অন্লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
11.09 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
11.15 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
11.19 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
11.25 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
11.34 | এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে. |
11.38 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |