Ruby/C2/Logical-and-other-Operators/Assamese

From Script | Spoken-Tutorial
Revision as of 15:56, 3 September 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time' Narration
00.02 নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Logical & অন্য Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00.06 এই টিওটৰিয়েলত আমি শিকিম
00.09 Logical Operators
00.11 “Parallel assignment” আৰু
00.13 Range Operators
00.15 ইয়াত আমি ব্যৱহাৰ কৰিছো
00.17 ‘‘উবুন্টু লিনাক্স 12.04
00.20 Ruby 1.9.3
00.23 এই টিওটৰিয়েলটো অনুসৰণ কৰিবলৈ “লিনাক্সত ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাটো দৰকাৰ ৷
00.29 ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ
00.33 অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰিব ৷
00.38 লাজিকেল অপাৰেটৰক “Boolean Operator” বোলিও জনা যায় ।
00.42 কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে
00.45 আৰু “true” বা “false” ভেলু উভতাই ।
00.48 লজিকেল অপাৰেটৰ হল,
00.51 “double ampersand (&&)” মানে, “(and)”
00.54 “double pipe” মানে, “(or)”
00.56 “Exclamation (!)”মানে, “(not)”
01.00 “&&(double ampersand)” আৰু “and” “ট্ৰু” বোলি ইভালুৱেট হ'ব যদিহে দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয় ।
01.07 দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হ’ব যদিহে প্ৰথমটো “ট্ৰু” হয় ।
01.12 দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা”
01.15 সাঙ্কেতিক “and”, মানে, “&&(double ampersand)”ৰ উচ্চতৰ প্ৰধানতা আছে ।
01.20 উদাহৰণ কিছোমান চাওঁ আহক ।
01.22 আমি ইয়াৰ বাবে “irb” ব্যৱহাৰ কৰিম ।
01.25 “Ctrl, Alt আৰু T” একেলগে টিপি “টাৰমিনেল” খোলক ।
01.31 “interactive Ruby” উৎক্ষেপ কৰিবলৈ “irb” টাইপ কৰি “এণ্টাৰ” টিপক
01.36 টাইপ কৰক – “3 greater than 2 space double ampersand space 4 less than 5”
01.47 “এণ্টাৰ” টিপক
01.49 আমি আওতপুত “true” বোলি পাওঁ ।
01.53 ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, ৩>২ হয় বোলি “true” হয় ।
01.59 “এক্সপ্ৰেচন” 2, অৰ্থাৎ, ৪>৫ এইতো “true” হয় ।
02.03 যিহেটো দুয়োটা এক্সপ্ৰেচন “true” হয়, সেয়েহে আমি আওতপুত “true” বোলি পাওঁ ।
02.08 এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ “আপ এৰো’” কি টিপক ।
02.12 আৰু “double ampersand(&&)” চিহ্নটো “and” শব্দৰে সলনি কৰক ।
02.17 “এণ্টাৰ” টিপক
02.19 আমি একেইটা ফলাফল পাম ।
02.22 এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ আকৌ “আপ এৰো’” কি টিপক ।
02.27 “এক্সপ্ৰেচন” 1 “>”চিহ্ন “<”চিহ্নৰ সৈতে সলনি কৰক
02.32 “এণ্টাৰ” টিপক
02.35 আমি আওতপুত “false” বোলি পাওঁ ।
02.38 কাৰণ “৩<২” “false” অৰ্থাৎ মিথ্যা হয় ।
02.43 যিহেটো প্ৰথম এক্সপ্ৰেচনটো “false” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় ।
02.49 সেই বাবে আমি আওতপুত “false” বোলি পাওঁ ।
02.53 “double pipe” আৰু “or” “true” হব, যদি দুয়োটা ভিতৰত যিকোনো এটা “এক্সপ্ৰেচন” “true” হয় ।
02.59 দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো “false” হয় ।
03.04 দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা”
03.07 সাঙ্কেতিক “or”, মানে, “double pipe”ৰ উচ্চতৰ প্ৰধানতা আছে ।
03.11 উদাহৰণ কিছোমান চাওঁ আহক ।
03.15 10 greater than 6 স্পেচ double pipe স্পেচ 12 less than 7
03.23 “এণ্টাৰ” টিপক
03.26 আমি আওতপুত “true” বোলি পাওঁ ।
03.29 ইয়াত “এক্সপ্ৰেচন 1”, অৰ্থাৎ, 10<6 “true” হয় ।
03.35 যিহেটো প্ৰথম এক্সপ্ৰেচনটো “true” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় ।
03.40 সেই বাবে আমি আওতপুত “true” বোলি পাওঁ ।
03.42 এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ “আপ এৰো’” টিপক ।
03.46 "এক্সপ্ৰেচন” 1 “>”চিহ্ন “<”চিহ্নৰ সৈতে সলনি কৰক
03.52 আৰু “pipe” চিহ্নটো “or” শব্দৰে সলনি কৰক ।
03.57 “এণ্টাৰ” টিপক
04.00 ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, 10<6 “false” হয় ।
04.05 “এক্সপ্ৰেচন” 2, অৰ্থাৎ, 12<7 ইয়ো “false” হয় ।
04.10 যিহেটো দুয়োটা এক্সপ্ৰেচন “false” হয়, সেয়েহে আমি আওতপুত “false” বোলি পাওঁ ।
04.15 “!(exclamation mark)” আৰু “not” অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত মোল ঘূৰাই দিয়ে ।
04.20 যদি “এক্সপ্ৰেচনটো” “true” হয়, তেতিয়া “exclamation mark” অপাৰেটৰে “false” ভেলু ঘোৰাই দিব ।
04.27 ই “true” ৰিটাৰ্ন কৰিব যদিহে এক্সপ্ৰেচনটো “false” হয় ।
04.30 দুইটাৰ মাজত এটাই পাৰ্থক্য – “প্ৰধানতা”
04.33 সাঙ্কেতিক “not”, মানে, “ ! ”ত উচ্চতৰ “প্ৰধানতা” আছে ।
04.37 “not” অপাৰেটৰটো চাওঁ আহক ।
04.40 প্ৰথমে টাইপ কৰক “10 double equal to 10”
04.45 “এণ্টাৰ” টিপক
04.47 আমি আওতপুত “true” বোলি পাওঁ ।
04.50 উপৰ’ৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ,
04.53 এক্সপ্ৰেচনটোৰ আগত “not” অপাৰেটৰ বহাওঁক ।
04.57 টাইপ কৰক “Exclamation mark ব্ৰেকেটত 10 double equal to 10”
05.04 “এণ্টাৰ” টিপক
05.06 আমি আওতপুত “false” বোলি পাওঁ ।
05.10 “irb” কনচ’ল পৰিস্কাৰ কৰিবলৈ “Ctrl+L” একেলগে টিপক ।
05.15 এতিয়া “parallel assignment”ৰ বিষয়ে চাওঁ ।
05.20 “Parallel assignment”ৰ যৰিয়তে একক লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক ভেৰিয়েবল ইনিচিয়েলাইজ মানে আৰম্ভনি কৰিব পাৰি ।
05.26 “টাৰমিনেল”লৈ যাওক ।
05.29 “Parallel assignment” ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল “a,b,c” ঘোষণা কৰক ।
05.36 টাইপ কৰক “a কমা b কমা c equal to 10 কমা 20 কমা 30”
05.45 আৰু “এণ্টাৰ” টিপক ।
05.47 ইয়াত “১০”ক “a” ভেৰিয়েবল দি আৰোপ কৰিম ।
05.52 “২০”ক “b” ভেৰিয়েবল দি আৰোপ কৰিম ।
05.54 “৩০”ক “c” ভেৰিয়েবল দি আৰোপ কৰিম ।
05.56 সোঁহাতৰ চাইদে “এৰে” দৰে কর্ম কৰে ।
06.01 যদি আমি বাওহাতৰ ফালে গুণিতক ভাৰিয়েবলবোৰ তালিকাবদ্ধ কৰো, তেতিয়া এৰেটো আনপেক্দ আৰু আনুষঙ্গিক () ভেৰিয়েবললৈ আৰোপ হয় থাকে ।
06.10 আামি “এৰে” বিষয়ে পাছত সৰ্বাঙ্গীন ভাবে অধ্যয়ন কৰিম ।
06.14 বৰ্তমান আমি “assignment”টো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক ।
06.20 “a” টাইপ কৰি “এণ্টাৰ” টিপক ।
06.23 “a” ভেৰিয়াবোলত থকা মান“10” দেখোৱা হব ।
06.28 “b” টাইপ কৰি “এণ্টাৰ” টিপক ।
06.31 আমি ২০ পাম ।
06.33 “c” টাইপ কৰি “এণ্টাৰ” টিপক ।
06.37 ৩০ দেখোৱা হব ।
06.40 দুটা ভেৰিয়েবোলত থকা ভেলু আদান-প্ৰদান কৰিবলৈও “Parallel assignment” কামত অাহে ।
06.45 a আৰু b’ৰ মান আদান-প্ৰদান কৰো আহক ।
06.50 টাইপ কৰক “puts স্পেচ ডবল কোট্চত a equal to hash কাৰ্লী ব্ৰেকেটত a কমা ডবল কোট্চত b equal to hash কাৰ্লী ব্ৰেকেটত b”
07.11 “এণ্টাৰ” টিপক
07.13 আমি আওতপুত “a=১০” পাম
07.16 b=২০
07.20 এতিয়া a আৰু b আদান-প্ৰদান কৰো আহক ।
07.23 টাইপ কৰক -
07.25 a কমা b equal to b কমা a
07.31 “এণ্টাৰ” টিপক
07.33 এতিয়া “puts” কমাণ্ডটো পাবলৈ “আপ এৰো” কি দুবাৰ টিপক ।
07.39 আমি আওতপুত এই দৰে পাম
07.41 a=২০
07.44 b=১০
07.47 এতিয়া আমি “Ruby”ত “range(বিস্তাৰ)”ৰ বিষয়ে শিকিম ।
07.50 “ৰেঞ্জ”ত থকা মান সংখ্যা, কেৰেক্টাৰ, চ্ট্ৰীং বা অব্জেক্ট হব পাৰে ।
07.58 “চিকুৱেন্স (শৃংখল)” প্ৰকাশ কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় ।
08.02 “চিকুৱেন্স ৰেঞ্জ” এটা ক্ৰমত থকা মানৰ ৰেঞ্জ উত্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
08.06 ইয়াত এটা start ভেলু, range of values আৰু এটা end ভেলু থাকে ।
08.13 “(..) দুটা ডট অপাৰেটৰে” “inclusive range” উত্পন্ন কৰে ।
08.16 “(...) তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে ।
08.20 এটা মান প্ৰধানকৈ কোন্তো ৰেঞ্জত পৰে তাকেই চিনাক্ত কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় ।
08.26 আমি এইটো “equality” (===) অপাৰেটৰ ব্যৱহাৰ কৰি কৰো ।
08.30 “ৰেঞ্জ’ৰ” উদাহৰণ এটা চাওঁ আহক ।
08.33 “টাৰমিনেল”লৈ যাওক ।
08.36 টাইপ কৰক “ব্ৰেকেটত 1 দুটা ডট 10 তাৰপিছত ডট to underscore a”
08.46 “Two dot” অপাৰেটৰে “inclusive range” এটা উত্পন্ন কৰে ।
08.50 “Inclusive operator”ত ৰেঞ্জত থকা আৰম্ভনি মান আৰু শেষৰ মান দুয়োটা থাকে ।
08.57 ইয়াত “to_a” মেথদটো “ৰেঞ্জ” এটা তালিকালৈ পৰিণত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
09.03 “এণ্টাৰ” টিপক
09.05 ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে ।
09.11 এতিয়া আমি “exclusive range” অপাৰেটৰ চাম ।
09.16 টাইপ কৰক “ব্ৰেকেটত 1 তিনিটা ডট 10 তাৰপিছত ডট to underscore a”
09.27 তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে ।
09.31 “Exclusive range” অপাৰেটৰে শৃংখলৰ শেষৰ মানটো সন্নিবিষ্ট নকৰে ।
09.37 “এণ্টাৰ” টিপক
09.39 ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে ।
09.45 এতিয়া ১-১০’ৰ ৰেঞ্জত ৫ আছে নে নাই চাওঁ আহক ।
09.50 টাইপ কৰক ““ব্ৰেকেটত 1 দুটা ডট 10 তিনিবাৰ ইকুয়েল টু তাৰপিছত ৫"
10.00 “এণ্টাৰ” টিপক
10.02 এই মানটো ৰেঞ্জত আছে নে নাই অনুসন্ধান কৰিবলৈ “Equality operator” ব্যৱহাৰ কৰা হয় ।
10.07 আমি আওতপুত “true” বোলি পাওঁ যিহেটো ৫, ১-১০’ৰ ৰেঞ্জত থাকে ।
10.14 এই স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল ।
10.17 আমি এই টিওটৰিয়েলত শিকিলো
10.20 Logical operator মানে double ampersand, double pipe আৰু exclamation mark operators
10.27 Parallel assignment উদাহৰন হিচাবে: a,b,c=10,20,30
10.34 Range Operator, Inclusive operator (..) আৰু Exclusive operator(...)
10.39 কাৰ্য্য হিচাবে কৰক
10.41 “Parallel assignment” ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু
10.45 তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক
10.49 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
10.52 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
10.56 যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
11.00 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে :
11.03 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
11.05 এটা অন্‌লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
11.09 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
11.15 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
11.19 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
11.25 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
11.34 এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে.
11.38 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya