LibreOffice-Suite-Draw/C2/Insert-text-in-drawings/Assamese
From Script | Spoken-Tutorial
Revision as of 12:53, 13 August 2014 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:01 | LibreOffice Drawত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম. |
00:07 | এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে: |
00:10 | অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায়. |
00:12 | অঙ্কনত লেখা ফৰ্মেত কৰা আৰু |
00:15 | টেক্সট বক্সৰ লগত কাম কৰা |
00:17 | আমি আৰু শিকিম: |
00:19 | indent সেত কৰা, space আৰু text align কৰা |
00:22 | ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা |
00:26 | 'কলআউটসত text বা লেখা বহোৱা |
00:29 | লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি: |
00:31 | ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি |
00:35 | লাইন আৰু এৰো সহ |
00:37 | ইয়াক লেখকে এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি |
00:42 | ইয়াত আমি, |
00:44 | উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো. |
00:52 | ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো |
00:57 | আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম |
01:04 | বগা মেঘৰ দলটিক নির্বাচন কৰক |
01:06 | দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক |
01:10 | শীর্ষ মেঘটি নির্বাচন কৰক |
01:13 | এতিয়া অঙ্কন টুলবাৰ পৰাটেক্সট টুল নির্বাচন কৰো |
01:17 | আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে |
01:23 | এইটি টেক্সট কার্সাৰ হয় |
01:25 | লিখক “Cloud Formation” |
01:29 | এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক |
01:33 | অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক |
01:37 | দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক |
01:42 | আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো |
01:45 | বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব |
01:50 | পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো। |
01:53 | আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক |
01:57 | প্রতিটো মেঘত লিখক “Rain Cloud” |
02:02 | যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায় |
02:07 | সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো |
02:11 | লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ক্যাৰেক্টাৰ |
02:17 | 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে |
02:20 | “Font Effects” ট্যাব-ত ক্লিক কৰক |
02:23 | “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক |
02:28 | OK ক্লিক কৰক |
02:30 | ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় |
02:33 | একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক |
02:38 | লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ক্যাৰেক্টাৰ |
02:43 | “Font color”ত নির্বাচন কৰক "হোয়াইট" |
02:46 | দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক |
02:50 | একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক |
02:58 | আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব |
02:59 | যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে |
03:05 | আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা |
03:13 | আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে |
03:16 | 'কনটেক্সট মেনুৰ পৰা অথবা |
03:18 | প্রধান মেনুৰ পৰা |
03:21 | প্রধান মেনুৰ পৰা character ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ক্যাৰেক্টাৰ নির্বাচন কৰক |
03:28 | প্রধান মেনুৰ পৰা paragraph ডায়লগ বাক্সত যাওক , 'ফৰমেট' নির্বাচন কৰক আৰু প্যাৰাগ্রাফ নির্বাচন কৰক |
03:36 | ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক |
03:43 | অঙ্কন টুল বাৰ পৰা "লাইন" নির্বাচন কৰক |
03:46 | কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক |
03:54 | এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব |
04:01 | স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে |
04:04 | এতিয়া, line wider বনোৱা যাওক |
04:07 | লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক |
04:11 | "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে |
04:16 | "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক |
04:20 | “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক |
04:24 | প্রস্থ ক্ষেত্রত মান লিখক '70' |
04:29 | OK ক্লিক কৰক |
04:31 | আমি এই লাইনটি বহলোৱাই দিয়ো |
04:34 | ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো |
04:39 | প্রথমে, টেক্সট" টুল নির্বাচন কৰক |
04:42 | অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প |
04:46 | অঙ্কন পৃষ্ঠালৈ যাওক |
04:49 | এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে |
04:55 | ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক |
04:57 | এটি টেক্সট বক্স প্রদর্শিত হৈছে |
05:01 | ইয়াত, লিখক “Ground water table |
05:05 | টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক |
05:12 | উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক |
05:19 | এই একেই পদ্ধতিত |
05:22 | ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক |
05:30 | এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক |
05:33 | এটি বর্গক্ষেত্র আঁকক |
05:35 | লিখক “This is a square |
05:38 | A square has four equal sides and four equal angles. Each angle in a square is ninety degrees |
05:46 | The square is a quadrilateral” |
05:50 | টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক |
05:54 | লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক |
06:00 | এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক |
06:03 | এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ |
06:12 | বাওফালৰ এৰোটো নির্বাচন কৰা যাওক |
06:14 | এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক |
06:18 | এটা মিদ্দিল এৰো নির্বাচন কৰক |
06:21 | এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক |
06:25 | তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব |
06:31 | এতিয়া 'curve (কার্ভ)' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব |
06:37 | অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক |
06:43 | ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক |
06:47 | বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক |
06:51 | আপোনি এটি বক্র ৰেখা অাকিছে |
06:53 | এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক |
06:58 | সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” |
07:06 | পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক |
07:08 | লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে |
07:12 | লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় |
07:18 | লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক |
07:22 | লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক |
07:25 | কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক |
07:30 | পৃষ্ঠাত ক্লিক কৰক |
07:32 | লেখাখিনি এলাইন হৈছে |
07:35 | কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে |
07:41 | কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক |
07:45 | লেখাখিনিত ক্লিক কৰক |
07:47 | “Evaporation from rivers and seas” |
07:50 | টেক্সট খিনি এতিয়া অনুভূমিক হয়। |
07:53 | লেখাখিনিক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো |
07:58 | Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ |
08:02 | ফন্টৰ আকাৰ পৰিবর্তিত হৈছে |
08:05 | এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক |
08:09 | Evaporation from soil |
08:12 | Evaporation from vegetation |
08:17 | Run off water from the mountains |
08:22 | এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম |
08:26 | বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব |
08:32 | অঙ্কন টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক |
08:37 | তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক |
08:42 | মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক |
08:46 | কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক |
08:50 | 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে |
08:53 | 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক |
08:56 | 2 বিন্দু আৰু 1 ড্যাশ |
08:58 | ক্লিক কৰক 'OK ' . |
09:00 | আমি এটি বিন্দুযুক্ত এৰো টানিছো |
09:02 | এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো |
09:06 | এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক |
09:12 | এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো |
09:21 | "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক |
09:28 | অঙ্কন টুলবাৰ পৰা, টেক্সট টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক |
09:35 | ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” |
09:41 | অঙ্কন টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক |
09:44 | আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক |
09:48 | ইয়াৰ ভিতৰত লিখক 'condensation to form rain' |
09:53 | প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক |
09:57 | এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক |
10:02 | পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি দিয়া যাওক |
10:07 | টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো |
10:16 | আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে |
10:20 | এতিয়া, কলআউটস সম্পর্কে জানা যাওক |
10:22 | কলআউটস কি ? |
10:24 | এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা |
10:29 | এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই |
10:33 | উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত। |
10:36 | 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে |
10:39 | ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক |
10:42 | প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' |
10:47 | এটি নতুন পাত যুক্ত হৈছে |
10:50 | এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক |
10:54 | 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক |
10:59 | বিভিন্ন কলআউট প্রদর্শিত হৈছে |
11:01 | ৰেকটেংগুলাৰ কল আউটত' ক্লিক কৰক |
11:04 | কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক |
11:10 | আপোনি এটি 'কল আউট' আকিছে |
11:12 | আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব |
11:18 | ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” |
11:25 | ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল |
11:30 | এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে: |
11:33 | অঙ্কনত লেখা যায় |
11:35 | অঙ্কনত লেখাৰ সজ্জা |
11:38 | টেক্সট বক্সৰ সৈতে কাম |
11:40 | ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন |
11:44 | লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি |
11:46 | কলআউটসত লিখা |
11:50 | এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে |
11:53 | এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক |
12:00 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক |
12:03 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
12:06 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে |
12:11 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
12:13 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে |
12:17 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
12:20 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক |
12:27 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
12:31 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
12:39 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
12:50 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ
|