Java/C2/Getting-started-Eclipse/Assamese

From Script | Spoken-Tutorial
Revision as of 16:54, 12 August 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time' Narration
00:01 নমস্কাৰ দৰ্শক সকল Getting started with Eclipseৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্ৱাগতম জনালো ।
00:06 এই টিউটৰিয়েলত আমি শিকিম
00:08 ইক্লিপ্চত প্ৰজেক্ট এটা তৈয়াৰ কৰা আৰু এটা ক্লাছ যোগ কৰা।
00:12 জাভা প্ৰোগ্ৰাম কেনেকৈ লিখে আৰু
00:14 আৰু ইক্লিপ্চত জাভা প্ৰোগ্ৰাম কেনেকৈ ৰান কৰে ।
00:18 এই টিউটৰিয়েলত আমি
  • Ubuntu 11.10,
  • Eclipse 3.7

ব্যৱহাৰ কৰিছো

00:25 এই টিউটৰিয়েলটো অণুসৰণ কৰিবলৈ
00:28 আপোনাৰ চিচটেমত ইক্লিপ্চ ইন্চটল হৈ থকা হ‘ব লাগিব ।
00:30 যদি নাজানে, তেনেহ‘লে প্ৰাসংগিক টিউটৰিয়েল আমাৰ ৱেবচাইটত পৰিদৰ্শন কৰক ।
00:39 Eclipse হৈছে এটা Integrated Development Environment
00:42 এইটো এটা টুল হয় য‘ত এজনে লিখা, ডিবাগ আৰু জাভা প্ৰোগ্ৰাম সহজে ভাবে ৰান কৰিব পাৰি
00:50 এতিয়া ইক্লিপ্চখোলো ।
00:55 Alt F2 টিপক আৰু ডাইলগ বক্সত , eclipse লিখক আৰু এন্টাৰ টিপক ।
01:08 আমি এটা Workspace Launcher বোলি ডাইলগ বক্স পাও ।
01:11 workspace এটা জেগা হয় য‘ত আপোনাৰ সকলো প্ৰজেক্টৰ দেটা আৰু আপোনাৰ ইক্লিপ্চৰ ফাইল বোৰ সংৰক্ষণ হয় ।
01:19 তাতে ইতিমধ্যে এটা জেগা আছে যি দিফল্ট লোকেছন হয় ।
01:24 ব্ৰাউজ ফিছাৰ ব্যৱহাৰ কৰি এটা বিভিন্ন ডিৰেক্টৰীও বাচিব পাৰি ।
01:27 এতিয়াৰ বাবে দিফল্ট ডিৰেক্টৰীৰ সৈতে আগবাঢ়ো ।
01:30 আগ বাঢ়িবলৈ OK ত ক্লিক কৰক ।
01:39 আপোনাৰ আগত Welcome to Eclipse এটা পেজ আছে ।
01:46 Workbenchত ক্লিক কৰক যি পাঠটোৰ ওপৰৰ সোঁ কোনত আছে।
01:52 আৰু ইয়াত Eclipse IDE আছে । এতিয়া এটা প্ৰজেক্ট যোগ কৰো ।
01:57 File New লৈ যাওক আৰু Project বাচক ।
02:05 প্ৰজেক্টৰ তালিকাত Java Project বাচক ।
02:10 আৰু মন কৰিব যে আমাৰ প্ৰায়ে টিউটৰিয়েলৰ বাবে আমি java project ব্যৱহাৰ কৰিছো Nextত ক্লিক কৰক
02:19 প্ৰজেক্ট নামত EclipseDemo বুলি টাইপ কৰক।
02:30 অপচন এটালৈ মন কৰক যি কয় use default location
02:34 এই অপচন যদি বাচা হয়, সকলো EclipseDemo প্ৰজেক্টৰ দেটা দিফল্ট ৱৰ্কস্পেচত সংৰক্ষণ হব ।
02:41 যদি এইটো বাছনি হোৱা নাই ব্ৰাউজ ফিছাৰ ব্যৱহাৰ কৰি, এটা বিভিন্ন জেগা বাচি ল‘ব পাৰি ।
02:47 এতিয়াৰ বাবে আমি ডিফল্ট লোকেছনটো ব্যৱহাৰ কৰিম ।
02:52 ৱিজাৰ্দৰ তলৰ সোঁ কোণত থকা Finishত ক্লিক কৰক । 03:00 আমি ইয়াত এটা “Open Associated Perspective” নামৰ ডাইলগ বক্স দেখাপাম।
03:04 ই ইক্লিপ্চ তথকা বস্তু বোৰক ৰেফাৰ কৰে।
03:09 ডাইলগ বক্সএ জাভা দেভলপমেন্ট ৰউপযুক্তএটা স্ৱৰুপক বুজাই।
03:20 “remember my decision” বাছনি কৰক আৰু “Yes” ত ক্লিক কৰক।
03:27 প্ৰোজেক্টৰ সৈতেআমাৰলগত “Eclipse IDE” আছেআৰুএতিয়া প্ৰোজেক্ট লৈএটা ক্লাচ যোগকৰো।
03:37 প্ৰোজেক্ট ত সো ক্লিককৰক, “new” আৰু “class” ত বাছনি কৰক।
03:46 ক্লাছ নেমত “Demo Class” বুলিদিয়ক।
03:55 মন কৰিব যে মোদিফায়াৰত আমাৰ হাতত দুটা অপচন আছে, যি কেইটা হ’ল “Public” আৰু “Default” ।
03:59 এতিয়াৰ কাৰণে Public হিছাপে লওক ।
04:01 দ্বিতীয় অপচন বোৰপিছৰ টিউটৰিয়েল তআলোচনাকৰাহব।
04:06 আৰু Method Stubs ৰ তালিকা অপচন টোৰ পাছতযি হয় “public static void main”।
04:15 পিছৰ অপচন বোৰ আহিব লগিয়া টিউটৰিয়েল তআলোচনাকৰাহব।
04:19 ৱিজৰ্দৰ সো-কোণ ৰ তলত থকা “Finish” ত ক্লিক কৰক।
04:30 আৰু ইয়াত আমাৰ “Class File” আছে ।
04:35 মন কৰক যে তাতে বহুতো পাৰ্টিছন আছে, যাক কোৱা হয় “Portlets” ।
04:41 আমাৰ ওচৰত “Package Explorer” আছে যিয়ে “File Browser” ৰনিচিনাদেখুৱাই।
04:46 আমাৰ ওচৰত “এদিটৰ” পৰ্টলেট্স আছেয’তআমি কোদ লিখো।
04:50 আৰু আউটলেত পৰ্টলেট্স যিয়ে প্ৰোজেক্ট ৰ হাইৰাৰ্কী দেখুৱাই।
04:56 প্রতিতো “Portlet” পুণৰ আকাৰ দিব পৰা যায় ।
05:10 ইয়াক সৰু কৰিবলৈ মিনিমাইজ বাটন ব্যৱহাৰ কৰা হয় ।
05:26 ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ ৰেস্টোৰ বাটন ব্যৱহাৰ কৰা হয় ।
05:37 এতিয়া বেলেগ পৰ্টলেট্স মিনিমাইজ কৰি এদিটৰ ত ফোকাছ কৰা যাওক ।
05:49 আমি দেখি পাইছো যে ইক্লিপ্চত আগৰ পৰাই কিচোমান কোদ তৈয়াৰ কৰা আছে ।
05:54
তৈয়াৰ হোৱা কোদ বিলাক নির্ভৰ কৰে অপচনs বিলাক বাছনি কৰাৰ ওপৰত, যেতিয়া ক্লাছতো বনোৱা হয় ।
06:00 এতিয়া এটা প্ৰীন্ট স্টেতমেন্ত ইয়াত যোগ কৰক ।
06:08 লিখক System.out.println (“Hello Eclipse”).
06:26 স্টেতমেন্তৰ শেষত এটা সেমিকলন ব্যৱহাৰ কৰক ।
06:31 ফাইল তো চেভ কৰক File অপচন তো ক্লিক কৰি Save তিপক ।
06:37 আন এটা উপায় হৈছে ছৰ্ত কাত Control S ব্যৱহাৰ কৰি ।
06:42 প্ৰোগ্ৰামতো ৰান কৰিবলৈ , এদিটৰত গৈ সো ক্লিক কৰক, তাৰ পৰা run asতালৈ গৈ java application বাছি লওক
06:56 ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , Output কোনচোলত আউপোটতো দেখা পাই ।
আমাৰ কোদ ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ Problems পৰ্টলেট্স ত দখোৱা হয় ।
07:10 চোৱা যাওক ইক্লিপ্চ ত কি দৰে জাভা প্ৰোগ্ৰাম লিখা যায় আৰু ৰান কৰা যায়
07:18 ইয়াৰ জৰিয়তে টিউটৰিয়েল ৰ আন্তিম প্রয্যায় পালোহি ।
07:20 এই টিউটৰিয়েল ৰ পৰা আমি সিকিলো ইক্লিপ্চত কি দৰে প্ৰোজেক্ট আৰু এটা ক্লাচ তৈয়াৰ কৰা যায়। ইক্লিপ্চত কি দৰে জাভা ছৰ্চ কোদ লিখা যায় আৰু কি দৰে জাভা প্ৰোগ্ৰাম ৰান কৰা যায় ।
07:33 এই টিউটৰিয়েল ৰ বাবে এটা কার্য্য, এটা নতুন প্ৰোজেক্ট তৈয়াৰ কৰক Display নাম দি ।
07:38 আৰু Display প্ৰোজেক্ট ত এটা class যোগ কৰক, Welcome নামেৰে ।
07:44 স্পকেন টিউটৰিয়েল প্ৰোজেক্ট ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
07:50 স্পকেন টিউটৰিয়েল প্ৰোজেক্টৰ সাৰাংশ ইয়াতে আছে ।
07:53 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাউনলোদ কৰিও চাব পাৰে ।
07:58 স্পকেন টিউটৰিয়েল প্ৰোজেক্ট ৰ দলটিয়ে
07:59 স্পকেন টিউটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনোষ্টিত কৰে ।
08:02 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
08:05 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org
08:12 স্পকেন টিউটৰিয়েল প্ৰোজেক্ট Talk to a Teacher' প্ৰোজেক্টৰ এটা অংগ ।
08:17 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:23 এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যায়
08:27 এই টিউটৰিয়েলটো অৰুন পাঠকৰ দ্ৱাৰা আগবঢ়োৱা হ‘ল। মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগ দিয়াৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya