Firefox/C2/Tabbed-Browsing-Blocking-Pop-ups/Assamese
From Script | Spoken-Tutorial
Revision as of 16:44, 28 July 2014 by Pratik kamble (Talk | contribs)
Time | Narration |
00:00 | Mozilla Firefox ৰ এই স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছো৷ |
00:04 | এই টিউটৰিয়েলত আমি শিকিব পাম টেবদ ব্ৰাউজিং চটিং কনটেনত অফলাইন ব্লকিং পপ-আপচ’ৰ বিষয়ে৷ |
00:13 | এই টিউটৰিয়েলত আমি ব্যৱহাৰ কৰিম Firefox Version 7.0 Ubuntu 10.04. |
00:21 | Mozilla Firefox এ আপোনাক বিডিন্ন ৱেব পেজেচ পৃথক টেবচ’ৰ সৈতে একে
ব্ৰাউজাৰ উইন্দো ল’ব কৰিবলৈ অনুমতি দিব৷ |
00:29 | টেবদ ব্ৰাউজিংৰ আটাইতকৈ ডাঙৰ সুবিধশ হল ই বিডিন্ন ব্ৰাউজাৰ উইন্দোজৰ প্ৰ্ৰয়োজন প্ৰদৰ্শন কৰিবলৈ অগ্ৰাধিকাৰ দিয়ে৷ |
00:36 | আপোনাৰ desktop ক্লাটাৰ-ফ্লি কৰাত ই সহায় কৰে৷ |
00:40 | প্ৰত্যেক টেবত আছে ব্ৰাউজাৰচ প্ৰদশিত ঠাই ঘেতিয়া প্ৰদৰ্শন কা হয়৷ |
00:45 | ইয়ে প্ৰয়োজন সমনাই ৰিচাইজ আৰু ওপেনদ ব্ৰাউজাৰ উইন্দোচ পুন:স্থাপনত এলিমিনেটচ কৰে৷ |
00:52 | টেবদ ব্ৰাউজিং এ কম মেমৰি কণজিউম কৰে আৰু টাইলদ্-উইন্দো ব্ৰাউজিং তকৈ অপাৰেটিং চিচটেম
ৰিচোৰ্চ কৰে৷ |
01:00 | একে সময়তে ব্যৱহাৰকৰীয়ে বহুত বেছি টেব খুলি নোৱাৰে৷ |
01:05 | কব পাৰি, আপুনি এটা পৃথক ৱেবপেজত আছে৷ |
01:08 | ফাইয়াৰফক্স ফৰ ডেক্সটপ নামৰ এটা লিংকইয়াত আছে৷ |
01:11 | আপুনি এই লিংক এটা নতুন টেবত খুলিব পাৰিব৷ |
01:14 | এইটো কৰিবলৈ লিংকৰ সোফালে ক্লিক কৰক৷ |
01:17 | কনটেক্সত মেনুপপ্ত ওপেন লিংক ইন নিউ টেবত ক্লিক কৰক৷ |
01:21 | আপুনি লক্ষ্য কৰিব ঘে এক্সিচটিংগ টেবৰ সোঁফালে এটা নতুন টেব খুলিব, একেদৰে চেইম ব্ৰাউজাৰ উইন্দো৷ |
01:28 | আপোনাৰ উইন্দো বন্ধ বা নুখউৰুবাকৈ, আপোনি একে উইন্দোত অন্য ৱেবপেজ খুলিব পাৰিব৷ |
01:34 | আপুনি ফাইল আৰু নতুন টৰ ক্লিক কৰিও এটা নতুন টেব খুলিব পাৰে৷ |
01:40 | ইয়াৰ চুটি কি হ’ল CTRL+T |
01:40 | ঘেতিয়া এটা নতুন টেব খুলিব লক্ষ্য কৰিব ঘে, ন্তুন টেব ত্যক্ষনাৎ সক্ৰিয় হৈ পৰিব৷ |
01:50 | এতিয়া URL বাৰলৈ ঘাওক টাইপ কৰক www.google.com. |
01:56 | আপোনাৰ এতিয়া থাকিব ৩টেবচ, প্ৰত্যেকট পৃথক ৱেব পেজ৷ |
02:01 | ৰাইটমোস্ত টেবৰ "+' বাটম ক্লিক কৰিও এটা নতুন টেব খুলিব পাৰে৷ |
02:08 | আমাৰ প্ৰয়োজনীয়তা অনুসৰি আমি টেবচ এৰেন্জ কৰিব পাৰো৷ |
02:11 | মাউচ বাটম ৰিলিচ নকৰাকৈ টেব ক্লিক কৰক, আৰু ইয়াক প্ৰয়োজনীয় স্থানলৈ লৈ ঘাওক |
02:17 | মাউচ বাটম ৰিলিজ কৰক৷ |
02:20 | টেব টো এতিয়া বিচৰা লোকেচনত৷ |
02:23 | Mozilla Firefox এ আমাক পাৰ্ফম কৰিব অনুমতি দিয়া কিছুমান বেচিক অপাৰেচনচ চাও৷ |
02:29 | এতিয়া চাৰ্চ ইন্জিন google লৈ সলনি কৰক৷ |
02:32 | চাৰ্চবাৰ ত টাইপ ইমেলই উইকিপেডিয়া, চাৰ্চচ বাৰৰ সোঁফালে মেগনিফাইং গ্লাচত ক্লিক কৰক৷ |
02:40 | ৰিলেডেন্ট উইকিপেডিয়া পেজ হ’ল প্ৰথম বিচৰা ফলাফল৷ |
02:44 | এই লিংকত ক্লিক কৰি এই পেজ খুলক৷ |
02:48 | এতিয়া ফাইল ক্লিক কৰক, আৰু পিছত চেড পেজ এচ’ত৷ |
02:52 | ‘search.html’. নামেৰে এই ফাইল Desktop ত চেড কৰক৷ |
02:59 | ব্ৰাউজাৰ উইন্ডোত এটা নতুন টেব খুলিবলৈ প্ৰথমে ফাইল আৰু পিছত নতুন টেব ক্লিক কৰক৷ |
03:05 | নতুন টেব উইন্ডোত আমাৰ চেডত পেজ খুলক৷ |
03:10 | ফাইলত ক্লিক কৰক আৰু ওপেন ফাইল৷ |
03:12 | ব্ৰাউজ আৰু চেডত ফাইল খুলক৷ |
03:17 | URLবাবত আপুনি দেখিব এদ্ৰেচটো ইন্টাৰনেট ইদ্ৰেচ নহয়, কিন্তু আপোনাৰ কম্ পিউটাৰস্থানীয় লোকেচন৷ |
03:25 | আপুনি অফলাইনত থাকিলও এই পেজ পঢ়িব পাৰিব৷ |
03:29 | পপচ আপছ বোৰ উইন্ডোচ ঘি আহিৰ আপোনাৰ পাৰ্মিচন নোহোৱাকৈ স্বয়ংক্ৰিয় ডাবে৷ |
03:34 | Firefox এ ৱামাৰ পপচ আপচ আৰু পপ আন্দাৰচ থ্ৰো দা কনটেনত টেব প্ৰিফাৰেনচেচ উইন্ডো উডয়ে নিয়ন্ত্ৰণ কৰাৰ অনুমিত দিয়ে৷ |
03:42 | Windows ত ইয়ে অপচন উইন্ডোৰ ডিতৰত হব৷ |
03:46 | পপ-আপ ক্লিক ডিফলটৰ দ্বাৰা টাৰ্নদ ওন হব৷ |
03:50 | এদিটেনদ প্ৰিফাৰেনচেচেত ক্লিক কৰক৷ |
03:52 | উইন্ডোচ ব্যবহাৰ কৰীয়ে অনুগ্ৰহ কৰি টুলচ আৰু অপচন’ত ক্লিক কৰক৷ |
03:56 | কনটেনটটেৰ প্ৰথম অপচন ব্লক-পপ-আপ উইন্ডোচ দিফলটৰ দ্বাৰৰা পৰীক্ষা কৰক৷ |
04:02 | ঘদি নগয়, তেতিয়া অনুগ্ৰহ কৰি এই অপচন পৰীক্ষা কৰক৷ |
04:05 | এই ‘দাইলগ বক্স’ৰ বিডিন্ন বিকল্পবোৰ অন্য টিউট্ৰিয়েলত আলোচনা কৰা হব৷ |
04:11 | ক্লজ বটম’ত ক্লিক কৰক৷ |
04:13 | এই টিউট্ৰিয়েলৰ শেষ অংশলৈ আমাক লৈ আনিশে৷ |
04:16 | ইয়াত আমি কি শিকিলো তাৰ সংক্ষিপ্ত বৰ্ননা থাকিব৷ |
04:19 | টেবদ ব্ৰাউজিং এ ব্লকিং পপ আপচ ত অফলাইন কনটেনট স্তৰিং কৰিব৷ |
04:25 | এই কমিপ্ৰহেনচন টেস্ত এচাইনমেন্ত ট্ৰাই কৰক৷ |
04:29 | নতুন টেব এটা খুলক৷ |
04:30 | এই চাৰ্চ ইন্জিন google সলনি কৰক৷ |
04:33 | ‘দি হস্তৰি অফ ইমেইল’ চাৰ্চ কৰক৷ |
04:36 | প্ৰথমত ফলাফল চেড কৰক আৰু ইয়াক এটা অফলাইন দকুমেনটচ নিচিনা এটা নতুন টেব’ত খুলক৷ |
04:43 | $চাৰ্চ ইন্জিন বিং লৈ সলনি কৰক৷ |
04:46 | পুনৰ দি হস্তৰি অফ ইমেইল চাৰ্চ কৰক৷ |
04:49 | হিস্তৰি অফ ইমেইল এন্ড ৰে টমলিচন’, লিংকটো চেড কৰক আৰু ইয়াক এটা নতুন টেব’ত খুলক
এটা অফলাইন দকুমেন্টচৰ নিচিনা চাবলৈ৷ |
04:58 | http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ত উপলব্দ ডিডিও প্ৰত্যক্ষ কৰক৷ |
05:02 | ইয়ে স্পকেন টিউটাৰিয়েলৰ প্ৰজেক্টৰ সবিশেষ দেখুৱাব৷ |
05:04 | আপোনাৰ ঘদি ডাল বেন্দউইন্দফথ নাইব ডাউনলোড কৰি চাব পাৰে৷ |
05:09 | ‘স্পকেন টিউটৰিয়েল প্ৰজেক্ট’ টিম,স্পকেন টিউটৰিয়েলচ ব্যৱহাৰ কৰি ৱৰ্কচপ অনুষ্ঠিত কৰে৷ |
05:14 | অনলাইন টেস্ত পাচ কৰা সকলক এখন চাৰ্টিফিকেট দিয়া হয়৷ |
05:18 | সবিশেষৰ বাবে contact@spoken-tutorial.org লৈ লিখক৷ |
05:25 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট’ টক তি এ টিচাৰ প্ৰজেক্টৰ এটা নংগ৷ |
05:29 | ইয়াক এডুকেশ্বন থ্ৰ ICT, MHRD, ৰ নেচনেলে মিচলে সহায় কৰে৷ |
05:37 | এই মিচকনৰ অধিক তথ্য ‘স্পকেন হাইফেন টিউটৰিয়েল দট অৰগ স্লেচ NMEICT হাইফেন ইন্ট্ৰোত উপল৷ |
05:48 | এই টিউটৰিয়েল DesiCrew Solutions Pvt. Ltd. www.desicrew.inৰ দ্বাৰা অৰিহনা প্ৰাপ্ত৷ |
05:53 | ঘোগদানৰ বাবে অশেষ ধন্যবাদ৷ |