Linux/C2/File-System/Assamese

From Script | Spoken-Tutorial
Revision as of 17:12, 23 July 2014 by PoojaMoolya (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 লিনাক্স ফাইল চিচটেমৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম।
00:04 মই Ubuntu 10.04 ব্যৱহাৰ কৰিছো।
00:07 আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে আৰু লগতে কম্মান্দৰ বিষয়ে কিছো যানে।
00:13 যদি আপোনি যানিব বিছাৰে, তেন্তে এইটো http://spoken-tutorial.org ত থকা অন্য এটা স্পোকেন টিউটৰিয়েলত উপলব্ধ।
00:25 লগতে মন কৰক যে লিনাক্চটো কেছ চেঞ্চিতিভ হয়।
00:28 উল্লেখ নাথাকিলে এই টিউটৰিয়েলৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।
00:36 লিনাক্সত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।
00:39 গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।
00:47 একেদৰে লিনাক্সত এটা ফাইল হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
00:53 এটা directory (দিৰেক্তৰি) কি?
00:56 directory (দিৰেক্তৰি) বুলিলে বহু ফাইল আৰু অন্যসহ চাব দিৰেক্তৰি বোলি বুজি পোৱা যায়।
01:02 এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।
01:08 এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
01:12 ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ দিৰেক্তৰিৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।
01:20 যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন।
01:31 যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
01:42 একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।
01:55 ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
02:08 চিচটেমটোৱে ফাইল’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
02:23 আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰো ধৰি ৰাখে।
02:37 আচলতে লিনাক্সত ৩ প্ৰকাৰৰ ফাইল থাকে:
02:41 প্ৰথমটো হৈছে Regular বা সাধাৰণ ফাইল: য’ত ছিচটেমৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
02:48 দ্বিতীয়টো হৈছে Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো।
02:52 তৃতীয়টো হৈছে Device Files: সকলো hardware device আৰু peripheral লিনাক্সৰ ফাইল হিচাপে প্ৰতিনিধিত্ব কৰো।
02:59 এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ লিনাক্স ফাইল. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ ফাইল’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
03:15 লিনাক্সৰ সকলো ফাইল ’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
03:22 ধৰি লও এখন দিৰেক্তৰিত কিছো ফাইল আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে লিনাক্স File System Tree’ক জন্ম দিয়ে।
03:34 একেবাৰে ওপৰত root আছে( যি frontslash (/)’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য ফাইল আৰু দিৰেক্তৰি থাকে।
03:42 যদিহে আমি শুদ্ধ পথটো জানো, ই এটা ফাইল বা দিৰেক্তৰি আন এটালৈ পথোৱাত সহায় কৰে।
03:51 আমি যিহেটো লিনাক্স file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।
03:56 এটা কম্মান্দ আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
04:01 বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম।
04:05 যেতিয়া আমি লিনাক্স system’ত login কৰিম, আমি দিফল্ট ৰূপে দিৰেক্তৰিত থাকিম।
04:11 এতিয়া টাৰ্মিনেললৈ যাও
04:13 Ctrl+alt+T’ ই Ubuntu টাৰ্মিনেল আৰম্ভ কৰিবলৈ সহায় কৰে।
04:17 হব পাৰে এই কম্মান্দ’টো সকলো unix system’ত নচলিব পাৰে. এটা টাৰ্মিনেল খোলিবলৈ এটা অন্য স্পকেন টিউটৰিয়েলত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।
04:27 home directory চাবলৈ, কম্মান্দ প্ৰম্পটত টাইপ কৰক

"echo space dollar H-O-M-E ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক

04:40 ই আমাক আমাৰ home directory’ৰ pathname দিয়ে।
04:44 আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
04:47 কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক।
04:56 pwd কম্মান্দ’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
05:03 কম্মান্দপ্ৰম্পটত "pwd" টাইপ কৰক আৰু এন্টাৰ টিপক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
05:13 আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
05:17 কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd কম্মান্দ আছে।
05:22 আপোনি কম্মান্দটো টাইপ কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো টাইপ কৰক।
05:28 কম্মান্দ প্ৰম্পটত pwd টাইপ কৰি current directory আকৌ সাওক। এন্টাৰ টিপক।
05:37 গতিকে আমি এই ডিৰেক্টৰীত স্থাপন হ’লো।
05:41 এতিযা ধৰক আমি slash usr directory’লৈ মোভ কৰিব বিচাৰিছো। গতিকে টাইপ কৰক

"cd space slash usr"। মনত ৰাখিব ইয়াত লিনাক্স’ৰ slash মানে front slash আৰু এন্টাৰ টিপক।

05:56 এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাইপ কৰক pwd আৰু এন্টাৰ টিপক।
06:03 হয়। আমি slash usr directory’লৈ মুভ কৰিলো
06:08 ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ হ'ল এইবোৰ প্ৰকৃত pathname হয় য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।
06:18 ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।
06:23 ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। dot যি কাৰেন্ত দাইৰেক্তৰি বৰ্ণনা কৰে আৰু dot dot যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি বৰ্ণনা কৰে।
06:36 এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক।
06:40 কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।
06:46 কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু এন্টাৰ প্ৰেচ কৰক।
06:51 এতিয়া pwd কম্মান্দ’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
06:55 এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।/home/gnuhata |- | 07:01 |এতিয়া মিউচ্যিক দিৰেক্তৰিলৈ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ টিপক। |- | 07:13 |এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ টিপক। চাওক আমি /home/gnukhata/Music মোভ কৰিলো। |- | 07:26 |মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক। |- | 07:33 |কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ টিপক। |- | 07:40 | pwd তাইপ কৰি বৰ্তমান দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো। |- | 07:51 |এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক। |- | 07:58 |কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক। |- | 08:09 |pwd তাইপ কৰি বৰ্তমান দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো। |- | 08:19 |control L প্ৰেচ কৰি স্ক্ৰীন পৰিস্কাৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব। |- | 08:23 |cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ টিপক। |- | 08:32 |আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰিলৈ চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো। |- | 08:41 |<nowiki>আমি ৰিলেতিভ পথত [dot dot] /’ৰে প্ৰিথক হুৱা [slash] যিকোনো নাম্বাৰএকেলগ কৰিব পাৰো।
08:47 এই স্লাইদত, আমি ফাইল চিচতেম’ৰ অনুক্ৰম দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home

আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়। User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি হয়।

09:05 গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।
09:12 কমান্দ প্রম্পতত তাইপ কৰক "cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ টিপক।
09:23 কমান্দ pwd’ৰ দ্বাৰা বৰ্তমান দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /bin [slash bin]ত আছো।
09:30 প্ৰথমে .. ই [dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home ‘ইয়ালৈ লৈ যায়। |- | 09:37 |<nowiki>ইয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা root’লৈ লৈ যায়। |- | 09:43 |এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো। |- | 09:48 |এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও। |- | 09:52 |দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো। |- | 09:56 |আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি বৰ্তমান দিৰেক্তৰিত বনোৱা হ’ব। |- | 10:04 |testdir নামৰ দিৰেক্তৰি বনাবলৈ কমান্দ তাইপ কৰক "mkdir space testdir" আৰু এন্তাৰ টিপক। |- | 10:15 |ই testdir দিৰেক্তৰি সফলভাবে বনাব। |- | 10:19 |মন কৰিব, দিৰেক্তৰি সফলভাবে বনুৱা বা আতৰোৱাৰ কোনো নিৰ্দিস্ত সূচনা নাপাই। |- | 10:25 | আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই। |- | 10:30 |আমি যুগান ধৰা যিকোনো treeত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহাৰ কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু সেই নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে। |- | 10:43 |বহুতো দিৰেক্তৰি বা দিৰেক্তৰি ক্ৰমবোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। |- | 10:49 |"mkdir space test1 space test2" তাইপ কৰি এন্তাৰ টিপক। এইতোৱে বৰ্তমান দিৰেক্তৰিৰ ভিতৰত test1 আৰু test2 নামৰ ২খন দিৰেক্তৰি বনাব। |- | 11:06 |তাইপ কৰক "mkdir space testtree space testtree slash test3" । |- | 11:20 |ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়। |- | 11:28 |সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে। |- | 11:47 |mkdir নিচিনা rmdir কমান্দে দিৰেক্তৰি বা দিৰেক্তৰিবোৰ আতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। |- | 11:56 |"rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়। |- | 12:09 |এখন দিৰেক্তৰি আতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকি হয়। আপুনাৰ বৰ্তমানৰ দিৰেক্তৰি অনুক্ৰমে আতৰাব লগিয়া দিৰেক্তৰিৰ ওপৰত থাকে আৰু এই দিৰেক্তৰিটো খালি হয়। |- | 12:23 |এতিয়া কমান্দ প্রমপ্তত তাইপ কৰক "cd space testtree slash test3" |- | 12:35 |সেয়ে আমি এইয়া test3 দিৰেক্তৰিত আছো, যিটো ১টা testtreeৰ ভিতৰৰ চাব-দিৰেক্তৰি হয়। |- | 12:42 |"rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক। |- | 12:55 |আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো অনুক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই। |- | 13:02 |সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো অনুক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে |- | 13:08 |তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক। |- | 13:14 |"cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক। |- | 13:20 |এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক। |- | 13:24 |তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক। |- | 13:30 |testdir দিৰেক্তৰিটো সফলভাবে দিলিত হৈছে। মন কৰিব যে testdir দিৰেক্তৰিটোও খালি আছিল। |- | 13:38 |বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রঅনুক্ৰমবোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক। |- | 13:48 |কমান্দ প্রম্পতত তাইপ কৰক- "rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক। |- | 14:02 |চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়। |- | 14:11 |কিন্তু ১টা বস্তু আপোনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল। |- | 14:19 |সেইটো পৰিক্ষা কৰিবলৈ কমান্দ প্রম্পতত তাইপ কৰক "cd space testtree" আৰু এন্তাৰ তিপক। |- | 14:27 |এতিয়া "ls" তাইপ কৰি এন্তাৰ তিপক। চাওক দিৰেক্তৰিটোত একো নাই। সেয়ে test3 দিলিত কৰা হ’ল। |- | 14:36 |সেয়ে এই লিনাক্স টিউটৰিয়েলত আমি শিকিলো লিনাক্স ফাইল আৰু দিৰেক্তৰি আৰু কেনেকৈ লিনাক্স দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ। |- | 14:49 |এইখিনিতেই এইটিউটৰিয়েল’ৰ শেষ প্রজ্যায়লৈ আহিলো। Spoken Tutorial প্রজ্যেক্ত ‘Talk to a Teacher’ প্রজ্যেক্তৰ ১টা ভাগ। যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিচ্যনে ICT’ৰ মাধ্যমেৰে সমৰ্থিত কৰিছে। |- | 15:03 |ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব- |- | 15:08 |এই পাঠটি অৰুন পাঠকৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা এয়া হৈছে মৌচুমী মেধী । যোগদানৰ বাবে ধন্যবাদ। |}

Contributors and Content Editors

Mousumi, PoojaMoolya