Linux/C2/File-System/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:00 | লিনাক্স ফাইল চিচটেমৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম। |
00:04 | মই Ubuntu 10.04 ব্যৱহাৰ কৰিছো। |
00:07 | আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে আৰু লগতে কম্মান্দৰ বিষয়ে কিছো যানে। |
00:13 | যদি আপোনি যানিব বিছাৰে, তেন্তে এইটো http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ। |
00:25 | লগতে মন কৰক যে linux’টো কেছ চেঞ্চিতিভ হয়। |
00:28 | উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে। |
00:36 | Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়। |
00:39 | গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়। |
00:47 | একেদৰে Linux’ত এটা ফাইল হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়। |
00:53 | এটা directory (দিৰেক্তৰি) কি? |
00:56 | directory (দিৰেক্তৰি) বুলিলে বহু ফাইল আৰু অন্যসহ চাব দিৰেক্তৰি বোলি বুজি পোৱা যায়। |
01:02 | এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভাৱে গথন কৰাত সহায় কৰে। |
01:08 | এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ। |
01:12 | ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে। |
01:20 | যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন। |
01:31 | যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়। |
01:42 | একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে। |
01:55 | ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে। |
02:08 | চিচটেমটোৱে ফাইল’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়। |
02:23 | আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে। |
02:37 | আচলতে লিনাক্সত ৩ প্ৰকাৰৰ ফাইল থাকে: |
02:41 | 1 Regular বা সাধাৰণ ফাইল: য’ত ছিচটেমৰ বৈশিস্ত হিচাপে কেৱল data থাকে। |
02:48 | 2 Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো। |
02:52 | 3 Device Files: সকলো hardware device আৰু peripheral লিনাক্সৰ ফাইল হিচাপে প্ৰতিনিধিত্ব কৰো। |
02:59 | এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ লিনাক্স ফাইল. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ ফাইল’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে। |
03:15 | লিনাক্সৰ সকলো ফাইল ’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়। |
03:22 | ধৰি লও এখন directory’ত কিছো ফাইল আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে লিনাক্স File System Tree’ক জন্ম দিয়ে। |
03:34 | একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য ফাইল আৰু directory থাকে। |
03:42 | যদিহে আমি শুদ্ধ পথটো জানো, ই এটা ফাইল বা directory আন এটালৈ পথোৱাত সহায় কৰে। |
03:51 | আমি যিহেটো লিনাক্স file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব। |
03:56 | এটা কম্মান্দ আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে। |
04:01 | বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম। |
04:05 | যেতিয়া আমি লিনাক্স system’ত login কৰিম, আমি দিফল্ট ৰূপে directory’ত থাকিম। |
04:11 | এতিয়া টাৰ্মিনেললৈ যাও |
04:13 | Ctrl+alt+T’এ Ubuntu টাৰ্মিনেল আৰম্ভ কৰিবলৈ সহায় কৰে। |
04:17 | হব পাৰে এই কম্মান্দ’টো সকলো unix system’ত নচলিব পাৰে. এটা টাৰ্মিনেল open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে। |
04:27 | home directory চাবলৈ, কম্মান্দ prompt’ত type কৰক
"echo space dollar H-O-M-E capital’ত" আৰু এন্টাৰ প্ৰেচ কৰক। |
04:40 | ই আমাক আমাৰ home directory’ৰ pathname দিয়ে। |
04:44 | আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো। |
04:47 | কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক। |
04:56 | pwd কম্মান্দ’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory। |
05:03 | কম্মান্দ prompt’ত "pwd" type কৰক আৰু এন্টাৰ প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory। |
05:13 | আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো। |
05:17 | কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd কম্মান্দ আছে। |
05:22 | আপোনি কম্মান্দটো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক। |
05:28 | কম্মান্দ prompt’ত pwd type কৰি current directoryআকৌ সাওক। এন্টাৰ প্ৰেচ কৰক। |
05:37 | গতিকে আমি এই directory’ত স্থাপন হ’লো। |
05:41 | এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক
"cd space slash usr"। মনত ৰাখিব ইয়াত লিনাক্স’ৰ slash মানে front slash আৰু এন্টাৰ প্ৰেচ কৰক। |
05:56 | এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু এন্টাৰ টিপক। |
06:03 | হয়। আমি slash usr directory’লৈ মুভ কৰিলো |
06:08 | ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয় য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে। |
06:18 | ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়। |
06:23 | ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। dot যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে আৰু dot dot যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে। |
06:36 | এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক। |
06:40 | কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি। |
06:46 | কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু এন্টাৰ প্ৰেচ কৰক। |
06:51 | এতিয়া pwd কম্মান্দ’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। |
06:55 | এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।/home/gnuhata [ narration- slash home slash gnuhata ] |
07:01 | এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ প্ৰেচ কৰক। |
07:13 | এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।. চাওক আমি /home/gnukhata/Music মোভ কৰিলো। |
07:26 | মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক। |
07:33 | কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক। |
07:40 | pwd তাইপ কৰি প্ৰেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো। |
07:51 | এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক। |
07:58 | কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক। |
08:09 | pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো। |
08:19 | control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব। |
08:23 | cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্ৰেচ কৰক। |
08:32 | আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো। |
08:41 | আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্ৰিথক হুৱা [slash] একেলগ কৰিব পাৰো। |
08:47 | এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়। User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি। |
09:05 | গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম। |
09:12 | কমান্দ প্রম্পতত তাইপ কৰক
"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক। |
09:23 | কমান্দ pwd’ৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
আমি এতিয়া /bin [slash bin]ত আছো। |
09:30 | প্ৰথমে .. এ[dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home [narration - slash home] ‘লৈ লৈ যায়। |
09:37 | এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা root’লৈ লৈ যায়। |
09:43 | এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো। |
09:48 | এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও। |
09:52 | দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো। |
09:56 | আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি কাৰেন্ত দিৰেক্তৰিত বনোৱা হ’ব। |
10:04 | testdir নামৰ দিৰেক্তৰি বনাবলৈ কমান্দ তাইপ কৰক "mkdir space testdir" আৰু এন্তাৰ টিপক। |
10:15 | ই testdir দিৰেক্তৰি সফলভাবে বনাব। |
10:19 | মন কৰিব, দিৰেক্তৰি সফলভাবে বনুৱা বা আতৰোৱাৰ কোনো নিৰ্দিস্ত সূচনা নাপাই। |
10:25 | আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই। |
10:30 | আমি যুগান ধৰা যিকোনো ত্রিত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহার কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে। |
10:43 | বহুতো দিৰেক্তৰি বা দিৰেক্তৰি প্রজ্যায়বোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। |
10:49 | "mkdir space test1 space test2" তাইপ কৰি এন্তাৰ দবাৱক। এইতোৱে বৰ্তমান দিৰেক্তৰিৰ ভিতৰত test1 আৰু test2 নামৰ ২খন দিৰেক্তৰি বনাব। |
11:06 | "mkdir space testtree space testtree slash test3" তাইপ কৰক। |
11:20 | ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়। |
11:28 | সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে। |
11:47 | mkdir নিচিনা rmdir কমান্দে দিৰেক্তৰি বা দিৰেক্তৰিবোৰ আতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। |
11:56 | "rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়। |
12:09 | এখন দিৰেক্তৰি আতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকি হয়। আপুনাৰ বৰ্তমানৰ দিৰেক্তৰি প্রজ্যায়ক্রমে আতৰাব লগিয়া দিৰেক্তৰিৰ ওপৰত থাকে আৰু ই খালি। |
12:23 | এতিয়া কমান্দ প্রমপ্তত তাইপ কৰক
"cd space testtree slash test3" |
12:35 | সেয়ে আমি এইয়া test3 দিৰেক্তৰিত আছো, যিটো ১টা testtreeৰ ভিতৰৰ চাব-দিৰেক্তৰি। |
12:42 | "rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক। |
12:55 | আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো প্রজ্যায়ক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই। |
13:02 | সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো প্রজ্যায়ক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে |
13:08 | তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক। |
13:14 | "cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক। |
13:20 | এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক। |
13:24 | তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক। |
13:30 | testdir দিৰেক্তৰিটো সফলভাবে দিলিত হৈছে। মন কৰিব যে testdir দিৰেক্তৰিটোও খালি আছিল। |
13:38 | বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রজ্যায়বোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক। |
13:48 | কমান্দ প্রম্পতত তাইপ কৰক-
"rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক। |
14:02 | চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়। |
14:11 | কিন্তু ১টা বস্তু আপুনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল। |
14:19 | সেইটো পৰিক্ষা কৰিবলৈ কমান্দ প্রম্পতত তাইপ কৰক "cd space testtree" আৰু এন্তাৰ তিপক। |
14:27 | এতিয়া "ls" তাইপ কৰি এন্তাৰ তিপক। চাওক দিৰেক্তৰিটোত একো নাই। সেয়ে test3 দিলিত কৰা হ’ল। |
14:36 | সেয়ে এই লিনাক্স tutorial’ত আমি শিকিলো লিনাক্স ফাইল আৰু দিৰেক্তৰি আৰু কেনেকৈ লিনাক্স দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ। |
14:49 | এইখিনিতেই এই tutorial’ৰ শেষ প্রজ্যায়লৈ আহিলো। Spoken Tutorial প্রজ্যেক্ত ‘Talk to a Teacher’ প্রজ্যেক্তৰ ১টা ভাগ। যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিচ্যনে ICT’ৰ মাধ্যমেৰে সমৰ্থিত কৰিছে। |
15:03 | ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব- |
15:08 | আই আই টি বম্বেৰ পৰা এয়া হৈছে মৌচুমী মেধী ।
যোগদানৰ বাবে ধন্যবাদ। |