PERL/C2/More-Conditional-statements/Assamese
From Script | Spoken-Tutorial
|
|
---|---|
00:00 | নমস্কাৰ দৰ্শক সকল. পার্লৰ if-elsif-else আৰু switch কন্দিচনেল স্তেৎমেন্তৰ উপৰত এই স্পকেন তিওতৰিয়েললৈ আপোনাক স্বাগতম ৷ |
00:07 | এই তিওতৰিয়েলত আমি শিকিম |
00:10 | পার্লত if-elsif-else স্তেৎমেন্ত আৰু switch স্তেৎমেন্তৰ বিষয়ে । |
00:15 | মই ব্যৱহাৰ কৰিছো Ubuntu Linux12.04 অপাৰেতিং সিস্টেম আৰু Perl 5.14.2 |
00:22 | আৰু মই ব্যৱহাৰ কৰিম gedit টেক্সট এডিটৰ । |
00:25 | আপুনি জিকুনু টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে আপুনাৰ ইচ্ছা আনুসৰি ৷ |
00:29 | আপুনাৰ উচ্ছিত জ্ঞান থকা আৱশ্যকিয় ভেৰিয়েবোল (Variables) আৰু কম্মেন্ট (Comment) উপৰত পার্লৰ । |
00:34 | আৰু জ্ঞান থকা আৱশ্যকিয় প্রতিতু for, foreach, while আৰু do-while লুপৰ আৰু |
00:38 | if আৰু if-else স্তেতমেন্ত বোৰ হব এটা অতিৰিক্ত সোযোগ । |
00:43 | পৰাপক্ষ্ ৎ সম্পর্কিয় স্পকেন তিওতৰিয়েলৰ spoken tutorial ওয়েবসাইট । |
00:48 | If-elsif-else স্তেতমেন্ত পার্লত ব্যৱহাৰ কৰিব পাৰি |
00:52 | বিভিন্ন অৱস্থা চাবলৈ আৰু |
00:54 | জেতিয়া বাকি বোৰ অৱস্থা বিফল হই তেতিয়া ই এক্সিকিওত কৰে ডিফল্ট else ব্লক । |
00:59 | if-elsif-else স্তেতমেন্তৰ স্যন্তাক্স এই ধৰণৰ হয় |
01:04 | if space ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট প্রেস এন্তেৰ |
01:13 | কোডৰ তুকুৰা এক্সিকিওত হয় জেতিয়া তাৰ কন্দিচনতু ত্রু সেমিকলন হয় । |
01:18 | এন্টাৰ তিপক । |
01:20 | ক্লোজ কার্লী ব্র্যাকেট স্পেস elsif স্পেস ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট । |
01:30 | এন্টাৰ তিপক । |
01:31 | আন এটা কোডৰ তুকুৰা সেমিকোলন |
01:33 | এক্সিকিওত হব জেতিয়া elsif condition শুদ্ধ হব । |
01:37 | এন্টাৰ তিপক । |
01:39 | ক্লোজ কার্লী ব্র্যাকেট স্পেস else স্পেস ওপেন ব্র্যাকেট |
01:44 | এন্টাৰ |
01:45 | কোড সেমিকোলন তু এক্সিকিওত হব জেতিয়া দুইতা উপৰৰ কন্দিচন ভুল সেমিকোলন হব |
01:51 | এন্টাৰ তিপক । |
01:52 | কার্লী ব্র্যাকেট বন্ধ কৰক । |
01:55 | প্রথমতে if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় । |
02:01 | যদি নহয় তেন্তে else if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় । |
02:06 | নাইবা, else ব্লকৰ ভিতৰৰ কোড বুৰ এক্সিকিওত হই । |
02:11 | এতিয়া আমি কিসুমান উদাহৰণ সাও if-elsif-else স্তেতমেন্তৰ । |
02:16 | তাৰমিনাল খুলক আৰু লিখক |
02:19 | 'gedit conditionalBlocks dot pl space ampersand |
02:26 | আৰু এন্টাৰ তিপক । |
02:28 | এনে কৰাৰ পাছত gedit ত conditionalBlocks.pl ফাইল খুল খাব । |
02:33 | স্ক্রীনত দেখুওাৰ দৰে কোড বিলাক লিখক । |
02:38 | আমি 'Perl' ভেলু তু দিলু ভেৰিয়েবোল ল্যাঙ্গুয়েজত । |
02:44 | মন কৰিব, eq হই string comparison অপাৰেতৰ |
02:49 | আৰু তাৰ পাসত আমাৰ ওচৰত বিভিন্ন কন্দিছন আছে যাক ছেচক কৰিব পাৰু । |
02:55 | এতিয়া তিপক ctrl+s ফাইল সেভ কৰিবলে । |
02:58 | এতিয়া তাৰমিনেল খুলক আৰু পুনপতিয়াকই ফাইল এক্সিকুইত কৰক । |
03:02 | লিখক, perl conditionalBlocks dot pl |
03:09 | লখ্য কৰকঃ মই কম্পালেসন স্তেপ বাদ দিলু । পার্ল লিপি এক্সিকুইত কৰাৰ এইতু ধৰাবন্ধা নিয়ম নহই । |
03:16 | যদি ইয়াত কিবা কম্পালেসন এৰৰৰ হয়, |
03:18 | এক্সিকুইচনত এৰৰৰ উলাব আৰু লিপিৰ এক্সিকুইচন বন্ধ হয় যাব । |
03:23 | এতিয়া এন্টাৰ তিপক । |
03:25 | তাৰিনেলত দেখুৱা অউতপুত হৈছে |
03:27 | Hi, I am Perl |
03:29 | এতিয়া, যোৱা |
03:31 | gedit ত লই সুইচ কৰক |
03:33 | এইয়াত দেখুৱাৰ দৰে ভাৰিয়াব্লে ল্যাঙ্গুয়েজত 'Java' জুগ কৰক । |
03:37 | ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ । |
03:40 | তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক । |
03:43 | perl conditionalBlocks dot pl টাইপ কৰক |
03:50 | আৰু এন্টাৰ তিপক । |
03:53 | তাৰমিনেলত অউতপুত দেখুৱা হৈছে Hi, I am Java |
03:59 | এতিয়া আকৈ gedit লৈ ঘুৰি যাও । |
04:03 | এতিয়া , language ভেৰিয়েবল লৈ 'English' দিয়া জাওক । |
04:07 | ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ । |
04:09 | তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক । |
04:13 | টাইপ কৰক perl conditionalBlocks dot pl |
04:18 | আৰু এন্টাৰ তিপক । |
04:19 | তাৰমিনেলত দেখুৱা অউতপুত হৈছে |
04:22 | I am not a computer language |
04:27 | তিনিউতা কেছে ইয়াকে দেখুয়াইছে; |
04:29 | অকল এটা if block যোনটোৱে কন্দিছন মানিব, এক্সিকিওত হব । |
04:35 | নহলে ডিফল্ট else block এক্সিকিওত হৈ যাব । |
04:39 | এই দৰে আমাৰ প্রয়োজন আনুসাৰি, আমাৰ বহুতু elsif কন্দিছন থাকিব পাৰে । |
04:46 | আপুনাৰ বাবে এখন assignment আছে । |
04:48 | এটা if-elsif-else বাক্য লিখক প্রিন্ট কৰিবলৈ |
04:51 | “I am a Science graduate” যদি stream হৈ science |
04:55 | “I am a Commerce graduate” যদি stream হৈ commerce |
04:59 | ' “I am an Arts graduate” যদি stream science নাইবা commerce নহই । |
05:06 | এতিয়া আমি switch স্টেতমেন্টৰ বিষয়ে শিকিম । |
05:10 | Perl 5.8 থকা লৈকে Perl ত switch স্টেতমেন্ট নাছিল । |
05:14 | তাৰ পাছত Switch module উলিওৱা হল, |
05:18 | যিহে switch স্টেতমেন্টৰ কামখিনি কৰে । |
05:22 | লখ্য কৰকঃ Perl ৰ Modules খিনি পৰবৰ্তি তিওতৰিয়েলত পুৰা কৰা হৈছে । |
05:27 | switch ৰ নিয়ম এই দৰে হয়ঃ |
05:30 | 'Switch ব্যৱহাৰ কৰক সেমিকোলন । |
05:32 | এন্টাৰ তিপক । |
05:34 | switch স্পেস ওপেন ব্রাকেট dollar value ক্লোজ ব্রাকেট স্পেস ওপেন কার্লী ব্রাকেট |
05:42 | এন্টাৰ তিপক । |
05:44 | case স্পেস ১ স্পেস ওপেন কার্লী ব্রাকেট executes when dollar value equal to 1 ক্লোজ কার্লী ব্রাকেট । |
05:53 | এন্টাৰ তিপক । |
05:55 | case স্পেস উদ্ধকমা a স্পেস উদ্ধকমা স্পেস ওপেন কার্লী ব্রাকেট এক্সিকিওত হয় যেতিয়া ডলাৰ মান হয় উদ্ধকমা a উদ্ধকমা ক্লোজ কার্লী ব্রাকেট |
06:09 | এন্টাৰ তিপক । |
06:10 | ' else স্পেস ওপেন কার্লী ব্রাকেটএক্সিকিওত হয় যেতিয়া ডলাৰ মান কাৰো লগত নিমিলে |
06:18 | কার্লী ব্রাকেট বন্ধ কৰক । |
06:19 | এন্টাৰ তিপক |
06:20 | কার্লী ব্রাকেট বন্ধ কৰক |
06:22 | চেম্পল প্ৰোগ্ৰামৰ সহায়ত 'switch তু বুজিবলৈ চেষ্টা কৰক । |
06:26 | তাৰিনেল খুলক আৰু লিখক |
06:29 | gedit sampleSwitch dot pl space ampersand |
06:36 | আৰু এন্টাৰ তিপক । |
06:38 | এতিয়া, চেম্পল প্ৰোগ্ৰাম তু টাইপ কৰক স্ক্রীনত দেখুৱাৰ দৰে । |
06:43 | এতিয়া আমি শিকিম কি দৰে switch স্টেতমেন্তে কাম কৰে । |
06:46 | Perl কোডৰ ভিতৰত use Switch স্টেতমেন্টৰ ভিতৰত Switch module থাকে । |
06:54 | লক্ষ্য কৰকঃ আমি পৰবৰ্তি তিওতৰিয়েলত use keywordৰ উপৰত শিকিম। |
07:00 | আমি এতিয়া বিভিন্ন কেছৰ পৰিখ্যা কৰিম । |
07:03 | আমি 'Perl' তু ভেৰিয়েবল $varত দিলো । |
07:08 | ভেৰিয়েবল $varৰ মান চোৱা হয় switch স্টেতমেন্টত । |
07:14 | প্রথম কেছত ই 'Perlৰ কেছৰ লগত মিল খাই । |
07:19 | হেয় কাৰনে এই কেছৰ লগত লিখা case এক্সিকিউত হব । |
07:24 | ctrl+s তিপক ফাইল সেভ কৰিবলৈ । |
07:27 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক |
07:31 | perl sampleSwitch.pl |
07:36 | এন্টাৰ তিপক । |
07:38 | ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে |
07:41 | ' I am Perl |
07:43 | geditত sampleSwitch.pl উভতি যাওক । |
07:48 | এতিয়া, ভেৰিয়েবল $var ত 'Linux' দিয়া হল । |
07:52 | Ctrl S তিপক ফাইল সেভ কৰিবলৈ । |
07:57 | আকৌ, ভেৰিয়েবল $var switchত ছেক হব । |
08:03 | ই 'Linux' ৰ কেছৰ লগত মিল হল । |
08:05 | হেয় কাৰনে এই কেছৰ লগত লিখা code এক্সিকিউত হব । |
08:10 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক |
08:15 | perl sampleSwitch.pl |
08:19 | এন্টাৰ তিপক । |
08:21 | ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে |
08:24 | I am Linux |
08:26 | sampleSwitch.pl যাওক gedit.ত । |
08:30 | একেদৰে, যদি ভেৰিয়েবল $var ৰ মান 'Java' হয়, তেতিয়া হলে দ্বিতীয় কেছ তু ছেক হব । |
08:38 | এতিয়া, ভেৰিয়েবল $var ত 'English' দিয়া যাওক । |
08:42 | আকৌ, ভেৰিয়েবল $var ৰ মান switchত ছেক হব । |
08:47 | ই কোনো এটা case স্টেতমেন্টৰ লগত মিল নহয় । |
08:50 | হেয় কাৰনে else বাক্য এক্সিকিউত হয় । |
08:54 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক । |
09:00 | perl sampleSwitch.pl |
09:07 | আৰু এন্টাৰ তিপক । |
09:09 | অউতপুত তাৰমিনেলত দেখুৱা হয় এই দৰে - |
09:12 | I am not a computer language |
09:17 | এই ৩ কেছে দেখাইছে যেঃ |
09:20 | এক্চপ্ৰেছনৰ মানে ভাবে case তো কি দৰে এক্সিকিউত কৰিব লাগে । |
09:25 | অকল ভেলিদ caseবোৰ এক্সিকিউত হব আৰু |
09:28 | যেতিয়া কোনো ভলিদ case নাথাকে, তেতিয়া ডিফল্ট else কেছ এক্সিকিউত হব । |
09:35 | এইটো ধৰা বন্ধা নিয়ম নহই else case লিখা তু । |
09:39 | এনেকোৱা ক্ষেত্রত, |
09:41 | যদি কোনো cases নিমিলে |
09:44 | তেতিয়া switch বাক্যৰ কোনো অউতপুত নাথাকে । |
09:48 | ইয়াত আপুনাৰ বাবে বেলেগ কায্য আছে- |
09:50 | পুনৰ আগৰ কায্য খন লিখক |
09:53 | আগৰ তুতৰিয়েলত দিয়া হৈছে switch বাক্য প্রয়োগ কৰি । |
09:57 | সাৰাংশ বর্ননা কৰা হৈছে । |
09:59 | এই তিওতৰিয়েলত আমি শিকিলো - |
10:01 | if-elsif-else বাক্য আৰু |
10:04 | Perl ত switch বাক্য |
10:05 | চেম্পল প্ৰোগ্ৰাম বয়ৱহাৰ কৰি |
10:08 | তলৰ সংযোগত থকা ভিডিও তু সাওক । |
10:12 | ই স্পকেন তিওতৰিয়েলৰ প্রজেক্ট সমোহ বর্ণনা কৰে । |
10:15 | আপুনাৰ ভাল বেন্দৱিথ নাথাকিলে আপুনি ডাউনলোড কৰি ছাব পাৰে । |
10:20 | The Spoken Tutorial Project ডলে এই কর্মশালা আয়োজন কৰে স্পকেন তিওতৰিয়েলs ব্যৱহাৰ কৰি |
10:25 | প্রমান পত্র দিয়া জাই যোনে অনলাইন পৰিক্ষ্যাত ওত্তীর্ণ হয় । |
10:30 | আৰু যানিবলৈ এই থিকনালৈ লিখক spoken hyphen tutorial dot org |
10:36 | স্পকেন তিওতৰিয়েল প্ৰোজেক্ট এটা ভাগ হয় Talk to a Teacher project |
10:40 | ইয়াক সহায় কৰে National Mission on Education ICT MHRD, Government of India ৰ যোগেদি । |
10:47 | অধিক জানকাৰি বাবে এই মিসসন থৈতে জৰিত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT |
10:58 | আসা কৰো আপুনি Perl তিওতৰিয়েল ভাল পালে । |
11:00 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো |
11:03 | যোগ দিয়াৰ বাবে ধন্যবাদ । |