PERL/C2/Hash-in-Perl/Assamese

From Script | Spoken-Tutorial
Revision as of 15:55, 18 July 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time
Narration
00.01 Perl’ত Hashৰ স্পৌকেন তিওতৰিয়েললৈ আপোনালোকক স্বাগতম।
00.05 এই তিওতৰিয়েলত আমি শিকিম;
00.09 PerlHash আৰু
00.11 hashৰ এলিমেন্ত এক্সেচ কৰিবলৈ।
00.14 এই তিওতৰিয়েলত মই ব্যৱহাৰ কৰি আছু
00.16 Ubuntu Linux12.04 অপাৰেতিং চিচতেম
00.21 Perl 5.14.2 আৰু
00.24 gedit টেক্সট এদিএদিতৰ।
00.26 আপনাৰ মমন পচন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে।
00.30 এই তিওতৰিয়েল প্রেকতিচ কৰিবলৈ আপোনাৰ Perlৰ ‘’’ভেৰিয়েবল আৰু দাতা স্ত্রাকচাৰ ৰৰ জ্ঞান থাকিব লাগিব।
00.38 comments, loops, conditional statements and Arrays' (‘’’কমেন্ত, লোপ, কন্দিচ্যনেল স্তেতমেন্ত’’)’ৰ জ্ঞান থাকিলে আৰু ভাল।
00.46 অনুগ্রহ কৰি ‘’’স্পকেন তিওতৰিয়েল’’’ ৱেবচাইত’ত থকা সম্পৰ্কীয় স্পকেন তিওতৰিয়েল চাওক।
00.52 Hash এটা ক্ৰমত নথকা দাতাৰ হয়


00.56 এইটো এটা ‘’’কি/ভেল্যো পেয়াৰ দাটা স্ত্রাকচাৰ ।
00.59 Hash কিবোৰ অদ্বিতিয়।

অসাধারণ

01.01 পিছে Hashৰ প্রতিলিপি মূল্য / মান থাকিব পাৰে।
01.05 এইয়া Hashৰ দিল্রেৰেস্যন।
01.08 আহক আমি চাও Hash ৰ পৰা এতা ‘কি’ৰ ভেল্যু/মান কেনেকৈ পায়।
01.12 এতা কি’ৰ ভেল্যু/মান এক্সেচ/উপয়োগ কৰাৰ চিন্ত্যেক্স হয়
01.17 hashName কাৰ্লি ব্ৰেকেট খোলক single quote keyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক
01.26 ব’লক আমি এতা চেম্পল 'প্রগ্রেম বয়ৱহাৰ কৰি hash' বুজো।
01.31 মই আগতেই gedit perlHash dot plফাইলত ক’দ টাইপ কৰি থৈছো।
01.37 আপোনাৰ perlHash dot pl ফাইলত দেখোৱা ক’দ টাইপ কৰক।
01.42 Perl Hash ‘%’ চাইনেৰে দিক্লেৰ কৰে।
01.47 এইয়া Hashৰ কি হয়।
01.49 আৰু এইয়াই Hashৰ ভেল্যু হয়।
01.53 মন কৰিব, Hashৰ কি উপয়োগ কৰিবলৈ এজনে dollar চাইন ব্যৱহাৰ কৰিব লাগিব।
01.59 ফাইল চেভ কৰিবলৈ Ctrl + S প্রেচ কৰক।
02.02 তাৰ পিছত তাৰমিনেল যাওক আৰু‘পাৰ্ল স্ক্রিপ্ত’ এইদৰে এক্জিক্যুত কৰক।
02.08 perl perlHash dot pl
02.11 আৰু এন্তাৰ প্রেচ কৰক।
02.14 আওতপোত তাৰমিনেলত দেখা পাম।
02.19 এতিয়া আচাম কি’বোৰ hashৰ পৰা কেনেকৈ যোগ আৰু নাইকিয়া কৰে।
02.24 যোগ কৰাৰ
02.26 চিন্ত্যেক্স হহ’ল dollar hashName কাৰ্লি ব্ৰেকেট খোলক
02.30 single quote KeyName single quote
02.34 কাৰ্লি ব্ৰেকেট বন্ধ কৰক equal to value semicolon
02.40 নাইকিয়া কৰিবলৈ delete dollar hashName কাৰ্লি ব্ৰেকেট খোলক
02.46 single quote KeyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক semicolon
02.53 আহক এতিয়া এতা চেম্পল প্রগ্রেম এটা বুজো।
02.58 মই আগতেই hashKeyOperations dot pl ফাইলত ক’দ টাইপ কৰি থৈছো।
03.05 এইয়া hashৰ দিক্লেৰেস্বন হয়।
03.08 আমি hashৰ পৰা key যোগ আৰু নাইকিয়া কৰিম।
03.13 ইয়াতে আমি আগতেই বনোৱা hash'key যোগ কৰিম।
03.18 ইটা ভেৰিয়েবল’ত ভেল্যু এচাইন কৰাৰ দৰে হয়।
03.23 দিলিত কি-ৱৰ্দ এটা কি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়।
03.27 আমি কি নাইকিয়া কৰিবলৈ কি পাছ কৰিব লাগে।
03.31 ফাইল চেভ কৰিবলৈ Ctrl+S প্রেছ কৰক।
03.35 তাৰমিনেললৈ যাওকে আৰু Perl script এক্জি্ক্যুত কৰক
03.40 perl hashKeyOperations dot pl
03.44 আৰু এন্তাৰ প্রেচ কৰক।
03.47 আওতপোত তাৰমিনেল’ত দেখা পাব।
03.52 ব’লক আমি চাও hash key আৰু valueবোৰ কেনেকৈ চৰ্ত্ কৰে।
03.57 sort keyৰ চিন্ত্যেক্স হ’ল-
04.00 sort ব্ৰেকেট খোলক keys percentage hashName ব্ৰেকেট বন্ধ কৰকsemicolon
04.07 ঠিক একেদৰেই আমি hash values sort এনেদৰে কৰিব পাৰো
04.11 sort ব্ৰেকেট খোলক values percentage hashName ব্ৰেকেট বন্ধ কৰক semicolon
04.18 ব’লক আমি এটা চেম্পল প্রোগ্রাম sorting ফাঙ্কচ্যনেলিতিৰ সহায়ত বুজো।
04.24 মই geditত থকা sortHash dot pl’লৈ বদলি হৈ ল’লো।
04.30 sortHash dot pl ফাইল’ত স্ক্রিন’ত দেখোৱা ক’দ লিখক।
04.36 ইয়াতে আমি এদ্রেছৰ hash দিক্লেৰ কৰিছো।
04.41 ইয়াতে আমি কি চৰ্ত্ কৰিবলৈ আমি আগৰেই পৰা থকা sort' ফাঙ্কচ্যনৰ লগতে key ফাঙ্কচ্যন ব্যৱহাৰ কৰিছো।
04.49 hash key বোৰ আখৰক্রমে চৰ্ত্ কৰে।
04.54 ঠিক একেদৰেই আমি hashৰ মূল্যৰ ওপৰত চৰ্ত্ ফাঙ্কচ্যন ব্যৱহাৰ কৰিব পাৰো।
04.59 নিউমাৰিক কি বা মূল্যৰ ওপৰতো আমি চৰ্টিং ব্যৱহাৰ কৰিব পাৰো।
05.05 ফাইল চেভ কৰি তাৰমিনেল’লৈ ঘুৰি যাওক।
05.09 perl sortHash dot pl টাইপ কৰা স্ক্রিপ্ত এক্জি্কিওত কৰক আৰু এন্তাৰ টিপক।
05.17 আওত্পোত তাৰমিনেল’তত দেখোৱাৰ দৰে হ’ব।
05.22 এতিয়া চাওচাও ব’ললক hashৰ কি আৰু মূল্য কেনেকৈ আনে।
05.27 Perlএ আমাক hash কি আৰু মূল্য আনিবলৈ ইন-বিল্ত্ ফাঙ্কচ্যন দিয়ে।
05.34 কি-ফাঙ্কচ্যন hash ৰ সকলোবোৰ কি পাবলৈ ব্যৱহাৰ কৰে।
05.40 ভেল্যু ফাঙ্কচ্যনে কি’ৰৰৰ সকলোবোৰ মূল্য উভতাই কিন্তু
05.46 each ফাঙ্কচ্যনে hashৰ ওপৰতেই ইতাৰেত কৰে আৰু hashৰ পৰা কি বা মূল্যৰ পেয়াৰ উভতাই।
05.53 এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো।
05.57 ইয়াৰ ককাৰণে আমি আগতেই তৈয়াৰ কৰি থোৱা perlHash dot pl স্ক্রিপ্ত্ ব্যৱহাৰ কৰিম।
06.07 স্ক্রীনত দিদিয়া ক’দ টাইপ কৰক;
06.12 ব’লক এতিয়া আমি ক’দটো বু্জো।
06.15 hashত থকা কি ফাঙ্কচ্যনে এৰে’ উভতাই, য’ত hashৰ সকলো কি থাকে।
06.22 hashত থকা ভেলো ফাঙ্কচ্যনে এৰে’ উভতাই য’ত hashৰ সকলো কিবোৰৰ মূল্য থাকে।
06.30 each ফাঙ্কচ্যনে কি/ভেল্যু’ৰ পেয়াৰ উভতাই।
06.34 ইয়াতে আমি হ্ৱাইল লোপ ব্যৱহাৰ কৰিছো।
06.36 ই প্রতিটো hashৰ কি/ভেল্যু পেয়াৰ ইতাৰেত কৰে, যি each ফাঙ্কচ্যনে উভতাই।
06.43 Ctrl+S প্রেছ কৰি ফাইল চেভ কৰক।
06.48 এতিয়া স্ক্রিপ্ত এক্জিকিউত কৰক তাৰমিনেল’ত এইয়া টাইপ কৰি-
06.53 perl perlHash dot pl
06.58 আৰু এন্তাৰ প্রেছ কৰক।
07.01 তাৰমিনেল’ত আউতপোত এনেকে দেখা পাম।
07.05 এতিয়া আমি hashৰ ওপৰত লোপ লগাবলৈ আৰু বেলেগ পদ্ধতি চাম।
07.10 আমি প্রতিটো hashৰ কি’ৰ ওপৰত ইতাৰেত কৰিবলৈ foreach লোপ ব্যৱহাৰ কৰিব পাৰো।
07.15 তাৰ পাছত কি’ৰ ভেল্যুৰ ওপৰত কিছুমান একচ্যন কৰিব পাৰো।
07.20 স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে।
07.24 ইয়াতে, foreach loopৰ ইতাৰেচ্যনে hashৰ কি $variableত এচাইন কৰিব।
07.32 তাৰ পাছত ই কিবা একচ্যন বা মূল্য পাবলৈ $variable ব্যৱহাৰ কৰিব।
07.40 ঠিক একেদৰেই আমি hash valuesৰ ওপৰত লোপ লগাব পাৰো স্ক্রিন’ত দেখোৱাৰ দৰে।
07.47 আমি এটা চেম্পল প্রগ্রেম চাম।
07.49 সেইকাৰণে মই gedit loopingOverHash dot plলৈ যাম।
07.55 loopingOverHash dot plত দেখোৱাৰ দৰে ক’দ টাইপ কৰক।
08.02 এই ক’দে hashৰ এটা কি উভতাই।
08.07 আমাৰ এই কেছত,
08.09 প্রথমবাৰ dollar key ($key) Department কি হিছাপে আছে।
08.15 পাছৰ foreach’’’ ইতাৰেচ্যনত, নেম কি উভতাই।
08.21 মন কৰকঃ Hash এটা ক্ৰমত নথকা সংগ্রহিত দাতা হয়
08.26 সেইকাৰণে, ঘূৰাই অনা কি’বোৰ hash বনোৱাৰ সময়ত থকা ক্রমত নেথাকে।
08.33 ভেল্যুত থকা লোপেও থিক এনেদৰেই কাম কৰে।
08.38 Ctrl + S প্রেছ কৰি ফাইল চেভ কৰক।
08.41 তাৰ পিছত, তাৰমিনেল’লৈ যাওক আৰু Perl script এনেদৰি এক্জিক্যুত কৰক
08.46 perl loopingOverHash dot pl
08.50 আৰু এন্তাৰ প্রেছ কৰক।
08.53 তাৰমিনেলত আউতপোত এনেদৰে দেখোৱা হ’ব।
08.58 আকৌ চমুকৈ চাও
08.59 এই তিউতৰিয়েলত আমি শিকিলো-
09.01 Perlত থকা Hash আৰু
09.03 Hashৰ এলিমেন্ত এক্সেচ কৰা
09.05 চেম্পল প্রগ্রেমৰ ব্যৱহাৰ কৰি।
09.08 এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত-
09.11 Hash দিক্লেৰ কৰক student name কি হিছাপে ৰাখি
09.15 আৰু তাৰ/তাইৰ পাৰচেন্তেজ ভেল্যু হিছাপে।
09.18 কি, ভেল্যু আৰু each ফাঙ্কচ্যন ব্যৱহাৰ কৰি hashৰ ওপৰত লোপ লগাই।
09.24 তাৰ পিত প্রতিতো ছাত্রৰ পাৰচেন্তেজ প্রিন্ট কৰক।
09.29 তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক।
09.32 স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল।
09.37 আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে
09.42 স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি
09.49 অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে।
09.53 আৰু তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক।
10.02 স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ।
10.06 ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা।
10.15 এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।


10.26 আশা কৰো আপোনি Perl তিউতৰিয়েল ভাল পালে।
10.30 এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
10.33 লগত থকাৰ কাৰণে ধন্যৱাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble