PERL/C2/Hash-in-Perl/Assamese
From Script | Spoken-Tutorial
| |
|
|---|---|
| 00.01 | Perl’ত Hashৰ স্পৌকেন তিওতৰিয়েললৈ আপোনালোকক স্বাগতম। |
| 00.05 | এই তিওতৰিয়েলত আমি শিকিম; |
| 00.09 | Perlত Hash আৰু |
| 00.11 | hashৰ এলিমেন্ত এক্সেচ কৰিবলৈ। |
| 00.14 | এই তিওতৰিয়েলত মই ব্যৱহাৰ কৰি আছু |
| 00.16 | Ubuntu Linux12.04 অপাৰেতিং চিচতেম |
| 00.21 | Perl 5.14.2 আৰু |
| 00.24 | gedit টেক্সট এদিএদিতৰ। |
| 00.26 | আপনাৰ মমন পচন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে। |
| 00.30 | এই তিওতৰিয়েল প্রেকতিচ কৰিবলৈ আপোনাৰ Perlৰ ‘’’ভেৰিয়েবল আৰু দাতা স্ত্রাকচাৰ ৰৰ জ্ঞান থাকিব লাগিব। |
| 00.38 | comments, loops, conditional statements and Arrays' (‘’’কমেন্ত, লোপ, কন্দিচ্যনেল স্তেতমেন্ত’’)’ৰ জ্ঞান থাকিলে আৰু ভাল। |
| 00.46 | অনুগ্রহ কৰি ‘’’স্পকেন তিওতৰিয়েল’’’ ৱেবচাইত’ত থকা সম্পৰ্কীয় স্পকেন তিওতৰিয়েল চাওক। |
| 00.52 | Hash এটা ক্ৰমত নথকা দাতাৰ হয়
|
| 00.56 | এইটো এটা ‘’’কি/ভেল্যো পেয়াৰ দাটা স্ত্রাকচাৰ । |
| 00.59 | Hash কিবোৰ অদ্বিতিয়।
অসাধারণ |
| 01.01 | পিছে Hashৰ প্রতিলিপি মূল্য / maan থাকিব পাৰে। |
| 01.05 | এইয়া Hashৰ দিল্রেৰেস্যন। |
| 01.08 | আহক আমি চাও Hash ৰ পৰা এতা ‘কি’ৰ ভেল্যু/মান কেনেকৈ পায়। |
| 01.12 | এতা কি’ৰ ভেল্যু/মান এক্সেচ/উপয়োগ কৰাৰ চিন্ত্যেক্স হয় |
| 01.17 | hashName কাৰ্লি ব্ৰেকেট খোলক single quote keyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক |
| 01.26 | ব’লক আমি এতা চেম্পল 'প্রগ্রেম বয়ৱহাৰ কৰি hash' বুজো। |
| 01.31 | মই আগতেই geditৰ perlHash dot plফাইলত ক’দ টাইপ কৰি থৈছো। |
| 01.37 | আপোনাৰ perlHash dot pl ফাইলত দেখোৱা ক’দ টাইপ কৰক। |
| 01.42 | Perlত Hash ‘%’ চাইনেৰে দিক্লেৰ কৰে। |
| 01.47 | এইয়া Hashৰ কি হয়। |
| 01.49 | আৰু এইয়াই Hashৰ ভেল্যু হয়। |
| 01.53 | মন কৰিব, Hashৰ কি upoyug কৰিবলৈ এজনে dollar চাইন ব্যৱহাৰ কৰিব লাগিব। |
| 01.59 | ফাইল চেভ কৰিবলৈ Ctrl + S প্রেচ কৰক। |
| 02.02 | তাৰ পিছত তাৰমিনেল যাওক আৰু‘পাৰ্ল স্ক্রিপ্ত’ এইদৰে এক্জিক্যুত কৰক। |
| 02.08 | perl perlHash dot pl |
| 02.11 | আৰু এন্তাৰ প্রেচ কৰক। |
| 02.14 | আওতপোত তাৰমিনেলত দেখা পাম। |
| 02.19 | এতিয়া আচাম কি’বোৰ hashৰ পৰা কেনেকৈ যোগ আৰু নাইকিয়া কৰে। |
| 02.24 | যোগ কৰাৰ |
| 02.26 | চিন্ত্যেক্স হহ’ল dollar hashName কাৰ্লি ব্ৰেকেট খোলক |
| 02.30 | single quote KeyName single quote |
| 02.34 | কাৰ্লি ব্ৰেকেট বন্ধ কৰক equal to value semicolon |
| 02.40 | নাইকিয়া কৰিবলৈ delete dollar hashName কাৰ্লি ব্ৰেকেট খোলক |
| 02.46 | single quote KeyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক semicolon |
| 02.53 | আহক এতিয়া এতা চেম্পল প্রগ্রেম এটা বুজো। |
| 02.58 | মই আগতেই hashKeyOperations dot pl ফাইলত ক’দ টাইপ কৰি থৈছো। |
| 03.05 | এইয়া hashৰ দিক্লেৰেস্বন হয়। |
| 03.08 | আমি hashৰ পৰা key যোগ আৰু নাইকিয়া কৰিম। |
| 03.13 | ইয়াতে আমি আগতেই বনোৱা hash'ত key যোগ কৰিম। |
| 03.18 | ইটা ভেৰিয়েবল’ত ভেল্যু এচাইন কৰাৰ দৰে হয়। |
| 03.23 | দিলিত কি-ৱৰ্দ এটা কি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়। |
| 03.27 | আমি কি নাইকিয়া কৰিবলৈ কি পাছ কৰিব লাগে। |
| 03.31 | ফাইল চেভ কৰিবলৈ Ctrl+S প্রেছ কৰক। |
| 03.35 | তাৰমিনেললৈ যাওকে আৰু Perl script এক্জি্ক্যুত কৰক |
| 03.40 | perl hashKeyOperations dot pl |
| 03.44 | আৰু এন্তাৰ প্রেচ কৰক। |
| 03.47 | আওতপোত তাৰমিনেল’ত দেখা পাব। |
| 03.52 | ব’লক আমি চাও hash key আৰু valueবোৰ কেনেকৈ চৰ্ত্ কৰে। |
| 03.57 | sort keyৰ চিন্ত্যেক্স হ’ল- |
| 04.00 | sort ব্ৰেকেট খোলক keys percentage hashName ব্ৰেকেট বন্ধ কৰকsemicolon |
| 04.07 | ঠিক একেদৰেই আমি hash values sort এনেদৰে কৰিব পাৰো |
| 04.11 | sort ব্ৰেকেট খোলক values percentage hashName ব্ৰেকেট বন্ধ কৰক semicolon |
| 04.18 | ব’লক আমি এটা চেম্পল প্রোগ্রাম sorting ফাঙ্কচ্যনেলিতিৰ সহায়ত বুজো। |
| 04.24 | মই geditত থকা sortHash dot pl’লৈ বদলি হৈ ল’লো। |
| 04.30 | sortHash dot pl ফাইল’ত স্ক্রিন’ত দেখোৱা ক’দ লিখক। |
| 04.36 | ইয়াতে আমি এদ্রেছৰ hash দিক্লেৰ কৰিছো। |
| 04.41 | ইয়াতে আমি কি চৰ্ত্ কৰিবলৈ আমি আগৰেই পৰা থকা sort' ফাঙ্কচ্যনৰ লগতে key ফাঙ্কচ্যন ব্যৱহাৰ কৰিছো। |
| 04.49 | ই hash key বোৰ আখৰক্রমে চৰ্ত্ কৰে। |
| 04.54 | ঠিক একেদৰেই আমি hashৰ মূল্যৰ ওপৰত চৰ্ত্ ফাঙ্কচ্যন ব্যৱহাৰ কৰিব পাৰো। |
| 04.59 | নিউমাৰিক কি বা মূল্যৰ ওপৰতো আমি চৰ্টিং ব্যৱহাৰ কৰিব পাৰো। |
| 05.05 | ফাইল চেভ কৰি তাৰমিনেল’লৈ ঘুৰি যাওক। |
| 05.09 | perl sortHash dot pl টাইপ কৰা স্ক্রিপ্ত এক্জি্কিওত কৰক আৰু এন্তাৰ টিপক। |
| 05.17 | আওত্পোত তাৰমিনেল’তত দেখোৱাৰ দৰে হ’ব। |
| 05.22 | এতিয়া চাওচাও ব’ললক hashৰ কি আৰু মূল্য কেনেকৈ আনে। |
| 05.27 | Perlএ আমাক hash কি আৰু মূল্য আনিবলৈ ইন-বিল্ত্ ফাঙ্কচ্যন দিয়ে। |
| 05.34 | কি-ফাঙ্কচ্যন hash ৰ সকলোবোৰ কি পাবলৈ ব্যৱহাৰ কৰে। |
| 05.40 | ভেল্যু ফাঙ্কচ্যনে কি’ৰৰৰ সকলোবোৰ মূল্য উভতাই কিন্তু |
| 05.46 | each ফাঙ্কচ্যনে hashৰ ওপৰতেই ইতাৰেত কৰে আৰু hashৰ পৰা কি বা মূল্যৰ পেয়াৰ উভতাই। |
| 05.53 | এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো। |
| 05.57 | ইয়াৰ ককাৰণে আমি আগতেই তৈয়াৰ কৰি থোৱা perlHash dot pl স্ক্রিপ্ত্ ব্যৱহাৰ কৰিম। |
| 06.07 | স্ক্রীনত দিদিয়া ক’দ টাইপ কৰক; |
| 06.12 | ব’লক এতিয়া আমি ক’দটো বু্জো। |
| 06.15 | hashত থকা কি ফাঙ্কচ্যনে এৰে’ উভতাই, য’ত hashৰ সকলো কি থাকে। |
| 06.22 | hashত থকা ভেলো ফাঙ্কচ্যনে এৰে’ উভতাই য’ত hashৰ সকলো কিবোৰৰ মূল্য থাকে। |
| 06.30 | each ফাঙ্কচ্যনে কি/ভেল্যু’ৰ পেয়াৰ উভতাই। |
| 06.34 | ইয়াতে আমি হ্ৱাইল লোপ ব্যৱহাৰ কৰিছো। |
| 06.36 | ই প্রতিটো hashৰ কি/ভেল্যু পেয়াৰ ইতাৰেত কৰে, যি each ফাঙ্কচ্যনে উভতাই। |
| 06.43 | Ctrl+S প্রেছ কৰি ফাইল চেভ কৰক। |
| 06.48 | এতিয়া স্ক্রিপ্ত এক্জিকিউত কৰক তাৰমিনেল’ত এইয়া টাইপ কৰি- |
| 06.53 | perl perlHash dot pl |
| 06.58 | আৰু এন্তাৰ প্রেছ কৰক। |
| 07.01 | তাৰমিনেল’ত আউতপোত এনেকে দেখা পাম। |
| 07.05 | এতিয়া আমি hashৰ ওপৰত লোপ লগাবলৈ আৰু বেলেগ পদ্ধতি চাম। |
| 07.10 | আমি প্রতিটো hashৰ কি’ৰ ওপৰত ইতাৰেত কৰিবলৈ foreach লোপ ব্যৱহাৰ কৰিব পাৰো। |
| 07.15 | তাৰ পাছত কি’ৰ ভেল্যুৰ ওপৰত কিছুমান একচ্যন কৰিব পাৰো। |
| 07.20 | স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে। |
| 07.24 | ইয়াতে, foreach loopৰ ইতাৰেচ্যনে hashৰ কি $variableত এচাইন কৰিব। |
| 07.32 | তাৰ পাছত ই কিবা একচ্যন বা মূল্য পাবলৈ $variable ব্যৱহাৰ কৰিব। |
| 07.40 | ঠিক একেদৰেই আমি hash valuesৰ ওপৰত লোপ লগাব পাৰো স্ক্রিন’ত দেখোৱাৰ দৰে। |
| 07.47 | আমি এটা চেম্পল প্রগ্রেম চাম। |
| 07.49 | সেইকাৰণে মই geditত loopingOverHash dot plলৈ যাম। |
| 07.55 | loopingOverHash dot plত দেখোৱাৰ দৰে ক’দ টাইপ কৰক। |
| 08.02 | এই ক’দে hashৰ এটা কি উভতাই। |
| 08.07 | আমাৰ এই কেছত, |
| 08.09 | প্রথমবাৰ dollar key ($key)ত Department কি হিছাপে আছে। |
| 08.15 | পাছৰ foreach’’’ ইতাৰেচ্যনত, নেম কি উভতাই। |
| 08.21 | মন কৰকঃ Hash এটা ক্ৰমত নথকা সংগ্রহিত দাতা হয় |
| 08.26 | সেইকাৰণে, ঘূৰাই অনা কি’বোৰ hash বনোৱাৰ সময়ত থকা ক্রমত নেথাকে। |
| 08.33 | ভেল্যুত থকা লোপেও থিক এনেদৰেই কাম কৰে। |
| 08.38 | Ctrl + S প্রেছ কৰি ফাইল চেভ কৰক। |
| 08.41 | তাৰ পিছত, তাৰমিনেল’লৈ যাওক আৰু Perl script এনেদৰি এক্জিক্যুত কৰক |
| 08.46 | perl loopingOverHash dot pl |
| 08.50 | আৰু এন্তাৰ প্রেছ কৰক। |
| 08.53 | তাৰমিনেলত আউতপোত এনেদৰে দেখোৱা হ’ব। |
| 08.58 | আকৌ চমুকৈ চাও |
| 08.59 | এই তিউতৰিয়েলত আমি শিকিলো- |
| 09.01 | Perlত থকা Hash আৰু |
| 09.03 | Hashৰ এলিমেন্ত এক্সেচ কৰা |
| 09.05 | চেম্পল প্রগ্রেমৰ ব্যৱহাৰ কৰি। |
| 09.08 | এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত- |
| 09.11 | Hash দিক্লেৰ কৰক student name কি হিছাপে ৰাখি |
| 09.15 | আৰু তাৰ/তাইৰ পাৰচেন্তেজ ভেল্যু হিছাপে। |
| 09.18 | কি, ভেল্যু আৰু each ফাঙ্কচ্যন ব্যৱহাৰ কৰি hashৰ ওপৰত লোপ লগাই। |
| 09.24 | তাৰ পিত প্রতিতো ছাত্রৰ পাৰচেন্তেজ প্রিন্ট কৰক। |
| 09.29 | তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক। |
| 09.32 | স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল। |
| 09.37 | আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে |
| 09.42 | স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি |
| 09.49 | অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে। |
| 09.53 | আৰু তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক। |
| 10.02 | স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ। |
| 10.06 | ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা। |
| 10.15 | এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।
|
| 10.26 | আশা কৰো আপোনি Perl তিউতৰিয়েল ভাল পালে। |
| 10.30 | এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো |
| 10.33 | লগত থকাৰ কাৰণে ধন্যৱাদ। |