PERL/C2/More-Conditional-statements/Assamese

From Script | Spoken-Tutorial
Revision as of 16:49, 17 July 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Visual Cue
Narration
00.00 স্পকেন তিওতৰিয়েললৈ স্বাগতম যত পার্লৰ if-elsif-else আৰু switch কন্দিচনেল স্তেৎমেন্তৰ উপৰত কোৱা হব ৷
00.07 এই তিওতৰিয়েলত আমি শিকিম
00.10 if-elsif-else স্তেৎমেন্ত আৰু switch স্তেৎমেন্তৰ বিষয়ে পার্লত ।
00.15 মই ব্যৱহাৰ কৰিছো Ubuntu Linux12.04 অপাৰেতিং সিস্টেম আৰু Perl 5.14.2
00.22 আৰু মই ব্যৱহাৰ কৰিম gedit টেক্সট এডিটৰ ।
00.25 আপুনি জিকুনু টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে আপুনাৰ ইচ্ছা আনুসৰি ৷
00.29 আপুনাৰ উচ্ছিত জ্ঞান থকা আৱশ্যকিয় ভেৰিয়েবোল (Variables) আৰু কম্মেন্ট (Comment) উপৰত পার্লৰ ।
00.34 আৰু জ্ঞান থকা আৱশ্যকিয় প্রতিতু for, foreach, while আৰু do-while লুপৰ আৰু
00.38 if আৰু if-else স্তেতমেন্ত বোৰ হব এটা অতিৰিক্ত সোযোগ ।
00.43 পৰাপক্ষ্ ৎ সম্পর্কিয় স্পকেন তিওতৰিয়েলৰ spoken tutorial ওয়েবসাইট ।
00.48 If-elsif-else স্তেতমেন্ত পার্লত ব্যৱহাৰ কৰিব পাৰি
00.52 বিভিন্ন অৱস্থা চাবলৈ আৰু
00.54 জেতিয়া বাকি বোৰ অৱস্থা বিফল হই তেতিয়া ই এক্সিকিওত কৰে ডিফল্ট else ব্লক ।
00.59 if-elsif-else স্তেতমেন্তৰ স্যন্তাক্স এই ধৰণৰ হয়
01.04 if space ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট প্রেস এন্তেৰ
01.13 কোডৰ তুকুৰা এক্সিকিওত হয় জেতিয়া তাৰ কন্দিচনতু ত্রু সেমিকলন হয় ।
01.18 এন্টাৰ তিপক ।
01.20 ক্লোজ কার্লী ব্র্যাকেট স্পেস elsif স্পেস ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট ।
01.30 এন্টাৰ তিপক ।
01.31 আন এটা কোডৰ তুকুৰা সেমিকোলন
01.33 এক্সিকিওত হব জেতিয়া elsif condition শুদ্ধ হব ।
01.37 এন্টাৰ তিপক ।
01.39 ক্লোজ কার্লী ব্র্যাকেট স্পেস else স্পেস ওপেন ব্র্যাকেট
01.44 এন্টাৰ
01.45 কোড সেমিকোলন তু এক্সিকিওত হব জেতিয়া দুইতা উপৰৰ কন্দিচন ভুল সেমিকোলন হব
01.51 এন্টাৰ তিপক ।
01.52 কার্লী ব্র্যাকেট বন্‌ধ কৰক ।
01.55 প্রথমতে if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় ।
02.01 যদি নহয় তেন্তে else if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় ।
02.06 নাইবা, else ব্লকৰ ভিতৰৰ কোড বুৰ এক্সিকিওত হই ।
02.11 এতিয়া আমি কিসুমান উদাহৰণ সাও if-elsif-else স্তেতমেন্তৰ ।
02.16 তাৰমিনাল খুলক আৰু লিখক
02.19 'gedit conditionalBlocks dot pl space ampersand
02.26 আৰু এন্টাৰ তিপক ।
02.28 এনে কৰাৰ পাছত gedit conditionalBlocks.pl ফাইল খুল খাব ।
02.33 স্ক্রীনত দেখুওাৰ দৰে কোড বিলাক লিখক ।
02.38 আমি 'Perl' ভেলু তু দিলু ভেৰিয়েবোল ল্যাঙ্গুয়েজত ।
02.44 মন কৰিব, eq হই string comparison অপাৰেতৰ
02.49 আৰু তাৰ পাসত আমাৰ ওচৰত বিভিন্ন কন্দিছন আছে যাক ছেচক কৰিব পাৰু ।
02.55 এতিয়া তিপক ctrl+s ফাইল সেভ কৰিবলে ।
02.58 এতিয়া তাৰমিনেল খুলক আৰু পুনপতিয়াকই ফাইল এক্সিকুইত কৰক ।
03.02 লিখক, perl conditionalBlocks dot pl
03.09 লখ্য কৰকঃ মই কম্পালেসন স্তেপ বাদ দিলু । পার্ল লিপি এক্সিকুইত কৰাৰ এইতু ধৰাবন্ধা নিয়ম নহই ।
03.16 যদি ইয়াত কিবা কম্পালেসন এৰৰৰ হয়,
03.18 এক্সিকুইচনত এৰৰৰ উলাব আৰু লিপিৰ এক্সিকুইচন বন্ধ হয় যাব ।
03.23 এতিয়া এন্টাৰ তিপক ।
03.25 তাৰিনেলত দেখুৱা অউতপুত হৈছে
03.27 Hi, I am Perl
03.29 এতিয়া, যোৱা
03.31 gedit ত লই সুইচ কৰক
03.33 এইয়াত দেখুৱাৰ দৰে ভাৰিয়াব্লে ল্যাঙ্গুয়েজত 'Java' জুগ কৰক ।
03.37 ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ ।
03.40 তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক ।
03.43 perl conditionalBlocks dot pl টাইপ কৰক
03.50 আৰু এন্টাৰ তিপক ।
03.53 তাৰমিনেলত অউতপুত দেখুৱা হৈছে Hi, I am Java
03.59 এতিয়া আকৈ gedit লৈ ঘুৰি যাও ।
04.03 এতিয়া , language ভেৰিয়েবল লৈ 'English' দিয়া জাওক ।
04.07 ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ ।
04.09 তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক ।
04.13 টাইপ কৰক perl conditionalBlocks dot pl
04.18 আৰু এন্টাৰ তিপক ।
04.19 তাৰমিনেলত দেখুৱা অউতপুত হৈছে
04.22 I am not a computer language
04.27 তিনিউতা কেছে ইয়াকে দেখুয়াইছে;
04.29 অকল এটা if block যোনটোৱে কন্দিছন মানিব, এক্সিকিওত হব ।
04.35 নহলে ডিফল্ট else block এক্সিকিওত হৈ যাব ।
04.39 এই দৰে আমাৰ প্রয়োজন আনুসাৰি, আমাৰ বহুতু elsif কন্দিছন থাকিব পাৰে ।
04.46 আপুনাৰ বাবে এখন assignment আছে ।
04.48 এটা if-elsif-else বাক্য লিখক প্রিন্ট কৰিবলৈ
04.51 “I am a Science graduate” যদি stream হৈ science
04.55 “I am a Commerce graduate” যদি stream হৈ commerce
04.59 ' “I am an Arts graduate” যদি stream science নাইবা commerce নহই ।
05.06 এতিয়া আমি switch স্টেতমেন্টৰ বিষয়ে শিকিম ।
05.10 Perl 5.8 থকা লৈকে Perlswitch স্টেতমেন্ট নাছিল ।
05.14 তাৰ পাছত Switch module উলিওৱা হল,
05.18 যিহে switch স্টেতমেন্টৰ কামখিনি কৰে ।
05.22 লখ্য কৰকঃ Perl Modules খিনি পৰবৰ্তি তিওতৰিয়েলত পুৰা কৰা হৈছে ।
05.27 switch ৰ নিয়ম এই দৰে হয়ঃ
05.30 'Switch ব্যৱহাৰ কৰক সেমিকোলন ।
05.32 এন্টাৰ তিপক ।
05.34 switch স্পেস ওপেন ব্রাকেট dollar value ক্লোজ ব্রাকেট স্পেস ওপেন কার্লী ব্রাকেট
05.42 এন্টাৰ তিপক ।
05.44 case স্পেস ১ স্পেস ওপেন কার্লী ব্রাকেট executes when dollar value equal to 1 ক্লোজ কার্লী ব্রাকেট ।
05.53 এন্টাৰ তিপক ।
05.55 case স্পেস উদ্ধকমা a স্পেস উদ্ধকমা স্পেস ওপেন কার্লী ব্রাকেট এক্সিকিওত হয় যেতিয়া ডলাৰ মান হয় উদ্ধকমা a উদ্ধকমা ক্লোজ কার্লী ব্রাকেট
06.09 এন্টাৰ তিপক ।
06.10 ' else স্পেস ওপেন কার্লী ব্রাকেটএক্সিকিওত হয় যেতিয়া ডলাৰ মান কাৰো লগত নিমিলে
06.18 কার্লী ব্রাকেট বন্ধ কৰক ।
06.19 এন্টাৰ তিপক
06.20 কার্লী ব্রাকেট বন্ধ কৰক
06.22 চেম্পল প্ৰোগ্ৰামৰ সহায়ত 'switch তু বুজিবলৈ চেষ্টা কৰক ।
06.26 তাৰিনেল খুলক আৰু লিখক
06.29 gedit sampleSwitch dot pl space ampersand
06.36 আৰু এন্টাৰ তিপক ।
06.38 এতিয়া, চেম্পল প্ৰোগ্ৰাম তু টাইপ কৰক স্ক্রীনত দেখুৱাৰ দৰে ।
06.43 এতিয়া আমি শিকিম কি দৰে switch স্টেতমেন্তে কাম কৰে ।
06.46 Perl কোডৰ ভিতৰত use Switch স্টেতমেন্টৰ ভিতৰত Switch module থাকে ।
06.54 লক্ষ্য কৰকঃ আমি পৰবৰ্তি তিওতৰিয়েলত use keywordৰ উপৰত শিকিম।
07.00 আমি এতিয়া বিভিন্ন কেছৰ পৰিখ্যা কৰিম ।
07.03 আমি 'Perl' তু ভেৰিয়েবল $varত দিলো ।
07.08 ভেৰিয়েবল $varৰ মান চোৱা হয় switch স্টেতমেন্টত ।
07.14 প্রথম কেছত ই 'Perlৰ কেছৰ লগত মিল খাই ।
07.19 হেয় কাৰনে এই কেছৰ লগত লিখা case এক্সিকিউত হব ।
07.24 ctrl+s তিপক ফাইল সেভ কৰিবলৈ ।
07.27 এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক
07.31 perl sampleSwitch.pl
07.36 এন্টাৰ তিপক ।
07.38 ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে
07.41 ' I am Perl
07.43 gedit sampleSwitch.pl উভতি যাওক ।
07.48 এতিয়া, ভেৰিয়েবল $var 'Linux' দিয়া হল ।
07.52 Ctrl S তিপক ফাইল সেভ কৰিবলৈ ।
07.57 আকৌ, ভেৰিয়েবল $var switchত ছেক হব ।
08.03 'Linux' ৰ কেছৰ লগত মিল হল ।
08.05 হেয় কাৰনে এই কেছৰ লগত লিখা code এক্সিকিউত হব ।
08.10 এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক
08.15 perl sampleSwitch.pl
08.19 এন্টাৰ তিপক ।
08.21 ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে
08.24 I am Linux
08.26 sampleSwitch.pl যাওক gedit.ত ।
08.30 একেদৰে, যদি ভেৰিয়েবল $var ৰ মান 'Java' হয়, তেতিয়া হলে দ্বিতীয় কেছ তু ছেক হব ।
08.38 এতিয়া, ভেৰিয়েবল $var 'English' দিয়া যাওক ।
08.42 আকৌ, ভেৰিয়েবল $var ৰ মান switchত ছেক হব ।
08.47 ই কোনো এটা case স্টেতমেন্টৰ লগত মিল নহয় ।
08.50 হেয় কাৰনে else বাক্য এক্সিকিউত হয় ।
08.54 এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক ।
09.00 perl sampleSwitch.pl
09.07 আৰু এন্টাৰ তিপক ।
09.09 অউতপুত তাৰমিনেলত দেখুৱা হয় এই দৰে -
09.12 I am not a computer language
09.17 এই ৩ কেছে দেখাইছে যেঃ
09.20 এক্চপ্ৰেছনৰ মানে ভাবে case তো কি দৰে এক্সিকিউত কৰিব লাগে ।
09.25 অকল ভেলিদ caseবোৰ এক্সিকিউত হব আৰু
09.28 যেতিয়া কোনো ভলিদ case নাথাকে, তেতিয়া ডিফল্ট else কেছ এক্সিকিউত হব ।
09.35 এইটো ধৰা বন্ধা নিয়ম নহই else case লিখা তু ।
09.39 এনেকোৱা ক্ষেত্রত,
09.41 যদি কোনো cases নিমিলে
09.44 তেতিয়া switch বাক্যৰ কোনো অউতপুত নাথাকে ।
09.48 ইয়াত আপুনাৰ বাবে বেলেগ কায্য আছে-
09.50 পুনৰ আগৰ কায্য খন লিখক
09.53 আগৰ তুতৰিয়েলত দিয়া হৈছে switch বাক্য প্রয়োগ কৰি ।
09.57 সাৰাংশ বর্ননা কৰা হৈছে ।
09.59 এই তিওতৰিয়েলত আমি শিকিলো -
10.01 if-elsif-else বাক্য আৰু
10.04 switch বাক্য Perl
10.05 using sample programs
10.08 তলৰ সংযোগত থকা ভিডিও তু সাওক ।
10.12 ই স্পকেন তিওতৰিয়েলৰ প্রজেক্ট সমোহ বর্ণনা কৰে ।
10.15 আপুনাৰ ভাল বেন্দৱিথ নাথাকিলে আপুনি ডাউনলোড কৰি ছাব পাৰে ।
10.20 The Spoken Tutorial Project ডলে এই কর্মশালা আয়োজন কৰে স্পকেন তিওতৰিয়েলs ব্যৱহাৰ কৰি
10.25 প্রমান পত্র দিয়া জাই যোনে অনলাইন পৰিক্ষ্যাত ওত্তীর্ণ হয় ।
10.30 আৰু যানিবলৈ এই থিকনালৈ লিখক spoken hyphen tutorial dot org
10.36 স্পকেন তিওতৰিয়েল প্ৰোজেক্ট এটা ভাগ হয় Talk to a Teacher project
10.40 ইয়াক সহায় কৰে National Mission on Education ICT MHRD, Government of India ৰ যোগেদি ।
10.47 অধিক জানকাৰি বাবে এই মিসসন থৈতে জৰিত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT
10.58 আসা কৰো আপুনি Perl তিওতৰিয়েল ভাল পালে ।
11.00 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
11.03 যোগ দিয়াৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble