Linux/C2/Basic-Commands/Assamese

From Script | Spoken-Tutorial
Revision as of 17:46, 15 July 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
0:00 লিনাস্ক অপাৰেটিং চিষ্টেমত বন্ধু সকল আপোনাসবক স্বাগতম৷
0:05 এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷
0:10 মই ইউবুল্টো দিৰ পইন্ট ফ’ৰ ব্যৱহাৰ কৰিছো৷
0:12 আদি ধৰি লৈছো ঘে কেনেকৈ লিনাস্ক অপাৰেটিং চিষ্টেম আৰম্ড কৰে তাক আপুনি জানে৷
0:17 ঘদি আপোনি আগ্ৰহী তেন্তে এই অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি ৱেবছাইট http://spoken-tutorial.org ত উপলব্ধ৷
0:26 এই টিউটৰিয়েলত আমি চাম ঘে কামাণ্ডচবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি?
0:33 তাৰ পিছত কামাণ্ড ব্যৱহাৰ কৰি কেনেকৈ লিনাক্সত সহায় পাব পাৰি তাক শিকিম৷
0:39 এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি •’’
0:43 সাধাৰণ ডাষাত ক’ব পাৰি ঘে লিনাক্স কামাণ্ডহ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷
0:52 লিনাক্স কামাণ্ডবোৰ স্বাধীন আৰু চাৰিটা কেৰেকতকৈ দীঘলীয়া উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷
0:59 কামাণ্ডৰোব ল’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচডিত্তিক এটা উদাহৰণ চাউ
1:05 এপ্লিকেচন মেনুলৈ ঘাওক৷
1:08 একচ্চেৰিজ চিলেক্ট কৰি অপচনবোৰত থকা টাৰমিনেলত ক্লিক কৰক৷
1:14 বা টাৰমিনেলত উইন্দো অ’পেন কৰিবলৈ কিবৰ্ডত ctrl alt t প্ৰেছ কৰক৷
1:20 এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডা কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷
1:29 হু টাইপ কৰক আৰু এন্টাৰ ডবাওক৷
1:34 ইউজাৰৰ নাম লগ’ড ইন হোৱা আমি দেখিম৷ আচলতে অলপ আগতে কামাণ্ডড আৰু সেয়া চিষ্টমত হু লগ’দ ইন হোৱা দেখুৱায়৷
1:47 প্ৰকৃত ইয়াৰ কাম হ’ল কামাণ্ডবোৰ একচনলৈ আনা ঘিবোৰ আছলতে কিছুমান আখৰহে৷
1:54 এইটোৱেই কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম ঘাক shell বুলিও কোৱা হয়৷
1:59 আমি প্ৰগাম হিচাপে এটা shell লব পাৰো ঘি লিনাস্ক আৰু আমাৰ মাজত ইন্টাৰফেচ হিছাপে তাকিব৷
2:08 অপাৰেটিং চিষ্টেমৰ উলোৱা কামাণণ্ডবোৰ দিয়াৰ অনুমিত দিয়ে৷
2:13 লিনাস্কত বিডিন্ন ধৰণৰ shell ইনষ্টল কৰা হয়, ইউজাৰ বিলাকে নিজৰ পচন্দমতে বাছি লব পৰাকৈ৷
2:22 লিনাস্কতসদায় bin/sh ধৰণৰ উচ্চ খাপৰ SHell বোৰ ইনষ্টল কৰা হয় ঘাক bash কোৱা হয় GNU Bourne-Again SHell টো GNU ৰ পৰা tools ৰে পৰিপূৰ্ণ৷
2:35 এই টিউটৰিয়েলত থকা কামাণ্ডবোৰ জেনেৰিক আৰু এইবোৰ অলপ বৰ্তনেৰে প্ৰায়বোৰ লিনাস্কত ৰান হয়৷
2:44 ইয়াত আতি তথাপিও bash বোৰ shell হিচাপে ডেমচট্ৰেচন দিবলৈ ব্যৱহাৰ কৰিম৷
2:51 কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷
2:58 অন্য shell বোৰ ত অৰ্ন্টডূক্ত হয় ঘোনবোৰ প্ৰকৃত Bourne shell Unix shell, C Shell আৰু Korn shell ¸
3:08 কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ
3:11 লৈ ঘাব লাগিব আৰু ডাঙৰ বৰ্ণৰ SHELL ত কামান্ড echo space dollar টাইপ লাগিব আৰু প্ৰেছ দবাব লাগিব৷
3:27 স্বাডাবিকতে আউটপুট হৈছে /bin/bash আমাক bash shell দিয়ে৷
3:34 এইটো এটা পথ ঘাব দ্বাৰা আমি বিডিন্ন ধৰণৰ shells একটিডেট কৰিব পাৰোঁ৷
3:42 কামাণ্ডচ বোৰ প্ৰকৃততে ফাইলছ ধাৰণা কৰি থকা প্ৰগ্ৰেমছ প্ৰায়েই C ত লিখা হয়৷
3:47 directories ত এইবোৰ কনটেইনিং কৰা হয়৷ ক’ত এই কমান্দবোকৰ জমা হৈ আছে তাক বিচাৰি উলিয়াবলৈ, আমি কমাণ্ড ব্যৱহাৰ কৰিব পাৰো৷
3:55 কামান্ড প্ৰৰ্ম্পট টাইপ কৰক৷ Type--space-- ps আৰু এনটাৰ দবাওক৷
4:03 এইটোৱে দেখাব ঘে টো প্ৰকৃততে /bin ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷
4:09 ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell য়েডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইল তো বাছি ল’ব৷
4:18 ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হবে, নহলে কামাণ্ড নট ফাউন্ড বুলি ডূল দেখৱাব৷
4:27 PATH ডেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷
4:34 এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ড’লাৰ PATH টাইপ কৰক৷
4:44 ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷
4:52 কামাণ্ডছৰ কথোপকঠনত, আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷
4:57 লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷
5:02 এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷
5:07 এ অধিকাংশ commands এই প্রকৃতির হয়. কিন্তু কিছু commands যার আছে

shell মধ্যে বাস্তবায়ন এবং লিখিত তারা পৃথক files রূপে উপস্থিত না থাকার হয়.

5:18 এইবোৰ ইন্টাৰনেল কামাণ্ড৷
5:20 কামাণ্ড, প্ৰকৃততে ইন্টাৰনেল কামাণ্ডহে ঘিবোৰ আমি পিছত দেখা পাম৷
5:25 টাৰমিনেলৈ ঘাওক আৰ কামাণ্ড টাইপ কৰক৷
5:33 type স্পেচ আৰু echo এন্টাৰ ডবাওক৷
5:40 আউটপুট দেখায় একটি শেল বুলেটিন হিসাবে প্রতিধ্বনি.
5:43 সুতরাং পরিবর্তে একটি ফাইল নামকরণ এটা দেখানো যে echo কমান্ডের বাস্তবায়ন হল অভ্যন্তরীণ

শেল. সুতরাং অভ্যন্তরীণ কমান্ডের বলা হয়.

5:56 আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷
6:01 কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব পাৰে, ঘিবোৰ ষ্পেচেৰে পৃথক হৈ থাকে৷
6:08 প্রথম শব্দ দ্বিতীয় কেস ইন হল কমান্ডের প্রকৃত নাম যখন অন্যান্য শব্দের

হয় আর্গুমেন্ট.

6:16 এৰেঞ্জমেন্টবোৰ অপচন বা এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷
6:20 এটা কামাণ্ডে অপচনৰ ওপৰত ডিত্তি কিৰ বিডিন্ন কাম কৰিব পাৰে৷
6:26 সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক বা চৰ্ত অপচন্ বোলে৷
6:35 ইন্টাৰনেট উইন্দোলৈ ঘাওক আৰু কামাণ্ডড টাইপ কৰি আউটপুট চাওক৷
6:40 টাৰমিনেল উইন্ডোলৈ ক্লিয়েৰ কৰিবলৈ clear টাইপ কৰক৷
6:44 এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷
6:49 আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷
6:55 ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷
7:04 টাৰমিনেল উইন্ডেলৈ ক্লিয়েৰ কৰিবলৈ clear টাইপ কৰক৷
7:11 এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷
7:19 আকৌ টাৰমিনেল ক্লিয়েৰ কৰিবলৈ clear টাইপ কৰক৷
7:23 এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷
7:32
7:40 লিনাক্সত বহুত পৰিমানৰ কামাণ্ড থাকে৷
7:45 ঘাৰ প্ৰত্যেকৰে বিডিন্ন অপচন থাকে৷
7:48 কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম?
7:55 প্ৰত্যেকতে এইটো কৰিব লগা নহয়৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷
8:01 man কামাণ্ড সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায়৷
8:08 ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷
8:16 আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷
8:30 বাহিৰলৈ আহিবলৈ q ডবাওক৷
8:35 man হ’ল চিষ্টেমৰ মেনৱেল পেজাৰ৷ দিয়াৰ প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম উইটিলিটি বা ফাংচ’ন’ৰ নামহে৷
8:43 এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷
8:49 ঘদি এটা চেকচন আগবঢ়োৱা হয় তেন্তে man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷
8:55 ডিফল্ট উপলব্ধ বিভাগের সব, অনুসন্ধানের জন্য একটি প্রাক সংজ্ঞায়িত ক্রম অনুসরণ করতে এবং হল

শুধুমাত্র প্রদর্শন প্রথম পৃষ্ঠা পাওয়া যায়নি, এমনকি যদি কয়েকটি বিভাগে এ পৃষ্ঠায় উপস্থিত থাকে.

9:07 আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷
9:14 টাৰমিনেললৈ ঘওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷
9:23 ওলাই আহিবলৈ q পৰেচকৰক৷
9:26 man কামাণ্ডৰ বহুত অপচন থাকে৷
9:30 ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ বেতিয়াবা কি কৰিব লাগে জানো কিন্তুআদি তাৰ একজেক্ট কামাণ্ড নাজানো৷ তেতয়া আমি কৰিব লাগে৷
9:41 man য়ে- k অপচন আবঢ়ায় ঘি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷
9:50 উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷
9:56 সেয়ে আমি কামাণ্ড প্ৰমটলৈ ঘাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷
10:12 এখন আমরা কি আসলে আমরা প্রয়োজন দেখুন এই কমান্ড প্রত্যেক খঁজতে পারেন.
10:17 এই একেটা কামকে এপ্ৰপ’ছ কামাণ্ড ব্যৱহাৰ কৰিও পাব পাৰি৷
10:21 কামাণ্ডত প্ৰমট এপ্ৰপচ স্পেচ directories টাইপ কৰি এন্টাৰ ডবাই আউটপুট চাওক৷
10:36 কেতিয়াবা আমাক ইমানবোৰ বিৱৰণৰ প্ৰয়োজন নহয়৷ এটা কামাণ্ডে কি কৰে তাকহে প্ৰয়োজন৷
10:40 সেইক্ষেত্ৰত, আমি কামাণ্ড কি বা man -f.ব্যৱহাৰ কৰিব পাৰো৷ হয়তো কামাণ্ডৰ বিষয়ে একলাইনৰ বিবৰণ দিয়ে৷
10:52 টাৰমিনেলৈ ঘাকে আৰু টাৰমিনেল উইন্দো ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
10:58 এতিয়া whatis স্পেচ ls  টাইপ কৰি এন্টাৰ দিয়ক৷
11:06 কিছুমান কামাণ্ডৰ বহুত অপচন থাকে৷ আমি এটা কামাণ্ডৰ বিডিন্ন অপচন বা তালিকাখন পাব পাৰো৷
11:13 তেতিয়া আমি মাইনাচ অপচনৰ সহায় ল’ম৷
11:18 কামাণ্ড প্ৰমটাল গৈ ls স্পেচ মাইনাচ মাইনাচ help টাইপ কৰি এন্টাৰ ডবাওক৷
11:29 মইস্ক্ৰ’ল আপ কৰিম ঘাতে আমি মেনুৱেল পেজত থাকা সকেলাঅপচন দেখা পাওঁ৷
11:45 এয়েই হ’ল লিনাস্ক স্পকেন টিউটৰিয়েলৰ অংশটোৰ সকেলাখিনি৷
11:56 তলত দিয়া লিংকটোত এই বিষয়ে আৰু বহুতো ইনফৰমেছন থাকিব৷

12:00

এই স্ক্ৰিপ্টটো - দ্বাৰা অনুদিত আৰু - ৰ (ঠাইৰ নাম) - দ্বাৰা (ৰেকৰ্ডাৰৰ নাম) (অনুবাদকৰ নাম) চাইনিং অফ৷ শুড বিদায়৷

Contributors and Content Editors

Mousumi, PoojaMoolya, Udaya