KTurtle/C3/Common-Errors-in-KTurtle/Assamese

From Script | Spoken-Tutorial
Revision as of 10:04, 15 July 2014 by PoojaMoolya (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. ' KTurtleত' Common Errorsৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
00:07 এই টিউটোৰিয়েলত , আমি শিকিম
00:10 Syntax errors
00:12 Runtime errorsআৰু
00:14 Logical errors
00:17 এই টিউটোৰিয়েল ৰেকর্ড কৰিবলৈ
00:20 Ubuntu Linux OS ভাৰ্চন 12.04.
00:25 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো
00:31 আমি ধৰি লৈছো যে ' KTurtle 'ত আপোনাৰ মৌলিক কামৰ জ্ঞান আছে
00:36 নহলে, সংশ্লিষ্ট টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট পৰিৰ্দশন কৰক ' http://spoken-tutorial.org '
00:42 প্রথম সংজ্ঞায়িত কৰা যাক , এটা এৰৰ কি?
00:46 প্রোগ্রাম ত ' এৰৰ ' হৈছে এটা ' ভুল বা ' অপ্রত্যাশিত ফলাফল যিয়ে অশুদ্ধ বা অপ্রত্যাশিত উত্পাদন কৰে.
00:55 প্রথমে আমি ব্যাখ্যা কৰিম ' " এৰৰ প্রকাৰ (Types of errors) "
01:00 ' সিনট্যাক্স এৰৰ (Syntax error) এটা ' প্রোগ্রামিং ভাষাৰ (programming language) ' ব্যাকৰণৰ নিয়ম লঙ্ঘন কৰোতা হয়
01:09 যেতিয়া এটা প্রোগ্রামত ' সিনট্যাক্স এৰৰ (Syntax error) থাকে ' Compilation মানে সংকলন ব্যর্থ হয় .
01:15 ' সিনট্যাক্স এৰৰ (Syntax error) ' বিছৰা আৰু ঠিক কৰা সহজ হয় .
01:22 উদাহৰণস্বৰুপে :
01:23 'নিমিলা (Unmatched) parentheses, square and curly braces.
01:29 ভেৰিয়েবলৰ( variable) ব্যবহাৰ 'যি ঘোষিত হোৱা নাই' .
01:34 স্ট্রিং ত (strings) অনুপস্থিত কোট (quotes)
01:38 এতিয়া এটা নতুন ' KTurtle ' আবেদন খুলো.
01:42 ' ড্যাশ হোম (Dash home) ক্লিক কৰক. সার্চ বাৰত টাইপ কৰক ' KTurtle .
01:48 ' KTurtle ' আইকনত ক্লিক কৰক.
01:51 কিছু ধৰণেৰে সিনট্যাক্স এৰৰ (Syntax error) সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক .
01:58 আমাৰ উচৰত এটা টেক্সট এডিটৰত ইতিমধ্যে এটা প্রোগ্রাম আছে.
02:02 প্রোগ্রামত ' error ' ব্যাখ্যা কৰিবৰ বাবে , আমি কোডৰ অংশ মন্তব্য (comment) কৰিম .
02:09 ইয়াত , আমি লাইনটোক মন্তব্য (comment) কৰিম
02:11 $a=ask ডবল উদ্ধ্ৃটিত ""enter any number and click Ok"
02.19 আমি 'hash(#) সিহ্ন' ব্যবহাৰ কৰিম লাইনটো মন্তব্য (comment) কৰিবলৈ.

'

02:23 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰি ' ' Kturtle ৰা সম্পাদক পেস্ট কৰিম.
02:31 ইয়াতে টিউটোৰিয়েল বিৰতি কৰক আৰু আপনাৰ ' KTurtle ' সম্পাদকৰ প্রোগ্রাম টাইপ কৰক
02:37 প্রোগ্রামটি লিখক পিছত টিউটোৰিয়াল পুনৰায় আৰম্ভ কৰক.
02:42 এতিয়া প্রোগ্রাম ৰান কৰিবলৈ Run ' বোতামত ক্লিক কৰক যাক
02:47 ' কম্পাইলাৰয়ে (Compiler) ' নিম্নলিখিত এৰৰ দেখায় ,
02:50 'variable "$a" was used without first being assigned to a value. ' . '
02:57 ইয়াত এৰৰ টো লাইন নম্বৰ ৪ত আাছে.
03:02 এইটি এটা 'সিনট্যাক্স এৰৰ (Syntax error) ' হয়. ই ঘটে যিহেতু ভেৰিয়েবল a ক ঘোষণা কৰা হোৱা নাই
03:10 সেয়ে আমি , সংখ্যা 2 লৈ যাও, মন্তব্যটি (comment) মুছি পেলাওক
03:14 আমি টেক্সট এডিটৰ পৰো প্রোগ্রামটো কপি কৰো আৰু ' KTurtle ৰ এডিটৰত 'পেস্ট কৰো .
03:23 প্রোগ্রামটো চলাবলৈ' ৰান (Run) বোতামত ক্লিক কৰা যাওক
03:27 aৰ কাৰনে '6 অন্তৰ্ভুত্ত কৰক আৰু OK ত ক্লিক কৰক
03:31 প্রোগ্রামটো এৰৰ নোহোৱাকৈ ৰান কৰক .
03:35 আমি ' KTurtle ' এডিটৰ পৰা বর্তমান প্রোগ্রামটি মুছি পেলাও .
03:38 'clear command লিখক আৰু Run ক্যানভাস পৰিষ্কাৰ কৰিবলৈ
03:43 অনয় এটা এৰৰ দেখা যাওক .
03:46 টেক্সট এডিটৰত আমাৰ উচৰত ইতিমধ্যে এটা প্রোগ্রাম আছে.
03:50 ইয়াত ' '"pi" ৰ' " মান KTurtleত' পূর্বনির্ধাৰিত ' হয় .
03:54 প্রোগ্রামত " ' $ ' " চিহ্ন মুছি দিয়ক .
03:58 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰিম ' Kturtleৰ সম্পাদক ' পেস্ট কৰিম
04:05 ইয়াতে টিউটোৰিয়াল বিৰতি কৰক আৰু আপনাৰ ' KTurtle এডিটৰত প্রোগ্রাম টাইপ কৰক
04:11 প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়ালটো পুনৰায় আৰম্ভ কৰক .
04:16 প্রোগ্রাম চালবলৈ বাবে (Run) ৰান ' বোতামত ক্লিক কৰক.
04:19 ' Complierয়ে ' নিম্নলিখিত এৰৰ দেখায় ,
04:22 'you cannot put “=” here
04:26 এই এৰৰ 2 নম্বৰ লাইনত আছে
04:30 এইটি এটি ' সিনট্যাক্স এৰৰ (Syntax error) হয় , ই ঘতে যিহেতু তাত ভেৰিয়েবলৰ কোনো ধাৰক নাই
04:37 প্রোগ্রামৰ লৈ যাওক আৰু $ চিহ্ন সলাওক
04:41 আমি টেক্সট এডিটৰ পৰা প্রোগ্রাম কপি কৰো আৰু KTurtle এডিটৰত পেস্ট কৰো।
04:49 এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত টিপক।
04:53 কোণৰ মানৰ বাবে 45' লিখক আৰু OKত ক্লিক কৰক।
04:57 প্রোগ্রাম এৰৰ নোহোৱাকৈ ৰান হয়।
05:00 String ৰ এটি quotes মুছি পেলাও।
05:05 আমি টেক্সট এডিটৰ পৰা প্রোগ্রাম কপি কৰো অাৰু KTurtle এডিটৰলৈ পেস্ট কৰো।
05:12 এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত টিপক।
05:15 Compiler নিম্নলিখিত এৰৰ দেখোৱায়,
05:18 Text string was not properly closed, expected a double quote “ ” to close the string.
05:25 ইয়াত এৰৰ টো লাইন নম্বৰত আছে।
05:29 আমি লাইন নম্বৰ লৈ উভতি যাম আৰু quotes প্রতিস্থাপন কৰিম।
05:34 আমি টেক্সট এডিটৰ পৰা প্রোগ্রাম কপি কৰো আৰু KTurtle এডিটৰত পেস্ট কৰো।
05:41 এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত ক্লিক কৰক।
05:44 কোণৰ মানৰ বাবে 45' লিখক আৰু OK ক্লিক কৰক।
05:49 প্রোগ্রাম এৰৰ নোহোৱাকৈ ৰান হয়।
05:52 এইভাবে আপোনি এৰৰ ঘটা জাগাত সেই লাইনটো খুঁজক আৰু তাক সংশোধন কৰক।
05:59 এতিয়া runtime errors সম্পর্কে শিকো।
06:04 প্রোগ্রাম এটাৰ নিষ্পাদনৰ সময়ত Run-time error ঘটে।
06:10 যেতিয়া আপোনি ইয়াক ৰান কৰে ই প্রোগ্রাম এটা ক্রাশ (crash) কৰিব পাৰে।
06:15 ব্যবহাৰকাৰীৰ পৰা ভুল ইনপুটৰ কাৰনে 'Runtime errors' সাধাৰণতে ঘটে।
06:23 Compilerয়ে এই এৰৰ বোৰ বিছাৰি পাব নোৱাৰে।
06:27 উদাহৰণস্বৰুপে:
06:29 মান নথকা এটা ভ্যাৰিয়েবলৰ দ্বাৰা বিভক্ত কৰাৰ চেষ্টা কৰি আছে।
06:35 Terminating condition বা increment value নথকা এটা লুপ ৰান কৰক
06:43 আমি KTurtle এডিটৰৰ পৰা বর্তমান প্রোগ্রাম মুছি পেলাও
06:47 Clear কমান্ড লিখক আৰু ক্যানভাস পৰিষ্কাৰ কৰিবলৈ ৰান কৰক।
06:52 মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটি প্রোগ্রাম আছে।
06:56 এই প্রোগ্রামটিয়ে দুটি সংখ্যা বিভক্ত কৰে।
07:00 'a' dividend হয় আৰু 'r' divisor হয়
07:04 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামক কপি কৰো আৰু KTurtle এডিটৰলৈ পেস্ট কৰো।
07:11 টিউটোৰিয়েলক ৰখাওক আৰু KTurtle এডিটৰ ত প্রোগ্রাম লিখক।
07:16 প্রোগ্রামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰক।
07:20 এতিয়া প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত ক্লিক কৰক।
07:24 'a' ৰ বাবে লিখক আৰু OK ক্লিক কৰক।
07:29 'r' ৰ বাবে 0 লিখক আৰু OK ক্লিক কৰক।
07:33 ইয়াতে আমি runtime error পাও,
07:36 “you tried to divide by zero”
07:39 এই এৰৰ টো লাইন সংখ্যা 'ত আছে।
07:43 এই এৰৰটো ঘটে কাৰন আমি শূন্যৰ সৈতে এটা সংখ্যা বিভক্ত কৰিব নোৱাৰো।
07:49 আকৌ এবাৰ ৰান কৰা যাওক ।
07:51 'a' ৰ বাবে লিখক আৰু OK টিপক।
07:54 'r' ৰ বাবে লিখক আৰু OK টিপক।
07:58 প্রোগ্রাম এৰৰ নোহোৱাকৈ ৰান হয়।
08:01 আমি KTurtle এডিটৰৰ পৰা বর্তমান প্রোগ্রাম মুছি পেলাও
08:05 Clear কমান্ড লিখক আৰু ক্যানভাস পৰিষ্কাৰ কৰিবলৈ ৰান কৰো ।
08:10 এতিয়া আমি logical errors সম্পর্কে শিকিম।
08:14 ' প্রোগ্রামৰ সোর্স কোডত Logical error' এটা ভুল হয়, যাৰ ফলাফল incorrect বা unexpected আচৰণ হয় ।
08:26 উদাহৰণস্বৰুপে:
08:28 ভুল ভ্যাৰিয়েবলৰ মান নির্দিষ্ট কৰা।
08:32 দুটি সংখ্যাৰ যোগৰ সলনি গুণ কৰা।
08:36 ইতিমধ্যে টেক্সট এডিটৰত এটা প্রোগ্রাম আছে।
08:39 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রাম কপি কৰিম আৰু KTurtle এডিটৰলৈ পেস্ট কৰো।
08:47 ইয়াতে টিউটোৰিয়ৰলটো ৰখাওক আৰু KTurtle এডিটৰত প্রোগ্রামটো লিখক।
08:52 প্রোগ্রামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰো।
08:57 এতিয়া প্রোগ্রাম ৰান কৰিবলৈ Run বোতাম টিপক।
09:01 এটা ডায়লগ বাক্স পপ আপ হয়, OK টিপক।
09:05 লুপ infinite loop লৈ যায়।
09:08 আমি দেখো যে “while” লুপ ৩১ ৰ পৰা সংখ্যা প্রিন্ট কৰে আৰু এতিয়াও প্রিন্ট কৰিআছে ।
09:15 এইটো এটা logical error হয়.
09:18 “while” কন্ডিশনত x, 20তকৈ ডাঙৰ হয়
09:23 কিন্তু ভেৰিয়েবল (variable) x সর্বদা 20 তকৈ ডাঙৰ হয়।
09:28 সেয়ে লুপ কেতিয়াও টর্মিনেট নহয়।
09:31 আমি প্রক্রিয়াটি এবর্ট কৰিবলৈ Abort বোতামত টিপিম।
09:36 $x=$x+1$x=$x-1লৈ সলনি কৰো।
09:44 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু KTurtle এডিটৰত পেস্ট কৰো।
09:51 এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত টিপক।
09:55 এটি ডায়লগ বাক্স পপ আপ হয়, OK টিপক।
09:59 29 ৰ পৰা20লৈ মান প্রিন্ট হোৱাৰ পিছত লুপটো টর্মিনেট হয়।
10:05 ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো।
10:10 সংক্ষেপে:
10:12 এই টিউটোৰিয়ালত আমি শিকিছো এৰৰ আৰু এৰৰ ধৰন যেনে,
10:18 ভেৰিয়েবল (variable)ৰ ব্যবহাৰ যি ঘোষিত হোৱা নাই।
10:23 Strings ত অনুপস্থিত quotes.
10:27 Runtime errorsআৰু
10:30 Logical errors
10:31 নির্দেশিত কাম হিসাবে আমি আপোনাক প্রদত্ত প্রোগ্রামত এৰৰ চাবলৈ বিচাৰিছো
10:46 এই লিন্কত উপলব্ধ ভিদিওটো চাওক
10:50 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
10:54 যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
10:59 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
11:01 কথন শিক্ষণ সহায়াৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
11:05 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
11:09 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11: 17 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:23 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:31 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই ৱেবচাইটত পোৱা যাব।
11:37 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
11:41 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya