KTurtle/C3/Control-Execution/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নম্সকাৰ দৰ্শক সকল |
00:03 | KTurtleত Control Execution ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম |
00:10 | এই টিউটৰিয়েলত আমি শিকিম |
00:13 | 'while' loop আৰু |
00:15 | 'for' loop |
00:17 | এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই উবুন্টো লিনাক্চ OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো . |
00:32 | আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে . |
00:38 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক |
00:45 | এতিয়া KTurtleৰ নতুন এপলিকেছনখোলা যাওক . |
00:48 | Dash homeত ক্লীক কৰক . |
00:50 | Search barত, লিখক KTurtle. |
00:53 | অপছন (option)ত ক্লীক কৰক. KTurtle এপলিকেছন খোলে. |
00:59 | এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো. |
01:05 | Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্ৰবাহ নিয়ণ্ত্ৰন কৰে |
01:10 | প্ৰোগ্ৰাম সঞ্চালনৰ নিয়ণ্ত্ৰন কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়. |
01:16 | লুপ এটা কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়. |
01:25 | Eg. “while” loop আৰু “for” loop |
01:30 | “while” loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক |
01:34 | “while” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে boolean 'false'লৈ মূল্যনির্ধাৰণ কৰে |
01:42 | “while” loopৰ গঠনটো ব্যাখ্যা কৰা যাওক
while loop condition { do something with loop increment variable } |
01:56 | মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে. |
01:59 | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু ' KTurtle ' সম্পাদকত পেস্ট কৰো |
02:07 | ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. |
02:13 | প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক |
02:18 | আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে |
02:25 | আমি কোডটো ব্যাখ্যা কৰো. |
02:27 | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
02:32 | ইয়াৰ মানে প্ৰোগ্ৰামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয় |
02:38 | reset কমান্ডে “Turtle”ক ইয়াৰ ডিফল্ট অবস্থানলৈ লৈ যায় |
02:43 | ' $ x = 0'য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . |
02:52 | keyword message "ৰ পিছত "'দবল উদ্ধৃতি চিহ্নত এটা প্ৰোগ্ৰামত মেসেজ দিয়া হৈছে '. “message” কমান্ডে ইনপুট হিচাবে ' " স্ট্ৰীং " লয় |
03:04 | ই স্ট্ৰীংৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখায়. |
03:11 | while $x<30 য়ে </nowiki>“while” conditionক প্ৰশিক্ষন কৰে |
03:17 | $x=$x+3' য়ে $x ভেৰিয়েবল (variable) ৰ মান ৩ৰে বঢ়ায় |
03:27 | ' fontsize 15 য়ে ' print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে |
03:35 | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , . |
03:42 | forward 20 য়ে “Turtle”ক কেনভাচত ২০টা স্টেপ্চ আগলৈ যাবলৈ কমান্ড কৰে |
03:52 | print $x' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে. |
04:01 | আমি প্ৰোগ্ৰামটো চলাবলৈ ' " Run” ' বোতামত ক্লিক কৰক. |
04:05 | এটা বার্তা ডায়লগ বক্স উলায় . আমি okত ক্লিক কৰো . |
04:11 | ৩ ৰ গুণিতক ৩ পৰা ৩০ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে. |
04:17 | “Turtle”য়ে ক্যানভাসত ২০টা স্টেপ্চ আগলৈ যায়. |
04:22 | “for” loop ৰ সৈতে পিছৰ কাম কৰা যাওক |
04:26 | “for” লুপ এটা কাউন্টিং লুপ হয় . |
04:29 | প্ৰতেয়ক সময়ত “for”' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় , |
04:34 | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়. |
04:41 | “for” loop ৰ গঠনক ব্যাখ্যা কৰো . |
04:46 | for variable = start number to end number { Statement}' |
04:55 | আমাৰ বর্তমানৰ প্ৰোগ্ৰামটো মুছি পেলাও. |
04:59 | আমি clear কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো |
05:05 | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো |
05:14 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. |
05:20 | প্ৰোগ্ৰামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক. |
05:25 | আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে |
05:32 | প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক. |
05:34 | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।. |
05:39 | resetকমান্ডে “Turtle”ক ' ডিফল্ট অবস্থানলৈ সেট কৰে |
05:44 | $r=0' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে. |
05:52 | for $x= 1 to 15' য়ে “for” conditionক ১ৰ পৰা ১৫ লৈকে প্ৰশিক্ষন কৰে . |
06:01 | $r=$x*($x+1)/2য়ে r ভেৰিয়েবলৰ মান হিসাব কৰে. |
06:12 | ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে . |
06:19 | print $r' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে |
06:26 | forward 15' য়ে Turtleক কেনভাচত ১৫ স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে . |
06:34 | go 10,250' য়ে Turtle ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু 250 পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে . |
06:48 | “Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্ৰৰ্দশন কৰে . |
06:54 | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত ২ সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায় |
07:04 | “print”' কমান্দে দবল উদ্ধৃতিত " স্ট্ৰীং " প্ৰৰ্দশন কৰায় আৰু ভেৰিয়েবল $ R প্ৰৰ্দশন কৰা হয়. |
07:13 | আমি প্ৰোগ্ৰামটো চলাবলৈ ' " Run" ' বোতামত ক্লিক কৰো. |
07:17 | এটা শ্ৰেণীৰ প্ৰথম ১৫ নেছাৰেল(প্রাকৃতিক) সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়. |
07:27 | Turtle য়ে কেনভাচত ১৫ স্টেপ্চ আগলৈ যায় . |
07:32 | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো |
07:37 | আমি সংক্ষেপ কৰো. |
07:40 | এই টিউটোৰিয়েলত আমি |
07:44 | “while” loop আৰু “for” loop ব্যবহাৰ কৰিবলৈ শিকিছো , |
07:47 | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্ৰোগ্ৰাম লিখক |
07:54 | “while” loop ব্যবহাৰ কৰি ২ৰ গুণিতক |
07:58 | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা |
08:03 | স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
08:08 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:12 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:17 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:20 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08:23 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08:27 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:36 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:41 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:48 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:54 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |