KTurtle/C3/Common-Errors-in-KTurtle/Assamese
From Script | Spoken-Tutorial
| Visual Cue | Narration |
|---|---|
| 00:01 | নমস্কাৰ দৰ্শক সকল. ' KTurtleত' Common Errorsৰ এই টিউটোৰিয়েললৈ আপনাকে স্বাগতম |
| 00:07 | এই টিউটোৰিয়েলত , আমি শিকিম |
| 00:10 | Syntax errors |
| 00:12 | Runtime errorsআৰু |
| 00:14 | Logical errors |
| 00:17 | এই টিউটোৰিয়েল ৰেকর্ড কৰিবলৈ |
| 00:20 | Ubuntu Linux OS ভাৰ্চন 12.04. |
| 00:25 | KTurtle ভাৰ্চন. 0.8.1 beta. |
| 00:31 | আমি ধৰি লৈছো যে ' KTurtle 'ত আপোনাৰ মৌলিক কামৰ জ্ঞান আছে |
| 00:36 | নহলে, সংশ্লিষ্ট টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট পৰিৰ্দশন কৰক |
| 00:42 | প্রথম সংজ্ঞায়িত কৰা যাক , এটা এৰৰ কি? |
| 00:46 | প্রোগ্রাম ত ' এৰৰ ' হৈছে এটা ' ভুল বা ' অপ্রত্যাশিত ফলাফল যিয়ে অশুদ্ধ বা অপ্রত্যাশিত উত্পাদন কৰে. |
| 00:55 | প্রথমে আমি আমি ব্যাখ্যা কৰিম ' " এৰৰ প্রকাৰ (Types of errors) " |
| 01:00 | ' সিনট্যাক্স এৰৰ (Syntax error)' এটি ' প্রোগ্রামিং ভাষ্ৰ (programming language) এটি ' ব্যাকৰণৰ নিয়ম লঙ্ঘন কৰোতা হয় |
| 01:09 | যেতিয়া এটা প্রোগ্রামত ' সিনট্যাক্স এৰৰ (Syntax error) থাকে ' Compilation মানে সংকলন ব্যর্থ হয় . |
| 01:15 | ' সিনট্যাক্স এৰৰ (Syntax error) ' বিচৰা আৰু ঠিক কৰা সহজ হয় . |
| 01:22 | উদাহৰণস্বৰুপ : |
| 01:23 | 'Unmatched parentheses, square and curly braces. |
| 01:29 | ভেৰিয়েবলৰ( variable) ব্যবহাৰ 'যি ঘোষিত হোৱা নাই' . |
| 01:34 | স্ট্রিং ত (strings) অনুপস্থিত কোট (quotes) |
| 01:38 | এতোয়া একটি নতুন ' KTurtle ' আবেদন খুলো. |
| 01:42 | ' ড্যাশ হোম (Dash home) ক্লিক কৰক. সার্চ বারত টাইপ কৰক ' KTurtle . |
| 01:48 | ' KTurtle ' আইকনত ক্লিক কৰক. |
| 01:51 | কিছু ধৰণেৰ সিনট্যাক্স এৰৰ (Syntax error) সৈতে টিউটোৰিয়েল শুৰু কৰা যাক . |
| 01:58 | আমাৰ উচৰত এটি টেক্সট এডিটৰত ইতিমধ্যে এটি প্রোগ্রাম আছে. |
| 02:02 | প্রোগ্রামত ' ত্রুটি ' ব্যাখ্যা কৰিবৰ বাবে , আমি কোডৰ অংশ মন্তব্য কৰিম . |
| 02:09 | ইয়াত , আমি লাইনটোক মন্তব্য কৰিম |
| 02:11 | $a=ask ডবল কোট্চত ""enter any number and click Ok" |
| 02.19 | আমি 'hash(#) সিহ্ন' ব্যবহাৰ কৰিম লাইনটো মন্তব্য কৰিবলৈ.
' |
| 02:23 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰি ' ' Kturtle ৰা সম্পাদক পেস্ট কৰিম. |
| 02:31 | ইয়াতে টিউটোৰিয়েল বিৰতি কৰক আৰু আপনাৰ ' KTurtle ' সম্পাদকৰ প্রোগ্রাম টাইপ কৰক |
| 02:37 | প্রোগ্রামটি লিখা্ পিছত টিউটোৰিয়াল পুনৰায় শুৰু কৰক. |
| 02:42 | এতিয়া প্রোগ্রাম ৰান কৰিবলৈ Run ' বোতামত ক্লিক কৰক যাক |
| 02:47 | ' কম্পাইলাৰয়ে (Compiler) ' নিম্নলিখিত ত্রুটি দেখায় , |
| 02:50 | 'variable "$a" was used without first being assigned to a value. ' . ' |
| 02:57 | ইয়াত এৰৰ টো লাইন নম্বৰ 4ত আাছে. |
| 03:02 | এইটি একটি 'সিনট্যাক্স এৰৰ (Syntax error) ' হয়. ই ঘটে যিহেতু ভেৰিয়েবল a ঘোষণা কৰা হোৱা নাই |
| 03:10 | সেয়ে আমি , সংখ্যা 2 লৈ যাও, মন্তব্যটি মুছে পেলাওক |
| 03:14 | আমি টেক্সট এডিটৰ পৰো প্রোগ্রামটি কপি কৰো আৰু ' KTurtle ৰ এডিটৰত 'পেস্ট কৰো . |
| 03:23 | প্রোগ্রামটো চলাবলৈ' ৰান (Run) বোতামত ক্লিক কৰা যাক |
| 03:27 | aৰ কাৰনে '6 অন্তৰ্ভুত্ত কৰক আৰু ওকে ক্লিক কৰক |
| 03:31 | প্রোগ্রামটো এৰৰ নোহোৱাকৈ ৰান কৰক . |
| 03:35 | আমি ' KTurtle ' এডিটৰ পৰা বর্তমান প্রোগ্রামটি মুছে পেলাওক . |
| 03:38 | 'clear command লিখক আৰু Run ক্যানভাস পৰিষ্কাৰ কৰিবলৈ |
| 03:43 | অনয় এটা এৰৰ দেখা যাওক . |
| 03:46 | টেক্সট এডিটৰত আমাৰ উচৰত ইতিমধ্যে একটি প্রোগ্রাম আছে. |
| 03:50 | ইয়াত ' ' পাই ৰ' " মান KTurtleত' পূর্বনির্ধাৰিত ' হয় . |
| 03:54 | প্রোগ্রামত " ' $ ' " চিহ্ন মুছে দিয়ক . |
| 03:58 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি করৰিম ' Kturtleৰ সম্পাদক ' পেস্ট কৰিম |
| 04:05 | ইয়াতে টিউটোৰিয়াল বিৰতি কৰক আৰু আপনাৰ ' KTurtle এডিটৰত প্রোগ্রাম টাইপ কৰক
|
| 04:11 | প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়ালটো পুনৰায় শুৰু কৰক . |
| 04:16 | প্রোগ্রাম চালবলৈ বাবে (Run) ৰান ' বোতামত ক্লিক কৰক. |
| 04:19 | ' Complierয়ে ' নিম্নলিখিত ত্রুটি দেখায় , |
| 04:22 | 'you cannot put “=” here |
| 04:26 | এই ত্রুটি 2 নম্বৰ লাঈনত আছে |
| 04:30 | এইটি একটি ' সিনট্যাক্স এৰৰ (Syntax error) হয় , ই ঘতে যিহেতু তাত ভেৰিয়েবলৰ কোনো ধাৰক নাই |
| 04:37 | প্রোগ্রামৰ লৈ যাওক আৰু $ চিহ্ন সলাওক |
| 04:41 | আমি টেক্সট এডিটৰ পৰা প্রোগ্রাম কপি কৰো আৰু KTurtle এডিটৰত পেস্ট কৰক। |
| 04:49 | এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত টিপক। |
| 04:53 | কোণৰ মানৰ বাবে 45 লিখক আৰু OK টিপক। |
| 04:57 | প্রোগ্রাম এৰৰ নোহোৱাকৈ ৰান হয়। |
| 05:00 | String ৰ এটি quotes মুছি পেলাও। |
| 05:05 | আমি টেক্সট এডিটৰ পৰা প্রোগ্রাম কপি কৰো অাৰু KTurtle এডিটৰলৈ পেস্ট কৰো। |
| 05:12 | এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত টিপক। |
| 05:15 | Compiler নিম্নলিখিত এৰৰ দেখোৱায়, |
| 05:18 | Text string was not properly closed, expected a double quote “ ” to close the string. |
| 05:25 | ইয়াত এৰৰ টো লাইন নম্বৰ2ত আছে। |
| 05:29 | আমি লাইন নম্বৰ 2লৈ উভতি যাম আৰু quotes প্রতিস্থাপন কৰিম। |
| 05:34 | আমি টেক্সট এডিটৰ পৰা প্রোগ্রাম কপি কৰো আৰু KTurtle এডিটৰত পেস্ট কৰো। |
| 05:41 | এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত টিপক। |
| 05:44 | কোণৰ মানৰ বাবে 45 লিখক আৰু OK টিপক। |
| 05:49 | প্রোগ্রাম এৰৰ নোহোৱাকৈ ৰান হয়। |
| 05:52 | এইভাবে আপোনি এৰৰ ঘটা জাগাত সেই লাইনটো খুঁজক আৰু তাক সংশোধন কৰক। |
| 05:59 | এতিয়া runtime errors সম্পর্কে শিকো। |
| 06:04 | প্রোগ্রাম এটাৰ নিষ্পাদনৰ সময়ত Run-time error ঘটে। |
| 06:10 | যেতিয়া আপোনি ইয়াক ৰান কৰে ই প্রোগ্রাম এটা ক্রাশ (crash) কৰিব পাৰে। |
| 06:15 | ব্যবহাৰকাৰীৰ পৰা ভুল ইনপুটৰ কাৰনে 'Runtime errors' সাধাৰণতে ঘটে। |
| 06:23 | Compilerয়ে এই এৰৰ বোৰ বিছাৰি পাব নোৱাৰে। |
| 06:27 | উদাহৰণস্বৰুপে: |
| 06:29 | মান নথকা এটি ভ্যাৰিয়েবলৰ দ্বাৰা বিভক্ত কৰাৰ চেষ্টা কৰিআছো। |
| 06:35 | Terminating condition বা increment value নথকা এটা লুপ ৰান কৰক |
| 06:43 | আমি KTurtle এডিটৰৰ পৰা বর্তমান প্রোগ্রাম মুছি পেলাও |
| 06:47 | Clear কমান্ড লিখক আৰু ক্যানভাস পৰিষ্কাৰ কৰিবলৈ ৰান কৰক। |
| 06:52 | মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটি প্রোগ্রাম আছে। |
| 06:56 | এই প্রোগ্রামটিয়ে দুটি সংখ্যা বিভক্ত কৰে। |
| 07:00 | 'a' dividend হয় আৰু 'r' divisor হয় |
| 07:04 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামক কপি কৰো আৰু KTurtle এডিটৰলৈ পেস্ট কৰো। |
| 07:11 | টিউটোৰিয়েলক ৰখাওক আৰু KTurtle এডিটৰ ত প্রোগ্রাম লিখক। |
| 07:16 | প্রোগ্রামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰক। |
| 07:20 | এতিয়া প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত ক্লিক কৰক। |
| 07:24 | 'a' ৰ বাবে 5 লিখক আৰু OK টিপক। |
| 07:29 | 'r' ৰ বাবে 0 লিখক আৰু OK টিপক। |
| 07:33 | ইয়াতে আমি runtime error পাও, |
| 07:36 | “you tried to divide by zero” |
| 07:39 | এই এৰৰ টো লাইন সংখ্যা 4ত আছে। |
| 07:43 | এই এৰৰটো ঘটে কাৰন আমি শূন্যৰ সৈতে এটা সংখ্যা বিভক্ত কৰিব নোৱাৰো। |
| 07:49 | আকৌ এবাৰ ৰান কৰা যাওক । |
| 07:51 | 'a' ৰ বাবে 5 লিখক আৰু OK টিপক। |
| 07:54 | 'r' ৰ বাবে 2 লিখক আৰু OK টিপক। |
| 07:58 | প্রোগ্রাম এৰৰ নোহোৱাকৈ ৰান হয়। |
| 08:01 | আমি KTurtle এডিটৰৰ পৰা বর্তমান প্রোগ্রাম মুছি পেলাও |
| 08:05 | Clear কমান্ড লিখক আৰু ক্যানভাস পৰিষ্কাৰ কৰিবলৈ ৰান কৰো । |
| 08:10 | এতিয়া আমি logical errors সম্পর্কে শিকিম। |
| 08:14 | ' প্রোগ্রামৰ সোর্স কোডত Logical error' এটি ভুল হয়, যাৰ ফলাফল incorrect বা unexpected আচৰণ হয় । |
| 08:26 | উদাহৰণস্বৰুপে: |
| 08:28 | ভুল ভ্যাৰিয়েবলৰ মান নির্দিষ্ট কৰা। |
| 08:32 | দুটি সংখ্যাৰ যোগৰ সলনি গুণ কৰা। |
| 08:36 | ইতিমধ্যে টেক্সট এডিটৰত এটা প্রোগ্রাম আছে। |
| 08:39 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রাম কপি কৰিম আৰু KTurtle এডিটৰলৈ পেস্ট কৰো। |
| 08:47 | ইয়াতে টিউটোৰিয়ৰলটো ৰখাওক আৰু KTurtle এডিটৰত প্রোগ্রামটো লিখক। |
| 08:52 | প্রোগ্রামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰো। |
| 08:57 | এতিয়া প্রোগ্রাম ৰান কৰিবলৈ Run বোতাম টিপক। |
| 09:01 | এটি ডায়লগ বাক্স পপ আপ হয়, OK টিপক। |
| 09:05 | লুপ infinite loop লৈ যায়। |
| 09:08 | আমি দেখো যে “while” লুপ 31 ৰ পৰা সংখ্যা প্রিন্ট কৰে আৰু এতিয়াও প্রিন্ট কৰিআছে । |
| 09:15 | এইটো এটা logical error হয়. |
| 09:18 | “while” কন্ডিশনত x, 20তকৈ ডাঙৰ হয় |
| 09:23 | কিন্তু ভেৰিয়েবল (variable) x সর্বদা 20 তকৈ ডাঙৰ হয়। |
| 09:28 | সেয়ে লুপ কেতিয়াও টর্মিনেট নহয়। |
| 09:31 | আমি প্রক্রিয়াটি এবর্ট কৰিবলৈ Abort বোতামত টিপিম। |
| 09:36 | $x=$x+1 ক $x=$x-1লৈ সলনি কৰো। |
| 09:44 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু KTurtle এডিটৰত পেস্ট কৰো। |
| 09:51 | এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত টিপু। |
| 09:55 | এটি ডায়লগ বাক্স পপ আপ হয়, OK টিপক। |
| 09:59 | 29 ৰ পৰা20লৈ মান প্রিন্ট হোৱাৰ পিছত লুপটো টর্মিনেট হয়। |
| 10:05 | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো। |
| 10:10 | সংক্ষেপে: |
| 10:12 | এই টিউটোৰিয়ালত আমি শিকিছো এৰৰ আৰু এৰৰ ধৰন যেনে, |
| 10:18 | ভেৰিয়েবল (variable)ৰ ব্যবহাৰ যি ঘোষিত হোৱা নাই। |
| 10:23 | Strings ত অনুপস্থিত quotes. |
| 10:27 | Runtime errorsআৰু |
| 10:30 | Logical errors |
| 10:31 | নির্দেশিত কাম হিসাবে আমি আপোনাক প্রদত্ত প্রোগ্রামত এৰৰ চাবলৈ বিচাৰিছো |
| 10:46 | এই লিন্কত উপলব্ধ ভিদিওটো চাওক |
| 10:50 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 10:54 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 10:59 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 11:01 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 11:05 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 11:09 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 11: 17 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 11:23 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:31 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 11:37 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
| 11:41 | যোগদানৰ বাবে ধন্যবাদ। |