PERL/C2/More-Conditional-statements/Assamese
From Script | Spoken-Tutorial
| |
|
|---|---|
| 00.00 | স্পকেন তিওতৰিয়েললৈ স্বাগতম যত পার্লৰ if-elsif-else আৰু switch কন্দিচনেল স্তেৎমেন্তৰ উপৰত কোৱা হব ৷ |
| 00.07 | এই তিওতৰিয়েলত আমি শিকিম |
| 00.10 | if-elsif-else স্তেৎমেন্ত আৰু switch স্তেৎমেন্তৰ বিষয়ে পার্লত । |
| 00.15 | মই ব্যৱহাৰ কৰিছো Ubuntu Linux12.04 অপাৰেতিং সিস্টেম আৰু Perl 5.14.2
|
| 00.22 | আৰু মই ব্যৱহাৰ কৰিম gedit টেক্সট এডিটৰ ।
|
| 00.25 | আপুনি জিকুনু টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে আপুনাৰ ইচ্ছা আনুসৰি ৷ |
| 00.29 | আপুনাৰ উচ্ছিত জ্ঞান থকা আৱশ্যকিয় Variables আৰু Comments উপৰত পার্লৰ । |
| 00.34 | আৰু জ্ঞান থকা আৱশ্যকিয় প্রতিতু for, foreach, while আৰু do-while লুপৰ আৰু |
| 00.38 | if আৰু if-else স্তেতমেন্ত বোৰ হব এটা অতিৰিক্ত সোযোগ । |
| 00.43 | পৰাপক্ষ্ ৎ সম্পর্কিয় স্পকেন তিওতৰিয়েলৰ spoken tutorial ওয়েবসাইট । |
| 00.48 | If-elsif-else স্তেতমেন্ত পার্লত ব্যৱহাৰ কৰিব পাৰি |
| 00.52 | বিভিন্ন অৱস্থা চাবলৈ আৰু |
| 00.54 | জেতিয়া বাকি বোৰ অৱস্থা বিফল হই তেতিয়া ই এক্সিকিওত কৰে ডিফল্ট else ব্লক । |
| 00.59 | if-elsif-else স্তেতমেন্তৰ স্যন্তাক্স এই ধৰণৰ হয় |
| 01.04 | if space ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট প্রেস এন্তেৰ |
| 01.13 | কোডৰ তুকুৰা এক্সিকিওত হয় জেতিয়া তাৰ কন্দিচনতু ত্রু সেমিকলন হয় ।
|
| 01.18 | এন্টাৰ তিপক । |
| 01.20 | ক্লোজ কার্লী ব্র্যাকেট স্পেস elsif স্পেস ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট । |
| 01.30 | এন্টাৰ তিপক । |
| 01.31 | আন এটা কোডৰ তুকুৰা সেমিকোলন
|
| 01.33 | এক্সিকিওত হব জেতিয়া elsif condition শুদ্ধ হব । |
| 01.37 | এন্টাৰ তিপক । |
| 01.39 | ক্লোজ কার্লী ব্র্যাকেট স্পেস else স্পেস ওপেন ব্র্যাকেট
|
| 01.44 | এন্টাৰ |
| 01.45 | কোড সেমিকোলন তু এক্সিকিওত হব জেতিয়া দুইতা উপৰৰ কন্দিচন ভুল সেমিকোলন হব |
| 01.51 | এন্টাৰ তিপক ।
|
| 01.52 | কার্লী ব্র্যাকেট বন্ধ কৰক ।
|
| 01.55 | প্রথমতে if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় । |
| 02.01 | যদি নহয় তেন্তে else if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় । |
| 02.06 | নাইবা, else ব্লকৰ ভিতৰৰ কোড বুৰ এক্সিকিওত হই । |
| 02.11 | এতিয়া আমি কিসুমান উদাহৰণ সাও if-elsif-else স্তেতমেন্তৰ । |
| 02.16 | তাৰমিনাল খুলক আৰু লিখক |
| 02.19 | 'gedit conditionalBlocks dot pl space ampersand
|
| 02.26 | আৰু এন্টাৰ তিপক । |
| 02.28 | এনে কৰাৰ পাছত gedit. ত conditionalBlocks.pl ফাইল খুল খাব । |
| 02.33 | স্ক্রীনত দেখুওাৰ দৰে কোড বিলাক লিখক । |
| 02.38 | আমি 'Perl' ভেলু তু দিলু ভেৰিয়েবোল ল্যাঙ্গুয়েজত । |
| 02.44 | মন কৰিব, eq হই string comparison অপাৰেতৰ |
| 02.49 | আৰু তাৰ পাসত আমাৰ ওচৰত বিভিন্ন কন্দিছন আছে যাক ছেচক কৰিব পাৰু । |
| 02.55 | এতিয়া তিপক ctrl+s ফাইল সেভ কৰিবলে ।
|
| 02.58 | এতিয়া তাৰমিনেল খুলক আৰু পুনপতিয়াকই ফাইল এক্সিকুইত কৰক । |
| 03.02 | লিখক, perl conditionalBlocks dot pl |
| 03.09 | লখ্য কৰকঃ মই কম্পালেসন স্তেপ বাদ দিলু । পার্ল লিপি এক্সিকুইত কৰাৰ এইতু ধৰাবন্ধা নিয়ম নহই । |
| 03.16 | যদি ইয়াত কিবা কম্পালেসন এৰৰৰ হয়, |
| 03.18 | এক্সিকুইচনত এৰৰৰ উলাব আৰু লিপিৰ এক্সিকুইচন বন্ধ হয় যাব । |
| 03.23 | এতিয়া এন্টাৰ তিপক । |
| 03.25 | তাৰিনেলত দেখুৱা অউতপুত হৈছে |
| 03.27 | Hi, I am Perl |
| 03.29 | এতিয়া, যোৱা |
| 03.31 | gedit. ত লই সুইচ কৰক |
| 03.33 | 'Java' ভাৰিয়াব্লে ল্যাঙ্গুয়েজত জুগ কৰক এইয়াত দেখুৱাৰ দৰে ।
|
| 03.37 | ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ । |
| 03.40 | তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক ।
|
| 03.43 | perl conditionalBlocks dot pl টাইপ কৰক |
| 03.50 | আৰু এন্টাৰ তিপক । |
| 03.53 | তাৰমিনেলত অউতপুত দেখুৱা হৈছে Hi, I am Java |
| 03.59 | এতিয়া আকৈ gedit. লৈ ঘুৰি যাও । |
| 04.03 | এতিয়া , 'English' তু দিয়া জাওক language ভেৰিয়েবল লৈ । |
| 04.07 | ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ । |
| 04.09 | তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক ।
|
| 04.13 | টাইপ কৰক perl conditionalBlocks dot pl
|
| 04.18 | আৰু এন্টাৰ তিপক । |
| 04.19 | তাৰমিনেলত দেখুৱা অউতপুত হৈছে |
| 04.22 | I am not a computer language |
| 04.27 | তিনিউতা কেছে ইয়াকে দেখুয়াইছে; |
| 04.29 | অকল এটা if block যোনটোৱে কন্দিছন মানিব, এক্সিকিওত হব । |
| 04.35 | নহলে ডিফল্ট else block এক্সিকিওত হৈ যাব । |
| 04.39 | আমাৰ বহুতু elsif কন্দিছন থাকিব পাৰে আমাৰ প্রয়োজন আনুসাৰি, এই দৰে । |
| 04.46 | আপুনাৰ বাবে এখন assignment আছে । |
| 04.48 | এটা if-elsif-else বাক্য লিখক প্রিন্ট কৰিবলৈ |
| 04.51 | “I am a Science graduate” যদি stream হৈ science |
| 04.55 | “I am a Commerce graduate” যদি stream হৈ commerce |
| 04.59 | “I am an Arts graduate” যদি stream stream ও নহই আৰু commerce ও নহই ।
|
| 05.06 | এতিয়া আমি switch statement তৰ বিষয়ে শিকিম ।
|
| 05.10 | Perl 5.8 থকা লৈকে switch statement নাছিল Perl. লত । |
| 05.14 | তাৰ পাছত Switch module উলিওৱা হল, |
| 05.18 | যিহে switch statement ৰ কামখিনি কৰে । |
| 05.22 | লখ্য কৰকঃ Perl ৰ Modules খিনি পৰবৰ্তি তিওতৰিয়েলত পুৰা কৰা হৈছে ।
|
| 05.27 | switch ৰ নিয়ম এই দৰে হয়ঃ |
| 05.30 | 'Switch সেমিকোলন ব্যৱহাৰ কৰক । |
| 05.32 | এন্টাৰ তিপক । |
| 05.34 | switch স্পেস ওপেন ব্রাকেট dollar value ক্লোজ ব্রাকেট স্পেস ওপেন কার্লী ব্রাকেট |
| 05.42 | এন্টাৰ তিপক । |
| 05.44 | case স্পেস ১ স্পেস ওপেন কার্লী ব্রাকেট executes when dollar value equal to 1 ক্লোজ
কার্লী ব্রাকেট । |
| 05.53 | এন্টাৰ তিপক । |
| 05.55 | case স্পেস উদ্ধকমা a স্পেস উদ্ধকমা স্পেস ওপেন কার্লী ব্রাকেট এক্সিকিওত হয় যেতিয়া ডলাৰ মান হয় উদ্ধকমা a উদ্ধকমা ক্লোজ কার্লী ব্রাকেট |
| 06.09 | এন্টাৰ তিপক ।
|
| 06.10 | ' else স্পেস ওপেন কার্লী ব্রাকেটএক্সিকিওত হয় যেতিয়া ডলাৰ মান কাৰো লগত নিমিলে |
| 06.18 | কার্লী ব্রাকেট বন্ধ কৰক । |
| 06.19 | এন্টাৰ তিপক
|
| 06.20 | কার্লী ব্রাকেট বন্ধ কৰক |
| 06.22 | 'switch তু বুজিবলৈ চেষ্টা কৰক চেম্পল প্ৰোগ্ৰামৰ সহায়ত । |
| 06.26 | তাৰিনেল খুলক আৰু লিখক |
| 06.29 | gedit sampleSwitch dot pl space ampersand |
| 06.36 | আৰু এন্টাৰ তিপক । |
| 06.38 | এতিয়া, চেম্পল প্ৰোগ্ৰাম তু টাইপ কৰক স্ক্রীনত দেখুৱাৰ দৰে ।
|
| 06.43 | এতিয়া আমি শিকিম কি দৰে switch statement তে কাম কৰে । |
| 06.46 | use Switch statement তৰ ভিতৰত Switch module থাকে Perl code ৰ ভিতৰত । |
| 06.54 | লক্ষ্য কৰকঃ আমি শিকিম use keywordৰ উপৰত পৰবৰ্তি তিওতৰিয়েলত । |
| 07.00 | আমি এতিয়া বিভিন্ন কেছৰ পৰিখ্যা কৰিম । |
| 07.03 | আমি 'Perl' তু ভেৰিয়েবল $varত দিলো । |
| 07.08 | ভেৰিয়েবল $varৰ মান চোৱা হয় switch statement ত । |
| 07.14 | প্রথম কেছত ই 'Perl'.ৰ কেছৰ লগত মিল খাই । |
| 07.19 | হেয় কাৰনে এই কেছৰ লগত লিখা case এক্সিকিউত হব । |
| 07.24 | ctrl+s তিপক ফাইল সেভ কৰিবলৈ । |
| 07.27 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক |
| 07.31 | perl sampleSwitch.pl |
| 07.36 | এন্টাৰ তিপক । |
| 07.38 | ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে
|
| 07.41 | ' I am Perl
|
| 07.43 | sampleSwitch.pl উভতি যাওক gedit.ত । |
| 07.48 | এতিয়া, ভেৰিয়েবল $var ত 'Linux' দিয়া হল । |
| 07.52 | Ctrl S তিপক ফাইল সেভ কৰিবলৈ । |
| 07.57 | আকৌ, ভেৰিয়েবল $var switchত ছেক হব । |
| 08.03 | ই 'Linux' ৰ কেছৰ লগত মিল হল । |
| 08.05 | হেয় কাৰনে এই কেছৰ লগত লিখা code এক্সিকিউত হব । |
| 08.10 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক |
| 08.15 | perl sampleSwitch.pl |
| 08.19 | এন্টাৰ তিপক ।
|
| 08.21 | ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে
|
| 08.24 | I am Linux
|
| 08.26 | sampleSwitch.pl যাওক gedit.ত । |
| 08.30 | একেদৰে, যদি ভেৰিয়েবল $var ৰ মান 'Java' হয়, তেতিয়া হলে দ্বিতীয় কেছ তু ছেক হব । |
| 08.38 | এতিয়া, ভেৰিয়েবল $var ত 'English' দিয়া যাওক । |
| 08.42 | আকৌ, ভেৰিয়েবল $var ৰ মান switchত ছেক হব । |
| 08.47 | ই কোনো এটা case statements ৰ লগত মিল নহয় । |
| 08.50 | হেয় কাৰনে else বাক্য এক্সিকিউত হয় । |
| 08.54 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক । |
| 09.00 | perl sampleSwitch.pl |
| 09.07 | আৰু এন্টাৰ তিপক । |
| 09.09 | অউতপুত তাৰমিনেলত দেখুৱা হয় এই দৰে - |
| 09.12 | I am not a computer language |
| 09.17 | এই ৩ কেছে দেখাইছে যেঃ |
| 09.20 | এক্চপ্ৰেছনৰ মানে ভাবে case তো কি দৰে এক্সিকিউত কৰিব লাগে । |
| 09.25 | অকল ভেলিদ caseবোৰ এক্সিকিউত হব আৰু |
| 09.28 | যেতিয়া কোনো ভলিদ case নাথাকে, তেতিয়া ডিফল্ট else কেছ এক্সিকিউত হব । |
| 09.35 | এইটো ধৰা বন্ধা নিয়ম নহই else case লিখা তু । |
| 09.39 | এনেকোৱা ক্ষেত্রত, |
| 09.41 | যদি কোনো cases নিমিলে |
| 09.44 | তেতিয়া switch বাক্যৰ কোনো অউতপুত নাথাকে । |
| 09.48 | ইয়াত আপুনাৰ বাবে বেলেগ কায্য আছে- |
| 09.50 | পুনৰ আগৰ কায্য খন লিখক |
| 09.53 | আগৰ তুতৰিয়েলত দিয়া হৈছে switch বাক্য প্রয়োগ কৰি । |
| 09.57 | সাৰাংশ বর্ননা কৰা হৈছে ।
|
| 09.59 | এই তিওতৰিয়েলত আমি শিকিলো -
|
| 10.01 | if-elsif-else বাক্য আৰু
|
| 10.04 | switch বাক্য Perl ত |
| 10.05 | using sample programs. |
| 10.08 | তলৰ সংযোগত থকা ভিডিও তু সাওক ।
|
| 10.12 | ই Spoken Tutorialৰ প্রজেক্ট সমোহ বর্ণনা কৰে । |
| 10.15 | আপুনাৰ ভাল bandwidth নাথাকিলে আপুনি ডাউনলোড কৰি ছাব পাৰে । |
| 10.20 | The Spoken Tutorial Project ডলে এই কর্মশালা আয়োজন কৰে spoken tutorials ব্যৱহাৰ কৰি |
| 10.25 | প্রমান পত্র দিয়া জাই যোনে অনলাইন পৰিক্ষ্যাত ওত্তীর্ণ হয় । |
| 10.30 | আৰু যানিবলৈ এই থিকনালৈ লিখক spoken hyphen tutorial dot org |
| 10.36 | Spoken Tutorial Project এটা ভাগ হয় Talk to a Teacher project |
| 10.40 | ইয়াক সহায় কৰে National Mission on Education ICT MHRD, Government of India ৰ যোগেদি ।
|
| 10.47 | অধিক জানকাৰি বাবে এই মিসসন থৈতে জৰিত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT |
| 10.58 | আসা কৰো আপুনি Perl tutorial ভাল পালে । |
| 11.00 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
|
| 11.03 | যোগ দিয়াৰ বাবে ধন্যবাদ । |